এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
-প্ৰহ্লাদ-- খাবলৈ দিয়া হল! প্ৰহ্লাদে জানিছে বিহু খাব লাগিব, । কিন্তু তেওঁ প্ৰহ্লাদৰ মুখত হাঁহি। প্ৰহ্লাদে জানে হৰিক একমনে মাতিব পাৰিলে তেওঁৰ ভয় নাই। বিছ খুবাবলৈ নিওঁতে প্ৰহ্লাদৰ মাকে আউলি-বাউলি হৈ কলেতি, “মোৰ সোণ, হৰিক মাতিবলৈ এৰি দে। মোৰ বুকৰ লব! বুকলৈ গাহ।” প্ৰহ্লাদে মাকক সেবা কৰি কলে, “ আই, এ কো চিন্তা নকৰিব৷ যি হৰিৰ কৃপাত ঘাতকৰ তৰোৱাল চু নাৰ হল, যাৰ ক্ৰপাত পানীত শিল ওপন্সিল, সেই চৰিয়েই আজিও মোক ৰক্ষণ কৰিব।” গধুলি ৰজাৰ মানুহে প্ৰহ্লাদক বিতৰ পিঠা খাবলৈ দিলে। প্ৰহ্লাদে তাৰে এভাগেৰে হৰিৰ পূজা কৰিলে এভাগ নিজে খালে সকলোবে ভাবিছিল এই বাৰ আৰু প্ৰহ্লাদ মৰিবই। কিন্তু হবিত যান একান্ত ভকতি, বিপদ তাৰ ওচৰ চাপিব পাবে জানো? বিহু, বিহু গুচি অমৃত হল। J 82 1