এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সময়ৰ ক্ষতিয়েও গ্ৰাহকক গৈ হাঁহি-ধেমালি। যদিওবা তেওঁৰ চঞ্চল মনক পীড়িছে অতি। বান্ধিলে ককালত ককালজাৰ বিদায় দি মদেৰে ভৰাই হুটা বটল দিখে তাতে লাহেকৈ আঁৰি। এইবাৰ পুমু উঠিল ঘোৰাত মাৰিলে টিকাত চাধুৰুৰ কোব, কমলৰ ঘোৰ৷ • অতি বেশী সি ঘোৰাৰ দৌৰত মদৰ বটল গাৰ বলেৰে চেকুৰিলে খুব। দেহ মনো শান্তি বিহীন নাচিছে গাইছে থা-না-चिপ্। হল জঠৰ দেহ ককাল জৰিত উপায় নাপাই ঘোৰাৰ ডিঙিত ধৰিছে বাপুৱে সায়টা মাৰি, ফেনাই ফোগাই খোৰাও অস্থিৰ পানীয়ে বামে দৌৰি দৌৰি। খোৰা নেদেখাই আজি ঘোৰাত উঠিছে তেওঁ অশ্বাৰোহী ৰ, দেখি পুৰুষৰ বিৰাম দৌৰ সৱাৰো চকু স্থিৰ।