এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
२ হাঁহি- ধমালি A লুপ্ত কৰিব পাৰিব! কাৰ সাধ্য! অসম্ভৱ, অসম্ভৱ! ( গৰ্ব্বত হাত জোকাৰি জোকাৰি বৰডেকাৰ প্ৰস্তান )। অশ্বাৰোহীৰ বিলৈ। [ যবনিকা ]। [ এটা ইংৰাজী পঙ্কৰ লৈ লিখা ]। যোগাই নাজ গাৱঁতে দোকান সবায়ো চিনি পায় গাৰ নাম শুনিলে মেহেঙা মুয়ায়ে। হাঁজি মতলীয়া হয়। যে গাওঁৰ ভাষ্য। বসৱৰ্তী অতি স্বানীক এদিন কলে কিনা মতোৎসৰ পাতিছে পিতাই পত্নীৰ অনুৰোধ ৰাখিবই লাগিব ঘোৰ বিচাৰি । যা উচোন আমি ও সুবিধা পালে জানি। কি আৰু ভাত! ক্ষন্তেকতে যোগায়ে নগৰ কৰিণে পাট পাট, • [কো কাণ বৈণয়েকক মুখ নেদেখাকৈ গোটেই গা কাপোৰেৰে চাকি ৰাখি নাটকখান অভিনয় কৰিব পৰা যায়। তেনে কৰিলে কুৰ্গীয়া লৰা ছোৱালীয়ে কোনো অসুবিদা নোহোৱাকৈ সভাই সামজিটো ইৰাক আবৃত্তি স্বৰূপে দেখুৱাব পাৰে ]।