পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্যা ১ - ৯ তোমাতেসে লুলি । সর্বকালে হিতকাৰী তুমি গুক বাপ । । গওয়োক মোৰ আবে ঘোৰ হৃদি তাপ। ॥” এই কেইষাৰ কথাৰে তেওঁ বামুণৰ মনটো কোমলাই লৈ কলে। –‘দ্বাৰকাক যায়ো তুমি। মাধৱৰ পাস॥ অসে মোৰ নমস্কাৰ কহিব। আশেষ । পাছেসে । কহিবা মোৰ বচন সন্দেশ । কৃষ্ণৰ চৰণে মোৰ, হেন কথা কছি বাহ ... । তোমাৰ চৰিত্ৰ গুণ. দেশায়ৰ মুখে শুনি, স্বামী ভাৱে। বৰিলে। তোমাক । ইঠাৱৰেপৰা হেঁৰাসহস্র প্রণাম কৰে, জাডু f•ৰে চ' বায় ! ম:থ । সপোনে সচেতে মই, তোমাকসে চিন্তি গাৰো, তুমি মোৰ হৈবা প্ৰাণনাথ কায় বাক্য মনে মই তোমা৷- বেসে ভাৰ্য্যা হৈবে, মোহোক নোনাক শিশুপালে । প্ৰমত্ত সিংহৰ আগে, বঁটা থৈয়ঃ | আছে ঘেন, নহ:ৰাক অধম শৃগালে । ৷ জৰাসন্ধ । সাদি কৰি, যতেক নৃপতি আছে, তোমাৰ আগত যেন তৃণ । প্রচ ও বাঘৰ আপেযে০ গাৱ ঘেলাৱয, অতিক্ষুদ্ৰ মৃগ যে হৰিণ । ... কেন আ৷ বাট চাই, দি•ে এক যুগ যায়, মোক কিয় নেলা । অাসি ঝাণ্টে ॥। কতব) জন্মৰ ভাগে, পুণা বলে পাইবে লা, তুমি হেন স্বামী সেবিবাক ॥ সুন্দৰ তৰুণ তযু, ত্রৈলোক্য মোহন মুপ্তি, প্রথম বয়স অভিমত । তযু ৰূপ গুণে তুলি, নবৰিব স্বামী। বুলি, কোন তিৰী আছে সংসাৰত ॥” ইয়াৰ পিছত কম্মিণীয়ে কৃষ্ণলৈ বুধি শিকাই দি পঠিয়াইছে, বন্ধু বান্ধৱ জ্ঞাতি কুটুম্বক নবধি, ৰক্তপাত নকৰি, সুকলমে স্থত কৰে। কেনেকৈ কৃষ্ণই তেওঁক লৈ যাব পাবিব ।- হেনবা বুলিবা কঙ্কা অম্বেলপুৰত থাকা, কেন মতে লাগ পাইবো যাই। বন্ধু বান্ধৱক মোৰ বধিবাক নলাগয়া, শুনা কহো তাহাৰ উপায় ॥ বিবাহৰ পূৰ্ব্ব ।