এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাদি- গাত বান্ধি দিয়| শিলটো ওপঙি পৰিলে, বান্ধবোৰ মোকল খাই গল। প্ৰহ্লাদে শিলটোৰ ওপৰত বহি গাইছে। "হৰিসে আতমা হৰিসে বন্ধু। তৰি হৰিনামে সংসদ সিন্ধু " ৰজাৰ ৰখীয়াবিলাকে আকৌ প্ৰহ্লাদক লৈ ৰজাৰ ওচৰ পালেগৈ। ৰজাই সকলো কথা শুনি হুমুনিয়াত পেলালে। ভাবিলে, “মোৰ এইটো লবা গাওবাটে নোযোৱা হলে মোৰ কিন তব আছিল।” কিন্তু যি হৰিয়ে তাৰ একেটি ভায়েক হিৰণ্যাক্ষক বা কৰিলে, সেই ছবিৰ নামকে তাৰ নিজৰ প্ৰত্যেকে লব সি সেইটো সহিব নোৱাৰিলে। ৰজাই হুকুম দিলে, “সাপৰ হতুৱাই খোটাই মাৰ।" ঘাতকহঁতে প্ৰহ্লাদক থাকে লৈ গল। ৰজাৰ এটা ঘৰ আছিল। এই ঘৰটোত ৰজাই সকলো বিধৰ সাপ পুহিছিল। দোষী মানুহক এই সাগৰ মাজলৈ পেলাই দিওয়া হৈছিল। এই ঘৰটোৰ পৰা মানুহ পলায়, এনে এটা বাটো নাছিল। দুৱাৰখনি মাৰি দিলে বেলিৰ [ ৩ ]