পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অ্যাথ}} । ৯ @ নকে ৷ জ্ঞাতি পুত্ৰগণ মোক দিয়া। অমুমতি । কৃঞ্চত সম্বন্ধ কৰে । । ছাক সদগতি জগততে সাৰ প্র; পুৰুষ প্ৰধান। স িহাতে মাধৱক কৰোক্য দান ৷ ত্ৰিজগত পতি যেবে হোৱঙ জামাত । তাছোক মনুষ্য দেতাকে। । শঙ্কা নাই হং পৰলোকে হৰি চায়া লোকে গতি । হেন জানি বিবাহ ক ‘দয়ে| তাতুমতি ॥ মোৰ কথা শুনি “জ্ঞাতি লোকে বোলে প্ৰভু স কব৷ সুধি । আবু সাধু ৰাজ ধনু সম্পজিল বৃদ্ধি ৷৷ মাধৱত পৰে বিভ্ৰভ্ৰমতে .rতি তান । পুৰম উদ্ধাৰ হৌক কৰা কহ দান । ( ছাৱালীৰ মাক মাণৈ শশা প্রভায়ো উলাহেৰে মত দি কলে "নস্তৰে মহাদহ মাতিলা স্বামীক , যুধিব নালাগে বিহা দি ? সৃণ ক । কত ‘ভাগ্যে পাহৰে। ত* ম কৃষ্ণক জমাই । সুখদৈ " মাঙ্কিৰ মোৰ করুিণী জায়াই ।” এই কথা শুনি "মছা লয়াৰ দুষ্ট দারুণ দপিষ্ট,” “‘পিতৃৰ মাতৃৰ বোল মুগুনে দুৰ্ম্মতি' “স্বত স্তুতি কুটুম্ব সকলে তাৰ চেৰ, । tধৱৰ নামে সিটো জুতোনেদে খেৰ” কল্লিযে। ‘মহাকোপে। « 1 ফান্দি” মাত লগালে,“আমাৰ ভগিনী কোনে । দিযে। 'Tধৱব । বাঙ্গা নোহে সিটে উগ্ৰসেনৰ সেবক ॥ যাক বুলি । হাৰাজ বীৰ নিশুপাল। । অনেক পুৰুষে ৰাজ্য যুঞ্জে চিৰকাল ॥ একশত গুণে যাক কৃষ্ণ চুহি সম । .. হেন শিশুপালকেসে মই ‘দবে বিযা। বাহাৰ শকতি আছে মাধৱক দিব ! শিশুপাল ৰাজ৷ কস্মিণীৰ হৈবে স্বামী। নিশ্চয় কহিলোঁঅঙ্গীকাৰ কৰি আমি ৷” দাম্ভিক কম্মিৰ এনে কথা শুনি বাপেক ভীষ্মকে ভয়ত বৰকৈ একো টানি নকৈ অগপাছ চিনাই লাহে লাহে আষাৰচেৰেক