পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি-ধেমাি २१ এতেকে তুমি তোমাৰ নামটোৰ অন্তত সায় বি-এ উপাধি লগাবা। মানুহে সোধে যদি কৰা 'বি' মানে 'বৰডেকা, আৰু 'এ' মানে হৈছে ‘এইডেড। বিশেষ ভাবে বুজাই কবলৈ কলে ঘপৰাই দিবা কৈ- ম‍ই 'বৰডেকা এইডেড' অৰ্থাৎ বৰডেকাৰ সহায্য প্ৰাপ্তা। য দ সোধে বোলে-কেতিয়া? কেনেকৈ? ক 'বা— জীৱনে, মবধে, শয়নে, সপোনে উখনে, পতনে ইপিনে সিপিনে সকলো পনে। বছ হৈ গল। क এটা কথা মই পাৰিলেও তুমি মনত ৰাখিবা দেই,— আমাৰ যি সতিসস্তুতি হব সিহঁতক আনি যেনে তেনে উপায়ে অৰ্থাৎ 'যেন কেন প্ৰকাৰেণ' আগধীৰ বিশ্ববিদালয়ৰ কিছুমান পৰীক্ষা 'পাছ' কৰোৱাম। প্ৰথমতে বিএ, তাৰ পাচত এম-এম, তাৰ পাচত এফ এ, পি-এইচ-ডি, পি-টি-ও, চি আই ডি, ডি-পি-এইচ, এ, বি, চি, ডি, ই, এফ, জি হ্যাপি ২। আমাৰ সতি সস্তুতিয়ে নোবাৰিলেও সিহঁতৰ পো নাতিবোৰে পাৰিবহে তেও ধৰা বাৰু সিহঁতেও নোৱাৰিলে। সিহঁতৰ মোমায়েক, পেষ্ঠী- স্নেক, মাহীয়েক, শতৰেক কওঁৰ লৰা ছোৱালীবোৰ কলৈ যাব! সিহঁতেতো পাবি। তথাপি মোৰ নাম নুমাৰ ক'ত! সহায় ভোটা তৰাৰ পৰে জিলিকি থাকিব নছৰ। পৃথিবী চাৰি থাকে মানে কোনে মোৰ নাম সুমুৱাৰ পৰিৰ জানি ধৰা বৰডেকাৰ নাম অক্ষয়। পৃথিবীৰ বুৰঞ্জীৰ পাতে পাতে সোনালি আখৰেৰে গুৰ বিবাহ থাকিব নহয়। কাৰ সাধ্য ইয়াক ল কৰে। কোনে! কোন কুকুৰে। মোৰ না