পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংম আধ] । seৰ ঠাই ৷ পত্তিত ব্ৰাহ্মণ চাহি দিয়ো ক পঠাই ॥ ফুটুৰিতা ক বিবাক বাহ। অাছে তান । বিধিমতে আসি কৰোক কন্যা। দান ॥” ৰজাই বাতৰি । পায়েই পুত্ৰ ভাৰ্য্যা সমন্বিতে দ্বাৰকাথৈ গৈ। এক ক3া সম্প্ৰদান কৰিলে। কবি আক শি হনএওঁলোক । জয়ো হে মাথোন লাজ ত বিয়ালৈ যোৱা নাছিল । ৰাণ শলপ্রভা ভীমকৰ উপযুক্ত ভাৰ্য্যা ।~'tশাপ্রভ নামে এত তান মহাদত । অতি । সতী অ-স্তস পুৰত সবমস্ত্ৰী ॥ নৃপ ৩ মনোময়ী মু'ভগা সুন্দৰী। বীপে গুণে অনিন্দিতা যেন বিষ্ঠা বন ॥ এই চাৰি কঁাকি পদেবেই শঙ্কৰদেৱে শশীপ্রভাৰ এনে নকী দিলে যে দ্বিতীয় শ্ৰেণীৰ কবিয়ে এপাতমান লেখি হে g'ক পাৰিলেহেতেন । শশীপ্রভ) দীৰ সৰ্ব্বশ্ৰেষ্ঠ আৱশ্যকীয গুণ সত, "মহেশপুৰত অৰ্থাৎ গৃহস্থৰ ঘৰত ঘৈণীৰ proper place

  • থাৎ ঠিক নিজা ঠাইত তেওঁ সৰ্বময়ীস্বামীৰ মনোময়ী ভাৰ্য্য ,

সৗন'বে সুভগ', আক ৰূপে। গুণে তেওঁ অনিন্দিতা সুন্দৰী । সম্পূর্ণ সুৱাগীৰ ঘৰৰ-ঘৈণী হবলৈ আৰু কি লাগে ? লাগে পুত্ৰৱতী অব। শশীপ্ৰভা কল্পি, কন্নৰথ, কক্সবাহ, কৰ্মকেশা আক কন্য যালাঁ এই পাঁচোটা লৰাৰ মাক ; আৰু তেওঁলোক অপৰাথ পো, নহয় ; জগতৰ মধ্যত প্ৰখ্যাত প্ৰধম শ্ৰেণীৰ বীব । শশীপ্ৰতাৰ এনে গাহস্থ্য জীৱনৰ সোণত সুৱগ,—-এজনী মাথোন জীয়েক ; তেৱো পাচোট। লৰাৰ পিছত হোৱা মুমলী ছোৱালীককায়েক হতৰ মৰমৰ, আক। বাপেক মাকৰ প্ৰাণতো অধিক চেনেহৰ। “সবাবে কনিষ্ঠা তৈল নামত কঘিণী । পাঞ্চ ভাইৰ মাজে । অতি