পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্য { ১ ৫ হত্তে মোৰ চিত্ত নোহে থিৰ ॥ নাহি সুখ শাৰি মোৰ সুৰুচয়৷ ভাত । উগুল থুগুল নিদ্ৰা নাসয় শয্যাত ॥ ৰশ্মিণীৰ যত হওঁ কহিলা বিপুল। তাতো দশগুণে আতি আমিসে মকুল ।” কিন্তু মোৰ মনৰ কথা কাক কয় ? কাক মোৰ প্ৰেম-বেদনা অনাম ? a তুমি বেদনিধি । "প্ৰাণ সম মিত্র মোৰ। কঠিবাৰ ঠাট ।” এইবানে তোমাকে মনৰ কথা ভাঙি কৈছে'। এতোকে বল '। "স্বাটে যাওঁ তৈত। জানো মিলে মাথা স্তৰ কাপ। কুণ্ডিনলৈ অকলৈ গুচি খোর শুনি অনে। বিশেষ । একোকে নাভাবিলে , কিম্বু মাক দৈৱকীয়ে সেই কথা শুনি ভাবিবলৈ ধৰিলে । মাকৰ পেট অলপতে পুতেকৰ নিমিরে পাৰে , সেইদেখি তে ওঁব। মহ। চিন্তা হল । ;–“ একেশ্বৰে । লৰি ষো ব গৈলন্ত শোবন্দি । । শুনি দৈৱকীৰ নয়নত। নাসে নন্দ৷৷ পুত্ব বলভ গদ । সাত্যকিক আনি। সৰাকো সম্বোধি হেন বুলিলন্ত বাণী । এ কলেৰে কুণ্ডিনক গৈল গোবিন্দাই । লগত নলৈল পুত্র কাiাকে সহায় । শুনৈ আছে। ৰাজাগণে । আছে গোষ্ঠা কৰি । বিস্তৰক একেশ্বৰে কি কৰিব হৰি ॥ সকলে শঙ্কৰ মেল মিত্ৰ কেহে৷ নাই। জানিলেী ক্যৰ । লোভে লৈ গোবিনন্দাই ॥ ৰাজাগণ সমে তান সদায় বিবাদ । কিবা কূটনাট কৰি মিলাৱে প্রযাদ।। শুনিযো সাতাকি গদ। শুনিয়ো বলাই . ভযেৰৰ ল’ ; ঝাণ্টে পৈযোক বপাই ॥ একেশ্বৰে মাত্ৰ পুত্ৰ গৈলেক বজাই । কেতিক্ষণে কিবা নৈা। ডৰে ধাতু যায় ৷ গোবিদে সহিতে সবে ঝাণ্টে হোৱা ভে ’ট। নসহে পৰাণ মোৰ পোৰে আাতি পেট ॥” সততে পুতেকৰ