পৃষ্ঠা:বিহুগীত.pdf/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১৫ ◇


চাঁকু কুৰমত্  চ্ছিমাতাই মাই কিৰমত্
 ননা বুজি মন কুই॥
বসন্ত আহিলে বিহু বিহু লাগিলে
 কুলিয়ে মাতিলে বনত।
গধূলি বিচনাত শুবলৈ যাওঁতে
 তোমালৈ পৰিলে মনত॥

(৫)

বগাজি জেৰুণা  দাচ্ছাৰে বেতিলৈ
 বেতিবহ আমনি কৰি।
অবুজা শুমিনা দাচ্ছাৰে বুজা নৈ
 বুজাংনাগ বুজানৈ গেৰি॥
ভগাকৈ জেউৰা কিমাননো ভেটিমে
 আকৌ ভাগি ভাগি পৰে।
অবুজন মনকে কিমাননো বুজামে
 বুজনি নেমানে মনে॥

(৬)

বালি চন্দাই লেকিয়া নিয় বুজি হাকুৰু
 চিৰি জিলিকিংনা দুমেই।
চচু মিচ্ছিগকে মইনা দুৱাই লেকিয়া
 কিনাতংনা ৰকচ্‌চি নিমাই॥
তোৰে গাল দুখনি বালিচন্দাৰ দৰে
 জেউতি জিলিকে ৰাতি।
মোৰ মন বলীয়া কিৰিলি চেনেহী
 মইনা মাতেৰে মাতি॥

(৭)

কাচিতৰা চ্ছিয়াঁনা দাকিংনে নিন্ দে
 আচুগুৰু ইয়ামত হঁয়া।
ননা বুজি মই নাচি দাকিংনে লাহান্ দে
 কুচিৰি হঁয়াম্ ত হঁয়া॥
পিছলকৈ বামিমাছ ধৰিম কেনেকৰি
 বালি দি নধৰো মানে।