পৃষ্ঠা:বিহুগীত.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇বিহুগীত◇২৭◇



গাৰে কেচামঙহ
কাকো নিবিলাবি
এথানি এবানি





   

খাৱে বনলতা
তুমি তামোল কটা খাওঁ॥
অ’ বনলতা
অ’ বনলতা
কৰি বনলতা
ৰূপৰ পানে বটা
তুমি তামোল কটা
খাৰে বনলতা
তুমি তামোল কটা
তুমি তামোল কটা খাওঁ॥

   (৪৩)

হাবি হেৰাপতা
দি যাওঁ বালি ভেটা
জুনাই শামুকৰে চূন।
খোৱাই পাহৰিলি
খনীয়া তামোলে
কথাৰ পাহৰিলি

   









গুণে চেলেং বাখৰ ঐ
বুকুখনি বিষাই ঐ
কলৈ নো যাওঁ কি কৰো
কলৈ নো যাওঁ কি লাগে॥

   (৪৪)

চমকত চাবলৈ
নহলো বিজুলি
নহলো বোৱতী নৈয়ে






   

অ’ আইটী দলঙী
অ’ আইটী দলঙী
আইটী দলঙী
দলং দপং লগালি
গাতে আইটী দলঙী
দলং ভাগি পৰিলে
গাতে আইটী দলঙী
কলং কপং লগালি
কপং কপং লগালি গাত॥

⸺০০⸺