লেখক:লক্ষ্মীনাথ বেজবৰুৱা
←লেখকৰ তালিকা | লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪–১৯৩৮) |
![]() |
লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে। ![]() |

সাহিত্য কৰ্ম
সম্পাদনা কৰকআত্ম-জীৱনী আৰু জীৱনী
সম্পাদনা কৰক- মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)
- মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)
- ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
- শ্ৰীশ্ৰী শংকৰদেৱ
- শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
চিন্তাশীল ৰচনা
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰকগল্প পুথি
সম্পাদনা কৰকসাধুকথা আৰু শিশু সাহিত্য
সম্পাদনা কৰকবৈষয়িক গদ্য
সম্পাদনা কৰকনাটক
সম্পাদনা কৰকধেমেলীয়া নাটক (প্ৰহসন)
নাটৰ কুকি
বুৰঞ্জীমূলক নাটক
ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা
সম্পাদনা কৰক- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
- কৃপাবৰ বৰুৱাৰ ওভতনি
- বৰবৰুৱাৰ বুলনি
- বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
- বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
- বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
- বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
- কৃপাবৰ বৰুৱাৰ সামৰণি
অনুবাদ
সম্পাদনা কৰকঅন্যান্য
সম্পাদনা কৰক
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )