কৈছে নৰহৰি তৰণ উপায়
।।ৰাগঃ বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। কৈছে নৰহিৰ তৰণ উপায়।।
নাশ সকল কৈলো বিষয় লোভাই।।
পদ।। অথিৰ জীৱন, ধন, যৌৱন, দেহ।
সুহৃদ, সোদৰ, সুত, কিছু নোহে কেহ।।
পেখিতে অমিয়া ৰস বিষ পৰিণাম।
তথিয়ে মজাইলো-মন মেৰি ৰাম।।
নিৰমিল বিষবিম্বু কামিনী লোহ।
তাসু পৰিল মেৰি এ মন মোহ।।
তাকৰ ছোৰাইতে শখ নাহি থিক।
গুৰুয়া মনোৰথ বাঢ়িল ধিক।।
জনমে জনমে হামো দাসকু দাস।
কেশৱ, অৱহু ছোড়হু মোহ পাশ।।
শমনক লাই জীৱ বৰ ডোৰ।
শঙ্কৰ কহ হৰি সেৱক তোৰ।।