পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ শঙ্কৰদেৱ । আছিল --"ৰিবংশ কথা ৰচিল। শঙ্কৰে, আশেষ হৌক প্ৰচাৰ ॥*

  • প্ৰণামিয়া হৰি পাৱে, কায়স্থ শঙ্কৰে গাৱে, হৰিবংশ কথাৰ পৱাৰ ।

হৰিপদ প্ৰসাদত সিদ্ধি হোক অভিমত, পৰ তোক 'আশেষ প্ৰচাৰ ৷ কে1ৱ। বাহুল্য যে । তেওঁৰ আশসাল হৈছিল । ওপৰত তুলি দিয়া তেওঁৰ বংশৰ । পৰিচয়ৰপৰা অক এটা কথাৰ আভাষ পোৱা যায়, যে শঙ্কৰদেৱৰ বাপেক কুসুমবৰ সঙ্গীত বিষ্ঠাত পাৰদশী আাছিল,--সেইদেখি তেওঁক “গন্ধৰ্ব্ব সাক্ষাত” বুপি গন্ধৰ্ব্বেৰে সৈতে তেওঁ তুলনা কৰিছে , নতুবা শকসমাবেশত সিদ্ধহস্ত তেওঁ এই খিনিত “গন্ধৰ্ব* শফটো কেতিয়া ও বাৱহাৰ নকৰিলেহেঁতেন । । গীত বা ভটি) পেযুত কৃতকৰ্ম৷ শহুৰদেৱৰ সেভ কমন্স ষে । heriditary। পুকদাষ ক্রমিক সেইটে৷ এfওয়৷ ভালকৈ বুজিব প। গণ । কমিণীহৰণ পুথিত নিভাজ থকা অসমীয়া কথাৰ ব্যৱহাৰৰ কেনে প্ৰাচুৰ্য্যহল ৬ অৰ-তৰপৰ৷ কিছুমান পদ তুলি দি তাক দেখুৱাও, —‘সাত পাক নাচি খোৰ স্নায় এক গুটি কেন মতে মাসে প্র¢ নিশ্চিত্তে সুমটি ॥" *গুণ চাহি যেন দ”ে বোলে । ভ(ল ॥ "ভাল চাতি দিলে দৈবে যেহি লাগে হোক ॥" "কক্সিণীৰ সাবে উকলিল কন্যাকলা"শুধিব মানাগে বিয়া দিও কৰুিণাঁক।' “মাধৱৰ নামে সিটো জুততো নেদে খেৰ ।” আমাৰ ভগিনা কোনে দিংয় মাধৱক। " মিছা বাদ নকৰস বেল নাকে খুৰে ॥” বৃদ্ধ বয়সত তুমি এমুৱ৷ মবোধ ॥ আনতে নভৈল। তুমি পিতৃ নামে পাইলা।। যাদৱগোটক বৰ লোরটি থুৰি পাটলা ।" তযু মনে যেন যুৱাই তাকে কৰিয়োক ।” “কৌতু