পৃষ্ঠা:বিহুগীত.pdf/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মিচিং ঐনিতম


(১)

ন-চিন্‌ কোমলীয়া
 ঙ চিন্‌ কোমলীয়া
ন-লেক বুজাই লাং
 ঙ লেক বুজাই পে।
নৈ চেঙেলীয়া গৰা কোমলীয়া
 পাৰৰ কোমলীয়া বন।
তুমি চেঙেলীয়া আমি ধেমেলীয়া
 বুজাব নোৱাৰো মন॥

(২)

জিল্লেলে ৰঙ্ঙামে
 জিলাটকি কামালা
দঃলুচে ৰঙ্ঙামে
 মেঃনাম্ ঐবি কামালা।
নগৰৰ উৰুঙা নচলে চিনেমা
 পথাৰৰ উৰুঙা বন।
গাঁৱৰে উৰুঙা নহলে কনেঙা
 ঘৰতো নবহে মন॥

(৩)

কুয়াব তাগ্ লা দপেব
 মেঃনাম ঐনম্ পাঃমিলা
ঐন গিপে এম্মিল
 নাঃনে বাংবুম্ চাৰিপে।
আইকে তেজিব পাৰো ঐ চেনেঙী
 বোপাইকো তেজিয়ে যাম।
তোমাকে চেনেঙী আনিব পাৰিলে
 কটনা কাটিয়ে খাম॥