সকলোবোৰ ৰাজহুৱা সূচী

ৱিকিউৎস সকলো ল’গৰ সন্মিলিত প্ৰদৰ্শন । আপুনি ল’গৰ প্ৰকাৰ, সদস্যৰ নাম বা পৃষ্ঠাটোৰ নাম নিৰ্বাচন কৰি প্ৰদৰ্শনটোৰ আকাৰ সৰু কৰিব পাৰে ।

অভিলেখ/ল'গ
(শেহতীয়া | আটাইতকৈ পুৰণি) (নতুনতৰ ৫০টি | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।
  • ২০:৪৪, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অৰ্পণ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱ অভিন্ন হৃদয়েষু প্ৰতিমা অৰ্পিত হল। শ্ৰীচন্দ্ৰকুমাৰ অগ্ৰৱাল তামোলবাড়ী" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিষয়। অকলসৰীয়া অতৃপ্তি অনন্তৰ সোঁত আওহেলা আশা আশীৰ্বাদ সূচী। : : পিঠি। 25 ২১ ২৯ N ১২ ... 83 ইচ্ছা কৰ্ম্মদেৰ কিশোৰী ... “কূট” চিৰ-লগৰীয়া ... ৩২ ২৬ জলকুৱঁৰী জীৱন উচ্ছাস ৪৬ জীৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিষয়। নহয় সপোন নীয়ৰ প্ৰকৃতি প্ৰতিমা প্ৰাণৰ দৰাটি “ফুলৰ চাকি” ৰচোতাৰ প্ৰতি ফুলা সৰিয়হ ডৰা বনকুৱঁৰী বিমুখ বিশ্বভাৱৰীয়া মই মাধুৰী মানৱ বন্দনা মায়া যুগমীয়া..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "... পিঠি। ১৭ • ৫৪ ... ১১ ... ১১ : : : : : : বিষয়। মুখ মুখগীত সুধামুখ সৌন্দৰ্য্য সীতা সমা হৃদয় সৰগ 1/ 13 ... ৩৪" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। জীৱন উচ্ছ্বাস। ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ— ৰচিলোঁ কল্পনা জখলা। সৰগৰ ভোগ মই মৰ হৈ বাঞ্ছিলোঁ আকাশ কুসুম কমলা। মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি হলোঁ যে মগন বি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/১০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জীৱন উচ্ছ্বাস। কি হল পৰাণ হায়! আছেই কি নাই, আকাশ কুসুম নেৰিছোঁ! হবি! হৰি! মিছা ভাৱনাত কিয় শক্তি হেৰুৱাওঁ পৰি হুমুনিয়া কাঢ়িছোঁ। বুলিলো মোহত যাক সংসাৰ ৰাক্ষস তাকে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/১১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। জীৱন উচ্ছ্বাস। ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ— ৰচিলোঁ কল্পনা জখলা। সৰগৰ ভোগ ম‍ই মৰ হৈ বাঞ্ছিলোঁ আকাশ কুসুম কমলা। মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি হলোঁ যে মগন ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪০, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/১২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জীৱন উচ্ছ্বাস। কি হল পৰাণ হায়! আছেই কি নাই, আকাশ কুসুম নেৰিছোঁ হৰি! হৰি! ! মিছা ভাৱনাত কিয় শক্তি হেৰুৱাওঁ পৰি হুমুনিয়া কাঢ়িছোঁ। বুলিলো মোহত যাক সংসাৰ ৰাক্ষস তাকে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৪০, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/১৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা 1 8 জীৱনৰ দলি। কোনে জানে কিবা বিচাৰি আহিছোঁ, নিজেও নোৱাৰে। কব। আপোনাৰ ভাৱ আপুনি নেজানো, নেজানো পিছে কি হব। কি কামত আহি কিহত ঘূৰিছোঁ? এফেৰি চিন্তাও নাই। বাট পথ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/১৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। যুগমীয়া শোক। নেপাহৰোঁ যেন এই শোক হিয়াৰ মাজত সদাই জ্বলোক চিব দিন দেখা পাম স্বৰ্গৰ আলোক! নেপাহৰোঁ যেন আই তোক দিলোঁ কত হায় পৰিতাপ শোক এটি এটিকে যেন পাহৰ সক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/১৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। কিবা চোৱাঁ, হাততে ৰতন প্ৰেমেই যে শান্তি জগতৰ। সপোন। আছিলোঁ এদিন ধেমালি মগন কুমলীয়া বয়সত, নাচি নাচি উৰি পখিলাটা আহি মোৰ কলেহি কাণত, “আমাৰ ই দিন নেথাকে সদা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সৌন্দৰ্য্য। সৌন্দৰ্য্য । কি মোহিনী মাৰি মোৰ ভুলালি হৃদয়! ভাঙ্গিলি ব্ৰতৰ বান্ধ দুৰ্বল প্ৰাণৰ। ক'ত কৰবাত—এফেৰি ৰূপৰ কান্তি, —অজ্ঞানে সজ্ঞানে সেয়ে ধ্যান জ্ঞান মো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা! প্ৰকৃতি। ফুল কলি ফুলি গোন্ধ বোৱাই প্ৰীতিৰ সোঁত, সৰি পাছে নাইকিয়া হল। সি ফুলৰে মউ-পিয়া এটা ভোমোৰা বলিয়া ঘূৰি ঘূৰি ফুৰিছে অকল। উৰি ফুৰি বেজাৰৰ হৃদয় ৰাগি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৭, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অলসৰায়া। অকলসৰীয়া। অকলই উৰি ফুৰে প্ৰাণৰ পাখীটী কল্পনা-বিহাৰী, নিৰজন আকাশেদি। বিশাল ব্ৰহ্মাণ্ড তাৰ চকুৰ আগত, অনন্ত শূন্যৰ ৰাজ্য জুৰি ওপৰত। শান্ত পৰ্ব্বতৰ টিং, অ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। চিৰ-লগৰীয়া। বিচাৰি ইমান দিনে জীৱনৰ সঙ্গী পালোঁ মই এই দেখোঁ আছিল হিয়াত। মৰমেৰ সনা কেনে পবিত্ৰ মুখনি পবিত্ৰ হিয়াৰ কাস্তি প্ৰকাশে আভাত। তিৰবিৰ চকু দুটি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জীৱনৰ লগৰীয়া। জীৱনৰ লগৰীয়া। প্ৰকাশি ঊষাৰ দৰে নিত নতুন নিবাঁ মোক সুন্দৰৰ সৰগ ৰাজ্যলৈ। বেলিটিৰ দৰে পঠিয়াবা কামলৈ, উজলিবাঁ তুমি মোৰ গোটেই ভুবন। সন্ধিয়াৰ দৰে মো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। সত্য তুমি, শিৱ তুমি, তাসীম সুন্দৰ। ১৬ জ্ঞান ফিৰিঙটি এটি পাই, অনন্ত জ্ঞানৰ স্বৰ্গলৈ মানুহ উধায় -ৰহস্যৰ ঘৰ! সতোৰে পোহৰময় মানৱ হৃদয় জ্যোতি স্বৰূপৰ লীলা প্ৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জ্ঞানময় প্ৰেমময় প্ৰাণৰ ঈশ্বৰ সুখ, সুধা মুখ। -সত্য তুমি শিৱ তুমি অসীম সুন্দৰ। সুখ। -সুখ সুখ বুলি বিয়াকুল নৰ নেপায় সুখৰ বুজ। বিচাৰি নেপায় আছে হাততেই হায় কৰি মৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। পাতলি গধুৰ ভাৰ উধাব জীৱন পাহৰি ই পৃথিবীৰ শৃঙ্খল সন্তাপ। হয় যদি এয়ে হক, মৰণৰ পাৰে মুখতে দি মুখ দুটি তৰা মাৰ যাব। নহয় সপোন। আছিলোঁ সপোন বুলি, সি নহয় দিন দু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সংশয় ৰহস্থ্য সংশয় ৰহস্য। শুকুলী হাতীত উঠি গোসাঁয়ে দেখিলোঁ এন্ধাৰত দিলেহি পোহৰ মেলি, বিকট কলীয়া এটা দানৱ লৰি আহি পাতিলেহি ঘূৰি এন্ধাৰ-বেমেলি। হাঁহি-সাগৰত উঠি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/২৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। বিশ্ব-ভাৱৰীয়া। যি ভাবে দেখিবা এই সংসাৰ-ভাৱনা সেই ভাবে গৰাসিব তোমাৰ জীৱন। হিংসা দ্বেষ চকু দিলে পাবা হিংসা দ্বেষ, প্ৰেমতো দেখিবা তুমি মধুৰ মিলন। তুমি ভালে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অতৃপ্তি। প্ৰাণৰ প্ৰাণত কিয় হেঁপাহ ইমান! সংসাৰ তো অতৃপ্তিৰ ঘৰ। বিচাৰি গোটাই আনি অতনো ৰতন বান্ধিলোঁহি সম্পদৰ দ'ল। সকলোৰ সোঁ-মাজতে হৃদয়াসনত থাপি থলোঁ লক্ষ্মী গোসা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩০, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। আওহেলা। দিনৰ দিনটো খপি মিছা ভাবনাত সন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত। সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰি সামৰি দিনৰ কাম লৱৰি ভাগৰি। এন্ধাৰ নিবাশে আহি আধা আব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:৩০, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জোনাকী। জোনাকী। এন্ধাৰৰ সিপাৰৰ পাহৰা জেউতি ফেৰি বিৰিঙে ঊষাৰ ৰূপে অন্ধ আবৰণ ভেদি। সোণালি সপোন সোঁতে আশাৰ প্ৰতিমাখন! হৰিষ মলয়া বায়ু ছুই যায় পদুম-চৰণ। পুৱাৰ মাধু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৯, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। “কূট।” পাহৰা বিলত জানে৷ পৰি আছে৷ ম‍ই, কিহৰ ৰাগীত তুমি আহা? কি টোপ পেলাই মোক মাতিছা বান্ধৈ, বুজিছা জানো হে মোৰ দশা? কি হব নি মোক ভাই মাতি ওচৰলৈ? মই আছোঁ কিহবাত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৯, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ইচ্ছা। ইচ্ছাৰ বিৰোধে ভীম ঘোৰ শত শত্ৰু ইচ্ছা, মই। সৰ্ববথা জিকিব সিটো ইচ্ছা যাৰ বলী। জীৱন-যুদ্ধত ইচ্ছ৷ প্ৰধান সাৰথি কি ভয় মৰণে ৰণে ইচ্ছা সবদলী। ম‍ই। সংসাৰ মোৰেই পূৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। কিশোৰী। ফুটো ফুটো কৰি কেনে নুমলী কলিটি সামৰি আধেক, মেলি আধেক প্ৰাণটি, খন্তেক লুকাই, পুনু ভুমুকনি মাৰি, লাজ ধেমালিৰ আঁৰে ছোৱালী কিশোৰী! মিচিকি হাঁহিৰে দুটি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মাধুৰী। ফুটো নে নুফুটে। কৈ কুমলীয়া কলিটি-- ওঁঠত লাজেৰে ৰৈ মিচিকীয়া হাঁহিটি। সামৰি, পাহৰি গৈ— মেলি আধা প্ৰাণটি। উদঙাই ঢাকি থৈ উঠি অহা বুকুটি। শোলকাই মোকলাই এধা বন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৮, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। লুকুৱা ভুমুকা কৈ ছয়াময়া পেঁচটি। হাহোঁৱেই নে কান্দো কৈ ছল্‌লীয়া চকুটি। ধেমালি খঙৰ নৈ মিঠা গাঁঠি থোপাটি। ওলাওঁ নোলাওঁ কৈ— মন মোহ৷ ঠগটি “ন যযৌ ন তস্থৌ” অ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৭, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুলৰ ঢাকি ৰচোঁতাৰ প্ৰতি। অনন্তৰ সোঁত। -কোন কাহানিৰ কথা, মৰণৰ পাৰে জীৱনে মেলিলে শাখা। নিতৌ এপাহি মেলে, অৰুণ কিৰণে পিন্ধায় ধুনীয়া আশা। নিতৌ এপাহি সবে, কৰুণ নীয়ৰে ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৭, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৩৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। আজিৰ কথায়ো দিলে তাহানিক লগ্ন- পুৰণি নতুন হল, সপোন ডিঠক। সীতা সৰমা। দুখ বেজাৰত আউজি বহিলোঁ এজুপি অশোক তলে। মনত পৰিল ৰাক্ষসী পুৰীত সীতা, সৰমাৰ কোলে— থাপি নত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৭, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুলা সৰিয়হ ডৰা। ফুল৷ সৰিয়হ ডৰা। সংসাৰ চক্ৰৰ ঘানীত লগাই — কি ৰং চাইছা মোৰ? বিষয় পাকৰ পাঘুৰণি খাই— পৰিলোঁ ভ্ৰমত ঘোৰ। কি হব নো হেৰি, ঘানিয়ে বানিয়ে গুটী সৰিয়হ পেৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৬, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। কৰ্ম্মদেৱ। কি দেখিছ৷? শিলেৰে বন্ধালোঁ এই হিয়া, সাধনাৰ অসি হাতে ওলালোঁ এতিয়া। কৰ্ম্মফল উছৰ্গিলে। কৰ্ম্মদেৱলৈ— শৰীৰৰ ভস্মৰাশি দশ দিগলৈ। কি ভয় মৰণে ৰণে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৬, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মানৱ বন্দনা। আহিছে মানুহ গইছে মানুহ— মানুহ ময়াপী জীৱ। মানুহ সোঁতৰ অন্ত নাইকিয়া— বুলিলে মৰত কিয়? মানবী জনম দিয়া উটুৱাই মানবী কৰ্ম সোঁতে, মানুহৰ মৰম বুজিব৷ মানু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৬, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। হৃদয় সৰগ। কত লওঁ কত থওঁ নাই দেখা ঠাই। এনে নো পবিত্ৰ থান আছেই কি নাই। স্বৰ্গ কেনে কোনে জানে শুধিমেই কাক? হৃদয়েই মোৰ দেখোঁ চিনাকি সৰগ। তাতে ম‍ই থম মোৰ পাৰিজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৬, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আলসুৱা পুলিটিক আলাসত থম। জহত মাতিম বিনাই মলয়াৰ বাৱ; লগতে জোনাক মাতি আনিম আকউ। মউ-মাখি আতমাই সাঁচিব বাহতে মৌ, প্ৰাণৰ প্ৰাণত শুনিম গুণ গুণ ৰৱ। কৰুণাৰ গীত শুনি সুখ কথ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৫, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। ৩৬ বনকুৱঁৰী। নিজম দুপৰীয়া শুহুৰীটি মাৰি মাতিলে নো কোনে কাক? - বিজন বনত কোন কত আছে? হালিছে গছৰ আগ। গহিন গছত বতাহৰ ছাটি- পাত কঁপে থৰ থৰ। হাবিৰ মাজৰপৰা কোনে নো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৫, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কোনে চায় নিতৌ বনৰ ধেমালি? মাতিলে নো সিটি কিহে? “গছৰ আগত ময়না পখিটী, মাতি সি নিচুক হল। শুনো শুনো, শুনিবলৈ বাট চাওঁ, মনতে হেঁপাহ ৰল। সিজুপি বকুল,—এই এৰাবাৰী কোন কাহান..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৪, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "AG প্ৰতিমা। অকণি বুকুত ইটিক' সুমাই সিটিয়ে মৰম যাচে। অকণি ছোৱালী—যক্ষিণী কন্যা এফেৰি ফুলৰে পাহি, জানৰ কাণত পানী খুৱাইছে হৰিণা পোৱালি লাহি। চমকি চায় ৰই থাকে থৰে — ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৪, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বনকুৱ ৰাঁ। কপৌৰ বাঁহলৈ উৰি গল কোনো, দিলে গৈ চুমা একণি। খোপাত পিন্ধিছে বন পখিলা, আটাই আপোন ধন। বন ফুলৰ মৌ পীছে কোনোৱেবা, শান্ত হ মানুহ মন। কি দেখিছ সৌ শ্যামল পাটীত ছুঁ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৪, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৪৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। মল্ মলাই গল দিশ বিদিশ মাতিলে বতাহে হাঁহি, “মৰম ভিখাৰী, বিচাৰিছোঁ দেবি প্ৰাণৰ অমিয়া মাধুৰী।” মিচিকনি মাৰি হাঁহি দান দিলে দুয়ো প্ৰকৃতি কুঁৱৰী। অথিৰ বায়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৪, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সৰাপাহি গল সৰি, কোনে তাক চাব ঘূৰি? —নতুন আনন্দে সবে ভোল। সুখৰ দুখৰ কথা সাঁচি বুকু মাজে বেথা পাব পাহি অনন্তৰ কোল। অনন্ত কোলাত কি সুখ কি দুখ? —নেজানে গুণেই সকলো বিমুখ।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰই গল মণি। ৰঙ্গিলীৰ ভাৱ হাঁহি নাচোনৰ বল চিন এইকণি। ৰাতিৰ ধেমালি জোনৰ নিফুট হাঁহিৰে থইছে সানি পুৱাৰ হেঙ্গুলি বেলিটিলৈ চাই এ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "নিশাহত আহে উৰি কিনো ফুল ৰেণু গোন্ধে ভৰপূৰ মোৰ প্ৰতি সুখ-অণু। ময়াজাল বিস্তাৰিলে সংসাৰ সুন্দৰী । আশীৰ্ব্বাদ। পেলালে মেৰাই মোৰ আতমা আবৰি। আশীৰ্ব্বাদ । শ্ৰীমতী—আইট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২৩, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। হাঁহি খলখলি গৈ কান্দি ও পাবে, ধেমালিৰে চলে নে সংসাৰ? ধেমালি! ধেমালি মাথোঁ গোটেই জগত, এদিনতে একুৰি বছৰ! আকাশৰ তলে মোৰ ধেমালিৰ ঘৰ- বিশ্বৰ ছোৱালী লৰা সঙ্গী, ভাই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সংসাৰত ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ মানুহক দিবলই ছঁয়া ঘৰ এৰি গলি তই—কিহৰ বেজাৰ? বিশ্ব জুৰি মলিয়াওক দয়া। সংসাৰ মৰুৰ শ্যাম বটবৃক্ষৰূপা সন্তাপীৰ সুখ পাপীৰ ত্ৰাণ। পুণ্য..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। জলকুৱঁৰী। পুৱঁতী নিশাৰ ডাক নাই পৰা— নীৰৱ বিশ্বৰ বাঁহী। কোনোবা লোকৰ নিমাত প্ৰাণীয়ে হাঁহিছে নিফুট হাঁহি। পথালি চকুত এন্ধাৰ এন্ধাৰ তৰাই তৰালৈ চায়। তলত প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২২, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শিৱঁৰে বনৰ গছ পাত লতা, কপিছে বতাহ ছাটি। ঊষাৰ জাননী দিলে তীক্ষ্ণৰৱে পূবত ৰাঙ্গলী হাঁহি। ভুমুকি মাৰি চাইছেহি কোনে, উটি আহে ফুল পাহি। কলৈ যায় সৌ ফুলৰ পাহিটি চিঙ্গি নো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "8 সখীলৈ এছাটি মাৰিয়েই আকৌ বুৰিল টুপুকীজনী। মৰম পিয়াওঁ বুলি কতোজনী— হাঁহক পিয়াহ দিয়ে। পছম পাতত উঠি ডিঙি ধৰি হালে-জালে দুজনীয়ে। কেতেকী চৰায়ে ক’ত কি ক'ত কি দিলে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ২০:২১, ৪ জুলাই ২০২৪ Himashree Borah আলোচনা বৰঙণি created page পৃষ্ঠা:প্ৰতিমা.pdf/৫৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। মিলল হাঁহিৰে উজলি চৌদিশ, লুকাল পোহৰময়ী। আনন্দলহৰী নাচি পৰি হাঁহি গাইছে কুলুলু তান। বেলিৰ কাঞ্চন-পোহৰৰ ঢৌৱে উটালে প্ৰাণীৰ প্ৰাণ। & তেজীমলা। তেজগোৰা বেল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(শেহতীয়া | আটাইতকৈ পুৰণি) (নতুনতৰ ৫০টি | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।