![]() |
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ২,২১৪ টা লেখা আৰু ৩০৫ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
|
এই মাহৰ নিৰ্বাচিত লেখা
আব্ৰাহাম লিঙ্কনৰ বক্তৃতা- লেখক: আব্ৰাহাম লিংকন, ১৯৫৯
এই গ্ৰন্থখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষোড়শ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ দ্বাৰা প্ৰদান কৰা বিখ্যাত গেটীচবাৰ্গ ভাষণৰ দৰে বহুকেইটা উল্লেখযোগ্য ভাষণ, ঘোষণাপত্ৰ, তথা চিঠিৰ সংকলন। আমেৰিকা যুক্তৰাষ্ট্ৰ তথ্য সেৱাৰ পৃষ্ঠপোষকতাত এইসমূহক অসমীয়াৰ লগতে আন বিভিন্ন ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হৈছে।
৮৭ বছৰ আগত আমাৰ পূৰ্ব্বপুৰুষসকলে এই মহাদেশত এটা নতুন জাতিৰ সৃষ্টি কৰিলে। এই জাতিটোৰ ভিত্তি হল স্বাধীনতা আৰু আদৰ্শ হল সকলো মানুহৰ সমান জন্মগত অধিকাৰ। সম্প্ৰতি আমি এখন বিৰাট গৃহযুদ্ধত লিপ্ত হৈছোঁ। এই ভিত্তি আৰু আদৰ্শত প্ৰতিষ্ঠিত আমাৰ জাতিটো অথবা আন যি কোনো জাতি টিকি থাকিব পাৰেনে নোৱাৰে এই গৃহযুদ্ধই তাকেহে প্ৰমাণ কৰিব। আমি গৃহযুদ্ধৰ এখন বিৰাট সমৰক্ষেত্ৰত সমবেত হৈছোঁ, আৰু এই সমৰক্ষেত্ৰৰ এটা অংশক সেই লোকসকলৰ অন্তিমশয্যাৰ কাৰণে উছৰ্গা কৰিবলৈ আহিছোঁ যি সকলে এই জাতিটোক জীয়াই ৰখাৰ কাৰণে প্ৰাণ বিসৰ্জন দিছে। এনে কৰাটো আমাৰ পক্ষে তেনেই সমুচিত। কিন্তু বৃহত্তৰ অৰ্থৰ পৰা বিবেচনা কৰিলে আমি ন কৈ এই ভূমি উছৰ্গা কৰিব নোৱাৰোঁ,— পবিত্ৰ কৰিব নোৱাৰোঁ। যিসকল— জীৱস্ত অথবা মৃত সাহসী পুৰুষে ইয়াত যুদ্ধ কৰিছে তেওঁলোকেই এই ভূমিক পবিত্ৰ কৰি তুলিছে। ইয়াক কম বা বেছি পবিত্ৰ কৰাৰ ক্ষমতা আমাৰ নাই।
এই মাহৰ সহযোগিতামূলক কাম
- চক্ৰধ্বজ সিংহ (লক্ষ্মীনাথ বেজবৰুৱা) - মুদ্ৰণ সংশোধন বাকী
- হৰিশ্চন্দ্ৰ উপাখ্যান (শংকৰদেৱ, ১৯০৬) - বৈধকৰণ বাকী
- ভাষণ (শৰৎচন্দ্ৰ গোস্বামী, ১৯৪৮) - বৈধকৰণ বাকী
- স্বৰ্গাৰোহণ পৰ্ব্ব (অজ্ঞাত, ১৯০১) - সম্পূৰ্ণ
- লাচিত বৰফুকন (পদ্মনাথ গোহাঞি বৰুৱা, ১৯১৫) - বৈধকৰণ বাকী
নতুন লেখাসমূহ
নিমি-নৱসিদ্ধ সংবাদ (শংকৰদেৱ)
পচতি (শংকৰদেৱ)
দেৱজিত (মাধৱ কন্দলি), ১৯১০
শিক্ষা-বিচাৰ (শৰৎচন্দ্ৰ গোস্বামী), ১৯২৩
উদ্যোগপৰ্ব্ব (ৰাম সৰস্বতী), ১৯২৭
আলিবাবা আৰু দুকুৰি ডকাইত (আজলীতৰা নেওগ), ১৯৩১
আল্লাউদ্দিন আৰু এটি আচৰিত চাকি (আজলীতৰা নেওগ), ১৯৩১
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা (আজলীতৰা নেওগ), ১৯৩৭
গণ-বিপ্লৱ (দণ্ডিনাথ কলিতা), ১৯৪৮
খটাসুৰ বধ আৰু জঙ্ঘাসুৰ বধ (ৰাম সৰস্বতী), ১৯৪৯
পেৰিছত এসপ্তাহ আৰু অসম (জয়ন্ত কুমাৰ শৰ্মা), ২০০৬
একুৰি এটা গল্প (প্ৰণামিকা অধিকাৰী), ২০১০
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
![]() ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
![]() মুক্ত বিশ্বকোষ |
![]() অভিধান আৰু সমাৰ্থক শব্দকোষ |
![]() মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
![]() অংশীদাৰী মিডিয়া ভঁৰাল |
![]() উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
![]() জীৱপ্ৰজাতি নিৰ্দেশিকা |
![]() মুক্ত উৎসৰ বাতৰি |
![]() মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |