এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মাহিব ধৰিলে পাচে পাচে লৰি অভিমান নকৰা- হাঁহি-ধেমালি। ‘ক্ষোৱাই ‘জোৱাই’ জাবি জোৱাই মোৰ কলৈ যায়! ! মাস্তিৰ ধবঙ্গে গোলে ভোজনৰ সময় অতীত ল বেলিও বহুতো হল। ভাল জোৱাই লা 'ক্ষুধাত প্ৰাণ যায় যায় শ্ৰান্ত অতিকৈ মই, - এই বুলি কলে জোৱাই লৰাই ঘোৰাত উঠা ঘোৰা কিন্তু তথাপি নৰয়। কাহানিও অকশো নাই শহুৰেকৰ ঘৰলৈ কৰা ভেম অভিযান পোন পলুৱাই চোৱা এবে ভাই। অভ্যাস বাপুৰ ঘোৰাই মা হতে সঙ্কল্প কৰি ( তাৰ ) গিৰিহঁতৰ ঘৰছে বুলি অন্তত আছি সেই ঘৰতে চিটাং পাট লং দিলেছি যোগাই তুলি। টুপীও নোহোৱা দেখি ঘোৰাৰ গিৰিহঁত দেৱৰ অ'ৱৰণ অবাক্ বন্ধুৰ অৱস্থা ি