শঙ্কৰদেৱ/সপ্তম আধ্যা
[ ৯১ ] আধT { ৯ ১ 'লে । পৰম গম্ভীৰ নাটীসবের জলে ॥ চাক কৰ কিসলয়। 'মাৰকত কান্তি । ৰত্নৰ শলকা নয় মাজুলিৰ পাহি । টুই হাতে ধৰি তুই চৰণ-পদ্মক । চোচতে আছন্তে সুখে বৃদ্ধ অমুঠক ।। শৰীৰৰ কান্তি দূৰ কৰে অন্ধকাৰ । দেf ঋষিৰাজ ভৈলা মতি। চমৎকাৰ 1* মাধৱদেৱৰ বালকগোপালৰ বৰ্ণনাৰ পুৱাৰ গীত এই বর্ণলীৰ । ভাত ৰচিত ।-গোবিন্দ চিন্তুছ বালগোপালং - ৰতন তলপমহ । শয়নে ৰহতু হৰি পঙ্কজ-নয়ন বিশালং | কৰ-পঙ্কজ যু!ে ধৰি পদ পঙ্কজ বয়ন-পঙ্কজে নিবেশিতং । মুনিবৰে কৈছে ছোড়ি অমিয়। মধু পদ-পঙ্কজ ৰস পীতং । বালক কেলি অমিষাৰস-সাগৰ মাধৱে। হে পৰমাং ।” দ্বাদশ” পুথিখন বে শঙ্কৰদেৱে তেওঁৰ বুঢ়বয়সত কৰিছিল, (সহটে। তেওঁৰ দ্বাদশৰ এক অধ্যাৰ এটা ভণিতাৰপৰা বুজিব পাৰ । ।~নভৈল ভকতি নাছাৰিব মোক দয়া। আৰ৷ ৰোগে। পীড়ে কেতিক্ষণে পৰে কায়া ।” সম্ভৱত: তেওঁ দ্বিতীয় বাৰ তীৰ্থ প্ৰমণৰ পিছত দ্বাদশ ৰচনা কৰিছিল। সপ্তম অধ্য। শঙ্কৰদেৱে ৰুক্সিণী হৰণ” পুথি, আৰু ‘কল্মিণী হৰণ নাট” এই থৈনৈা ৰচনা কৰিছিল। নাটখন তেওঁৰ আন ‘মান নাটৰ দৰে । সংস্কৃত নাটৰ আfহঁত ৰচিত ; আৰু সাজিলৈকে তাৰ ভাৱনা সত্ৰ [ ৯২ ] ৯২ শঙ্কৰ সভাদিত হব লাগিছে । কৰ্ষিণ•ণ পুথিখনৰ বিষয়ে আমি । সম্প্রতি আষাৰচেৰেক কম। । এইখনৰ নিচিনা সুললিত সুশ্ৰাব্য আক পটি বা শুনি যাওঁতে মন মুহি যোৱা পুথি আৰু আসামত । দ্বিতীয় নাই। ই শঙ্কৰদেৰ । অমৃতময় লেখনীৰ অমৃতৰ ধাৰ । অপমীয়া লৰা বুট) মত। তিৰুতা এই পুথিৰ গুণত মুগুধ । অস- সীয়াৰ মূপে মুখে কহ্মিণী হৰণ পুথিৰ সুমধুৰ পদ।। মান কি, "তাসমীয়া নিৰক্ষৰ তিৰুতা মানুহৰ মুখতো ইয়াৰ মধুৰ পদৰ মধুৰ । সোৱাদ সততে লাগি আছি । অসমীয়া তিৰুতামামুহে কথা বাৰ্ত্তা কওঁতে ৰুক্সিণহৰণ পুথিৰ দুই চাৰি ফাকি পদ মাতি তাৰে তেওঁৰ কথাত তেল মাৰি" তাক সুগন্ধ কৰে । । শঙ্কৰদেৱে তেৰ পুথিৰ আদিতে কৈছে--"একে হুধিবশ কথা অমৃত সাক্ষাত। আৰু ভাগৱত কথা মিশ্র দিলে৷ তাত।। হয়ে কধ। পদবন্ধে কৰিচো মিলাই । যেন মধুমিশ্র রায়ে মতি স্বাদ পাঠ ॥" বাস্ত- বিকতে তেওঁৰ যন্ত সফল গৈছে। । তেওঁৰ পুথিখন সচাস’চি কৈয়ে মেী-সনা গ'গৗৰৰ নিচিনা অতি সোৱাদ যে হৈছে তাক । নিঃসন্দেহৰূপে কৰ্ণ পাৰি । মহাকবি । কালিদাসৰ গাতত পৰি । ৰ’ব’শৰ বৃত্তান্তৰ নিচিনা গঙাময় কথা যেনেকৈ অপম কাব্যময় ঢ়ৈছে অসমীয়া ভাষাত মহাকবি শৰ্মৰদেৱৰ হাতত পৰিও হবি । ব•শ মাক ভাগৱতৰ বৃত্তান্ত তেনেকৈ মত্পম কাব্যময় । হৈছে । কম্মিণীৰণ পুথি অসমীয়। সৰ্বসাধণৰ মন-মোহ হোৱাৰ প্ৰাপ্ত কাৰণ শঙ্কৰদেৱে অসমীয়াৰ ঘৱকথাৰে , ঘকর ভাবেৰে, ঘৰুৱা গাডেৰে সৰ্বসাধাৰণৰ মনোজ্ঞ কৰি পুথিখন ৰচনা কৰিছে। ভৗগক অসমীয়াৰ এজন আহি ৰজা । শদীপ্রভা অস। [ ৯৩ ] সপ্তম আধ্যা
- ০
Aীয়াৰ আাছি ৰাণী । তেওঁৰ কথা অসমীয়া ”কন্যাৰ মাকৰ কথ। । তেওঁক আক ছোৱালীৰ বাপেক ভীষ্মকক অসমীয়া বচিাকৈ চিনি পায় । কক্সৰ নিচিনা মই মত খাল, বাপেক-মাকৰ মত কথা কুটা এগছৰ নিচিনাকৈ উৰাহ fধ নিক্সৰ মত কথা সদায় “বাহল” কৰি চলা “বৰ পো' ‘বৰ বোপ} ' ও অসমৗযাও অনেক দেখিছে , মাক বলে নোৱাৰা ৈে৷৷ বৰ। ব'পালে ভয় কৰি 'অশান্তিৰ হাত সাৰিবলৈ • বৰ বোপাছ । ষি কৈছে, সেয়েই হওক । ভাৱে চলো ভালুকৰ নি'চনা বাপ ক ও ভৰ মান্ধ হা অসমীয়াত নেদেখি থক। নাত । অ' ৰ কালৰ অসমৗযা kৰ মাতুহৰ ঘৰত জীয়ৰা ছোৱালীক সকলৰো তু তালি। ৫ ব কৰি বিয়। দি উলিয়াই দিবৰ কাললৈকে আতোল- (তাঁত কৰি ম«ম কৰি থাক। স্মালিনীৰ নিচিনা ধাও অসমীয়াৰ ও চনাকি নহয় । দৈৱকীৰ নিচিাকৈ সাদৰ-কৰি কথা কৈ ‘স্বয়মা মেল পতা৷ বিঘনীও অসমৗষাৰ ভিতৰত ভূৰি ভূ'ব। উদ্ধ “ক্সিাৰ এক শিশুপালৰ লিৰ f•চন} গালি ও আৰু কফৰ উত্তৰ- উরৰিও অসমীয়া সমাজত আটকীয়া নহয়। । তত্যাদি অসমীয়া ধরা জীৱণ ব ফটুফটীয়া চিত্ৰৰে শঙ্কৰদেৱৰ কষ্মিণীহৰণ ভৰপূৰ। (দখি তাৰ পদ কথাবোৰে অসমীয়াৰ হাড়ে হাডে মগজুৰ । মগজুৱে সোমাইছে । মুঠতে শঙ্কৰদেৱৰ কস্মিণীহৰণ অসমীয়া ম'ত। মানুহৰ কাণৰ লং-কেক, হাতৰ গাম-খাৰু, আফুলৰ বাপৰ, পতোৱা আঙ্গঠি, আৰু তিৰুতামামুহৰ ডিঙিৰ কোট-মণি, গল-পত। আৰু সাতশৰী হাৰ। শঙ্কৰদেৱৰ যতবিলাক সুমধুৰ গঙ্গিত ৰসাল ৰচনা । সেইবোৰৰ ভিতৰত কম্মিণীহৰণ শ্ৰেষ্ঠ । আাছে । [ ৯৪ ] ১৪ শঙ্কৰদেৱ । বাস্তবিকপক্ষত কঋিণী হৰণ পুথি পঢ়িবলৈ ধৰিলে “মাছি ক্ষুধা তৃষ্ণা নবাধয় একে ছথে ॥ যতেক শুনোহো শুনিবাক যায় মতি । অমৃত-পীয়ন্তে যেন নগণ্ডে তৃ িতি॥" তত্ব । দুই চাৰি ফাকি পদেৰে শঙ্কৰদেৱে 'ভীমকৰ কেনে চৰিত্ৰ আঁকিছে চোৱা—“সেহি । নগৰত ভৈল ভীমক নৃপতি । পৰম ধাৰ্ম্মিক মতি জুতা মুৰপতি ॥ পকুল তিলক কামিনী মনোহৰ । পৃথিবীত সমান নাহিক ধৰ্ম্ম দ্ধৰ ৷ পুত্ৰৱতে কৰে ৰাজ প্ৰজা স পালন । আগত পাচত তা একেসে বচন ॥ চাটুৱাৰ চ’ টুত নেদ ও ৰাঙ্গা কাণ । স্ব্যর্থ নুহি তাৱহে মাগিলে পাই দান ।। ভুপ্ত স্তু পৃথিবী যেন ধ ব্যৱহাৰ । ‘অঙুচিতে পিম্পৰাৰে। নিfচহা মাৰ । যেন জলময় ৰাজ্য নাহি কোপ তাপ । দণ্ডবন্ধ নাকি প্রজাৰ যেন বাপ ॥ ছুইলে পাপ হৰে ৰাজা অতি গন্ধকার। - উচিতত পরে । কিছু । নাহিক অহ্যায় ৷ পাটমাদৈ শনা প্রভাট জীযেক ক'মুণীক বিয়া দিবৰ তল বুলি নাক কণত ৰজাই যদিও কুঞ্চলৈ জীয়েকক বিয়া দিয়াটো উচিৎ ভাবিছিল তথাপি মইমত ভাবে কোনো এটা থিৰ নকৰি জ্ঞাতি। সকলক জাক পাঁচো পুতেকক মতাই মানি পৰামৰ্শ কৰি তেওঁ কেন অস্থতি বিচাৰিলে,--“হেন শুনি নৃপতি অনাইলা জ্ঞাতি । লোক । কল্লি আদি কৰি পাঞ্চ তনয়ক আনি । সবাকে। সদৃদ্ধি ৰাজা বুলিলন্ত ৰাণী ॥ কম্মিণীৰ অবে উকলিল কন্যাকাল । জিজ্ঞাসি ও কৈত কোন বৰ মাছে ভাল ৷ গোটে গোটে চাইলে। পৃথিবীৰ ৰাঙ্গা মানে। জীয়াইৰ সদৃশ বৰ নাই একো থানে । দৈৱকী নন্দন এক মাধৱত পৰে । কষ্মিণীক বিবাহ কৰিব কোন [ ৯৫ ] সপ্তম অ্যাথ}} । ৯ @ নকে ৷ জ্ঞাতি পুত্ৰগণ মোক দিয়া। অমুমতি । কৃঞ্চত সম্বন্ধ কৰে । । ছাক সদগতি জগততে সাৰ প্র; পুৰুষ প্ৰধান। স িহাতে মাধৱক কৰোক্য দান ৷ ত্ৰিজগত পতি যেবে হোৱঙ জামাত । তাছোক মনুষ্য দেতাকে। । শঙ্কা নাই হং পৰলোকে হৰি চায়া লোকে গতি । হেন জানি বিবাহ ক ‘দয়ে| তাতুমতি ॥ মোৰ কথা শুনি “জ্ঞাতি লোকে বোলে প্ৰভু স কব৷ সুধি । আবু সাধু ৰাজ ধনু সম্পজিল বৃদ্ধি ৷৷ মাধৱত পৰে বিভ্ৰভ্ৰমতে .rতি তান । পুৰম উদ্ধাৰ হৌক কৰা কহ দান । ( ছাৱালীৰ মাক মাণৈ শশা প্রভায়ো উলাহেৰে মত দি কলে "নস্তৰে মহাদহ মাতিলা স্বামীক , যুধিব নালাগে বিহা দি ? সৃণ ক । কত ‘ভাগ্যে পাহৰে। ত* ম কৃষ্ণক জমাই । সুখদৈ " মাঙ্কিৰ মোৰ করুিণী জায়াই ।” এই কথা শুনি "মছা লয়াৰ দুষ্ট দারুণ দপিষ্ট,” “‘পিতৃৰ মাতৃৰ বোল মুগুনে দুৰ্ম্মতি' “স্বত স্তুতি কুটুম্ব সকলে তাৰ চেৰ, । tধৱৰ নামে সিটো জুতোনেদে খেৰ” কল্লিযে। ‘মহাকোপে। « 1 ফান্দি” মাত লগালে,“আমাৰ ভগিনী কোনে । দিযে। 'Tধৱব । বাঙ্গা নোহে সিটে উগ্ৰসেনৰ সেবক ॥ যাক বুলি । হাৰাজ বীৰ নিশুপাল। । অনেক পুৰুষে ৰাজ্য যুঞ্জে চিৰকাল ॥ একশত গুণে যাক কৃষ্ণ চুহি সম । .. হেন শিশুপালকেসে মই ‘দবে বিযা। বাহাৰ শকতি আছে মাধৱক দিব ! শিশুপাল ৰাজ৷ কস্মিণীৰ হৈবে স্বামী। নিশ্চয় কহিলোঁঅঙ্গীকাৰ কৰি আমি ৷” দাম্ভিক কম্মিৰ এনে কথা শুনি বাপেক ভীষ্মকে ভয়ত বৰকৈ একো টানি নকৈ অগপাছ চিনাই লাহে লাহে আষাৰচেৰেক [ ৯৬ ] শঙ্কৰদেৱ । কৈ পুতেকক বুজাবলৈ চেষ্টা কৰিলে,--“জানিয়া ভীমকে তনয়ৰ অভিপ্ৰাই । কম্মিৰ বচন বাধিবাক শক্য নাট ॥ আগ পাছ । চিন ৰাজা বুলিলা বিস্তৰ । মাধৱক তই বাপ বিৰোধ নকৰ ॥ চৰাচৰ গুৰু হৰ জগতৰ বাপ । তাহাক নিদিলা কেনে । চপাৱস পাপ ॥ কৃষ্ণক বিৰোধ কৰি না পাগবি কল্যান। যোহোৰ বাক্যক বেদ বাক্য হেন মান i যাক নাটিলেক কেলা কংস । বকাসুবে । মিছ। বাদ নকৰস যেন নাকে খুৰে । দিয়ো অনুমতি পুত্ৰ বংশৰ প্ৰধান fবধিৱতে মাধৱক কৰে। কৃষ্ঠাদান । কৃষ্ণ হেন স্বামী পা ওক তীযান্ট করিাণী। মঙ্গণ কাব্যত বাপু নপাত বিঘিনি ॥' বাপেকৰ বুজনত বক্সিৰ স্থত তিনি গুণ চৰিল (হ । তেওঁ বুঢ়াক যিকে প'ষ তাকে কৈ বাক্য প্রয়োগ কৰিবলৈ ধৰিলে —“হন শুনি ৰশ্মিৰ উঠিল বৰ .ক্রাধ । কুস্ক বয়সত তুমি এৱে।। অবোধ । জানতো নভৈল! তুমি পিতৃ নামে পাইলা । যাদৱ | গোটক বৰ জামাই খুজি পাতলা ॥ হেন ৰণ ভঙ্গুৱাক বখানাহ৷ । কিক। প্রণাস্তিকো কৃঞ্চ ক নেদিবো ক্সিণীক ৷ শিশুপাল। ৰাজাকে সে দিবো সাৰেসাৰ । একো কালে নলাৰিবে পূ অঙ্গীকাৰ ॥৭ শাস্ত বাপেক বুঢ়া ৰজাই কি কৰে, গতি বিষম দেখি কিছু পর্ব তল-মূৰকৈ থাকি নৈৰাশ হৈ ভয়ত পুতেকৰ কথাতে মত দি কলে—“পুত্ৰ বাক্য শুনিয়া ভীস্মক । মহাৰাই অধেগুথে আছি। লন্ত মাথা চপৰাট ॥ মনত বোলন্ত জানো আক পাৰে গালি। মাতন্ত নৃপতি কুমাৰক আশা পালি । হিয়াত অঃছিল মানে [ ৯৭ ] সপ্তম আধ্য
- ৭
কহিলোহো তোক। তযু যনে যেন সুৱাই তাকে কৰিয়োক । কম্মিণীৰ আাবে উকলয় কষ্ঠাকাল। বিহা দিবে লাগি অনায়োক পশুপাল ॥ বিহাৰ সম্ভাৰ মানে অনায়ো বহুত । নৃপতিগণকে লাগি পাঞ্চি দিয়ো দূত ॥ দেশে দেশে কফ্লিপৰ বিবাহ ঘোষোক। বঙ্গ সচিবাক সবে নৃপতি আসোক । কুণ্ডিলা নগৰ মোৰ হোক জাতি: +াব । পিন্ধহোক নৰ নাৰী বস্ত্ৰ আন্ধাৰ ॥ বাঙাণ ৰহিবাক । । সঞ্জয়ে বাসৰ { কৰিয়ো নিয়েজ কিব৷ বুলিবো বিস্তৰ ।” ৰজা ইমান ভদ্র, আক তেওঁৰ এনে সুৰ স্বভাৱ যে পুতেকে বৰণেৰে শিশুপাললৈ জাঁয়েকক দিব খুজিছে বুলিও যে তেওঁ বেজাৰ ব“, গপ পতি, বা খং কৰি শিশুপালক নিজে ভালকৈ আদৰ সব নকৰি পুতেকলৈ এৰি দিছিল এনে নহয় । । যেই শিশুপাল তেওৰ ৰাজলৈ অহা শুনিলে, তেওঁ নিজে পাত্ৰ মন্ত্ৰীৰে সৈতে লগলাগি আগবাঢ়ি গৈ fশশুপালক আদৰি আনিলে,--“তাক শুfিন লেক পাছে ভীষ্মক ভূপাল । বিহা কৰিবাক আইলা বাজ শিশু পল ॥। আপুনি গৈলন্ত পাত্ৰ মন্ত্ৰী সমন্বিতি । আগবাঢ়ি আনিলন্ত । তে 4 নৃপতি ৷৷ যাক যেন যোগ্যে । আনি দিলা। বাসা ঘৰ। । পঞ্চমৃতে ভোজন কৰাহুল নৃপবৰ ॥” কল্লি কুমাৰ কৃষ্ণৰ হাতত মৰিল বুলি উৰা মিছা বাতৰি শুনি। ভীষ্মকে পুতেকৰ শোকত বিহল হৈ কান্দিওশেহত পুতেকে নিজৰ কুকৰ্ম্মৰ ফল ভোগ কৰিলে বুলি ভাবি, পুতেকে অনাহকত প্ৰজাবোৰ মৰালে বুলি ভীষ্মকৰ শোক পুতেকৰ নিমিত্ত্বেতকৈ প্ৰজাবোৰৰ নিমিত্তে তে বেছি হৈছিল । ।–“হেন শুনি নৰনাখ, জানুত দিলন্ত মাথ, দশো দিশ দেথে অন্ধকাৰ । হা পুত্ৰ কি ৭ [ ৯৮ ] শঙ্কৰদেৱ । কৰিলি, অপুনিও মৰি গৈলি, প্রজাৰ চিণ্ডিলি মহামাৰ ॥ সর্থ কালে জুৰ চিত, হিতক দেবিলি তিত, মুওনিলি মোৰ হাক ডাক। ক্লঞ্চক বিৰোধ কৰি, সামৰাজে গৈলি মাৰি, একেখৰ কৰিলি আমাক।। কৃষ্ণক যুজিয়া বলে, পুজ গৈল ৰসাতলে, তাত খেদ নাহিকে আমাৰ । মৰাইলে পদাতিগণ, ত’তেসে দগধ মন, কি লৈধা চচ্চিবো ৰাজ্যভাৰ ৷ যুঙ্গত হাবি, অপমান পাই, যুদ্ধক্ষেত্রত মৰভাও জুৰি পৰি থক। পুতেকক 'ভীষ্মকে বুজাই মাতিছে-“উঠ উঠ বাপ তই ত্যজ ইটে'। মৰ্ম্ম । লাজ অপমান ক্ষত্ৰিয়ৰ কোন ধৰ্ম্ম ॥৷ হাৰিয়া জিনধ । কতো জিনিয়; হাৰয় । সৰ্ব্বকালে সংসাৰত কাৰো নাই জয় ৷ কোন কাৰ্য্যে বাপু , ও যুজস কৃষ্ণক । অকাৰ্ঘে। মৰাইলি আনি সমস্তে কটক । লঘু ভৈলি আপুনি মুনি মোৰ বুদ্ধি। স্বতন্তৰ। কগীয়াক কিকৰে ঔষধি । .. নৃপতি বোলন্ত পুত্ৰ চলিয়ে ' নগৰ । চেম গুনি অল্প কৰি মাতিল , কুমৰ ৷ .. ..শুনিয়োক পিতৃদেব বচন আমাৰ । পূর্কে যেন কৰি যাtছা সত্য অঙ্গীকাৰ । করুিণীক নেমেলাই নিজিনি কৃষ্ণক । কদাচিতে৷ মই নপশিকে। কুণ্ডিলক ॥া .. ইঠাৱতে ৰহে। আজ্ঞা দিয়া মোক । ” ৰজাই মান্তি হৈ তাতে পুতেকক থাকিবলৈ আজ্ঞা দি ভোজ- কট নামে নগৰ সজাই দিয়ালে।--'হেন শুনি নৃপতি বোলন্ত এহি হোক ॥া ..সিটো নগৰৰ নাম থৈলা ভোজকট । কৃষ্ণই দ্বাৰকাত কম্মিণীক বিয়া । কৰিবৰ সময়ত উগ্ৰসেনক কলে, যে যোৰ শহৰলৈ বাতৰি দিয়া ; যদি তেওঁ বিধিৱতে কন্থাগান কৰি কুটুম্বিতা কৰিব খোজে তেহে আহক।–“ফুণ্ডিলাক লাগি মোৰ [ ৯৯ ] সংম আধ] । seৰ ঠাই ৷ পত্তিত ব্ৰাহ্মণ চাহি দিয়ো ক পঠাই ॥ ফুটুৰিতা ক বিবাক বাহ। অাছে তান । বিধিমতে আসি কৰোক কন্যা। দান ॥” ৰজাই বাতৰি । পায়েই পুত্ৰ ভাৰ্য্যা সমন্বিতে দ্বাৰকাথৈ গৈ। এক ক3া সম্প্ৰদান কৰিলে। কবি আক শি হনএওঁলোক । জয়ো হে মাথোন লাজ ত বিয়ালৈ যোৱা নাছিল । ৰাণ শলপ্রভা ভীমকৰ উপযুক্ত ভাৰ্য্যা ।~'tশাপ্রভ নামে এত তান মহাদত । অতি । সতী অ-স্তস পুৰত সবমস্ত্ৰী ॥ নৃপ ৩ মনোময়ী মু'ভগা সুন্দৰী। বীপে গুণে অনিন্দিতা যেন বিষ্ঠা বন ॥ এই চাৰি কঁাকি পদেবেই শঙ্কৰদেৱে শশীপ্রভাৰ এনে নকী দিলে যে দ্বিতীয় শ্ৰেণীৰ কবিয়ে এপাতমান লেখি হে g'ক পাৰিলেহেতেন । শশীপ্রভ) দীৰ সৰ্ব্বশ্ৰেষ্ঠ আৱশ্যকীয গুণ সত, "মহেশপুৰত অৰ্থাৎ গৃহস্থৰ ঘৰত ঘৈণীৰ proper place
- থাৎ ঠিক নিজা ঠাইত তেওঁ সৰ্বময়ীস্বামীৰ মনোময়ী ভাৰ্য্য ,
সৗন'বে সুভগ', আক ৰূপে। গুণে তেওঁ অনিন্দিতা সুন্দৰী । সম্পূর্ণ সুৱাগীৰ ঘৰৰ-ঘৈণী হবলৈ আৰু কি লাগে ? লাগে পুত্ৰৱতী অব। শশীপ্ৰভা কল্পি, কন্নৰথ, কক্সবাহ, কৰ্মকেশা আক কন্য যালাঁ এই পাঁচোটা লৰাৰ মাক ; আৰু তেওঁলোক অপৰাথ পো, নহয় ; জগতৰ মধ্যত প্ৰখ্যাত প্ৰধম শ্ৰেণীৰ বীব । শশীপ্ৰতাৰ এনে গাহস্থ্য জীৱনৰ সোণত সুৱগ,—-এজনী মাথোন জীয়েক ; তেৱো পাচোট। লৰাৰ পিছত হোৱা মুমলী ছোৱালীককায়েক হতৰ মৰমৰ, আক। বাপেক মাকৰ প্ৰাণতো অধিক চেনেহৰ। “সবাবে কনিষ্ঠা তৈল নামত কঘিণী । পাঞ্চ ভাইৰ মাজে । অতি [ ১০০ ] ১ 0 শঙ্কৰদেৱ দয়াৰ ভগিনী পিতৃৰ মাতৃৰ শ্নেহ প্ৰাণতো অধিক।” তাৰ ওপৰত এই অতি মৰমৰ ছোৱালীটী৷ এনে কপৱৰ্তী ঘে "ত্ৰৈলোক্যতো ৰূপে সম নাহি কম্মিণীক ” কহ্মিণ বিবাহযোগ্যা হল । : বাপেকতকৈ মাকৰ হে সেইটো আগেয়ে চকুত পৰা স্বাভাবিক , কারণ বাপেক বাহিৰত বাজ কার্পাদিত দিনে ৰাতিয়ে বৰ ব্যস্ত থাংক, সেইদেখি মাকে হে সে কথালৈ স্বামীৰ মনোযোগ আকর্ষণ কৰাটো । স্বাভাবিক। এই । কথ) শব্দৰৰ বৰ্ণনাত কেনে সুনৰ হৈছে চোৱা,--“এক দিনা । এশীপ্ৰত ৰাজ মহাদই । ভীষ্মক স্বামীক হেম ললন্ত গই । (এইখিনিত ৰজাক বা আন শব্দ বাৱহাৰ নকৰি । “স্বামীক" শব্দ ব্যৱহাৰ কৰাটে', শম্বৰে উপযুক্ত ১’তত উপযুক্ত শব্দ ব্যবহাপ কৰাটোং এটা উদাহৰণ ) স্মিণ জীয়াই ক সবে gৈল কন্যা। কল বিচাৰিখে) বধ ৰাজা কৈত আছে ভাল । সাত পাঞ্চ নাছি মোৰ ভাৱ এক গুটি । কেন মতে শাপে প্র- নিশ্চিন্তে ঘুমটি । কম্মিণা সদৃশ বৰ টাতিও সকাল ! প গুণ চাচি যেন দশে বোলে ভাল ॥ ভাল চাতি দিলে দৈবে যেটি লাগে হোক অসমীয়া সজ গৃহ স্থৰ ঘৰৰ ছোৱালীৰ মাকৰ কেনে স্বাভাবিক চিত্র এই শলাপ্রভাক কোনোব। অধষীয়া জিমুৰী বোৱাৰীয়ে নিজৰে নিচিনা বুলি শ্ৰদ্ধা ভক্তি নকৰি পাৰে নে ? ৰজাই যেতিয়া ভাহি সকল আক পুতেকহঁতেৰে সৈতে কমিণীৰ বিয়াৰ বিষয়ে পৰামৰ্শ কৰিছিল, ঘৈণীয়েকে সেই মেলত থকাটে। স্বাভাবিক ; সেই দেখি আছিলও। কৃষ্ণক জোৱাই কৰা ৰজাৰ প্ৰস্তাৱত খেতিয়।। জ্ঞাতিসকলে আনন্দেৰে সৈতে হয়° দিলে, তেতিয়া শশীপ্রভাষ্ঠ [ ১০১ ] সপ্তম আধ্যnt ১৩১ মাত লগাই তেওঁৰ মন-খোৱ সেহ কথাৰ Kড়ান্ত নিষ্পত্তি কৰাটো। কেনে স্বাভাবিক ! —“অনন্তৰে মহাদত মাতিলা স্বামীক । সুধিব। নালাগে বিহা দিও ৰুণিীক । কত ভাগ্যে পাইবে আমি কৃষ্ণক জামাই। মুগতে । থাকিব মোৰ করূিণ জীয়াই ॥ ” বিয়া থিৰ কৰোতে সকলো বাপেকৰ চিন্তা-- গাঁঠে । জোখ ইব বুল শীল। ভtল হয , মাকৰ চিন্তা চোৱালীৰ্থ না এনে জোরটত পৰিব লাগে যাতে তাত সুখে থাকে । এই মেলত বহি মেন ৰ ঘাষ্ঠ ভাগ শণাপ্ৰতাত লৈছে , মেলত “ৰাই”s তে’েত লৰালৰিকৈ দছ , অথ৮ তেওঁ কেনে ধীৰ গম্ভীৰ আৰু নিজৰ প্ৰকৃত ঠাত বুজি ‘মজক চলা ঐতা চোৱাচোন,-তেওঁ নিজৰ স্বামীক সম্বোধন কহে তে ওন *ৰাতটো” দিছে, জ্ঞ'তিসকলক বা পুতেকসকলক দম্বাধন কৰি নহয় । অহিঁ ঘৰৰ শ্ৰেণীৰ । মুকীঘা মই নাই, তেওঁ স্বামাণ মুপেদি হে কথা কয় । যোৰ পিছত যেতিয়া তেওঁৰ বৰ পুতেক কস্মিয়ে বাপেকৰ কথ। । একে ফুতে উৰাই দিলে, তেতিক্সা। "পেক ভীমকে হে পুতেকক অলপ বুজনি দিবধৈ চেষ্টা কৰিছিল, “ক স্ব মাক শশীপ্রভাত একোকে নামাতি মনে মনে ৰল , কাৰণ । তেওঁ perfect lady নিজৰ position স্থান আৰু সন্মান কেনেকৈ ৰাখিব পাশে বীিয়াকৈ জানে । কাল্প যুজন্ত কৃষ্ণৰ হাতত মৰিল বুলি যেতিয়া কুণ্ডিলত বাতৰি ওলাল, ভীষ্মকে পুশোকত মনত নথৈ কষ্ট পাই বিলাপ কৰিছিল, সেত বিলাপত তেওঁৰ ব্যায় অ্যায় ধর্ম অধৰ্ম্মৰ পৰিণামৰ বিবেচনা ৷ আছিল , সেইদেখি কম্মিন্ধুে যে নিজৰ কুকৰ্ম্মৰ ফলভোগ কৰিলে সেইটো তেওঁৰ মনত উদয় হৈছিল । , তেওঁ পুত্ৰশোকত পৰি ও [ ১০২ ] ১ + ২ শঙ্কৰদেৱ । কৃষ্ণৰ বিৰুদ্ধে একেষাৰো বাক্য প্রয়োগ কৰা নাছিল। কিন্তু শদপ্রভা তিৰুতা মাস্তুহ ; মাকৰ আন সকলো এফলঅপত্য- স্নেই এফাল ; অপত্যস্নেহৰ আগত জোৱাইও উৰে ৷ পুতেক চোৰ হওক, ডকাইত হ ওক, পাপী হওক, মুর্থ হওক, তথপি তাৰ মৃত্যুতে মাক অধৈৰ্ঘ্য ; সেইদেথি শশীপ্ৰভাই পুতেকৰ । মৃত্যুৰ কাৰণ জোৱায়েককে শুনষ্ট নেৰি বেজাৰত টান মাত্ত দিলে “পুত্ৰ শোকে দহে গাৱ, হিয়ে হানে । মুঠি ঘাৱ, হ৷ গাবিয়াসৰ পুতাই । কৃষ্ণঃ ঘমাষ্ট যমদূত, হুয়া তোক নিলে পুতমোক শোক সাগৰে পেলাই ॥ মা কৰ চকুত জীয়েকৰ গাতো দোষ নাই, পৰৰ লৰা ােৱায়েকৰ গাত হে সমৃলি দয়।-“তোহোক । কাটৰে চাই, থাকি বা কষ্মিণী আই, প্ৰাণক ধৰিব কোন সতে ভ্ৰাতৃ শোক পায়া ঘোৰ, সি কি জীয়াই জীয়ে মোৰ, জানিলেtগ্রো মলি লগতে । পুত্র জীক হকৱাত, থাকিবো কাহাক চাই, জাওঁ কিন্তু কুলক্ষণী নাৰা ।। এহি বুলি পাটেশ্বৰী ক।ন্দে আৰ্ত্তনাদ কৰি, পৃথিবীত লোটালুটি পাৰি ৷” ওপৰৰ কথাৰ লগতে তেওঁ বেজাৰত কোৱা কথা কেইষাৰ কেনে স্বাভাবিক ঢ়োৱY. জ্ঞাতিগণে দিলে হাক, তোক দল। কৰিবাক, ওনিলি কিনো স্বতন্তৰ । ওলাই গৈলি নাচি বাগি, পুত্র ইজন্মক লাগি, উলটিল্প নপশিলি ঘৰ ॥ পাঞ্চো পুত্ৰে ভৈলোঁ স্নথী, আছিলে। মুবৰ্ণ । কুক্ষি, সিও নাম খণ্ডাৰ্চলি কুমাৰ। কিশে) ভৈল হৃদি শোক, ‘বধাত৷ দণ্ডিলে । মোক, যমপুৰে আমাক সুমৰ । ৰাজাৰ কুমাৰী গুণে, তোক গেৱে সৰ্ব্বক্ষণে, শীতল শয্যাত থাক শুই । ভাঙ্গি বাপু প্রপাশ এৰি, কোন খানে আছ পৰি, কাক শৃগালৰ ভন স্থাই ।” [ ১০৩ ] ৰাণীৰ শোক দেখি তেওঁৰ দাসী আৰু অন্তেসপুৰৰ আন আন নাৰীসকলে তেওঁক বুজালে যে “ৰুক্মি সঁচাকৈয়ে মৰিলে নে নাই এই বাতৰিটোকে আগেয়ে ভালকৈ জানি লোৱা; আমি শুনিছোঁ, ৰুক্মি মৰা নাই। এষ্ট। বুজনি শুনি শশীপ্ৰভাই অলপ উশাহ পাই তেওঁলোকক উত্তৰ দিলে “তোমাসাৰ বাকা সিদ্ধি হোক। মোৰ দুই পুত্ৰ জীয়, হৌক আজি চিৰঞ্জীৱ, আমাৰ খণ্ডোক হৃদিতাপ॥” এই বুলি তেওঁ অলপ আশ্বস্ত হৈ যুদ্ধক্ষেত্ৰলৈ লৰি গল। যুদ্ধক্ষেত্ৰত যেতিয়া মৰভেশ যুৰি থকা পুতেকক মাকে দেখিলে তেতিয়া পুতেক মৰা নাই বুলি তেওঁ সাৰথিৰ পৰা শুনি পুতেকক বুজনি দি মাতিলে- “উঠ উঠ বাপু তই লাজ পৰিহৰি। তোহোৰ সন্তাপে ক্ষণেকতে যাওঁ মৰি॥ নথণ্ডয় মোৰ হৃদয়ৰ গুলগুলি। এভো মোক ‘কসক নামাত মুণ্ড তুলি॥ কতনো বুজাইলোঁ নুশুনিলি হাক ডাক। তোহোৰ আগত নপাইলোঁহো মৰিবাক॥ জমায়েৰে তোহোৰ যুজিবে কিয় লাগে। এৰাইলি প্ৰমাদ আজি কত পুণ্যভাগে।
জীয়েকৰ বিয়ালৈ দ্বাৰকালৈ গৈ শশীপ্ৰভাই দৈবকীৰে সৈতে কেনে বিনয়ী-মেল অ্যাক আত্মীযতা পাতিলে চোৱাঁ “অন্তেসপুৰত শশীপ্ৰভা পয়োসাৰ॥ বিহানীক দেখিয়া দৈৱকী গাৱ চালি। অনেক সাদৰে ধৰিলন্ত আঙ্কোৱালি॥৷ মহালৈও দৈবকীক সাবটিলা ৰঙ্গে। হুয়োজনে আসনে বসিয়া একসঙ্গে॥ মাৱক দেথিয় কষ্মিণীৰ ৰঙ্গ চিত্ত। উৰুক মুৰুক কৰি গৈলা সন্নিহিত॥ শাশুক প্ৰণামি পাছে নমিলা মাতৃক। মহাদৈও গলে বান্ধি ধৰি ৰুক্মিণীক॥ মোহোৰ কেশৰ আয়ু লৈয়া তুমি জীয়াঁ। দেখিবাৰ [ ১০৪ ] পৰাসে জুৰাইল মোৰ হিয়া॥ হেন জানো আউৰ নেদেখিবো তোক আই। নয়নৰ হন্তে নীৰ ধাৰে বহি যায়॥ ৰূক্মিণীও ভৈলা পাছে সজল নয়ন। দৈবকী বোলন্ত দুইকো প্ৰবোধ বচন॥ বস্ত্ৰৰ অঞ্চলে জুইৰো মলছিলা মুখ। কি কাৰণে বিহানী কৰিছা মন দুখ॥ তোমাৰেসে জী জমাহ তোমাৰেসে ঘৰ। তুমি সে আপোন হৈবোঁ আমি হৈবো পৰ॥ জামাই পাইলা কৃষ্ণক কতেক পুণ্য ভাগে। আনন্দ উৎসব মাতি কৰিবাক। লাগে॥”
ৰুম্মিণীৰ বিয়াৰ পিছত কুণ্ডিনলৈ আহিৰৰ সময়ত শশীপ্ৰভাই বিয়নীয়েকৰ হাতত ধৰি বিদায় লৈছে — ‘দৈবকৗক হাত ধৰিয়া বোলন্ত শশীপ্ৰভা মহাদই॥ পাঞ্চপুত্ৰ মাজে জীয় এক খানি, সম্যকে মোহোৰ জীৱ। কাবৌ কৰো হেৰা, পালিবা গোসানী , তোমাৰেসে ভৈল জীয়॥ সুৱাগতে মোৰ, বাঢ়িল ৰুম্মিণী, ধৰে কৰে নিতে ৰোষ। চাকি ৰাখি তুমি আপুনি চাহিয়া মৰষিবা দশ দোষ॥ তোমাৰ হাতত। সম্পিলোঁ জায়ক , কৰিলোঁ হেৰ৷ মেলানি॥” ওপৰত দিয়া পদবোৰ পঢ়াৰ পিছতো কব লাগিব নে যে শঙ্কৰদেৱৰ ৰুক্মিণী হৰণ কিয় অসমীয়াৰ আদৰৰ ধন হৈছে?
বেদনিধি বামুণৰ মুখে কৃষ্ণই ৰুক্মিণীৰ কথা শুনি লৰালৰিকৈ ৰথত উঠি কুণ্ডিনলৈ গুচি আহিল; ঘৰত তেও যাক ককায়েক আদি কাকো সেই কথা ভাঙি নকলে; কাৰণ তেওঁ তেতিয়াও প্ৰথম বয়সীমা লাজকুৰীয়া ডেকা। তেওঁ বেদনিধিক বিশ্বাসে কৈছে, ৰুম্মিণীৰ ৰূপ গুণৰ কথা যি দিনা তেওঁৰ কাণত পৰিল “সেই কাল [ ১০৫ ] সপ্তম আধ্য { ১ ৫ হত্তে মোৰ চিত্ত নোহে থিৰ ॥ নাহি সুখ শাৰি মোৰ সুৰুচয়৷ ভাত । উগুল থুগুল নিদ্ৰা নাসয় শয্যাত ॥ ৰশ্মিণীৰ যত হওঁ কহিলা বিপুল। তাতো দশগুণে আতি আমিসে মকুল ।” কিন্তু মোৰ মনৰ কথা কাক কয় ? কাক মোৰ প্ৰেম-বেদনা অনাম ? a তুমি বেদনিধি । "প্ৰাণ সম মিত্র মোৰ। কঠিবাৰ ঠাট ।” এইবানে তোমাকে মনৰ কথা ভাঙি কৈছে'। এতোকে বল '। "স্বাটে যাওঁ তৈত। জানো মিলে মাথা স্তৰ কাপ। কুণ্ডিনলৈ অকলৈ গুচি খোর শুনি অনে। বিশেষ । একোকে নাভাবিলে , কিম্বু মাক দৈৱকীয়ে সেই কথা শুনি ভাবিবলৈ ধৰিলে । মাকৰ পেট অলপতে পুতেকৰ নিমিরে পাৰে , সেইদেখি তে ওঁব। মহ। চিন্তা হল । ;–“ একেশ্বৰে । লৰি ষো ব গৈলন্ত শোবন্দি । । শুনি দৈৱকীৰ নয়নত। নাসে নন্দ৷৷ পুত্ব বলভ গদ । সাত্যকিক আনি। সৰাকো সম্বোধি হেন বুলিলন্ত বাণী । এ কলেৰে কুণ্ডিনক গৈল গোবিন্দাই । লগত নলৈল পুত্র কাiাকে সহায় । শুনৈ আছে। ৰাজাগণে । আছে গোষ্ঠা কৰি । বিস্তৰক একেশ্বৰে কি কৰিব হৰি ॥ সকলে শঙ্কৰ মেল মিত্ৰ কেহে৷ নাই। জানিলেী ক্যৰ । লোভে লৈ গোবিনন্দাই ॥ ৰাজাগণ সমে তান সদায় বিবাদ । কিবা কূটনাট কৰি মিলাৱে প্রযাদ।। শুনিযো সাতাকি গদ। শুনিয়ো বলাই . ভযেৰৰ ল’ ; ঝাণ্টে পৈযোক বপাই ॥ একেশ্বৰে মাত্ৰ পুত্ৰ গৈলেক বজাই । কেতিক্ষণে কিবা নৈা। ডৰে ধাতু যায় ৷ গোবিদে সহিতে সবে ঝাণ্টে হোৱা ভে ’ট। নসহে পৰাণ মোৰ পোৰে আাতি পেট ॥” সততে পুতেকৰ [ ১০৬ ] নিমিত্তে মাকৰ কেনে চিন্তা কোনে ভাবনা তাৰ জলন্ত উদাহৰণ ইয়াতকৈ আক কিবা আছে নে? কেনে স্বাভাবিক বৰ্ণনা। মাকৰ সহজ জ্ঞানে (instinct এ ) তেওঁক কৈ দিলে, তেওঁ জানিলে —“জানিলোঁ কন্যাৰ লোভে গৈল গোবিন্দাই।” সেই জ্ঞানে তেওঁক আৰু কৈ দিলে যে সদা কৃষ্ণৰে সৈতে ৰজাবিলাকৰ বিবাদ, সে দেখি তেওঁলোকেৰে সৈতে কৃষ্ণৰে যুজ হাই লাগিবৰ সম্ভৱ; কিন্তু কৃষ্ণৰ বিক্ৰম যদিও তেওঁ জানে তথাপি কৃষ্ণ অকলসৰীয়া, আৰু ৰজা অনেক; সেই বাবে সৈন্য সামন্ত লৈ বলভদ্ৰ গণ সাত্যকি আদি যদুবীৰ সকল কৃষ্ণৰ সাহাযাৰ নিমিত্তে যোৱা উচিত। কোৱা বাহুল্য যে মাকৰ মনত যি ওলাইছিল, ঘটনা তেনেকুৱাই ঘাটছিল, আৰু যদুবীৰসকলক পঠিয়াই তেওঁ বৰ ভালকে কৰিছিল।
বিয়নীয়েক শশীপ্ৰভাৰে সৈতে দৈৱকীৰ কেনে স্বভাৱতে সুন্দৰ আদৰৰ কথাবাৰ্ত্তা হৈছিল, ওপৰত আমি তাক দেখুৱাই আহিছোঁ।
ৰুক্মিণীৰ ধাই সুমালিনী কেনে আমাৰ চিনাকী ধাই তাইৰ এই চাৰি আষাৰ কথা শুনিলেই সেইটো সামি বুজিব পাৰোঁ। ৰিয়াৰ পিচত শশীপ্ৰভা বিয়নীয়েকে দৈবকী বিয়নীয়েকৰপৰা যেনেকৈ বিদায় লব লাগে লগে, ধাই সুমালিনীয়েও সময় বুজি তেনে নকৰি থাকিব নে? সকলোৰে ঘৰত সকলো জীয়ৰী ছোৱালীক ধায়ে তেনে সময়ত তেনে কৰে, শঙ্কৰদেৱৰ চিত্ৰপটৰ সুমালিনীয়েই বা নকৰিব কিয়। কিন্ত শশীপ্ৰভাই বিয়নীয়েকৰ গাত ধৰি মাত লগাই জীয়েকক বিয়নীয়েকৰ হাতত হে সঁপি দিছিল, মোৰ জোৱাঁয়েক [ ১০৭ ] কৃষ্ণৰ হাতত নহয়, কাৰণ শাহু হৈ তেনে কৰাটো অলপ সঙ্কোচৰ কাম আৰু হিন্দুৰ ঘৰত বোৱাৰীৰ গৰাকী শাহ হে; কিন্তু সুমালিনীয়ে সেই সঙ্কোচ কৰিবৰ সকাম নাই; সেই দেখি সুমালিনীয়ে জোৱাঁই কৃষ্ণকে সম্বোধন কৰি তেওঁৰ গাতত ৰুক্মিণীক সমৰ্পি দিলে—"পাছে সুমালিনী ধাই মাধৱক বোলয় কৰি কাতৰ॥ কত পুণ্যে পাইলে, তোমাকে সুস্বামী, ইহ পৰলোকে গতি। দিনে দশ দোষ ক্ষমিবা আপুনি, ৰুক্মিণী যে শিশুমতি॥ কোলায়ে বোকায়ে তুলিলোঁহো দুখে, সুখ দিয়াঁ মোৰ আই চৰণত ধৰোঁ কাতৰ কৰোঁ, পালিবা তুমি গোসাঁই॥ মাধৱে এই কথা শুনি সন্তোষ পাই, আৰু সুমালিনীৰো পেটৰ ঘাই কথা বুজি যি কৰা উচিত তাকে কৰিলে, অৰ্থাৎ তাইক বঁটা দি সন্তুষ্ট কৰিলে, —“মাধৱে বোলন্ত, শুনা সুমালিনী, বুলিবে মোক নালাগে। প্ৰাণতো অধিক, দেখোঁ ৰুক্মিণীক, ভাৰ্য্যা পাইলোঁ কত ভাগে॥ এহি বুলি হৰি ধাইৰ মন পূৰি, দিল বস্ত্ৰ অলঙ্কাৰ।” এইবোৰ বৰ্ণনা কেনে স্বাভাবিক!
ৰুক্মিণীৰ বিশ্বাসৰ পাত্ৰ আৰু মনৰ কথা জনা সুমালিনীয়ে শুনিলে যে ককায়েক ৰুক্মিয়ে শিশুপালক মতাই আনিছে, ৰুক্মিণীক বিয়া দিবলৈ বুলি। বাতৰিটো শুনিয়েই তাই লৰি আহি সেই খবৰ ৰুক্মিণীক দিলে —“হৰস-ফৰস কৰি কথা কহে তাই। আথান্তৰ কথা আবে নতু শুন আই॥ মাধৱ স্বামীক লাগি তই আশা এৰ। কৃষ্ণত নেদেয় বিহা ৰুক্মি যে ভায়েৰ॥ শিশুপাল নৃপতিক আনি আছে বৰ। স্বৰূপে কহিলোঁ আবে যেহি লাগে কৰ॥” এই নিৰ্ঘাত বচন শুনি ৰুক্মিণী “থিয়ৈয়ে শুইল কিছু নাহি বোল মাত॥ নাহি শ্ৰুতি জ্ঞান যেন ধাতু গৈল উৰি। অচেতন হুয়া [ ১০৮ ] পৃথিবীতে ৰৈল পৰি॥” অতি আনন্দৰ উল্লাস থাকোঁতে এনে ব্ৰজাঘাতৰ নিচিনা নিৰানন্দৰ বাতৰি শুনিলে মানুহৰ যেনে হয়, ৰুক্মিণীৰ ঠিক তেনেই হৈছিল। সুমালিনীয়ে কিন্তু ইমান দূৰ হব বুলি ভবা নাছিল , এতিয়৷ গতি বিষম দেখি “আকোঁৱালি তুলি লৈলা সুমালিনী ধাই। কি কাৰণে বিকল হৱস তই আই॥ হৰি হৰি আই তোক ছলিলেক বিধি। তোৰ মন বাঞ্ছিত নভৈল কিছু সিদ্ধি॥ ”
এনেবোৰ স্বাভাবিক বৰ্ণনা যে অসমীয়া মতা তিৰুতাৰ মনৰ আঁহে আঁহে সোমাব তাত আশ্চয্য কি?
গ্ৰন্থৰ নায়িকা ৰুক্মিণী কন্যা যেনে ৰূপৱ৩ী তেনে বুদ্ধিমতীও। ইয়াৰ প্ৰমাণ, ৰুক্মিণীধে বেদনিধিক মতাই অনাই বুধি-ভাগ দি কৈ-মেলি যেনেকৈ কৃষ্ণৰ ওচৰলৈ পঠিযাইছিল, সেই কথা পঢ়িলেই পোৱা যায়। হঠাৎ বিপদৰ কথা শুনি আন ছে ৱালীৰ দৰে তেওঁ অকল মুচ্ কচ গৈ আক কান্দি ব্যাকুল হৈযেই আশা নাৱৰ গুৰি-বঠা এৰি নিদিলে বা মাকৰ ওচৰলৈ গৈ কান্দি মাককো শোকাকুল কৰাটোকেই শ্ৰেষঃ বুলি সা ভাবিলে। তেওঁ “বিপদি ধৈৰ্য্যং" ধৰি বুধি উলিয়াহ, —-তেওঁক সৰুৰেপৰা তোলা, লেখা পঢ়া পূজাসেৱ৷ শিকোৱা বিশ্বাসী বেদনিধি বাপুক মতাই অনাই মনৰ দুখৰ কথা কৈ, ক্লঞ্চক মাতি আনিবলৈ দ্বাৰকালৈ পঠিয়াই দিলে। বুঢ়া বয়সিয়া পণ্ডিত বাপুক মাথোন কন্যাকাল উকলি যোৱা ছোৱালী এজনীয়ে কেনেকৈ শিকাট-পঢ়াই কৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল দেখিলে সেই ছোৱালীক বাহাদুৰি দিব লাগে। “ৰুক্মিণী বোলন্ত তুমি মোক আছাঁ তুলি। পিতৃত মাতৃত কৰি [ ১০৯ ] সপ্তম আধ্যা ১ - ৯ তোমাতেসে লুলি । সর্বকালে হিতকাৰী তুমি গুক বাপ । । গওয়োক মোৰ আবে ঘোৰ হৃদি তাপ। ॥” এই কেইষাৰ কথাৰে তেওঁ বামুণৰ মনটো কোমলাই লৈ কলে। –‘দ্বাৰকাক যায়ো তুমি। মাধৱৰ পাস॥ অসে মোৰ নমস্কাৰ কহিব। আশেষ । পাছেসে । কহিবা মোৰ বচন সন্দেশ । কৃষ্ণৰ চৰণে মোৰ, হেন কথা কছি বাহ ... । তোমাৰ চৰিত্ৰ গুণ. দেশায়ৰ মুখে শুনি, স্বামী ভাৱে। বৰিলে। তোমাক । ইঠাৱৰেপৰা হেঁৰাসহস্র প্রণাম কৰে, জাডু f•ৰে চ' বায় ! ম:থ । সপোনে সচেতে মই, তোমাকসে চিন্তি গাৰো, তুমি মোৰ হৈবা প্ৰাণনাথ কায় বাক্য মনে মই তোমা৷- বেসে ভাৰ্য্যা হৈবে, মোহোক নোনাক শিশুপালে । প্ৰমত্ত সিংহৰ আগে, বঁটা থৈয়ঃ | আছে ঘেন, নহ:ৰাক অধম শৃগালে । ৷ জৰাসন্ধ । সাদি কৰি, যতেক নৃপতি আছে, তোমাৰ আগত যেন তৃণ । প্রচ ও বাঘৰ আপেযে০ গাৱ ঘেলাৱয, অতিক্ষুদ্ৰ মৃগ যে হৰিণ । ... কেন আ৷ বাট চাই, দি•ে এক যুগ যায়, মোক কিয় নেলা । অাসি ঝাণ্টে ॥। কতব) জন্মৰ ভাগে, পুণা বলে পাইবে লা, তুমি হেন স্বামী সেবিবাক ॥ সুন্দৰ তৰুণ তযু, ত্রৈলোক্য মোহন মুপ্তি, প্রথম বয়স অভিমত । তযু ৰূপ গুণে তুলি, নবৰিব স্বামী। বুলি, কোন তিৰী আছে সংসাৰত ॥” ইয়াৰ পিছত কম্মিণীয়ে কৃষ্ণলৈ বুধি শিকাই দি পঠিয়াইছে, বন্ধু বান্ধৱ জ্ঞাতি কুটুম্বক নবধি, ৰক্তপাত নকৰি, সুকলমে স্থত কৰে। কেনেকৈ কৃষ্ণই তেওঁক লৈ যাব পাবিব ।- হেনবা বুলিবা কঙ্কা অম্বেলপুৰত থাকা, কেন মতে লাগ পাইবো যাই। বন্ধু বান্ধৱক মোৰ বধিবাক নলাগয়া, শুনা কহো তাহাৰ উপায় ॥ বিবাহৰ পূৰ্ব্ব । [ ১১০ ] ১১ • শঙ্কৰদেৱ । দিনা, অসেপুৰৰ হাস্ত, যাইবো ভৱানীক পূজিবাক। তোমাৰেসে বা স্থ। যদি, আাছে মোক প্ৰভুদেৱ, সেহি বেলা হাৰিব আমাক মোক যেবে হেলা কৰি, নেনা আসি প্ৰভু হৰি, থাকিবোহো এহি মতে পৰি । প্ৰাণাহিকো একো কালে, শিশুপাল নৃপতিৰ ছায়াতে, নিদি ওঁ মই ভৰি ॥ তবু চৰণক যেবে, নেদেখোহো প্ৰভুদেৱ, দিলোঁ পৰিছেদ এহিমানে । নিৰাeাৰ ব্ৰত ধৰি, তোমাতেসে স্ত্ৰীবধ, দিয়া তেবে মৰিবে । পৰাণে।” এনেবোৰ মন উত্তলোৱা কথ1 কৈও, সুকলমে কাৰ্য্য সিদ্ধিৰ নিমিত্তে এনে বুধি-ভাগ দিওকস্মিণীযে বেদনিধিক কৈছে – “যতেক বুলিলে। মগু, তাতে শতগুণ কৰি, আপুনি কহিল| তুমি কথা মাধৱক মাতি বুগি যেনে তেনে আনিবাহা, যেবে তযু যোত আছে বেথ। ॥ হেৰা দেখা শিশুপাল, নৃপতি পাপীঃ ইটে, তা সি ৰহিয়াছে মোক চুম্পি । বিস্তৰ বিলৰ ভৈলে, আসিয়া ন° ইিব৷ মোক, মৰিবে। তোমাতে প্রাণ । । সম্পি ॥* এই ছোৱালীটি “তাৰিফ কৰিব পর্গীয়। ছোৱালী নহয় নে ? বেদনিধি বাপুও প্ৰবোধ দিব নজনা বাপু নহয় । “ই কাৰ্য্যক লাগি। আই, চি৷ ভূগ পৰিহৰ, চকুৰ মলছ তই পানী । অাছত্ত্বেক কৃষ্ণদেৱ, আকাশৰ চন্দ্ৰমাক, । হাততে দিবাক পাৰো আনি। মোহোত কহিলি যেবে, সাধিবো সকলে কাৰ্য্য, স্থিৰ কৰি থাক দৃঢ় চিতে । । বচন শিলৰ বেথা, মোৰ মুনিবাই দেথা, আনিৰে৷ ককক তিলেকতে ॥ কাশ্মণীয়ে এই প্রবোধ গুনি সাশ্বস্ত হৈ আকৌ ব্ৰাহ্মণক সাৱধান। কৰি দিছে, কাৰণ তেওঁ জানে যে গোপনকৈ কার্ধ্য কৰিলেহে । [ ১১১ ] নিৰ্ব্বিঘিনিয়ে সিদ্ধি হব।—“আনে যেনে নজানয়, গোপা কৰি যাইবা গুৰু কথা যেন নোহয় প্ৰচাৰ।” বামুণে উত্তৰ দিলে “মোক শিকাইবাক নলাগয় ই কাৰ্য্যে, আপুনি মই ডাঠ।” দ্বাৰকালৈ গৈ কৃষ্ণক সাঁচাকৈয়ে তেওঁ ৰুক্মিণীয়ে কোৱা মতে সকলোঁ কথা কলে, আৰু ৰুক্মিণীয়ে কোৱা মতেই ‘কহিলন্ত বেদনিধি তাতো দশ গুণ।”
ৰুক্মিণী ইমান বুদ্ধিমতী ছোৱালী, কিন্তু তথাপি বহুৎ দিনৰ। পিছত দ্বাৰকাত এদিন কৃষ্ণই তেওঁক ঠাট্টা কৰি ধেমালিতে একাষাৰ কথা কৈছিল, তাতে তেওঁ ভয়। আক বেজাৰত প্ৰাণৰো আশা পৰিত্যাগ কৰিছিল, —“ৰুক্মিণীক কৰিলন্ত প্ৰেমে পৰিহাস। উচুতে ভৈলন্ত দেৱী প্ৰাণতো নৈৰাশ॥” বুদ্ধিৰ প্ৰখৰতা থাকিলেও যে অনেকে সামান্যে ঠাট্টা ধেমালি বুজিব নোৱাৰে এয়েই তাৰ প্ৰমাণ।
ৰুক্মিণী পাচো ভাইৰ অতি মৰমৰ ভনীয়েক, তথাপি ৰুক্মিয়ে কৃষ্ণৰে সৈতে তেওঁক বিয়া নিদি তেওঁৰ ঘৃণাৰ পাত্ৰ শিশুপালেৰে সৈতে বিয়া দিব থোজাত তেওঁৰ খং উঠি মনে মনে ককায়েকৰ আৰু শিশুপালৰ প্ৰতি unparliamentary ভাষা প্ৰয়োগ কৰা অৰ্থৎ গালি পৰাটোও স্বাভাবিক নহয় নে? —“ভাই নোহে সিটো পাপী পৰম চণ্ডাল। উপজি নমৰি কিয় আছে এত কাল॥ কোন সতে বঞ্চ মোৰ কৃষ্ণ হেন স্বামী। কিনো নিদাৰুণ তই ভৈলি অধোগামী॥......হেন মনোৰথ মোৰ কৰিলি বিফল। জ্যেষ্ঠ ভাই নোহ সাতশত্ৰুতো আগল! মোহোৰ কৰ্ম্মেসে উপজিলি ধূমকেতু। . ...তথাপি কৃষ্ণক চিন্তি এৰিবোঁহো প্ৰাণ। কদাচিতো মই স্বামী নবৰিবোঁ আন॥ মোক বিয়া কৰিবাক আইল [ ১১২ ] শিশুপাল। মোৰ মনে তেবেতো জীৱন ভৈল ভাল॥ তাহৰেসে মুখে মোক বিহাইবাক পাৱে। সিংহৰ ভাৰ্য্যাক যেন শৃগালেসে ধাৱে॥ (অৰ্থাৎ মোক বিয়া কৰোঁতা তাৰ মুখখন চাওঁ; সিংহৰ ভাৰ্য্যাক শিয়ালে নিবলৈ আহিছে!) চক্ৰক ধৰিবে খোজে শিশু হাত তুলি। অমৃতক বাঞ্ছে যেন চুকৰ ভেকুলি॥••••• সেই মতে আশা শিশুপাল নৃপতিৰ। তাৰ মুথে স্বামী হৈলে পাৱ ৰুক্মিণীৰ॥ ত্ৰৈলোক্যৰ নাথ মাধৱক এৰি যাই। কোনে শিশুপালক বৰিব চক্ষু খাই॥ সিংহ এৰি শৃগালক ভজে কোন প্ৰাণী। দুগ্ধ এৰি কোনজনে খায় খাৰপানী॥”
ককায়েকক খঙত এনেকৈ গালি পৰা ৰুক্মিণীয়েও, যুদ্ধত
যেতিয়া কৃষ্ণই ৰুক্মিক হৰুৱাই কাটিবলৈ দা ডাঙ্গি লৈছিল, তেতিয়া
কেনেকৈ নিজৰ চকুৰ লোৰে গা তিয়াই ৰিহাৰ আঁচল
পাতি ককায়েকৰ প্ৰাণ ভিক্ষা কৰি স্বৰ্গীয় ভ্ৰাতৃস্নেহ দেখুৱাই
জগতক বিমোহিত কৰিছিল! সেই স্বৰ্গীয় দৃশ্যই প্ৰাণত
শীতল শান্তি দান কৰোঁ— ‘আথেবেথে মাধৱৰ চৰণত ধৰি।
অনেক কাতৰ কৰি মাতন্ত সুন্দৰী॥ ৰাখাঁ ৰাখাঁ প্ৰভু আৰ
নলৈয়োক প্ৰাণ। অঞ্চল পাতিয়া আবে মাগোঁ ভ্ৰাতৃদান॥ তোমাৰ
আগত ইটো যেন ক্ষুদ্ৰ মশ। ইহাক কাটিলে হৰি হৈবে কোন
যশ॥ তোমাক বিৰোধ কৰি খাইলে নুই আখি॥ মৰিবাক
লাগিয়া হাতীক যুজে মাখি॥ সিংহক জোঁকাৱে যেন ক্ষুদ্ৰ মৃগ হুই।
দোষক চাহান্তে ৰাখিবাক যোগ্য নুই ॥ তথাপিতো মোক চান্তে
কৰিয়োক ৰক্ষা। যত লাগে আনো মতে কৰিয়োক কক্ষা॥
যিহোক সিহোক মোৰ হৱে জ্যেষ্ঠ ভাই। ইহাক কাটন্তে কোন [ ১১৩ ] সপ্তম আধ্যা
১১৩
সতে থাকে চাই ॥ শশা প্রভা । ই মৰিবন্ত পুত্ৰশোক । আমাক
গৰিহা কৰিবন্ত সৰ্ব্বলোক ॥ প্রাতৃদ্ধ কৰাইলেক স্বামীক অনাত ।
কম্মিণীত পৰে ছৰাচাৰী আন নাই । ক্ষমা কৰ। মোৰ নাথাকোক
কুথিরাতি । . . মৰি 'আসিলেক টেগ৷ মার মাত বোল । তোমাৰ
হাতত ঠাই ভৈল গর্ব বেল ॥। জীয়েক মূভঘাই মাৰ ॥াতে
লওঁ পেৰ । তেন জানো তোমাৰ বা গুৰ ভুৈল ৬ে জাপানাৰ
কু বুiঙ্কয়ে গৈল ৰসাতল । মৃতক প্ৰাণীক কাটি বাৰ কোন ফল
তথাপিতো ক্ষম্য যেবে নাছিকে তোমাৰে। । ৬ ভাঁ'লীক
কাটিযোক একেপাৰে ।। এহি বুলি মকমক কান্দন্ত সুন্দৰাঁ
‘ততিল লোতকে মধৱৰ 5¢ ভৰি ।
এ কন্মিণীৰ স্বতাঃ মা ক শশীপ্রভাত ভালকৈ জানিড়িল ।
অসই দেখি ত ও কৰি মৃত্যুৰ বা তৰি (মিঞ্জ। বাতৰি) শুনি কান্দি
কে’ছল, "তেহোক কাটতে চাই, থাকিবা কলিণী আাক্ট, প্রাণক
বাবধ কেনতে । হাং শোক প্যবা ঘোৰ, সি কি জীয়া
জীয়ে মোৰ, ক্ষানিলেতো ঘৰিল লগতে ।”
সন্ধৰ অন্তত বলঙদ্ৰত যেতিয়া কৃষ্ণৰ ৰথৰ ওচৰলৈ আহি
দেখিলে, “কক্সিক দেখিলা গৈয়া বিকত কৃবেশ । গোবিনেন্দ
বিগুতি চাকিলন্ত শোঙ্ক কেশ ॥ কৰিলা লা স্থনা হৰি কালি চূণে
ছু । পৰি আছে কম্মিবীৰ অধোমুখ হুব ॥" আক তোকে লাগি।
মহ। মম্বে গালে হাত দিয়া , কান্দিয়া মছন্ত সতী ভীস্ম কৰ।
জীয়া ৷ সৰসৰি নয়নৰ পৰয় লোতক” এনে অৱস্থাতে৷ জেঠালেক
বলভদ্ৰক দেখি কম্মিণীয়ে মূৰত ওৰণি লবলৈ পাহৰা নাছিল ।
এইটো স্বভাৱতে কেনে সুন্দৰ ! আকো চোৱা, বসভদ্রই কম্মিণীক
৮ [ ১১৪ ]
প্ৰবোধ দিবৰ মনেৰে তায়েক কৃষ্ণক কেনেকৈ বকিছে “ৰুক্মিণীৰ
তাপ দেখি বলো সকৰুণ। কৃষ্ণক বোলন্ত তুলি কিনো নিদাৰুণ॥
কিসক কৰিলা কুটুম্বৰ মৰ্ম্মভেদ। কোন কাৰ্য্যে দিয়া বোৱাৰীক
হৃদি খেদ॥। আনে পিন্ধাৱয় আনি চন্দন কুঙ্কম। তুমি চুণে
ছুইল’ নৱ সম্বন্ধী কুটুম। ইহাৰ অৱস্থ| দেখি মনে লাগে দুখ।
কেন মতে বহাৰীৰ চাহিবাহা মুখ॥ ৰুক্মিক কৰিলা এতমান
বহু শাস্তি। হেনসে নিৰ্দ্দয় ভৈল৷ থৈলা কুখিয়াতি॥ ” কৃষ্ণক
এইদৰে বকি তেওঁ ৰুক্মিণীক প্ৰবোধ দি কলে—“এৰা মনকষ্ট
শোক নকৰিবা সতি॥ ক্ষত্ৰী জাতি ভৈলে হোৱে হেন ব্যৱহাৰ।
বিবাদ লাগিলে ভাই ভাই চিন্তে মাৰ। দাৰুণ ক্ষত্ৰিয় জাতি
হেনসে অবোধ। সংগ্ৰাম লাগিলে পিত৷ পুত্ৰে কৰে যুধ॥
হেন জানি মাৱ তুমি নকৰিবা মম্ম॥ দুৰ্জ্জন ৰুক্মিও নেৰে কন্দলৰ
আশ। মন্দ কাৰ্য্য কৰিয়া আপুনি হোৱে নাশ॥ তাৰ কোন
হানি হোৱে কিয় আসে ধাই। উদয়াৰ যাণ্ডে যেন মৰে মাটি
খাই॥ ইহাৰ নকাঢ়োঁ দোষ বিধিৰ বিপাক। কোনে এৰাইবাক
পাৰে ৰিধি লিখিতাক॥ হেনয় লাঞ্ছনা হৈব কৃষ্ণৰ হাতত।
লিখিলে বিধাতা তৈবে আৰ কপালত।” কেনে সুন্দৰ বুজনি!
আক কেনে চেনেহৰ মাতেৰে দিয়া।
কৃষ্ণ যেতিয়া ৰুক্মিণীৰে সৈতে দ্বাৰকাৰ ঘৰ সোমালগৈ মাক দৈবকীয়ে "সধৱা সুন্দৰী নাৰীগণ লৈয়া সঙ্গে। পুত্ৰ খহাৰীক আগ বাঢ়ি গৈলা ৰঙ্গে। মাতৃক দেখিয়া হৰি যান্ত ধীৰে ধীৰে। ৰুক্মিণী সহিতে প্ৰণামিলা জানুশিৰে। চিৰঞ্জীৱ হোৱা বুলি আশীসিলা৷ সতী। ৰুক্মিণী বহাৰীয়েৰে হৌক সুবসতি॥ ৰুক্মিণীক [ ১১৫ ] সপ্তম আধ্যা ১ d দখি কৰে দৈবকী হৰিৰ সাফল বহাৰী পাইলো পুত্ৰ সদৃশ। উইতাম্বৰ হওক কৰিয়া এক ঠাট। গৃহ প্ৰবেশিলা নিয়৷ আনন্দ বটট॥ সবে কন্যাগণে হাতে হীপ ঘট তুলি। মানসে সুনাৰীগণে। পৰম্ভ উৰুলি।॥ ওপৰৰ ডোগৰ পচিলে আসমত বাহাঁ বিয়াৰ দিনা ছোৱালীৰে দৈত্ত দৰা ঘৰলৈ উভতি আহ যেন নালাগে নে? স্ব টুৱাই-ফটভৰিৰে বাটকুৰি বাহ গৈ বেদনিধি বাপ’ৰ্প দ্বাৰ কা লগ ৰঙ তেওঁক “মাশুগপুৰক লাগি নিলা আঙ্কোৱাসি। মন্ণ খাটত বসাইল৷ নিয়া ধৰি আপুনি ধুৱাই। কৃষ্ণে। দশৰ ভৰি॥ দিৱ্য পঞ্চামৃত সচ কৰাইলা ভোজন। গৰম। 'ষ ভৈল ব্ৰাহ্মণৰ মন। তবৰ্ণ যা ত ঘেলাইল:-পাছে গাৱ। ১ ন লৈয় (বিকে ফিল হাত পাৱ!” উখীয়া বামুণে। এদিনলৈ সোণৰ খাট পাই কি যে পাইছিল, সেইটো ঘেলাইল)* •q ষাৰে গ্ৰন্দৰকৈ প্ৰকাশ কৰিছে! পে জে কাটি চাৰি হিলৰ 'ত 'টকুৰি বাই যোৱা বাপুৰে কৃষ্ণৰে সৈতে কৃষ্ণৰ বেগী ৰথত। মুফুৰোৱাকে তিঠে কেনেকৈ? গতিকে ৰথৰ বেগত তেওঁৰ শ্যৰ সীমলা নাই; “সৈবা, সুগ্ৰীৱ. মেঘপু, বলাহক ছল ঘল কৰে ঘোৰা লজ্যি শাকাশক॥” এনে ঘোৰা ৰথত লগাই দাৰুকে যেতিয়া চাবুক মাৰি দিলে—-“শুতিতঙ্গ ভৈল বেদনিধি বেগ দেখি। দ্ৰুই হাতে ঢাঞ্চি মুৰ্দিলন্ত হুই আখি॥ পৰম ৰিল গাৱ হয়। যিজৰাক। ফুৰশি দেখিয়া পৰিপন্থ ৰথ মাজ॥। মালোল্য ব্ৰাহ্মণ প্ৰতি কোমল শৰীৰ। তৃক ৰথৰ। বেগে কোন হৈবে থিৰ॥ নাবাঢ়ে উশাস অচেতন বেঙ্গনিৰি। উখনিল পেট। [ ১১৬ ] একো নাই ঋধিসিধি॥ বামুণৰ অৱস্থা দেখি কৃষ্ণই “আথেবেথে। সাবটি ধৰিলা আঙ্কোৱালি॥ দেখিয় দৰুকে বাঘজৰীক আঘূৰি। ৰাখিলন্ত ৰথক ঘোৰাৰ মুখ মুৰি॥ নলৰয় পেট হৰি হাত বুলাই চাইল। ফুকন্তে ফুকন্তে কথমপি ধাতু আইল॥ ব্ৰাহ্মণৰ শিৰে ধৰি ঢালিলন্ত পানী। ঢিমিকি ঢিমিকি মাত্ৰ লৰে ধাতুখানি॥ থিৰ হোৱা বেদনিধি দৃঢ় কৰা চিত।" এই বলি কুঞ্চা৯ অনেককৈ বামুণক মাতিলত, বামুণে অলপ জ্ঞান পালে , কিন্তু তেতিয়াও তেওঁৰ মূৰ ফুৰণি যোৱা নাই , গতিকে তেওঁ চকু নেমেলাকৈ বলিয়ালি উত্তৰ দিলে —“নিচিনোহোঁ তোমাক তুমিবা কোন জন। কৈৰ হন্তে আসি আছোঁ কোথেৰ ব্ৰাহ্মণ। কোন থানে পৰি আছোঁ কি কাৰণে আসি।"
যি হওক শেহত বামুণে ভালকৈ জ্ঞান পালে, আৰু এই যাত্ৰালৈ তেওঁ ৰক্ষা পৰিল। —“হেন শুনি বেদনিধি কিছু শ্ৰুতি পাইলা৷। ধীৰে ধীৰে মাধৱক চক্ষু মেলি চাইলা। কৃষ্ণক বোলন্ত গোসাঁই লাগিল চমক আৰু খনিতেকে গৈয়া দেখোঁহো যমক। ৰথৰ এনুৱা বেগ নতু দেখি শুনি৷ এৰাইলোঁ প্ৰসাদ আজি তোমাৰেসে গুণি॥ আউৰ জানো হেন বেগ ধৰন্ত দাৰুক। অদ্যপিও তৰতৰি কাম্পে মোৰ বুক। ” এই কথা শুনি দাৰুকে ৰথ লাহে লাহে ডাকিবলৈ ধবিলে। এষ্ঠ বৃত্তান্তটো কেনে কৌতুকপূৰ্ণ৷ সদায় খোজ কাঢ়ি ফুৰা আৰু টানি-মানি হয় তো কোনোবা-কাচিৎ ভোৰোণীয়া ৰথত (ঠিকাগাড়ীত) উঠা বামুণে কৃষ্ণৰ ঘৰুৱা প্ৰথম শ্ৰেণীৰ ৰথত (চৌধুৰীৰে Private carriage) উঠি যে এনে বিপদত নপৰিব তাত আচৰিত কি? [ ১১৭ ] ৰুক্মিণী-চৰণত থকা শিশুপাল আৰু ৰুক্মিৰ গালিবোৰ আৰু কৃষ্ণৰ উত্তৰবোৰ সাধাৰণত ইমান লোকৰঞ্জক যে সেইবোৰ সকলোৰে মুখে মুখে৷ যেনে শিশুপালে কৃষ্ণক —“শুনৰে যাদৱ কালকূট অনাচাৰী। চুৰি কৰি নেস, মোৰ বিবাহৰ নাৰী॥ স্বভাৱতে যদুবংশী নাৰীত লম্পট। সবাৰে উপৰি কৃষ্ণ তই ভৈলি ঘট॥ একো নবাছস তই নাহিকে সম্বন্ধ গুণি চায়ো তোত পৰে আছে কোন মন্দ॥ বাৰে বাৰে মোত তই লগাৱস ঘাটি। হেন কি জানস তোক নাপাৰোঁহোঁ আটি॥ আগতে কন্যাক নেস এত মান সাস॥ কালে গ্ৰাসিলেক আজি সেন্থৰে নিবাস॥ ইয়াৰ উত্তৰত বুকু শালি-যোৱা কৃষ্ণৰ কথা,—“হেন শুনি হাসি মাধৱে বোলন্ত , শুন অৰে শিশুপাল। কৈত শুনি আছ, সিংহক সমুখে, জিনিবে পাৰে শৃগাল॥ তোৰ কি নিন্দাত, আনি অল্প হওঁ, এৰ পাপী গৰ্ব্ব বোল৷ হেন কি জানস, কাকে পৰচিলে, অপবিত্ৰ হোৱে দৌল॥ তোৰ মদ গৰ্ব্ব, আজি কৰোঁ চুৰ, খানিতেক থাক থাক॥’’ হত্যাদি৷
ৰুক্মিয়ে কৃষ্ণক ,-“শুন অৰে যদুবংশী কৃষ্ণ দুৰাচাৰ। কেনে চুৰি কৰি নেস ভগিনী আমাৰ॥ নুশুধিলি কন্যা তই মোত নখুজিলি। আৰে কোন লাজে চাম্প দেস যেন চিলি॥ যেন ঢোণ্ডা কাকে লৈয়া যায সোন্দাকল। খানিতেক ৰহ আজি দিবোঁ প্ৰতিফল॥। আন নৃপতিৰ মতে আমাক জোঙ্কাস। ৰুম্মি কুমৰৰ তই আটা নতু পাস॥ প্ৰমত্ত বাঘৰ আগে ঘেলাৱস গাৱ। কংসাল সৰ্পৰ যেন লাঞ্জে দেস পাৱ॥ মৰিবাক লাগিয়া যমত কৰ খেৰি। আজি তোক নামাৰি সেন্থৰে নাযাওঁ এৰি। [ ১১৮ ] ৰুক্মিণীক মেলাই যেবে নকৰোঁ উদ্ধাৰ। নপশিবোঁ কুণ্ডিনত মোৰ অঙ্গীকাৰ। ”
ইয়াৰ কৃষ্ণৰ চোক৷ উত্তৰ শুনা, —হেন শুনি হৰি, হাসিয়া বোলন্ত, শুন অৰে ৰুক্মি চণ্ড। গুৰু গৌৰৱক, একো নমানস, তই ভৈলি যেন ষাণ্ড॥ পিতৃত মাতৃত তোৰ মান্য নাহ, কাহাকো নামান আউৰ। মুখ চাই চাই, কতেক ৰটস, ঠোট কঢা যেন কাউৰ॥ তোৰ নিন্দা বাণী আমাক নপাৱে; শুনা দুৰাচাৰ ৰাম॥ যতেক কুকৰে, কামোৰ মাৰয়, তথাপি আঠুৰ নাম॥ মোক গালি পাৰি. কোন যশ পাহাৰ, দেখ গুণি চাহ চিওএ মাতেসে আগল, যুদ্ধত পাগল, জানিলোঁ তোক হঙ্গিতে। যিটো মহাবীৰ, স্বভাৱে গম্ভীৰ, হতৰে লপলপাৱে। কৈত শুনি আছ শৃগালৰ ঠানে, সিংহে ঘনে ঘনে ৰাৱে॥"
শঙ্কৰদেৱৰ লেখনীৰপৰা কেনে জলন্ত ভাৱে যুদ্ধ বৰ্ণনা ওলায় চোৱা তলত দখা ৰুক্মি আৰু কৃষ্ণৰ বুজৰ বৰ্ণনা পঢিলে, সেহ বুজ চকুৰ আগতে দেখি থকা যেন লাগে।— "এহি বুলি হৰি, শাৰঙ্গক ধৰি, বৰিষিলা শৰ আতি। ঢাকিল আকাশ সূৰ্য্যৰ প্ৰকাশ নাহি, যেন ভৈল ৰাতি॥ দেখিলা কুমৰে, মাধৱৰ শৰে, দিনতে ভৈল আন্ধাৰ॥ ক্ৰোধে ধনু ভিৰি, বায়ু বাণ যুৰি, কৰিলা বীৰে প্ৰহাৰ॥৷ মাধৱৰ বাণ, তুলা যেন ঠান, ডৰুৱা বাযু বাণে॥ সাৰথি ৰথক, ঘোৰাৰ ধ্বজক, বিন্ধিলেক বৰ টানে॥ —দেখিলা যমক, চাৰিও ঘোটক, দাৰুকো বিশ্ৰুতি ভৈলা। বজ্ৰ সম দাঁত, শৰ দশপাট, ধনুত চৰাইলা আনি। টানি কৰ্ণমানে, সুদৃঢ় সন্ধানে, প্ৰহাৰিলা চক্ৰপাণি॥ দশো শৰ ছুটি, শৰীৰত [ ১১৯ ] সপ্তম অাধা । ১১৯ ফুটি, পিঠিত বঙ্গাইল গোটে । ভৈল অচেতন, তীৰ্থক নন্দন, মাধৱৰ শৰ চোটে । ক্ষণেকে সাষ্টম, হুয়া যম সব খঙ্গে কল্পি বীৰ ৰাগি। অতি তীতৰ, কুৰিপাট শৰ, হানিল কৃষ্ণক লাগি ॥ তাকো নারায়ণে, অসংখ্যাত বাণে, কাটিল তিলত চোটে । মু কৰি ডাট, ভল্ল তিনি পাচ, ৰিজিলা তাৰ সলাটে ৬ কগাল ফুটিয়া, বোম্বালে তাহাৰ, বহি ঘায় তেজ ধাৰ । প্রকাশে কুমার বসন্ত কালৰ, পূপিত হেন মন্দাৰ ॥ শৰ ঘাৱ পহ, হুগুণে কিটাই কৰিয়া কাহ্ম অস্ফোট ॥ ধন্থ এৰি পাছে, তুলি আলগাইলা, ভয়ঙ্কৰ গদাগোট ।। মাথাৰ ওপৰে, তুলি সাত পাক, হানিলা । শাৱৰ বলে । ভরৰ গদ), কৃষ্ণক লাগিয়াবিম্বাদ শবদে চলে । হৰি ও হানিলা, কৌমুদকী গদশ, টাকাশ ছাস পৰিল । । পুরূিৰ 2ক, চীক্লত কৰি, ক্লঞ্চৰ ত৩ে চৰিল ॥ দেখিয়া কুমাৰে, শক্তি পুৰি কৰে, দুমাহ পঠাইলেক ক্ষেপি বা দেদীপ্যমান, দগ্নি যেন ঠানা, চলিল গগণ ব্যাপি ৷ তাকো স্ৰ শবে, দেৱ দামোদৰে৷ পথতে পেলাইল কাটি । আতি তীক্ল তৎ, যাঠি গোটা শৰ, প্ৰহাৰি পঠাইলা ডাটি । কল্পিৰ হিয়াত, পৰি দশ শৰ, পুষমানে লৈ তল । । নাকি ঐতি ক্লান, মৃতক সমান, কুমাৰ ভৈল বিহল । কৰি ঋৰি বধে, . পৰি মুচ্ছা গৈাল, সাৰথি অ্যাকগি তাক । আতি মহা ক্রতে, ৰথখান টানি ডাকিল৷ চাৰি ঘোণাক ॥ কতো দূৰ মানে, নিলা পমুৱাই, কুমাৰক ৰক্ষণ কৰি " ইয়াৰ অলপ বেলিৰ পিছত কম্মিয়ে চেতনা পাই তেওঁক যুজৰপৰা পলুৱাই অনা বাৰে সাৰথিক কদৰ্থন কবি, উভতি আহি আকৌ খুজিবগৈ কৃষ্ণৰ সমুখ হল। "কল্পিও সমুখ ভৈলা প্ৰভু ধৰি [ ১২০ ] ১২ • শঙ্কৰদেৱ । { কাচি। কুৰিপাট শৰ তণ হস্তে লৈলা বাছি ॥ আকৰ্ণ পূৰিয়। শৰ পঠাইলেণ্ড ক্ষেপি। দেখি কুকে পথতে কাটিলা৷ অৱলেপি ॥ সেহি চেগে প্ৰহাৰিলা অর্ধচন্দ্ৰ শৰ । হা তে কাটিল ধন্ত ভীষ্মক পুত্ৰৰ ॥ চায় শৰে কৱচাকা পেলাইল কাটি । দেখি কৰি । মান ধৱ ধৰিলন্ত ডাটি । ক্রোধে জ্বলি গৈলাধে। অগ্নি প্রলয়ৰ বৰ চোটে প্ৰহাৰিলা একান ৈশৰ । ঘা ৰাকো শালিয়া থৈল । দশ দশ শৰে । কুৰি শৰে । ভেদিলেক ধ্বজৰ উপৰে । মাধৱক একাদশ, স'থিক কুনি মুষ্টি যাক যেন ধাতু গৈল উৰি । এৰিলন্ত বাঘজৰী ৰথ ফুৰে পাক । দেখি দুকে নিয়মিলা আপুনি ঘোৰাক ॥ সাৰথিক আশ্বাসিয' কৰিলম্ব গিব । দুনাই নাক । ভৈল নিৰুজ শৰা । ঘোষা কাচিয়া শৰ মাৰ্জিলৰ গাৱ । গুণন্ত মাধৱে দেখি ক্সিৰ প্রভাত ॥ কিশে} হটে। দাৰুণ অপৰ বীৰগোট মোক তেৰ আন কোনে সহিবেক চোট । ভালেতো ইয়াৰ উৰে কাষ দেৱাসুৰ । ক্তগত কপ্ট+ ককি পৰম দন্দুৰ । এতি গুলি ধ? ধৰি কৰিল B^াৰ । , কন্দ্ৰিক বোলন্দু 'মৰে গুন । চাৰ । হেলাতেসে এত বেল' মুজ তই মোক হেন জন হোক আবে পঠাওঁ যমলোক ॥ .. এষ্টি । বুলি ও‘ৰ প্ৰত(ধিলা বাণগণ। । ফুর্স্যৰ নিকলে যেন প্রচ ও কিৰণ { বিভ্যত সঞ্চাৰে গৈয় কুমাৰক পাইল । নিয়ত পৰি শৰ পঠিত বজাইল৷ বাণ ঘাৱে কন্সি বীৰ। ব্যথিত শৰী ; চোট পাই কম্পে তাৰ উক কৰ শিৰ ॥ গাৱৰ। কধিৰ বহি যায় বোম্বানলে ওনষ্ট হানিলেক টনি শৰ সেহি কালে । দুষ্ট বাণে কাতত কাটিলে ধgগ।ন । আঠ শৰে চাৰি ঘোটকৰ লৈলা প্ৰাণ ॥ ল...ঘাঠি শৰে । ৰথখান পেলাইলা। [ ১২১ ] সপ্তম স্বাধা । + 1লি ॥......হেন দেtথ সাৰথিৰ ধাতু গৈল উৰি ॥• সাৰথিক ৰাখিলা বৈষ্ণৱ হেন নি। স্বস্থ হুহু দেখে ন্নি ৰথ ভৈল ভঙ্গ । মাধক লাগি আতি তাৰ বৰ খঙ্গ ৷ বহুতন্তে ডেৱ দিয়া নামিল মৰ। মূও জঙ্কাৰিয়া বীৰে গলি; বস্তৰ । ভয়ঙ্কৰ গদা ধৰি । বোলে থাক থাক । মাথাৰ উপৰে ফুণ। নলেক শত পাক ও । ই বুলি হানিলেক মাধৱক প্রতি। তাক কাটিল শ্ন শৰে { ভগত পতি গদা ছদ্ম ভৈল দেগি হানিল মুগ। হাকে । শৰে ছেদি- • স্থ দেৱ দামোদৰ | যেটি তাত্ন লtল তাক চেপে নাৰায। ফ্রাধে কি কৰিবে কি নপ°ে চেতন। । ত মস্ক শগ পাৰে মানে arঞ্চাত মানে । মাধৱক লা িgই হ।তে মেলি হানে । । একে । ৮ ক নাচাহ অস্ত্ৰ হানে মহ । কেপ তাকে ! কৃষ্ণে পদতে কাটিলা । 'tালেপে ॥। একো মন্ত্ৰ শস্ত্ৰ যেবে নপাৰ খুলি । পাণ্ডা বাৰু সৰি বোল "নে ? 'আাক যুৰি, 1 ডাব ভঙ্গি কৰি য। বাকত দিলে ক । উপৰক । তুলি ধতি জঙ্কাৰে পা প্রাক ॥ থাক থাক বুলি পদি যাও বা পা' সুবৰ্ণন চন্দ্ৰচয় ‘কি পাৰে আতি ॥ •তে গুষ্টি লগাত "আছে হালয় গমন - নাঘে ষে। মাধৱক খেদয় মৰ ॥ মাধৱে দেখন্ড ফ্লিবীৰ সাসে খেদি । খাগু¥ বাৰু তাৰ হাতে পেলাইল ছেদি হয়ত দশ শৰে ভেদিলন্ত হৰি । তথ্য- পিতে! থাকণে নকধে পাছ ভৰি ॥ বজুমুঠি ধৰি ধাইল দশন কামুৰি । lাৰ বেগত ভূমি লখে প্রতি ভৰি ৷ বিহুত সঞ্চাৰে গৈল৷ ৰথ । মাজে উক্ত । কৃঞ্চৰ চিয়াত বৈসাটলেক এক মুঠি । কিটাইলেক নাৰায়ণ মুঠিৰ নিপাতে । চাম্প দিয়া চুলত ধৰিলা বাম হাতে ; "সংঠৰ হাত যেন বন্দী ভৈল হাতী । ছ' বুলি দিয়াত বৈসাইল। [ ১২২ ] eে শতৰদেৱ এক পাখি । মুচ্ছা গৈল কম্মি বীৰ ভৈল অধোমুখ ॥” কক্স গতকৈ বীৰ। কৃষ্ণমো এই কথা স্বীকাৰ কৰিব লগীয়াত
- “কিনো ইটো দাৰুণ শেখ বীৰ গোট ।
গেছৰণত বীৰ ৰস কৰুণ ৰস ইত্যাদিৰ দৰে হাস্ত ৰসৰে Lর নাই। এডোখৰ বিখ্যাত স্কুন। তুাল দি আমাৰ কথা ডাঠ রব। -- কুকৰ বিয়াৰ সভাত বহি সকলে। দেৱতাহ ধম বস্তু উছগা ফ্লাষিছে , মহাশিৱও সেহ সততে . “কন্তু তেওঁৰ দিবলৈ একে৷ নাই ; গতিকে তে ও লাজত পৰি গুণিব লাগিছে। পেও কথ। । রায়ারমেরে ফেনেকৈ হাহি উঠাকৈ বর্ণন) কাছে চোৱা--*সবে। । রেমাণে উৎসর্গি আছে। মনে মনে হৰে গুণত পাছে ॥ কি দিবে। থাৰে কৰে । কোন কৰ্ম্ম । ৰাধৰ বশ সিরে। ব্যাড্রট # হাতে লৈয়। শূল ডক। ঘৰে বাজে মোৰ একেটি গক ৷ সৰ্পৰ কযন সৰ্পৰ ক। বঞ্চণ গায়ে৷ সৰ্প-অলঙ্কাৰ ॥ শৰত কাছে 'অদ্ধচত কলা । শব্যে ও গাস্থি আৰ্চে' মালা ৷ বোকণ্ডিত আছে ৩য়ৰ ধ্বনি । ক্লাব দিলে লাজ হৈবো সমূলি ৷ ছেট মনে গুণি নপাই খুজি । কবিলাক মনে মনে গপি মহাদেৱে তললৈ মুৰকৈ ভাবিব লাগিছে, বিক সৰ্ব্বজান , তেওঁ মহাদেৱৰ মনৰ ভাব বুজিব পাৰি হাত। যোৰকৈ গায়হকৈ মাত লগালে । - ‘কৰযোৰে ক্লফে মাত বুজি শর জানে নলাগয় আন । হুয়ো সুপ্ৰসন্ন দেব ঈশাম ।' এই তথ্য গুলি ধৰা পৰি মহাদেৱে আৰু বেছিকৈ লাজ পাই অমৃদ্ধ• বtaকহেন শুনি হৰে ছ৫শ লাগি । বুজিলনথ স্কঞ্চে অ্যাস {f । ভৈলোহো লঘু ত্ৰিদশৰ মাজে । ভৈল অহান শিখাই কাজে * কেনে (hamorou৯) সুন্দৰ কেীভুকপূর্ণ অথচ গম্ভাৰ [ ১২৩ ] সপ্তম আধ্য। ১ ২৩ সাধাত্মিক ভাবৰ বর্ণনা। এত বর্ণনা পটি সাধাৰণ লোকে তাৰ হ৷ স্থি-উঠা ফালৰ সোৱাদ লৈ আনক্ষ পাৱ, কথা দকৈ গমি চোৱা পfিওত ভক্তসকলে গতীৰ দাৰ্শনিক তত্ত্বৰ ফালৰ সম্ভেদ পাই আনন্দ অনুভৱ কৰে । কহ্মিণীহৰণ পুথিতো শঙ্কৰদেৱে তেওঁৰ নিজৰ বংশৰ পৰি, দিছে—“টেমুনীস বন্ধে, বসাইলা প্ৰবন্ধে, বকদ না নামে গ্রাম। হল ভনাৰায়eে, যাক বছ মানে , দিলা দেবীদাস নাগ । তাহাৰ সমৃতি, মহা ধনতি, ৰাজধৰ নাম ঘাৰ । তান উৈশ্বৰ, ভৈল, সুগাবৰ. কায়স্থ কুল উদ্ধাৰ । । ব্রাহ্মণ সজ্জনে, প্রাথি মাশা মনে, কন্ত স্বাক উপাসি যাৰ । কীৰ্ত্তিচয়, স্থা"ি ও অময়, মহা মন্দা শৰাশি ।। তাহান ইনম্ব, মইঃ । ভৈনয়. প্রসিদ্ধ কুলুম নাম । সব কম যত, সবাতো পাগতগুণতে৷ । নাকি উপাম ॥ ভৌমিকতে pভামণ মহা বৰ। ন েও কেহেঁ৷ আজ্ঞাক বংশতে প্রখ্যাত । ন্ধ সাক্ষাত, জগতে বখানে থাক ॥ । তাহান সন্ততি, আতি শমতি, শঙ্কা ৰ ভণে পৱাৰ পণ্ডিত লেকক, কৰযোৰ কৰে । ক্ষমি ও দোষ আমাৰ । কম্মিণাহথ পৃথিখন যে শঙ্কৰে তেওঁৰ ডেকাকাত ৰচনা। কৰিছিল এইটো ওপৰৰ পদৰপৰ। টপ অং ভাব পোৱা যায়, মাক তেওঁ বৰপোৰ বেলগুৰি আদি ঠাই এৰি ভাটীলৈ অহাৰ আগেয়েই যে এইটো ও বুলিব পাৰি। পুথিত ৰসাণ ৰচনা আৰু নিভজি সমীয়া কথাৰ বাহুল্য প্রয়োগে ও সেই কথাৰ সাক্ষী দিয়ে অসমীয়াৰ মাজত এই পুথিৰ দ্বাৰাই, হৰিম্বংশত থকা কৃষ্ণ-কথ কাব্যময় মনোজভাৱে বহলকৈ প্ৰচাৰ কৰাই তেওঁৰ ঘাই উদেৱ । [ ১২৪ ] ১২৪ শঙ্কৰদেৱ । আছিল --"ৰিবংশ কথা ৰচিল। শঙ্কৰে, আশেষ হৌক প্ৰচাৰ ॥*
- প্ৰণামিয়া হৰি পাৱে, কায়স্থ শঙ্কৰে গাৱে, হৰিবংশ কথাৰ পৱাৰ ।
হৰিপদ প্ৰসাদত সিদ্ধি হোক অভিমত, পৰ তোক 'আশেষ প্ৰচাৰ ৷ কে1ৱ। বাহুল্য যে । তেওঁৰ আশসাল হৈছিল । ওপৰত তুলি দিয়া তেওঁৰ বংশৰ । পৰিচয়ৰপৰা অক এটা কথাৰ আভাষ পোৱা যায়, যে শঙ্কৰদেৱৰ বাপেক কুসুমবৰ সঙ্গীত বিষ্ঠাত পাৰদশী আাছিল,--সেইদেখি তেওঁক “গন্ধৰ্ব্ব সাক্ষাত” বুপি গন্ধৰ্ব্বেৰে সৈতে তেওঁ তুলনা কৰিছে , নতুবা শকসমাবেশত সিদ্ধহস্ত তেওঁ এই খিনিত “গন্ধৰ্ব* শফটো কেতিয়া ও বাৱহাৰ নকৰিলেহেঁতেন । । গীত বা ভটি) পেযুত কৃতকৰ্ম৷ শহুৰদেৱৰ সেভ কমন্স ষে । heriditary। পুকদাষ ক্রমিক সেইটে৷ এfওয়৷ ভালকৈ বুজিব প। গণ । কমিণীহৰণ পুথিত নিভাজ থকা অসমীয়া কথাৰ ব্যৱহাৰৰ কেনে প্ৰাচুৰ্য্যহল ৬ অৰ-তৰপৰ৷ কিছুমান পদ তুলি দি তাক দেখুৱাও, —‘সাত পাক নাচি খোৰ স্নায় এক গুটি কেন মতে মাসে প্র¢ নিশ্চিত্তে সুমটি ॥" *গুণ চাহি যেন দ”ে বোলে । ভ(ল ॥ "ভাল চাতি দিলে দৈবে যেহি লাগে হোক ॥" "কক্সিণীৰ সাবে উকলিল কন্যাকলা"শুধিব মানাগে বিয়া দিও কৰুিণাঁক।' “মাধৱৰ নামে সিটো জুততো নেদে খেৰ ।” আমাৰ ভগিনা কোনে দিংয় মাধৱক। " মিছা বাদ নকৰস বেল নাকে খুৰে ॥” বৃদ্ধ বয়সত তুমি এমুৱ৷ মবোধ ॥ আনতে নভৈল। তুমি পিতৃ নামে পাইলা।। যাদৱগোটক বৰ লোরটি থুৰি পাটলা ।" তযু মনে যেন যুৱাই তাকে কৰিয়োক ।” “কৌতু [ ১২৫ ] সপ্তম আধ্যা ১২ ও । তলে জুমাজুমি ফুৰে কিনি বিকি ॥” মাধন স্বামীক লাগি তই আশা এৰ । কৃষ্ণত নেগয় বিয়া কল্লিয়ে ভায়েৰ ॥" পৃথিয়ৈয়ে শুইল কিছু নাহি বোল মাত । " “উপজি নমৰি কিয় আছে এত কাল ।" ‘ অমৃতক বাছে যেন চুকন ভেকুলি ।" “গুপ্ত এৰি। কোনজনে প্ৰায় পাৰপানী । “‘মুখ লোমা কি ক্যু কৰস বদন । “+রুিণী বোলন্ত তুমি মোক আছা তুলি ! পেতৃত মাতৃত কৰি তোমাতেসে সুলি ৷ " ‘স্বৰ্ণ পাটত ঘেলানা প্যডে গাৱ।” নাহি ওখ শান্তি মোৰ আৰুচয় ভাত । উগুল থুগল নিদ্ৰা নাসয় শয্যাত । প্ৰলয়ৰ মেঘ বেন সোসাই বাথু লাগি৷ ॥" ‘ফ্রকান্ত কহে কথমপি ধাতু আহল tিামকি চিমিকি মাত লৰে
- াভুপানি " লাগোপা কৰে সবে কৌশাম্বী নগৰী * “আসা
অ্যাত ব'ন্ত ধবে পদূধিক বা ওঁ । মধৱ গোসাল্ট অ্যাসে নেত্ৰ ভাৰ % ৷ ‘মাধৱৰ তেৱে সবাষ্টাৰো স্বৰষিল ।" । "পৰৰ প্ৰাদ্ধত । কেনে জা দিব লাগে " “ম। টি খাই মৰা যেন উৰায়ৰ যাও ॥' “"জ হুযসবেও আসিলো আলোচিয়া । কৈছু নতু হন্তে মুও শোলোকাক দিয় ।” ‘শুনি দেন জোকৰ মুখত দিলে চূণ { ” কম্মিণীৰ অধিক বিচাট কৰে মন । ” “চপাই হছিল যেন আম কৰমুট।" ““একো সাৰ নিসাৰ নপাইলে বাৰ্ত্তা ভাল । জানি লোহো শিশুপাল ভৈল যম কাল ৷" কাশ্মণীৰ শশৱত ঘষিবা। তৈল কুৰ আামিলা পঞ্চাশ খট জল আতি জুধ ॥” ৰঘৰ মেখলা আনি বান্ধিলা কালে । মুঠিতে লুকাই যেন বতাসতে হালে ॥" “লক্ষেক নৃপতি থোসমোস কৰি তথাতে থাকিলা চাই” কৰে। হআউল ভৈল ।” "প্রমত্ত হাবীৰ লানি নিছিগম, । হুলস্থূল সমজ্যায়ে [ ১২৬ ] ১ ২ ৬ শঙ্কৰদেৱ। 1 ৫ । ৰথ চলে এক লাঞ্জি” ““ভায়েৰৰ লাগ ঝাণ্টে লৈয়োক বপাট ।” “নসহে পৰাণ মোৰ পোৰে আতি পেট (” ‘কতো পাইলে বুলি বগুৱা লাগিল, পৰিল মাটি কামুৰি ।” বাৰিষাৰ মেঘে যেন বৰিষয় ধাৰে। ।” যোৰন্তে তানসে আন নমনিয় হাত । তেবেসে উমান। । পাৱে পৰে যেবে গাত ॥” ‘দশকুপ্ত। আগ্নি যেন যুগান্ত কালৰ ।" টেৰ কৰি চাহি বোলে জানো মাজি বুৰে । পলাই পলাই বুলি যদুসেনা ৰিঙ্গ দিল।” “ক্রোধে দুই চকু সঙ1 ওৰ যেন ভৈল । ” কান্ধত নাঙ্গল দিয়া কাকো চাপৰাই ।” “সালে বাজা লালকাল ভৈল সমুদাই । ঢালে। পৰে1 কৰে পলাই পাছক নচায় ॥ বগুরা লাগিল কতো যাট আর্টকাচি । পাছত মানকে যায় কিল খুন্দা ৰrৰি ।” “পলাইবে নপাবি কতে পৰে জুটি খায় ৷” ‘দান্তে খেৰ তুলি কতো করে কাউবাউ ।" কাকে। পেলাই এৰিৱাৱে যেনে মাটি খচে ।” ‘মূখুজিবি বুলিয়। কুকুৰিব পাখি আাৰে (” “চের । লৈয়; নাচে কতে৷ চাপৰি চাপৰি ।" “সবে আপোনাক বাথৈ, ধান দিলে হোৱে আখৈ, মুখ । আতি শুকাই তৰ তfৰ ।" "মোৰেসে । ভগিনী নেয় কাৰ কিব। হানি, আনৰ ঘৰত কোনে আনে পীয়ে পালী। “অনাবাৱে ভাগৰ পৰয় বৃক্ষ ভাগি । " "আ কাশত শগুণ বনাৱে জাকে কাকে । মুখ চাই চাই তাৰ নটে চোঙা কাকে ॥" হিলদল ভাগি যায় ৰথ চক্ৰে পথ ।” 'ঘোৰায়ে হেসনি পাৰে 5ি ৰে কঁঠাল । ” ‘আমাৰ বংশত তই ভৈলি ধূমকেতু ।” ‘এছি বুলি তুমি মোক ভুৰুকুৱা আসি।” “মোক যুঞ্জিবাক অাস৷ কিনো আটাইটাই।” “যেন চোও কাকে লৈয়া যার সোন্দাকল ।" “জান নৃপতিৰ মতে কামৰ জোঙ্কাস ” ধাম ভণ্ড লৈয়া তুমি B [ ১২৭ ] সপ্তম আধ্যা ১২ ৭ দি যাহঁ৷ তাক ।" “স্বতন্তৰ কগীয়াক কি কৰে ঔধধি ।” ‘"দ্ধ পৰিহৰা তুমি বিপাঙ্গে নমৰা।” “'গুন অৰে কোনে তোক পতিলে পাতৰ । ” ওলগতে পাঞ্চ কিল. সেরি পটন্টন র” জীয়োক হেয়াই মোৱ দান্তে খেৰ লওঁ । কিক দেখিয় যেন হলেী পশুগোট । ” “নিটালে পৰিল! আমি হামখুৰি পাই।" “পৰি । আছে যেন দাত ভগ। ঢোণ্ড) সাপ ।" fথয়৬৬ দিয়া কতে৷ । মঙ্গ 'সঙ্গে নাচ ” ‘শ্রমিতে নাপাৰি কিবা তাছে না প্রাণ ।” 'সবে ভৈলে’ নিমাখিতী ৰiওী।” ই কাতি সিকতি কৰি চাছে । গৰাই ।” “হেন দেখি মন্ত্ৰীগণে বান্ধে পেৰেনি। ‘ধোৰাৰ স‘ন্ধৰ পৰ। সালি ওলাট ।” (“স্বকপে কছিলোঁ। যেন যুৱাত কন । “ঔষধক দেখি যেন নমাইলেক ফেট ' “আধাৰি কায়া সপ বসিলেক শাৰী। [বপক্ষ ৰাজাৰ দেখি মাথায় পুৱাই ।” শৱদৰ ‘সমধম মুগুনিত্ব মাত।” স্থৱ{গতে মোৰ চিল কম্মিণী, ধৰে কৰে নিতে ৰোষ " কোলায়ে বোকায়ে নিলোহো দুখে, মুখ দিয়া মোৰ আই ।" ইতাদি। যিসকল বঙাণীয়ে । অসমীয়া ভাবাক টানি আজুিৰি বঙলা + নিব খোজে, আৰু । শঙ্কৰদেৱৰ পুথিৰ ভাষণ হেনো তেওঁলোকে মসমীয়া নিশিকাকৈয়ে বুজিব, পাৰে, তেওঁলোকে, "ওপৰত দিয়া পদবোৰৰ সৰহ ভাগ আশা কৰো সৰ সৰীয়াকৈ ভূ পাব।