পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোবিন শৰ্মাৰ কাৰবাৰ। গোবিন নামেৰে লৰা এটাই স্কুল কলেজত পঢ়ি আটাই উপায় অন্তৰ নাপাই দেহত চাকৰি এটালৈ দৰ্খ কৰ্তৃপক্ষ নিবেদন জনালে, কেবাজন, চাহাবক দেখাও কৰিলে। এদিন নহয় ছুদিন নহয় এখন দুজন নয় কেবা ঠাইতো কেবাজনৰ সতে সবিনয়ে 'মোলাকাণ্ড' কৰি বুজিলে শেহত লাভ একো নাই এইদৰে গুৰি ফুৰি। অত ভাবিলে এদিন তেওঁ- নগৰত গৈয়ে বসতি কিবা নহয় কিবা এটা কাৰবাৰ কৰিয়েই খা, চাউচোন বাৰু উয়াদিত লৈ, কাইলৈ পুৱাতে না ইয়াকে জানাতেই ৰা পুৰাই গোবিন বাযাল নিতে প্ৰথম কোতে কানি মানেই লগতে পাৰিলে ভাং চেৰাগো ল েক ি