পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ । কৰিলি, অপুনিও মৰি গৈলি, প্রজাৰ চিণ্ডিলি মহামাৰ ॥ সর্থ কালে জুৰ চিত, হিতক দেবিলি তিত, মুওনিলি মোৰ হাক ডাক। ক্লঞ্চক বিৰোধ কৰি, সামৰাজে গৈলি মাৰি, একেখৰ কৰিলি আমাক।। কৃষ্ণক যুজিয়া বলে, পুজ গৈল ৰসাতলে, তাত খেদ নাহিকে আমাৰ । মৰাইলে পদাতিগণ, ত’তেসে দগধ মন, কি লৈধা চচ্চিবো ৰাজ্যভাৰ ৷ যুঙ্গত হাবি, অপমান পাই, যুদ্ধক্ষেত্রত মৰভাও জুৰি পৰি থক। পুতেকক 'ভীষ্মকে বুজাই মাতিছে-“উঠ উঠ বাপ তই ত্যজ ইটে'। মৰ্ম্ম । লাজ অপমান ক্ষত্ৰিয়ৰ কোন ধৰ্ম্ম ॥৷ হাৰিয়া জিনধ । কতো জিনিয়; হাৰয় । সৰ্ব্বকালে সংসাৰত কাৰো নাই জয় ৷ কোন কাৰ্য্যে বাপু , ও যুজস কৃষ্ণক । অকাৰ্ঘে। মৰাইলি আনি সমস্তে কটক । লঘু ভৈলি আপুনি মুনি মোৰ বুদ্ধি। স্বতন্তৰ। কগীয়াক কিকৰে ঔষধি । .. নৃপতি বোলন্ত পুত্ৰ চলিয়ে ' নগৰ । চেম গুনি অল্প কৰি মাতিল , কুমৰ ৷ .. ..শুনিয়োক পিতৃদেব বচন আমাৰ । পূর্কে যেন কৰি যাtছা সত্য অঙ্গীকাৰ । করুিণীক নেমেলাই নিজিনি কৃষ্ণক । কদাচিতে৷ মই নপশিকে। কুণ্ডিলক ॥া .. ইঠাৱতে ৰহে। আজ্ঞা দিয়া মোক । ” ৰজাই মান্তি হৈ তাতে পুতেকক থাকিবলৈ আজ্ঞা দি ভোজ- কট নামে নগৰ সজাই দিয়ালে।--'হেন শুনি নৃপতি বোলন্ত এহি হোক ॥া ..সিটো নগৰৰ নাম থৈলা ভোজকট । কৃষ্ণই দ্বাৰকাত কম্মিণীক বিয়া । কৰিবৰ সময়ত উগ্ৰসেনক কলে, যে যোৰ শহৰলৈ বাতৰি দিয়া ; যদি তেওঁ বিধিৱতে কন্থাগান কৰি কুটুম্বিতা কৰিব খোজে তেহে আহক।–“ফুণ্ডিলাক লাগি মোৰ