এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- PLEASE HANDLE THE BOOK CAREFULLY. - প্ৰহ্লাদ- ৰজাৰ ওচৰলৈ গৈছিল। শুনিলে বাটতে হৰিৰ নাম। সিহঁতো আৰু যাব নোৱাৰিলে। সিহঁতেও আহি ধৰিলেহি—, ৰাম দামোদৰ হৰে সেৱকে কাতৰ কৰে। ” লাহে লাহে গোটেই নগৰৰ মানুহ সেইখিনি পালেহি। প্ৰহ্লাদৰ বন্ধুৱে গালে, “নাম দামোদৰ হাৰে,” প্ৰহ্লাদৰ শত্ৰুৱে গালে, “ৰাম দামোদৰ হাৰে, “লৰাই গালে, “ৰাম দামোদৰ হাৰে.” বুঢ়াই গালে, “ৰাম দামোদৰ হবে”। ওপৰেদি চৰাই এটা গৈচিল, সি উত্তৰ কৰিলে, “সেবকে কাতৰ কৰে।” বাঘ এটাই ছাগলি এটা দেখি গুৰি আছিল, সি গোজৰণি এৰি গালে, “সেৱকে কাতৰ কৰে। " সাপ এটাই বেঙ এটা ধৰিছিল, সি বেঙ্ এৰি দি গালে, "সেবাকে কাতৰ কৰে। ” হবিব নামে হিৰণ্যকশিপুৰ দেশ চৌৱাই লৈ গল। পাপৰ ওৰ পৰিল'। সংসাৰে দেখিলে, হৰি নিষ্ঠ, ব নয়, হবি মৰমিয়াল। অন্ত।. [ 8 ] DISTRICT] LIBRARY (HEM BARUA COLLECTION) TEZPUR.