গুৰুদক্ষিণা
[ বেটুপাত ]
পৌৰাণিক নাট
গুৰুদক্ষিণা
শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ-বৰুৱা
লিখিত
দ্বিতীয় তাঙৰণ
১৯২৮
শ্ৰীলোকনাথ কাকতি
শিৱসাগৰ
[বেছ আঠ অনা মাথোন]
- ছাপোঁতা
- সতীশ ব্ৰহ্মচাৰী
“যোগমায়া-প্ৰিণ্টিং-ওয়াৰ্কচ“
- সাৰস্বত মঠ-যোৰহাট
[ উছৰ্গা ] উৎসৰ্গ। lok fa ● মान আৰু ' 24 fol 79 মুক্তিৰ মাধ্য • 15 514144 নবোত্তম মজিন্দাৰ বৰুৱা পিতৃ। এৰ ব 3 (44 • অকণমান সুপিখনি ৰ উৰ হাতত অৰ্প। হল। উঠি।
fa31311 [ উছৰ্গা ]শুভাশীৰ্ব্বাদ
শ্ৰীমান গঙ্গাৰাম চৌধুৰী বাপাদেও
দীৰ্ঘজীবেষু।
প্ৰিয় ভতিজা,
তুমি "গুৰুদক্ষিণা" নাটখানি পূজ্যতম ৺ পিতৃদেৱতাৰ সংক্ষিপ্ত জীৱনীৰে সৈতে নিজ ব্যয়ত প্ৰকাশ কৰিবলৈ ইচ্ছা কৰাত বৰ সন্তোষ পালোঁ। এনে সাধু ইচ্ছাৰপৰা প্ৰথমতে মাতৃভাষালৈ, দ্বিতীয়তে হিন্দুধৰ্ম্মলৈ আৰু তৃতীয়তে গুৰুসকললৈ তোমাৰ কিমান আন্তৰিক শ্ৰদ্ধা ও ভক্তি আৰু মন কিমান ওখ ও বহল তাক বেচ বুজিব পাৰি৷ মই আত্ম সংযেমেৰে ইয়াৰ প্ৰথম তাঙৰণ উলিয়াবলৈ অনুমতি দিছোঁ৷ পৰমপিতা জগদীশ্বৰৰ ওচৰত তোমাৰ সজবাসনা বাঢ়িবলৈ আৰু সকলো প্ৰকাৰে মঙ্গল হবলৈ প্ৰাৰ্থনা কৰিছোঁ৷ ইতি।
২৫৷১৷১৯০১ |
শ্ৰীদুৰ্গাপ্ৰসাদ |
প্ৰকাশকৰ মন্তব্য
লিখোঁতাৰ প্ৰকাশিত গ্ৰন্থাৱলীৰ বাহিৰেও পদ্য়, গদ্য, নাটকাদি ভালেমান পুথি ছপা নোহোৱাকৈ হাতে-লিখা অৱস্থাত থকা দেখি, তাৰে কিখনিমান পুথি পঢ়ি চাবলৈ অভিপ্ৰায় কৰাত,মোক মৰম কৰি পঢ়িবলৈ দিলে। মই এখনি এখনিকৈ কেবাখনি নাটকো পঢি চালোঁ। কোনো এখনিকো পঢ়ি বেয়া নেপালোঁ। আটাইকিখন বৰ বিতোপন মন-মোহা পুথি। ঘাইকৈ এই “গুৰুদক্ষিণা” খনি পঢ়ি মনত বৰ তৃপ্তি লভিলোঁ। ই ধৰ্ম্মবিষয়ক পৌৰাণিক নাট। আজি-কালিৰ চলিত ভাষাত পুৰণি বিষয় অতি সুন্দৰৰূপে সজাই দিয়া হৈছে। ইয়াক পঢ়িলে আমনি নেলাগে। আমাৰ ভাষাত ধৰ্ম্মসম্বন্ধীয় উপদেশপূৰ্ণ পুথি হয়মানে ভালৰ কথা। তাতে আকৌ পুথিখিনি গ্ৰন্থকাৰে তেওঁৰ ভক্তিভাজন ৺পিতৃ [ প্ৰকাশকৰ মন্তব্য ] দেৱৰ স্মৰণ-চিন-স্বৰূপে উৎসৰ্গা কৰা দেখি,বেগেতে ছপাই উলিয়াবৰ নিমিত্তে মোৰ মন বৰ উত্ৰাৱল হবলৈ ধৰিলে। লিখোঁতাই অনুমতি দিলে মই নিজব্য়য়ত ছপা কৰি উলিয়াবৰ ইচ্ছা প্ৰকাশ কৰাত,তেওঁ অনুগ্ৰহ কৰি আদেশ দিলে। এতিয়া অতি বিনীতভাৱে এই পুথিখনি ৰাইজৰ হাতত অৰ্পণ কৰিছোঁ। মোৰ সৰল বিশ্বাস, এইপুথি পঢ়ি সকলোৱে মনত সন্তোষ পাব আৰু গুৰুৰ প্ৰতি ছাত্ৰৰ কিমান ভক্তি শিক্ষা দিছে তাক উত্তমৰূপে বুজিব পাৰিব। ইয়াক ৰাইজে চেনেহৰ চকুৰে চোৱা যেন দেখিলে, লাহে লাহে অন্যান্য পুথিবোৰো প্ৰকাশ কৰি ৰাইজৰ হাতত দিবলৈ মনত বৰ উলাহ পাম, আৰু ছপোৱাৰ সাৰ্থক বুলি ভাবি আন্তৰিক বৰ আনন্দ লভিম।
সৱিশেষত ইয়াকো কোৱা উচিত যে, লিখোঁতাই যাৰ স্মৰণাৰ্থে এই পুথিখনি উৎসৰ্গা কৰিছে , তেখেতেৰ এফেৰিমান সংক্ষিপ্ত জীৱনীৰে পৰিচয় নিদিয়াকৈ সামৰণিমৰা মোৰপক্ষে নিতান্ত অন্য়ায়। [ প্ৰকাশকৰ মন্তব্য ] সেইনিমিত্তে বিশেষ পুৰুষাৰ্থ কৰি যি পাৰিছোঁ, সম্প্ৰতি অলপমান গোটাই এই পুথিৰ শেহত ওপ- ৰঞ্চিকৈ ছপাই উলয়াইছোঁ। পূজ্য়তম ৺নৰোত্তম মজিন্দাৰ-বৰুৱা মোৰ মাননীয় ককাদেউতা হয়। মই তেখেতৰ ঘৰৰ জীয়াৰীৰ ফালৰ নাতিনীয়েক হওঁ; সেইসম্বন্ধত গ্ৰন্থকাৰৰ মই ভতিজাক। অন্তত ইয়াকো নকৈ নোৱাৰিলোঁ যে, এই পুথি- খনি খুৰাদেৱে মৰম কৰি তেওঁৰ দেউতাকৰ সং- ক্ষিপ্ত জীৱনীৰে সৈতে ছপাই উলিয়াবলৈ অনুমতি দিয়াত মই ৰংপাই অন্তৰেসমন্বিতে নথৈ শলাগ লৈছোঁ। আৰু তেওঁৰ ওচৰত কৃতজ্ঞতাজৰীৰে আজীৱন কাল বান্ধখাই থাকিলোঁ। ইতি।
১|১|১৯০১ |
প্ৰকাশক |
⸻
দ্বিতীয় তাঙৰণৰ পাতনি।
ভক্তসকলৰ অতি আদৰৰ ধন গুৰুদক্ষিণা আকৌ নকৈ ওলাল। এই পুথিখনি কাহানিবাই অন্ত পৰিল। ৰাইজে খনেপতি খোঁজাতো আমি ইমান দিনে যোগাব নোৱাৰি মনত নথৈ বেয়া পাইছিলোঁ; সেইবাবে আমাৰ অপৰাধ ৰাইজে নিজগুনে ক্ষমা কৰি যেন বাধিত কৰে।
এই পুথি১৯০০ খ্ৰীষ্টাব্দত লিখা হৈছিল। ১৯০১ চনত ইয়াৰ প্ৰথম তাঙৰণ ডিব্ৰুগৰৰ-ৰায় চাহাব শ্ৰীযুত গঙ্গাৰাম চৌধুৰী দেৱে নিজ খৰচাত ছপাই ৰাইজৰ আগলৈ আগা্ বঢ়াইছিল। তাত ষি ওপৰঞ্চি তেওঁৰ ককাদেউতাকৰ জীৱনী আৰু উপৰুৱা গোটাদিয়েক গীত সৈতে কেইখনিমান লাগতিয়াল পুথিৰ শলাগনি চিঠি আছিল,তাক অনাবশ্য়ক হেতুকে গুচাই দিয়া হল।
এই তাঙৰণত একো সাল-সলনি নকৰি বৰ্ণাশুদ্ধি[ পাতনি ] বোৰত মাথোন হাত ফুৰাই দিয়া হৈছে।কিয়নো ২০ বছৰৰ আগৰ “তাব আৰু সৌন্দৰ্য্য়” ত ঘুণ লাগে বুলি মনত শঙ্কা হল।
কৃষ্ণকথা এনেই মধুৰ। ভক্তৰ হাতত হাৰ নগৈ জেউতি বাঢ়ে। কৃষ্ণৰ ৰাসা-লীলা অতি বিতোপন, ভক্ত মাত্ৰকৰে যে মন মোহিত হয়,তাক কোৱাৰে সকাম নাই।
আজি-কালি কাগজ আৰু ছপাৰ মূল্য় বিস্তৰ মৰগ তদুপৰি এই তাঙৰণত কিছু কাগজো বাক দিয়া বাবে আগৰ মূল্য় অনাৰ ঠাইত এইবাৰ ৪০ অনা কৰা হল।
১|১|২৮ |
শ্ৰীদুৰ্গা |
“বন্দো মই ভাষা-মাতৃ তযু গঙ্গাম্বুজ,
বাঙ্গেৰি। তুমি মাতৃ জিহ্বাগ্ৰবাসিনী ।"
জ্ঞানমঞ্জৰী
গ্ৰন্থাৰম্ভ
লাগতিয়াল সঙ্কেত
গ্ৰন্থকাৰসকলে দেখোঁতা আৰু কৰোঁতা দুইৰো সুবিধাৰ নিমিত্তে প্ৰত্য়েক ( Theatrical Play) ভাওঁকে চোৱা-চোৱাকৈ কেবাভাগো কৰি দিয়ে, বিশেষ সুচলৰহেতুকে প্ৰত্যেক ভাগকে আঁকৌ সৰু সৰু কেবাঅংশতো বিভাগ কৰি থয়। ইংৰাজী নাটৰ একোভাগক। (Act) অঙ্ক আৰু সৰু একোঅংশক (Scene) দৃশ্য় বা দৰ্শন বুলি উল্লেখ কৰে। একোঅংশৰ ভিতৰত কেবাখনিও দৃশ্য় বা দৰ্শন থাকে। আজি-কালি এই দেশীয় আৰু বঙ্গদেশীয় নাটৰচোতাসকলে দৃশ্য় বা দৰ্শনৰ সলনি প্ৰায় গৰ্ভাঙ্ক বুলিহে লিখে। এই নাটত ইংৰাজী প্ৰথাৰে লিখা হৈছে; কামেই দৃশ্য় বা দৰ্শনৰ ঠাইত গৰ্ভাঙ্ক বুলি ধৰিব লাগিব। ইতি;
গ্ৰন্থকাৰ
ভাওৰীয়াসকলৰ নাম
মুনিহ।
শিৱ,কৃষ্ণ,বলৰাম,বসুদেৱ,বম,চিত্ৰগুপ্ত,সান্দীপণি,
মধুমঙ্গল, পুৰন্দৰ, নালিয়া,দুত,কিছুমান ছাত্ৰ ,
কিছুমান পাপী।
⸺০⸺
তিৰোতা।
—০—
গৌৰী, দৈৱকী, সান্দীপনিৰ ঘৈণীয়েক,
চঞ্চল, উপম, চেনিমাই।
⸺০⸺
দৰ্শন।
—০—
কৈলাশপুৰী,বমপুৰী,মথুৰাৰ ৰাজআলি,অৱন্তী
নগৰৰ ৰাজ-আলি,বসুদেৱৰ মাৰল-ঘৰ,বসুদেৱৰ
বৰ-ঘৰ,দৈৱকীৰ অন্তঃপূৰ,সান্দীপণিৰ
পঢ়াশালি,সান্দীপণিৰ ঘৰ,সান্দী-
পণিৰ চোটাল।
⸻
পৌৰাণিক নাট
গুৰু-দক্ষিণা
প্ৰথম অঙ্ক
⸺০⸺
প্ৰথম দৰ্শন
ৰাজ-আলি
⸺০⸺
শ্ৰীকৃষ্ণ আৰু বলৰাম
বল।—ভাইটি! তুমি এইদৰে মনমাৰি থাকিলে মই মনত বৰ বেয়া পাওঁ। তোমাৰ মুখত বিষাদৰ চিন দেখিলে মোৰ হৃদয়-আকাশ ভাৱনা-ডাৱৰে ঢাকি পেলায়! মোৰ সোণাই, তুমি কি মন মাৰি আছাঁ, ভাঙি কোৱাঁ।
কৃষ্ণ।-দদা! কলে কি হব? মোৰ অন্তৰত বৰ শোক সিদিনা ককাদেউতাৰ শৰাধৰ দিনাৰপৰা মোৰ মন সম্পূৰ্ণ সলনি হৈছে। [ ২ ] বল।—মোৰ লাহৰি! হঠাৎ তোমাৰ মন পৰিবৰ্ত্তন হোৱাৰ কাৰণ কি? কোনে কি কলে? ধেমালি কৰিবলৈ আহি এইখন তুমি কি ভাবিছাঁ গোপাল?
কৃষ্ণ।-কোনে কি কব? হিতাহিত জ্ঞানে মনক লাজ দিলে।
বল।-ভাইটি। তুমি মোক ফাকতি নকৰি, ভাঙি কোৱাঁ। তোমাৰ মন বিৰস দেখি মোৰ মন বৰ উত্ৰাৱল হৈছে, কৈ বেগেতে চিন্তা দূৰ কৰাঁ৷
কৃষ্ণ।-দদা। বাস্তৱতে মই বৰ আচৰিত হৈছোঁ। তুমি মোৰ কথাত মন নিদিয়াঁ।
বল। -কিয় নিদিম মোৰ সাদৰি? তোমাৰ কথাত যে মন নিদিম, দিম কাৰ কথাত? মই মোৰ প্ৰাণকৈও তোমাক অধিক ভালপাওঁ।
কৃষ্ণ।-সিদিনা সভাত বহি থাকোঁতে কি কৈছিলোঁ?
বল।-ক’ৰ সভাত বহি থাকোঁতে—ককা-দেউতাৰ শৰাধত বহি থাকোঁতে নে কি?
কৃষ্ণ।-ওঁ
বল।-পণ্ডিতসকলে নানাৰকম শাস্ত্ৰৰ কথা কোৱা-মেলা কৰা শুনি তুমিও পণ্ডিত হবৰ আশা কৰিছিলাঁ৷[ ৩ ] কৃষ্ণ।– এৰা,মোৰ দদা নে কোন! তেন্তে এতিয়াও সেই কথাকে ভাবিছোঁ। সিদিনা পণ্ডিতৰ সভাত মুখ মেলি কথা এটা নোৱাৰিলোঁ—ইয়াতকৈ নো কিবা লাজৰ কথা আছে নে? হায়! হায়!! বিদ্য়াহীন জীবন সমূলি মিছা। দেখিবলৈ ধুনিয়া হলে হব কি? গাত গুণ থাকিব লাগে। হাঁহৰ মাজত বগলিটো হৈ থকাতকৈ মৰি যোৱাই ভাল।
বল।– তেনে ওখ আশা কৰা একেবাৰে ভুল। আমি জানো বামুণ? আমাক বিদ্য়া কেলৈ? বিদ্য়া পণ্ডিতৰ হে আৱশ্য়ক। মুখ চুপতি কৰি নানা ৰকম কথা চেলাই বামুণে পৰ্ব্বতি থাকে। সেইবোৰ আমাক কেলৈ? আমি বন-বাৰি কৰি পেট পুহি থকাটোহে যুগুত। সেইবোৰ মিছা কথা ভাবি দুখ কৰি নেথাকিবা।
কৃষ্ণ।–দদা, তুমি আমাৰ মুখ্য উদ্দেশ্য় দেখোন একেবাৰে পাহৰিলাঁ। তুমি আমাৰ ঘাই কথালৈ মন কৰি চোৱাঁচোন। আমি সদাই গৰখীয়াৰ লগত ধেমালি কৰি ফুৰা নিতান্ত অন্য়ায় হল। ইমান ডাঙৰ হলোঁ, বিদ্য়া-বুদ্ধি একো নাই। বিদ্য়া-বুদ্ধি নহলে উদ্দেশ্য় সিদ্ধি কৰিব নোৱাৰি। এতেকে আমি বিদ্য়াশিক্ষাকৰা যুগুত। নিজৰ মনৰ মলি গুচাব নোৱাৰিলে,[ ৪ ] অইনৰ মন নিকা কৰিব নোৱাৰি।
বল।-তোমাৰ কথা শুনি কলিয়া! মই বিচুৰ্তি হওঁ। তোমাৰ
দিনে দিনে একোটা মনৰ ভাব। যিহকে দেখা তাকে
লাগে। পণ্ডিত দেখি পণ্ডিত হবৰ মন গল। আৰু
বা নহবা কি? এই ভাব আকৌ লুটি খাইহে লাগে।
কৃষ্ণ। পণ্ডিতৰ সমান সুখী পৃথিবীত কেওঁ নাই। মোক
আশাীৰ্ব্বাদ কৰাঁ যাতে বেগতে পণ্ডিত হৈ মনৰ মলি
গুচাই অন্তৰ পোহৰ কৰিব পাৰোঁ। আৰু তুমিও
পণ্ডিত হৈ মোক কৰ্ত্তব্য কৰ্ম্মত সহায় কৰাঁ। আমি
যি উদ্দেশ্য় সিদ্ধি কৰিবৰ নিমিত্তে পৃথিবীলৈ আহিছোঁ,
তাক যাতে সুকলমে সুসম্পন্ন কৰিব পাৰোঁ, তালৈ
অকণো হেলা নকৰিবাঁ।
বল।–তেন্তে উপায়?
কৃষ্ণ।-উপায় আৰু কি? আমি সেই মুনিৰ পঢ়াশালিত
পঢ়া।
বল।-মুনিৰ নো পঢ়াশালি কত- যাবানো কেনেকৈ?
কৃষ্ণ।-সেই বিষয়ে দদা, তুমি একো ভাবিব নেলাগে।
মই নাম আৰু থকা- ঠাই আদি সকলো তেওঁৰেপৰা
ঠিককৈ থৈছোঁ।আহা!মুনিজন কেনে মৰমীয়াল!
আমাক কেনে আদৰ-সাদৰ কৰিছিল! [ ৫ ]
বল।-আমাৰ ইয়াৰ পৰা কিমান দূৰ?
কৃষ্ণ।-ইয়াৰপৰা বোলে অৱন্তীনগৰ তিনি মাহৰ বাট।
বল।—উস্! বহুত দূৰ। ইয়াৰপৰা গৈ তাত পঢ়া নিতান্ত
অসম্ভৱ।
কৃষ্ণ।-কি অসম্ভৱ? পৃথিবীত একো অসম্ভৱ নাই।ইচ্ছা
কৰিলেই উপায় ওলায়। সংসাৰত যত্ন নকৰিলে
কেওঁ ৰত্নৰ অধিকাৰী হব নোৱাৰে। বিদ্য়া অমূল্য
ৰত্ন; তেনে ৰত্ন লাভ কৰিবলৈ প্ৰাণপণে ৰত্ন
কৰা উচিত।
বল।-দেউতাই পঠিয়ালে হে?
কৃষ্ণ।-অৱশ্য় বুজাই কলে দেউতাই পঠিয়াব। মই হলে
আইতালৈ হে ভাবিছোঁ। তিৰোতাৰ মন নিচেই
কোমল। বঢ়ালে- বুজালে যদি পঠিয়ায় তেনেহলে
আৰু আমি ভৰিলোঁ।
বল।-বলাঁ, তেন্তে আমি যাওঁ। তেওঁবিলাকৰ অনুমতি
লৈ আমি লিখা-পঢ়া শিকোঁগৈ। মুনিৰ নাম কি?
কৃষ্ণ।-তেওঁৰ নাম সান্দীপণি।
বল।-গোপাল,তুমি বৰ টেঙৰ আৰু বহুত কথা জানা,
এতেকে বুজাই-বঢ়াই কলে অৱশ্য় আমাক পঠিয়াব।
লগত আৰু কাক নিবা? [ ৬ ] কৃষ্ণ।-কাক নিম? তুমি আৰু মই।
বল।-অনুমতি লওঁগৈ বলাঁ।
⸻
গীত
আহাঁ আহাঁ কৰোঁ আমি, বিদ্য়া উপাৰ্জ্জন।
বিদ্যাৰ সমান নাই, সংসাৰত ধন॥
বিদ্য়াৰ গছতে জ্ঞান, জ্ঞানৰ ফলতে মান,
নহলে ধৰাত ভাই, মিচাতে জীৱন।
দেউতা-আইক কই, ঘৰৰ বাহিৰ হই
অৱশ্য়ে লভিম বিদ্য়া কৰিলে যতন॥
(দুইৰো প্ৰস্থান)
⸻
দ্বিতীয় দৰ্শন
⸺0⸺
বসুদেৱৰ মাৰল-ঘৰ
বসুদেৱ আৰু দৈৱকী
দৈৱ।-প্ৰাণেশ্বৰ। লৰা দুটি অথনিয়েই ধেমালি কৰিবলৈ
গল'; এতিয়াও দেখোন ঘূৰি নাহিল!
বসু।-লৰা-মানুহ লগৰীয়াৰ লগত বাহিৰত ধেমালি কৰি
আছে চাগৈ প্ৰিয়সী, একো চিন্তা নকৰিবাঁ।
দৈৱ।-মোৰ চকুৰ আঁতৰত থাকিলেই নাথ, কব নোৱাৰে।
কিয় হেৰাই-হেৰাই যেন ভাব হয়। আহা! সিহঁত
মোৰ ওচৰত থাকিলে হাততে স্বৰ্গ পাওঁ।
বসু। —তুমি হে নেলাগে জগতৰ সকলো মাইকীৰে সন্তানৰ
নিমিত্তে এনে মৰম আৰু অলপমান পৰো চকুৰ আঁতৰত
থকা সহিব নোৱাৰে।
দৈৱ।-আহা! সংসাৰত মোৰ সোণাইহঁতৰ বঢ়া অইন
একো বস্তু নাই। পৃথিবীত যাৰ সতি-সন্তান নাই,
তাতকৈ দুখীয়া কোন্ আছে। খাবলৈ থক্ বা নথক্ ,
পিন্ধিবলৈ থক্ বা নথক্, যদি সন্তান-সন্ততি থাকে,
[ ৮ ] বসু।-তুমি স্বৰূপ কৈছাঁ ৰাণী! পুত্ৰমুখ দেখিবলৈ নেপালে পৃথিবীত জন্ম লোৱাৰে সাৰ্থক নাই। সেইহে পুত্ৰহীন মানুহক দেখিলে যাত্ৰা নাই বোলে। তুমি মহাভাগ্যৱতী নাৰী। তোমাৰ যহতে ময়ো মহাসুখী।
( বলৰামৰ প্ৰবেশ)
বল।-( বিনয়েৰে) দেউতা! গোপালে সৌ বাহিৰত কান্দি আছে।
দৈৱ।-মোৰ সোণাইৰ কি হল, বলাই? তোমালোকে মৰামৰি কৰিছিলাঁনে কি?
বল।-মৰামৰি কৰা নাই। মূৰ্খ হলোঁ বুলি বেজাৰ কৰি কান্দিছে।
বসু।-কি মূৰ্খ হল? মোৰ বোপাইৰ সমান জ্ঞানী লৰা দেখোন দেখাই নাই। মাতি আনাচোন সোধোঁ, মোৰ লাহৰিয়েনো কেলৈ কান্দিছে।
দৈৱ।-যোৱাঁ, মোৰ মইনা যোৱাঁ, বেগেৰে মাতি আনাগৈ।
বল।-মই গোপালক মাতিলে নাহে, ঠেহ্ পাতিছে।
বসু।-কি জগৰ লাগিল। তুমি ডাঙৰ,সৰু ভাইটিক জানোঁ ডাবি-হুকি দিব পায়? মৰম কৰি ওমলাইহে থাকিব লাগে। তুমি খং কৰিছিলাঁনে কি? কেলৈ[ ৯ ] ঠেহ, পাতিছে?
দৈৱ।-বলাই, তুমি বৰ ওখৰা লৰা। তুমি গোপালক
ডাবি দিলাঁ হবলা। গোপাল অকণমান ভাইটি, তাক
জানো ডাবি দিব পায়। মা ত আনাগৈ যোৱাঁ।
মোৰ সোনাইক সোধোঁ কেলৈনো কান্দিছে।
বল।-অইন একো হোৱা নাই আইটা, সিদিনা ককাদেউ
তাৰ শৰাধত যে, পণ্ডিতবোৰ আহি শাস্ত্ৰৰ কথা কৈ
তৰ্ক কৰিছিল, আমি তাতে বহি আছিলোঁ, তেওঁ
বিলাকৰ কথা একোকে তৰ্কিৰ নোৱাৰিলোঁ। বামুণৰ
লৰাকিটামানে আমাক কিবা সুধিছিল। পিছে,
গোপালেও নোৱাৰিলে, ময়ো নোৱাৰিলোঁ। গোপালে
কব নোৱাৰি, মৰিবৰমান লাজ পালে। মোৰ আগত
লেখাপঢ়া শিকিবলৈ প্ৰতিজ্ঞা কৰিলে। দেউতা,
গোপালৰ পঢ়িবলৈ বৰ মন হৈছে।
বসু-মোৰ সোণাই পৰম জ্ঞানী। অৱশ্য় পঢ়িব লাগে।
তুমি মাতি আনালৈ মই ঠেহ্, ভাঙিম। যোঁৱা।
( বলৰামৰ প্ৰস্থান)
দেখিলাঁ-গোপাল কেনে লৰা? মোৰ বোপায়ে নপঢ়ে
মানে নেৰে। তুমি নকৈছিলাঁ-অজ্ঞান মূৰ্খ হল।
জানিব তেতিয়া নিজেই পঢ়িবলৈ উত্ৰাৱল হব।
তালৈকে জানিবা ভাল লগ লগাই দিব লাগে। মানুহে
নেজানে যে, সঙ্গৰপৰা কিমান শিকিব পাৰে।
গোপালে যদি সিজিনা সেই পণ্ডিতৰ লৰাকেটাৰ লগ
নেপালেহেতেন কেতিয়াও ইমান সোনকালে পঢ়িবলৈ
মন নেমেলিলেহেতেন। নিজৰ মন নগলে বলেৰে
কাকো কোনেও শিকাব নোৱাৰে। নিজৰ মনৰ এটা
আগ্ৰহ হব লাগে। সেই আগ্ৰহ লগৰ লগৰীয়াৰপৰা
হয়। এতেকে লৰা-ছোৱালীক কেতিয়াও বেয়াৰ লগ
লাগিবলৈ দিব নেলাগে। যেনেদৰে সিহঁতক গঢ়িবৰ
ইচ্ছা হয়, সেই নিচিনা সঙ্গীৰ লগ লগাই দিলেই
এনেই গঢ় লাগি আহিব।
দৈৱ।-আহাঁ, মোৰ সোণাই! আহাঁ, মোক চুমা এটি
দিয়াঁহি। তুমি বেজাৰ কৰিছাঁ কেলৈ-কি হল-
কোনে জগৰ লগালে?
কৃষ্ণ।-(চুমা দি) আইতা, মোক কোনেও একো জগৰ
লগোৱা নাই। মোৰ অন্তৰত বৰ শোকে ধৰিছে।
সিদিনা সভাত বৰ লাজ পালোঁ। লাজতকৈ অন্তৰৰ
[ ১১ ]
বসু।-তোমাৰ কিহৰ লাজ ? পণ্ডিত ধৰি দি পঢ়া। মন দি পঢ়া, দুদিনতে সকলোকে চেৰ পেলাব পাৰিবা। বেজাৰ নকৰিবা। মই শীঘ্ৰে পঢ়াৰ ঠিক কৰি দিম। তুমি নেকান্দিবা অ' মোৰ লাহৰি!
কৃষ্ণ।-দেউতা! সোনকালে পঢ়া আৰম্ভ কৰিব লাগে। আমি বহুত ডাঙৰ হলোঁ। সৰুৰেপৰা গৰখীয়া লৰাৰ লগত ধেমালি কৰি ফুৰি বৰ অন্যায় কৰিলোঁ। আমি মহামূৰ্খ হলোঁ। বিদ্যাহীন জীৱনত একো সকাম নাই। দদায়ে ময়ে বিদ্যা শিক্ষা কৰোঁ।
বসু।-পঢ়িবাহঁক মোৰ সোণাই! তোমালোক কিহৰ চিতা? আজিয়েই মই পণ্ডিত ঠিক কৰি দিম, ঘৰতে পঢ়াই যাবহি।
কৃষ্ণ।-দেউতা, বিদ্যা শিক্ষা গুৰুৰ ঘৰত থাকি কৰাহে যুগুত। ঘৰত পঢ়িলে শীঘ্রে পঢ়িব নোৱৰিম। এতেকে দদাকে-মোকে অৱন্তীনগৰৰ সান্দীপণি মুনিৰ পঢ়া- শালিত পঢ়িবলৈ পঠিয়াই দিয়ক। মুনি জন বৰ ভাল। সিদিনাখন আহোঁতে আমাক বৰ মৰম-বেথা, কৰিছিল।
দৈৱ।-নহয়, মোৰ লাহৰি; সিমান দূৰত গৈ পঢ়িব নোলগে। তোমালোকে মোৰ মইনাহঁত ঘৰতে পঢ়া। [ ১২ ] যি শিকিব খুইছা সকলে ঘৰতে থাকি শিকিব পাৰিবাঁ। মোৰ চকুৰ আঁতৰত থাকিব নেলাগে।
বল।-আইতা। আমি তাত বেচি দিন নেথাকোঁ নহয়, বেগতে ঘূৰি আহিম। গোপালৰ যাবৰ বৰ মন হৈছে, বাধা নকৰিবা চেনেহী আই। বাধা কৰিলে গোপালে মনত বৰ বেয়া পাব। গোপালে কন্দা দেখিলে মোৰো চকুৰ পানী ববলৈ ধৰে।
বসু। -তোমালোকে পিতৃ মাতৃৰ নয়নস্বরূপ। তোমালোক নহলে, আমাৰ সকলো আন্ধাৰ। তোমালোকক পাঠি য়াই আমিনো কেনেকৈ থাকোঅ’ মোৰ সোণাইহঁত? এতিয়া ব'লা জলপান কৰাঁগৈ। পিচে বাৰু এটা থিৰাং কৰা হব।
দৈৱ।-বলক সকলো যাওহঁক।
(সকলোৰে প্ৰস্থান)
তৃতীয় দৰ্শন
বসুদেৱৰ বৰ-ঘৰ।
চঞ্চলা৷
চঞ্চলা।—(আপোনা-আপুনি) সংসাৰত সুখ কি-তাক
সঠিক কৰিব মই ইমান দিনেও নোৱাৰিলোঁ। মানুহে
কয়, দুখ নেপালে সুখ বুজিব নোৱাৰে। মোৰ
তেন্তে এতিয়া দুখনে সুখ? মানুহে কয়, মই ডাঙৰ
লোকৰ ঘৰৰ দাসী, মোৰ সমান সুখী অইন কেওঁ
নাই। কতা? সুখ দেখোন দেখা নাই। যদি
সুখ দেখা নাই তেন্তে সুখৰ বিপৰীত অৱস্থাই দুখ৷
তালৈকো হেপাহ পলুৱাই খাইছোঁ, পিন্ধিছোঁ,শুইছোঁ,
ফুৰিছোঁ, আছোঁ। মই দৈৱকী আইক যি কওঁ, তাকে
শুনে। অইন কি-মাটিকে সোণ বুলিলে তেওঁৰ
মানত মাটিয়ে সোণ। নামতহে মই দাসী, কাৰ্য্যত
ঘৰৰ ঘৈণীজনা। এনেস্থলত, মোৰ এই অৱস্থা দুখ
নহয়৷ যদি দুখ নহয়, তেন্তে এয়ে মোৰ অৱশ্য [ ১৪ ] সুখ। মই তেন্তে সুখী। মোৰ সুখৰ অন্ত নাই।
আহা! মই বৰ সুখী। পৃথিবীত যদি সুখী আছে,
তেনেহলে ময়েহে মাখেন। আজিৰপৰা ঠিক হল,
মই সুখী। বাৰু, চাওঁচোন আৰু কোনোবা মোৰ
নিচিনা আছেনে? নাই। বাৰু; মোক ৰাণীয়ে
কেতিয়াবা পাগলী বোলে; মই চাওঁতে মই সুখত
থকা খিয়ালতহে সেইদৰে গালি-শপনি পাৰে।
যদি গালি পাৰে, তেন্তে মই পৰৰ অধীন। পৰা
ধীন জীৱৰ নো কত সুখ? পৰাধীন হওঁনে নহওঁ,
চাওঁচোন বাৰু। কেতিয়াও মই পৰাধীন নহওঁ।
মই যদি পৰাধীন সংসাৰ গোটেইখন পৰাধীন।
ৰজানো কি স্বাধীন। ৰায়তৰ কৰ আদায় কৰিব
নোৱাৰিলে খাবলৈ তাত নাই। দেশ ৰাখি নেথা-
কিলে লোকে কৰ নিদিয়ে। কৰ নেপালে কিহৰ
ৰজা? সকলোতকৈ ৰজাকে ডাঙৰ বোলে, তেনে
ডাঙৰ ৰজাইও ৰায়তৰ নেপালে খাবলৈ নেপায়।
এনেস্থলত ৰজা মোৰ বিবেচনাৰে সুখী নহয়।
স্বাধীন নহলে সুখী হব নোৱাৰে-এতেকে স্বাধীন
বুলিনো কাক ধৰিম? বাৰু, আই আহক, আজি
তেওঁৰে সৈতে এটা মীমাংসা কৰি থিৰ কৰিম। [ ১৫ ] ভাল কথা হল! মোক ঘৰটো সাৰি ঠাইখন
অঁটাবলৈ কৈছিল। মই সুখ বিচাৰি থাকোঁতেই
গল। (ভৰিৰ খোল শুনি) অ’ লোকে ওলাল-
হিয়েই। (শোটাটো লৈ ঠাই পাৰে। মই কিবা-
বোৰ হে ভাবিছোঁ-প্ৰেমৰমান সুখ নাই। তালৈকো
হলোঁ বুঢ়ী৷ বুঢ়া এটা পালে জানিবা হয়।
বুঢ়াই জানো বুঢ়ী বিচাৰে-বিচাৰে যদি গাভৰু
হে বিচাৰিব। মই হওঁতে বুঢ়ী হোৱা নাই।
ভালকৈ মূৰ-গা অঁটাও মুঠেই, ভাল ডেকাটোৰো
চকু ৰৈ যাব।
( দৈৱকী , কৃষ্ণ আৰু বলৰামৰ প্ৰবেশ)
দৈৱ৷-কত ডেকাৰ চকু ৰৈ যাব অ’ চঞ্চলা?
চঞ্চ-মোৰ কথাবোৰ আই, শুনিলেনে কি?
দৈৱ।-শুনিলোঁতো পাগলী!
চঞ্চ।-তেন্তে ভাবিল কি হব? আই, প্ৰেমৰমান
জগতত সুখ নাই-নয়নে বাৰু?
বল।-বুঢ়ী তোৰ এই কৰিবৰ মন গল? আহা!
ৰূপসীৰ ৰূপ চোৱাঁ।। পাগলীৰ চিৰকালেই প্ৰেম।
যা বুঢ়ী, পৈ বিচাৰি যা। প্ৰেমীকা হৈ ভিতৰত
সোমাই থাকিলে কত যে পাবি? বেটীৰ কথাৰ
ভাব চোৱা? [ ১৬ ] --না, চল বিছাতে এ উঠি ঠাট। কই।
কি? গত ফোন শ্ৰেমিক আছে? আশা-
শত চোৱা, শ্ৰেমিক চাই প্ৰেম বিলাইছে, পৃণি-
বী চোৱা, মানুহে মানু, চৰাইৰে নাইৰে,
সময় ইটোৱে সিটো প্ৰেম বিলাব লাগিছে।
সংসাৰ গোটেইখন প্ৰেম হাট। অইন কি-
পৰ্বত-নৈ, তা সকলে এখনি প্ৰেম
চি আধোন।
চোৰ সোপাই নে নে? যে মেয়ে মনে
পৰা প্ৰেম চিনি। মোক মোৰ লাহৰিয়ে
যুই নিদিলে, গিব ফোনে? এনে প্ৰেমিক
নলে নন বালা-সকলক ৰাহীৰ মাতত
উল কৰি পাৰে?
যমুদীয়ে ধোেন আশ পাই গললৈকে এশিয়ায়।
।ৈ-বোগা, তোমালোকে মনেমনে থাকা। অই
পাগলীলত এইবোৰ খুচুপতি নাৰািইক।
-আইতা চলাৰ শুনি মই অই পাগলী
বুলি নোৱাৰে। এই নশমি এলাক
গাৰ [ গয়াদি নিয়ে। সবাৰ মত।
আছে যে আছে, কেনে নি [ ১৭ ] নি েতাল বুল বিশ্বাস কৰে। তেনে ভাষণ
আমি কাকো যত কৰি নেয়। [ মিঠামাতে
আৰু যিমান শীত কবি পাৰে, এইন এগোয়ে
সিমান যশ কৰিব নোৱাৰে। মিঠাতেৰে মানুহ
তুই কৰিবলৈ এগ চ-গন ফৰিব নেলাগে।
এনেস্থলত মানুহক টোমাত দিয়া মোৰ মনেৰে
নিতায় ভুল।
৮।মোৰ সোণাইক মই ত , কি?
মোৰ বোপই মহাজ্ঞানী। মোয় যোগাই। কথা
যে মানুহ মোহিত না- ৰ কথাত?
জৈন্তু। বলা, গোপালে চৰু তুমি ঠাট্টা বা ফাত
পেটে সমথিতে বেয়া পালে। তাইয়ে -
যে কায়সা। তুমি আইটিমে শুনি।
নেই মইনা? এতিয়া বলা তিলৈ যাওঁ।
মেলোক গে লাগিব পায়, আনিয়েই
খাল-এতিয়া ৰা ৰাি যিনি এই আই।
-নাই! সেটাই লৈ ভিত।ৈ আছে
আমি এ। পৰি যোৱাৰো এটা ঠি
কি লাগে। যেয়ো গতি। এ গৈছে।
শেও নে , সনি গে গগ নাই। [ ১৮ ] কেনেকৈ বিদায় হৈ মুনিৰ পঢ়াশালি পাওঁগৈ,
তাকে ভাবিছোঁ। ব’লক, এটা যাবলৈ দিন
ঠিক কৰোঁগৈ।
( দৈৱকী, কৃষ্ণ আৰু বলৰামৰ প্ৰস্থান।
চঞ্চ।-মই এতিয়াহে বুজিলোঁ, কলিয়া প্ৰেমৰ খনি।
ভালেতোহে গোপিনীহঁতে বাঁহীৰ মাতত বিভোল
হৈ পাগলীৰদৰে ফুৰিছিল। আমি কলিয়াৰ মৌ
বৰষা মিঠামাতে মোৰ চিত হাৰি নিলে। ঠিক
কথা, সংসাৰত প্ৰেমেই সুখ। এতেকে প্ৰেম
লাভল উপায় চিন্তাহে যুগুত। প্ৰেমনো কি?
ভাল-পোৱা। ভাল-পোৱানে কি? বৰকৈ মৰমেৰে
ভালপোৱা। বৰকৈ ভালপালেই প্ৰেম হয়। তেন্তে
সকলোকে ভালপাম। ভালপাম হয়, মোক আকৌ
অইনে ভালপালে হে হৈছে। ভালপায় কেলৈ? কি
ভালপায়? দেখিবলৈ ভাল হলে ভালপায়। দেখিবলৈ
ভাল শুৱনি হলে। মই শুৱনি হওঁনে নহওঁ? অৱশ্য
হওঁ-কিয় নহম? শুৱনিনো হয় কিহৰপৰা? ৰূপ
থাকিলে। তেন্তে মোৰ ৰূপ আছে। ৰূপনো কি?
দেখিবলৈ ধুনীয়া হোৱা। দেখিবলৈ ধুনীয়া হবলৈ
হলে কি কি লাগে? মূৰত কেচা চুলি, সমান [ ১৯ ]
দালিম-গুটিযেন দাঁত, সুগোল দেহ, মুখত হাঁহি, চকুত
ঠাৰ, কংসৰ গতি; ইয়াৰ উপৰিও কিছুমান উপায়
আছে যেনে-মূৰত সিন্দুৰ, হাতত খাৰু, খোপাত
ফুল, গাত চিত্ৰ-বিচিত্ৰ কাপোৰ। ঘাই বস্তু
পাহৰিছোঁ—মুখৰ মিঠা মাত। এই আটাইবোৰ গুণ
মোৰ গাত একেলগে নাই বুলিলেও হয়। যিবা
নহক, চেষ্টাৰ অসাধ্য একো নাই। প্ৰেমৰ জগতত
যদি প্ৰেম ঘটিব আৰু বিলাব নোৱাৰিলোঁ তেন্তে
জীৱনেই মিছা।
গীত।
চঞ্চ। এতিয়া আদৰে কোনে মোক?
বয়স দিলেহি ভাটী, যৌৱন কৰিলোঁ মাটি,
সহি আছোঁ দিনে ৰাতি, যত মোৰ দুখ।
ডেকাক দেখালে বুকু, নুঘুৰাই দেখোঁ চকু .
বুচী বুলি ডাঙে ভুকু, পাওঁ কত দুখ।
যেতিয়া গাভৰু কাল, গপতেই গল ভাল,
প্ৰেমক দেখিলোঁ কাল, এতিয়াহে শোক।
(প্ৰস্থান )
⸻⸻
কৈৰ অপু। বগে আৰু নৈবী য।- সি, পিং-মাতৃ মোয়ৰ সন্তান-সন্ততি মুখ । [ সন্তান থাকে নথকাই ভাল। পুত্ৰই যেতি শিখা শিকিবলৈ নিয়েই ইমান আগ্ৰ গেছে, আমি তাই বাধা দিয়া নিতান্ত গহিত। সৈ। স্বামী! মই আপোনাৰ এটি ভৰিত ধৰি কুতি কৰিছে, মোৰ চকু মণি দুটি আন্ত নবি। মই এ, সিই নেয়গিলে নিশ্চয় এৰিম। মাইশী পেটে এনে শোৰু কেতিয়াও শফি মোৰ। ।-সহ আনৰ নিমিতে এই পান ছে। ব্য ট বাত বা নীৰ তা নয়। সিতে এখি নি এৰি যান বিল।ৈ [ ২১ ] দৈৰ।-না, লৰা আৰু বুলিব নোৱাৰি দেখালেখি পঢ়িবলৈ ওলাইটে। আপুনি , মোক হেপৰ ধন আ চেনে। যশ নে িনা। য।-বি, এই সিইও কৰা কাটিনোৱাৰি অনুমতি দিলো। তুমি যদি পাৰ। বুকাই ৰাখ।। মোৰ তাই একে আপনি নাই। জৈৱ-হৈ এনে নিদাৰ কাৰত এৰু, ফেনেকৈ | অনুমতি দিছে, মই ইয়াৰ এক মূৰিব পৰা নাই। |। বমি ও ফুফ এষে) বল।-আইতা! আমি যাবলৈ ওলালো। (দুয়ো সেৱা কৰে) দৈৱ-নেলাগে মোৰ লাহতি, তোমালোৰুে নেলাগে। মই ইয়তে পতিত ধৰি দিয়া, ভোলাৰুে এতে কি পঢ়াই। --আই! কি ইমান ব্যাকুল হৈছে। আমি নিয়ৰ আন উপান কৰিবলৈ ওলাইছে। সেইবাৰে মনেৰে আমাক আবাহে কৰি । আন এক পৰিী আৰু আন কি ভাল কাজ আছে। সৈয়ৰ সোশই! খাইনে চ ইয়াত [ ২২ ] থাকে? তোমালোক এখন্তেকা নেদেখি থাকি নোৱাৰে; এক পলকে এক যুগ যেন অজু হয়। তোমালোকক নেদেখিলে গোটেইখন ৰাৰ দেখো। নেলাগে, মোৰ আচলৰ ধন আচলতে পাই। যি বিদ্যাকে শিকিব খোত, বৰতে ও আনি দিও, তাকে মনেৰে শিকি থাকা। মুনিৰাটত গৈ থাকিব নেলাগে। মই তোমালোক চকুৰ আঁৰ কৰি নোৱাৰে।। তোমালোকক বেদেখিলে পৃথিবী গোটেইখন আৰ দেখো। ফ।-আইতা, আপুৰি মোৰ মায়াত মুখ হৈছে। সংসাৰত ফেও কাৰো নহয়। সকলে মিছ মোক প্ৰাণী যদি চকুৰ আগতে সেল এৰিব গা; তেন্তে কি উপায়েৰে তাৰু ধৰি খি? চকুৰে আপোন সি প—এনে তাৰ; কি দিব্যচকুৰে সলোমশান। এতেকে মোহ পৰিহাৰ কৰি বিদায় নি। আমি তাত বেচি নি নেকে, যিনি মোনকালে পানে। আকৌ ঘূৰি আহিম। ল।•••আই, গোপাল নিতান্ত যাৰ হৈ , বা নকৰিব। এই মৃত কি কোনো [ ২৩ ] মূৰত হাতি দেখিছিলো, আপুনি সেই হাঁহি মাৰ নিয়ালে। চাই থাকোতেই নাহি আকৌ পাখি। এতো চিন্তা নকৰিব, আমাক চিত্তে বিদ্যা শিকিবলৈ বিদায় দিক। দৈৱ-মোৰ লাহিত ঐ! মইনো কেনেকৈ সহা? এতিলানো নেগেণ্ডি থাকি। নোৱাৰে। দেখেন। | ( শোক কৰে, চকুৰ পানী বয়) ।-আইতা, সফিলে সম্পদ নসফিলে আপদ। আমাক মনেৰে বিদায় দিলে অলপতে আমাৰ বাৰ সফল হবে। মাত, শোক পৰিহাৰ কৰি বিদায় দিক। নিজৰ কৰ্তব্য কামলৈ মোহত পৰি পিঠি দি বৰ অ কাৰ্য্য। দৈৰ।-ই তোমালোকৰ সহায় হক, শয়ে মনোবা। পূৰ্ণ কৰাই কোলাৰ ব যেন মোৰ প্ৰচুৰ চমণে কোলালৈ ৰান। ইয়াৰ বাহিৰে মই দুনীনেনা কেনেকৈ মোৰ বুলি যিয় নি? | ( লৰাৰে সেৱা কৰে। বল।-আহা গোপাল, মোৰ িলওঁ। | (ইমো সেৱা) ২।শৰণিত, না না, এখানে তোমালোকৰ লাৰ। বিডি। [ ২৪ ] (২০) লাৰ একে) ক।-লা। আমি লেখা-পঢ়া শিকিবলৈ যাওঁ; তাই | খা নেই। আমি বেগেতে আমি। মনত একে।
- বেজাৰ কোৰ নকৰিবি।
চ। ফলৈ যোৱ। পোশইই? ল।তোক ফেলৈ বুঢ়ী বুলি? ।—লা, ফেল তুমি চলাক তেনে নিৰ কথা কলা? তাই আমাক কেনে মৰম কৰে! দেহি! মনত দুখ পালে চাগৈ। এ মালেহে মুধিছে। তাই নো আমাৰ বাহিৰে ফোন আছে? আমাক মোৰ বুলিহে ইমান দিন নি। সনদৰে মৰম-ষেধা কৰি খেলাই লৈ ডাঃ জীঘল কৰিছে। আমাৰ লগতে তাই গাব পাৰে। এই চলা বৰ ভাল পাওঁ। তুমি তাই একে টান কলা না।! মানুহ কথাৰ কথা ভাবি হু• মিলে আৰু ইতিকিং কৰিলে এ বো পায়। ৮। মোৰ সোণাৰ নিচিনা মীলা ত আছে। ।-5। আমি ইমাপ তিনি মা বাই গৈ ভাত নাশপণি নিৰ পঢ়ি। তো না আমি কাল শনি। আমি তা যায় নি নো , বেগে (বি আমি। [ ২৫ ] (২৫) চ। বৈক। আই, ই আৰু সোণাইহঁতক পঢ়াওঁ। পণ্ডিত নোলালনে? আ! সোণাইক মই নেদেখি কেনেকৈ!! সোণাই, মোকো লগত লৈ যোৱ।। মই শেখে নেনখিলে কেনেকৈ কিম? (কালে)। বল। এতিয়া নেদেখিনা-সেইহে ও মই তাইক আশ নিদিও। আমি যাবলৈ দি লৈ ওলালো। বেটী কাপ। ' এখন হক-না কৰিছেহি। ও পাগী, ইয়াৰপৰা আদিয়া। মুখৰ খুজি চৰু টুকি সাদৰখন চেলাই দেখুৱাব নেলাগে। কফ-দা, তোমাৰ মন উগ্ৰ খাৰ ৰখা নিতান্ত অন্যায়। তাই আমাক পায়, সেইগুণেৰে লৈ ওলোৱা দেখি মন জোৰ কৰিছে। মাৰ জগতত এই আমাৰ মাৰাই পাৰ মন? শো পায়। তুমি চঞ্চলৰ নিচিনা মৰমিয়ালকে প্ৰেমিক বুলি। এনে প্ৰেমিক জগতত পোৱা ৰ টান। যি সৰু লেকে চলৰ চকুৰে চাই থম কৰি পাৰে, সেয়ে জ চণ গেম। মোৰ চলা কাপোৰ, ময়ো - লা আপন। (লক) তই মন থেৰ ন. বিবি নেই। আমি আগে নৃবি আহি। বলাই [ ২৬ ] (২৮) Wাই হোক সেইদৰে ধেমালি নেই। মোৰ শপত ১লা! যে নেপাবি, পেটৰ পোৱালিয়ে গৰ লগালে মাকে জানে। ধৰে? আমি তোৰ পৰি শোধ কৰিব নোৱাৰে। তোৰ নিৰাথ চেনেহৰ মূল্য নাই। চক।--মোৰ সোণাইহঁত! তোমালোকে মোক নকৈ, বা? কুইয়ে পোৰে, পানীয়ে চেচা কৰে। দুয়ো উপকাৰী। জুই নহলেও নহয়, পানী নহলেও নয়। দু আৰু পানী হইৰো যিলহলে মহা পৰা কম হয়। সংসাৰত উৰ আৰু শান্ত এই এ দুটি নহলে সংসাৰ থাকিব নোৱাৰে। মই উগ্ৰ আৰু শাখ ট তোমালোক এইতো পাই যে, কিমান সুখী ও কৈ অৰ কৰিব নোৱাৰে। মইনাহঁত, তোমালোক দুটি দেখিলে মই আন-সাগৰত বুৰি থাকে। এতিয়া বে কেনিয়ানলৈ চকুৰ খাৰ হবা- হক তাকানো সহিব পাৰিনে? তোষালোকৰ পদ- সেৱা কৰিবলৈকে যেন আমাৰে এইদৰে মাসী চলা, তোৰ আশা কি আৰু অশী প্ৰেম। তাৰ মৰত মই পৰি আৰে। এতিয়া এই যে [ ২৭ ] বিদায় দে। তই বিদায় নিদিলে চাচোন এই কেনেকৈ যাও? চঞ্চ।-এই সাৰি তোমাক যোব। বুলি কব নোৱাৰে।। তোমাক নেদেখি মই কেনেকৈ থামি? ইমান দূৰত থকা সহিব নোৱাৰে। মই দিনে চাই থাকিবলৈ পাব লাগে। তোমাক নেগেখিলে মোৰ পেটত কত কি নেব। কৃষ্ণ।-তই মোক কিনে দেখা পাবি। চকুমুদিও অন্তত দেখা পাবি। যি যাক কে, সি তাৰু অনায়াসে চঞ্চ।-মই যেতিয়াই চাম তেতিয়াই দেখা দিব লাগিব। যাক, যোৱা। বল। ঘুণী ময়য় যাও। মোকতো যে আলকে নেপাৱ। থাকিবি দেই। (দুই এহান) চালপাওঁ বা নেপাও তোমাক কেলে। মোৰ হিয়াৰ হিয়াৰ ভিতৰত সোমাই চাৰ পৰা এনেছে নে। মোৰ, মোৰ সোেণাত। [ ২৮ ] চঞ্চ।-বাজশন প্ৰভু, দিব। #শন, | চাও যদি মেণি মই হৃদয় জাপোন। পাহীন কাচপ্ৰায়, অকামিলা হিয়া হায়, তাতো { পাণচাই, আছে অগণন। নকৰিলে নিজ গুণে নিকা তাক কৰে কোনে? তাৰ তোমাৰ বিনে, নাই নাৰায়ণ। পাৰ মূখ মতি, নোনো হি হি, ভসা কেবল দুটি, অভয় চৰণ। [ ২৯ ] দ্বিতীয় অঞ্চ প্ৰথম দৰ্শন অনুশীনগৰৰ বালি উপম ও চেনিমাই চেনি।-ইলে, এতিখান যাওঁ। উপ-চোন ই। আমৰ এতিয়ান প্ৰান্ত সব পৰ হোৱা নাই। তোৰ চকু ফুটিল, দেখা নাইনে? এই মসা অলপ তে ৰািই গৰ পেলুৱাব ইছে হয়! চেনি।—চিকণ চাষ, পানী আনোতে লাল খান। এনে ৰখাৰ পূৱন ওলি , অপমান পাটি। লেটোকে নিমেলে নোৱাৰ। ল। গত এইসব কোলি মবিবি হয়, তেৰে ৰাৰে-পৈয়ই নও। চুপতি কৰিলে খালি পাৰি। [ ৩০ ] চেনি।—ৰি খনি গালি সাম ইয়? যানেলে শুনালেও এগৰ লাগে। নেযালে গাফ হয়, অলৈ বাম; আম কাত সাৰ বেলি ফুল। (বেল পাই গীত গাই নালিয়াৰ প্ৰবেশ) নল। পৰু চিন্তা কৰ, হে মৃঢ় মন। গৰি পদ চিকা বিনে বিফল জীৱন। দু ও মনুষ্য তনু, অভি কথাশি পুং, হোলে নেপাৱ আৰু যাব অকাৰণ। হৰিৰ দ েনিতে, চিন্তা কৰক চিতে, কৰিহে সৱাৰে গতি আৱনে মৰণ। দিনে ৰাতি চিন্তা কৰ হৰি চৰণ। পোহাৰী বই। ৪। মোৰ গাত শুনিলি নহয়, • হিয়া মোক কি আছে সে খাও। তহঁত বাই, বৰ দেখিবলৈ ভাল ’! পাচিত কি আছে চাও? চেনি-পেৰা আহিলা, কত দিল কৰি; চোতালক্ষন ফটি গল টে চেট কৰি। ন ই, শৈৰে যেতে নাইছে, নি িকেলৈ? উণ।- বি এন আয় . নিবিৰ মন যা [ ৩১ ] (৩১) নিদিব। মোক কেলৈ মোৰাই দি ইয়? তোৰ হে মাৰ পৈয়েক মাপে। নান।-ইত দুই জনী মোৰ আই হইত। ইতে মিছাতে কেলৈ দল, পাতিই। তহঁত দুয়ো মোৰ আপোন। মই মগনীয়া বুঢ়া, মোৰ সকলো আই- • বেপাই। তহঁতে বাইহঁত মৰা নকৰিলে ফোনে কৰিব? উপ-বুঢ়া, তোৰ গীতটো খুনি মই বৰ ভাল পালে।। আৰু এট। গাচোন বাৰু। মোৰ বোব্দ কল, টেঙা, টিহেঁা, কিবা-কিৰি বহুত আছে জিম। ভাল চাই এটা গা।। চেনি।-ইয়ে, পৈয়েৰৰ গাৰ ডিঙি খটো বাই ছেও- কট সন টানি আমি খুব নেলাগে। আমি গধুৰ পাই বোলা পাতল কৰিবেলে পোৱা নাই। তাই নিবেলে নোৱাৰি লৈয়ে দিলাৰ পাই বিলা। আমাক সিবেলে নবি হয়। নালি। ইহঁত, তহঁতক দেখিবলৈ বৰ তাৰ দেখিছে। তই বৰ প্ৰেমিকা যেন লাগিছে। প্ৰেমৰ গত নি।লৈয়েৰে ৰে বিচাৰিছে, যে এতিয়ান । [ ৩২ ] (৩৭) বুঢ়া ৰাই, মই এটা গানে? এই যনখোথা হলে বহুত গাযেল আনো, পিচেন এতিনি কোথা গোৱা ময় নয়। নালি।-গে। ও, গত ৰে বাৰে একো নাই। যেনিয়ে চা খেয়ে নে। গোয়। যেৰ লাহ! বনঘোষাকে এটা গোৱ।। চে। -নঃলে ডো লা, গাৰু কি এনেই ভুলে। প্ৰেম কৰা হয়, চিতা, মন প্ৰাণ নমঞ্জিলে; গাভৰু মন জা•ে, বুঢ়াৰে মিলালে মিলে? গা ডেকাই যেনে সোণত মুহগা দিলে। নালি।—তি মধুৰ! যে পালো, আৰু এটি গোৱ। | ৫ প্ৰেমণ! চেনি।-আমি তোমাৰ ৰাণ নয়, এই নাই তোমাৰ এণ, এ গাব ৰে।। উণ।- তু কেনে ঠাট্টাম ফৰ ই। এদিন | পিচত আমি কী হয়। মলি।-তুমি এটি প গাই যে এ ল না। এই খেলা , তুমি এই গোৰ। এই [ ৩৩ ] ( ৩৩) এই সুৰ ধৰিলো, তুমি গোয়। সেইবা! | ( মনযোগ দি যেহেলা যায়) ( বনাম ও কক আহি যেহেলা ওনি থাকে) নালি। মূ ডাখি) তোমালোকৰপৰা আহি বোপা ফ।-আমি যত দূৰৰপৰা আহিছো আপ! অতীনগৰ ইয়াৰপৰা বিমান দূৰ? নালি।-বেচি দূৰ নাই সেৱ। কাৰ লৈ যোবা? বল।-প! আমি পঢ়িবলৈ আহিছে। সামীপণি মুনি শালি ভূমি চিনি পোনে? নালি।-ও, পাওতো। তেওঁৰ ঘৰৰ আগতে পা এৰি | লৈ মই থাকো। -তুমি লৈ গৈছিল আপ? নালিলৈ ৰাৰ বোগাই। মগনীয়া ৰু। মাগি ফুৰে। সৌ গাৱত মাগি এই চাউলগাল আনিছে, যাই কানে ঘাত বহি খাই নি কৰি নি। বল।--তুমি লৈ কেভি ও তি? নালি।-ৰি আহিলো। এতিয়া একেলগে যাওঁ বল। অণ্ডে শেই নি। তোমালোকে পা [ ৩৪ ] (৩৪)। ক।-আপ। মথুপ আছি। আমি সুৰে। পুৰ। আমাৰ নাম কৃষ্ণ বলৰাম। নালি।-তোমালোকৰ ঘৰ বহু কেইদিনে এইখিনি কুক।-আলিৰে ৩ দিন হৈছে। প দিনাই ঘৰ এৰিলে।। নালি।-উস। হৰি হৰি! ও মাহৰ বাট ৩ দিনে কেনেকৈ আহিল। বোপাই? তোমালোকে পছৰছে মথুৰা বুলি কৈ-মধুৰ বহুত দিনৰ বাট। লল-আপ। মিছা কথা কোৱা নাই। মোৰ এই ভাই টে'ৰ ২ি। যেলোক ম নে। ই মোক উৰুৱাই অনা আনিছে। লি?-আহ! তোমালোকৰ ৰূপ দেখি মোহিত হৈছো। তোমালোক কি সত পিতৃ-মাতৃয়ে ইমান দূৰলৈ আহিবলৈ অনুমতি {। ঘৰত বিদায় লৈ অহা | নাই।। ৰুফ। -আপ' পি-ম'হৰ সমান গুৰু জগতত আন কে নাই। তেনে ও জানে নলে মি কি আহিম ফল। চেনিমাইক) শোহাৰী ৰাই, তো পাচিত কিবা খাবলা কৰ আছেনে? গোপালে আমি একে খো নাই , স মনু জোত ও পাইছে, কি [ ৩৫ ] চোন।-মৰণত মৰি যাও; খাদৰৰ পেলাই আৰ মূৰত তেল জি জবাৰে মেলাওঁ। আই ঐ! সেলাইটি, চাপি আই চুমা খাও। আমৰ এলেকৰ ঘৰৰ পেলে কুকুৰা 5েৱাৰ ভাগিনাকাটা আহিছে, গুৰে গাখীৰে অল পান এবাটি সুয়াও। হল।--বই, তাই তিকিং কৰিলি? এনেই খোজা নাই, পইচা দিম। গালি।-বাটি, ইই ডুমুনী—ইহঁতৰ লগত চুপতি নক বিবা সোণাই! মোৰ জোলোঙাতে কোমল চাউল গোটাপিয়েক আছে, তা খোৱাই! কৃষ্ণ।-তুমি বুঢ়া মনু মাগি আমি, তুমি পোবা। তোমাৰ মুখৰ টোপটো কাঢ়ি খোৱা অস্কাৰ। বল-বুঢ়া আপ, তুমি খো। মা ইহঁতৰপৰা কি আছে কিনি লওঁ। চেনি।আমি খাটত বেচিবেলে অনা নাই। টি বেচি, ইয়াত নেমেঠো। নালি।-আইটি। বাটৰুৱা মানুহ তাতে সৰ, তোক দুখ পাইছে। চাচোন মুখখনি একাই গৈছে। দেখি মালা নাইনে? * আই? কি আছে সে। কাটছে পইচা পাখি কানো এইবোৰ খোলা [ ৩৬ ] (৩৮) ফটি? লাগে আৰু সৰকৈয়ে ল। এয়ো মাগি দুই অনামান পইচা পাইছো, তাকে দিম। (বলৰাম পইচা দিয়ে) ৰা বোপা, এই মোৰ হাতত আছে। তোমালোকে এচ কৰিব নেলাগে। ।-আপ! মোৰ তোৰু লগা নাই। নগৰত সোমাই কিবাকিবি ফিনি। দিব নোখয়ে নেলাগে। নালি। কলকেটামান )ি মোৰ শপথ বোলা, এই কলফেটাকে খোৱাই। আই ঐ দেতি! কে মুখ তাই গৈছে। -তুমি মাগি আনিছ, মোৰ বহুমূলীয়া বয়। টক খাবলৈ মন নেয়। তুমি খোৱ। আপ। নালি।-ই মাগি আনা বুলি যি নকৰিবা বোপা ' | ভোলোত অতিথি সাং ই। তোমালোক খুলে মই পৰ তৃপ্তি লতি। নেথালে মই বৰ বোৰ পায়। --ভূষি পৰম বৈ! (লাম। আহা , বৈধ ই পূৰ্ণ, সলোৰে গণ কৰি যাও।। | (আটাইৰেৰে কাগ কৰি খায় ) উলা-প! মই তোমাক চিনি পাই। এই যাননি। এই। এবাৰ এলেন। [ ৩৭ ] শি । মই তোমাক কি অপৰাধ কৰিলে। ইশ! ( শোক) -তুমি মি জোৰ কবি? তুমি এলে অপৰাধ ৰা নাই। (বলা) অজা, তুমি কিবা এগৰ লগালানে কি? প। - শৰ, মোৰ পাচিত সাবেলে ভাল ফল-ল | বহুতো আছিল, তাক একো নোলা। এবাৰ ওচৰ চাপি বোতনো কি আছে, তাকে দিল।। মোৰ বোলাটো ঘিণ ফহি চকু দিয়া নাই। -তোমাৰ দেচিৰলগীয়া যায় নষ্ট কবিৰ মন নাই। বাৰু, এই দুই দিলো, এতিয়া যোব। উপ। চিটো আগতে খৈ মেলি চাই, মুক্তাদি হোৱা দেৰি আচৰিত হৈ পৰ! তোমাৰ মৰি মা নাই। কেলৈ ইমান ফাতি কৰি? এই শীৰ বুকুত লৈ কি কৰি? যোৰ ৰোটা B এইতোৰ অমূল্য ধন ফেিলও যেন না ং নেলাগে। মোৰ আগৰ ব; তাকে সেই পোই সাই তুমি তৃপ্তি লভিলেই গায়ে ৰে। পৰ, মা ও নকৰি অতী পূৰণ কা। এই চুলি ছি িাতৰ কৰি মাতিয়ে। -তোমাৰ কৈ চিনি নাই। (বাৰাম) [ ৩৮ ] সদা, আঠা, সতী নিবেদিত ব্য গ্ৰহণ কৰি মুখী ৪। ( ফলেৰ ফল মুল গিয়াই খায় উ।-বলে। বেটীয়ে প্ৰভু ওযু নয়। পাই, তোমাৰ ওয়ান , আনি অস্ক নাই। মোৰ পতে মহি, থাকে যেন ‘নে ৰাতি, তোমাৰ চৰ ভাবি, দিন যেন যাই। তামাৰ প্ৰেমত পৰি তোমাৰ চৰণ পৰি, থাক্টো যেন হা ৰঙ, কি মধু খাই। বল।-এতিয়া আমি যাও।ইতে থাকিৎইফ। { নালিয়া) | কাপ! উঠা। --কল্যাণ, তুমি মনেৰে বিদায় দিয়, আমি মুনিৰ ঘৰলৈ যাওঁ। উপায়, দাখীয়ে তোমাৰ দয়া পাই পৱিত্ৰ ভাৰ কৰিব। বাৰেওটি কাল কেন চৰণত মোৰ মতি (সে কৰে) { নানিয়া, অল ৰ এন) [ ৩৯ ] চেনি।-ঠয়, এই লৰা দুটাক (5নি পাৰন কি হয়? উপ-মইয়ে নেলাগে পশৰ আটাইমই চিনি না। চনি-লৰা দুটা দেখিবলৈ বৰ চিকুণ। এট। শৰ বগা, এটা আকৌ কলা। কলা লৰাটো সৰ টে। মই সাবলৈ সাজাতে। নিকি বৰ বেয়া কাম কৰিা নহয় ন হয়? এই উপাচি দিলে দেখি মই লিপি হলো। বুঢ়াৰ কলকিটাও গাই নিলিমানে নালে। এই কলটো সাৰৰপৰা মনটো বৰ পাল লাগিছে হয়। আজি মোৰ মনত ৰং আৰু উলাহ লাগিছে। উপ-জগতৰ গুৰু চকুৰে সেলিলি ইয়াকৈনো তাই কি আছে হয়। মুনিৰ বৰত গৈ আমি নিতে চাগৈ। এতিয়ান যাও উঠ। চেনি।-মোকো লৈ যাবি হয়! জলৈ নেৰাবি। মোৰ আজি বৰ অনিয়াই হল; বেয়া লাগিছে। (দুই খান। [ ৪০ ] দ্বিতীয় দৰ্শন 9 সামীপণিৰ পঢ়াশালি ( লিমান ছাতৰ আৰু মালীনি) সা।ইতে সেইখন কি পু িইিত? এন িনপঢ়ত কি? পৰা সোৰ চোৰত টিকা গটিব। ১ম স্থাঃ-টে! মোৰ টকাটো কোনই চুৰ কৰিলে। সাশী-কি? ফি টে! সি গণিয়াই চকচোন পায়নে নেয়। গ তা গতে আছে। অগ। ইটো গণিয়াই) গেটো লগাই, মোৰ এতে আছে। সাবে কোনে নিই তাৰ লটো উলিয়াই। ২০।নি না, যদি খি। গ এদিলে কানে। [ ৪১ ] (০১) সাশী।-টা হয়ে নিহ। নে, তালে তালে উলিয়াই দে। ১ম ছাই, দেই! গিয়ে নিন পায়। সাশী।এৰা, সিয়ে নিছে। সি নিনিলে টানকৈ উক্ত কাটিব ফি? দে ৰে উলিয়াই ৰে।। ২য় হা।-( নিৰ টিকাটো উলিয়াই) চা, এইটো জানো তোৰ টিল? মোৰ টিকাটো ফেলে? তোৰটো চপৰিয়াই চাচোন জেনে নেৰানে? ১ম মা -দেউ, এইপিনে চকচোন,ই দেখোন ফিৰাটোহে দেখুৱায়। সানী।হে নিৰু! তোৰ পিঠি লুৱাইছে না। তাৰ টকাটো উলিয়াই নিদি, কি ধোনি। ২। টিকাটো দেখুৱাই) চকচোন দেই, এইটো তাৰ নে মোৰ? তাৰটো কাপোৰেৰে গৰি ৈ মোটা বুজিব পায়নে বাৰু? চুৰিয়াখন গতি , নেশায় যদি মই গী। সান। কটা গমূ। যে যিনি নি লিখি তো মোৰ নকৰা ৰহিন হে।ৈ এই গৰোৰ লৈ ভাল আহা পাৰ লগা হল। ২ হা-নানি ফল বা নাৰি। সে পটি নখনৰ কি কৰি? এই লৈছে। [ ৪২ ] {১} খেতে অৰ্থ বহি টীৰ কথা দেই, আমি এলে নেপাওঁ। ১৯।-ট, ই বৰ দুষ্ট। ২য়। তাৰ মুখতে কুই। সাক্ষী।-দেৰ নপঢ়ত কিয়? ৪ৰ্থ : - + গ।। ২ঃ ছালৰ মোৰ ••• শও। দে, ই মোক ফিন। | সঃ, কৰি আছে। ৪থ ৮-ই কয়, সিয়ে গালি পাৰে, আকো দিয়ে গোচৰ | কৰে। বটত সৌচ কৰি চকু পকাই পৰে। ৩য় ছা।-ততে মোৰৰে তললৈ মুক মনে-মনে পড়ি | খাকি মোৰ-হঁতক কিহে পালে? ২৪ ছাঃ - চমমানে পালে। ৩য় ছাই, দেখিলেনে? ই বৰ লাৱা। ২য় মা-দেউ, মোৰ গাত অগৰ নাই; মোৰ জোকাই | আছে, এoা পায়ে লাগে। ( বাম ও ক প্ৰবেশ) কাদেৰ, এত সইতে সেৱা কৰিছে। সাশী।-ৰে কাণ। তাতে বহা বোলাই। তোমালোক মই চিৰি পাওঁ নে গিয়ে। [ ৪৩ ] (৪৩। কৃষ্ণ।- প্ৰভু চিনি পাব পাৰে। আমি মথুৰাৰপৰা আপোনাৰ ওচৰত লিখা-পঢ়া বিদ্যা শিকিবলৈ আহিছে। আমি দুইটা ককাই ছাই এবৰ পুত্ৰ। মোৰ নাম কৃষ্ণ এওঁৰ নাম বলৰাম। আপুনি গত বিখ্যাত পণ্ডিত। ৰুপা কৰি আমাক এতিয়া শিক্ষা সান্দী।-ঠক কথা, মোৰ মনত পৰিছে। মই বৰ ভাগ্য বান। আজি মোৰ জনৰ পাৰ নাই। ৰামায়ণ পাইছো, খৈৰ নাৰায়ণ ৰাৰূপে খিমিত্ৰ মুনিক ও লৈ বিদ্যা শিক্ষা কৰিলে। সেইদৰে ময়ো তোম লোকৰ গুৰু হৈ শিক্ষা দিম-ইয়াতকৈ কি সুখৰ। আছে? আহা! তোমালোকে বাট আহোতে বৰ কই পাই আহিব। ঘৰলৈ বল, ক্লা দূৰ কৰা ইত গৈ। (ঘাসফল) আমি বিদায় দিয়ে, যাংক। কাইলৈ ঠিক সময়তে আহিবিই। নাৰি পলৰ কৰিলে নৌকাৰ কাষত পিঠিৰ চাল ছিগিৰ (গিৰ গিৰকৈ ৰখোৰ লৰাৰে) | (পুৰৰ প্ৰৰেশ) বাটে, আৰে ভাত ৰাৰি ৰৈ আছে। পল থোকা। যে মোক মাতিবলৈ পাইছে। [ ৪৪ ] সাক্ষী।- ও যাক, তই বেপাই আগধৰি গৈ ৰামুখী গৈ বুলি আমি হন নতুন শিল্প অতিথি, খং বৈৰু ১ টা দুই অংণে গা বা পৰিৱ কৰিবলৈ আহিছে। পু।- এ, এই গতেই গৈ। ( এখান) স।-বালাই!—তোমালোকে তো সুখি-মেলি | অনুমতি লৈ আহিছান নে? ফা-দৌ! পিতৃমাহৰপৰা সংসাৰ দেখিছো; পিতৃ মাতৃ মহা ও অনুমতি নোলোৱাকৈ কি আছি? সালী।-এ! যি খাম খাচে দুপাতে চিন। এতিয়া উঠাইত। (সাশীপণি কৃষ্ণ বলৰামৰ এখান) [ ৪৫ ] তৃতীয় দৰ্শন। সালীপণিৰ ঘৰ। সালীপণিৰ ঘৈণীয়েক সা:-বৈঃ।-আমি দেউৰ ইমান গম হৈছে কি? আনল নেখেন ইমান দেৰি নহয়! বুঢ়া যায়। সেটি। তে চাগৈ লাল-কাল হল। দেখে পালে মোৰ মনত ৰৰ দুখ পাও; আকৌ ৰং পাতে মোৰ মত আনৰ সীমা নেকে। চিৰকাল সমান তাৰে পাৰ লাগিছে। এতিয়া আকৌ লাহে লাহে হৈ অফি দোমানে নৰ গবে। খন হৈছে অবিলৈ দিছে। আমি দুয়ো তে ৫ বিল আগত এ। ইয়া শত বোলে। মানসত খাকি এ এ লজিলে হে আচল সংসাৰী আৰু এনে প্ৰণয়। দুইৰৰ মন, ইৰা আ, ইৰে। তাৰ, পৰমেৰে িএক কৰি নৰে এনে এ ক ৰে। তেও তে শইহে মোৰ না। [ ৪৬ ] (৮) ফটি কৰিছে। আমাক সকলো প্ৰকাৰে ঈগৰে সুখ ছি; কেৱল আগলৈ-পিচলৈ চাবলৈহে বাট নথলে। মায়ামৰ মাৰ ৪ কেও নেপায়। বাটৰ ফালে চাই। পুৰন্দৰ অপাই দেউক মাতি আনিবলৈ গল; এতিয়াও আহিব নেপায়নে? সিও গৈ লৰাৰ লগত দেমালিতে লাগিল গৈ। ধুতি গাৰে মছে। আখলৰ চৰ এৰি যাব নোৱৰা হলো, তাল কথাটোল। | ( পুৰৰ প্ৰবেশ পুৰ-আই, যক আকৌ দুজন শিষ্যৰ নিমিতে ভাত ৰান্ধ ক।ৈ এবিলাক হেনো বৈকুণ্ঠৰ ঈশ্বৰ দুভাগ হৈ পোনাৰ ঘৰ পাত্ৰে ফৰিংলৈ আহিছে। সা: বৈঃ।-৫জন মানুহৰ ভাত আৰু আমাৰ ভাগবে- পৰা মোৰনে? তালৈকে যে, দেৰে তোকে কৈ পঠিয়াইছে? এই নকলি কেলৈ-খুলি সকলোৰে কৰ আহক না। পুৰ। আকৌ আনিলেছে। জাপোনা সেই টেমিৰ মুন চটিৰপৰা উলিয়াই থাকিলে ৫, ওলাই থাকে শুকনো কোনে এনে? ( বাটৰফালে চাই) সৌৰ লোতে আপিলেনি। [ ৪৭ ] (৪৭) (কৃষ্ণ, বলৰাম আৰু সান্দীপণিৰ প্ৰবেশ। সাক্ষী।—সামুণি • আমি আমাৰ পৰম নাই। চাৰ- চোন নাৰাশ দুই অংশে বিগ হৈ পৃথিবীৰ ৰহণ কৰিবলৈ আহি, আমাৰ গা পজাত পদাৰ্পণ কৰি আমাক কৃতাৰ্থ কৰিছেহি। মই আজি বিষ্ণু গুৰ, তুমি গুৰুপতা মাতৃৰূপা -ইয়াতকৈ কিবা মাৰ বিষয় মানে? স: বৈঃ। দুইালে চই মধুৰ মনেৰে। 'অহা! আমাৰ আজ মা আনন্দৰ দিন। স্বয়ং ভগৱান আমাৰ ঘৰ শিখৰূপে অতিথি। এক, আমি নিচেই থি, আমাৰ কি আছে -কিৰে তোমা- লোকক তুমি? ক।-মা আগতই বচনতকৈ সোৱাৰ একো বস্তু, নাই। নে মধুৰ বচনেৰে আমাক তুষিছে যি মূলত আমি পৰম তৃপ্তি লভিছে। আমি পিতৃৰ পৰিবৰে পিতৃমাই পাইছে।। আছে পঞ্চামৃত খাম, নাই লঘোন গাফি বিদ্যা শিক্ষা কৰিম। আহ! কিন্তু বুলি দুখ প্ৰকাশ কৰিব নেলাগে। যাৰ হিয়া চেনে আছে, কি কি লাগিছে? সা কৈ।-যপাত, মোৰ লহৰত! উঠা, তো[ ৪৮ ] (৪৮) শোক গত বৰ দু পাই। দেউৰ লগত গৈ জান পূজা কৰি আহাৰ কগৈই। মই যি আছে তাৰু ৰাজি খৈছো, বাঢ়ি দিওঁগৈ-৩াই নিই খাই কো চাই ক্লান্তি দূৰ কৰাহি উঠা। সাং-বৈঃ।—কিহেৰে পূজিম প্ৰভু! সকলো তোমাৰ, তোৰ গুণকে কৰে জগতে প্ৰচাৰ। অনাদি অনন্ত তুমি মহিমা অপাৰ, নিচেই নিলা আমি কি আছে আমাৰ? নিজৰ শৰীৰ তালে নাই অধিকাৰ, থেকে তোমাৰ বৰ দিও উপহাৰ। (সলো একান) [ ৪৯ ] পট পৰিবৰ্ত্তন সান্দীপণি মুনিৰ পঢ়াশালি ( সকল বেন) ১৯।-ইইত, আতি দেই আহেমানে আমি ধেমালি | কৰোইক আই। ২৪ মাঃ-এই নি ত কোন নিদিবি। সিদিনা দিয়ে নিন। এটো শুধুই থৈ আমাৰ দেউৰাৱাই মাৰ গুৱাৰ খুলিছিল। ২।-তে গেৰে। নয়। যশোৰে যু আছে। সি মাৰ খুৱাও বুলি ৰাৰু মাৰ গাৰ পাৰিনে?ওলোক। গ লপমান ৰবি। লাইগাইতো না। মা-ই ফলিয়া ভাল পাৰ নেই আল | পায় কনে বাৰু? ২।যাকে খিছ নে? এই ন ই, লিয়া হল না। সিৰিয়াল, তাৰ ৰে। [ ৫০ ] (৫) ৩।-বাইকে জিবি। সিও বন থেকে লীয়া কথাবোৰ ৰ পাৰে। সেয়ে এলে দুইশো ব তাল পায়। ছা।' সতি আদিৰৰ হল তো সেই লেবেলা শাসন কৰে। | ( বলায় প্ৰবেশ) ক।তোমালোকে কি কৰিছাইক? ১৪ হাঃ।-নেদেখি? আমাৰ যি বন তাকে কৰিছো ইক। ওলো হা, দেউ আহিছেনে? ।-ই আনে এ নাই? অনিয়েই আহিল। মই আপেল হৈছে বুলি মনত শ ৫ কৰি ছিলো। থেকে ফেনি ৰাৰ পায়, এতিম ওলাই- দিতে লাগে। যত।যেতিয়াই আৰু লাগে, আমি পঢ়োই। ধেমালি | এ দেখিলে মেয়ে বো পাব। ২ হাঃ-গাই, তুমি বাৱি এটা পুৰি পোক। তোমাৰ দৰে আমি ইমান দিন পাখি ও বুলি হলে এলেখি লেহেতেন। শখি খোন গানে তুমি যে কি কৰি? ফালি ছি পেলোয়নে তা যা আমোক? [ ৫১ ] ৩য় তুমি কি তাৰ সেয়ে। থা।-ই হলে শেংটোবুন তাৰিছে। বল।—ঠিক কথা কৈ। সেইবাবে আই-নেপাট এfি, ইমান পূহ পৰি আমোহি। ধেমালি বৰলৈ আমাৰ তাত :নে লগ নাই। ফু।—মলা, মানুহৰ জগতত এটা মাখোন শিলিগীয়া কাম নহয়। সকলোৰে সপে ভাঃ। লতে ধেমানি না কেও নাই। সততে যে লে পঢ়িবই হে লাগে, এনে নহয়। পবি বেলিকা পঢ়িব লাগে, ধেমালিৰ ৰেলি ধেমালি কৰিব লাগে। ১৪।-এ; কলি নে খোন! কলিয়াই দেখেন ধেমালি কৰে, পঢ়াও পড়ে। ধেমালিতে প্ৰাণ, পঢ়াতো অগ। সেয়ে তেও মেয়ে বৰ মৰম্ভ কৰে। ক।-ইং, এতিয় বেশি সময় নয়। ক্ষা হলে, শৰ সময় যোলি কবি। এতিয়া পড়া বলি তুমি মিঠাগাৰে শাহ ও কুলিয়া [ ৫২ ] ( সানীগণি মুনি বেশ। সকলোৰে সেৱা) সাশীপণি-বোগাহঁত! তোমালোকে মন দি পঢ়ি থাকাহত। মোৰ এঠাইত এটা কাম আছে তাৰপৰা ঘূৰি আহে। বাৰ যি পঢ়া শিকিব লাগে, আগৰ পঢ়া লিক বল ৰাৰ পৰা নকৈ সুধি বাইক। আমি মোৰ সলনি তেওঁবিলাক কে? বুলি ভাবি হাই-ল, নকৰি আনমনেৰে পঢ়ি আহিঁক। ২৪ -ল, কেউএকে চি নাই; আপোনাৰ আদেশমতে আমি পঢ়া পড়িমইক। (সামীপণিৰ স্থান)। ৭ খুঢ়া বামুণ গল, ওলিৰৰ ফল। ঘিলা খেলে। আহ। তাই, আৰু মোক কোনে পায়? ক-আশাক বিশ্বাস কৰি ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি দেবে গৈছে যি মূলত আমি আমি ধেমালি না নিতান্ত অধ্যায়। বি ও এই দুটি ব ৰ ব। সকলোকে হেলে পাৰ পাৰি, ইয়াৰু ৰোনে পোয় নেয়। এৰ আদেশ নিলেন ৰ। তেওঁ বিল গতি, আমি তেল উল মতে পঠি। অনেকৰিলে বিসহ। [ ৫৩ ] (সালীপতি পৈয়েকৰ প্ৰবেশ) সঃ ঘৈঃ--যোলা কেউ কলৈ গল? ৰুফ -মাতৃ! দেউৰ আজি ক'ৰবাত এফেৰি আছি। | কাকে কৰিবলৈ গৈছে। সাঃ -ৈকাল কতো হল! আজি আহিবনে না? যল কথাৰ গতিটোলৈ চাই জলে আজি অহা সা নাই। | কিয় মিছে-কি হলনো আই। সাঃ দৈঃ -কি কম? তোমালোকৰ ৰা নয়। কফ-কিয় নহব? আমি অনো মানুহ নহও আই? মা: হৰ বাৰা হোৱা সকলো কাম আমাৰ ৰা হব। সাঃ বৈতোমালোক কবলৈ ভাল নেলাগে। আমি ভাত ৰান্ধিবলৈ শুকান শৰি এডালিও নাই। আপনি ফোখৰি ফুৰাই ফুৰাই চকুৰ পানীৰ অহাৰ পালে।। দেৱে তাৰ একো দিহা নকৰিলে। ১ম ছাকি কথা আছে? আমি গৈ আনি দিই। ক-তেৰে উঠাই। আমি আৰ নিমিতে তাৰ ৰি | বিচাৰািই। বলতে সকলো ৰাৰ; কি মি সৰহকৈ আনি পাৰিৰ শ ৫ শলাগিব।
মা নেলাগে; কাব্য ( টি। [ ৫৪ ]গীত—
সকলোৱে—
বলাঁ ভাই যাওঁ আমি, খৰি আনো গই,
খৰি আনো গই আমি, খৰি আনো গই।
বিচাৰি শুকান খৰি, আমি সকলোৱে লুৰি,
ঘৰলৈ আহিম ঘূৰি, লৰালৰি কই।
হই আমি শাৰী শাৰী, বলা যাওঁ লৰ মাৰি ,
নহলে হব দেবি, ঘূৰিম কেনেকই?
(সকলোৰে প্ৰস্থান)
⸻
প্ৰথম দৰ্শন সালীপণিৰ বৰ শামীপণি ও ঘৈণীয়েক সপনিই কি কথা? কালিৰেপৰা ইমান পৰলৈ এতি অহা নাই! কেনি গৈছে-তুমি কৰ পাৰনে? মা -ৈমইনো কি জানো? আটাইটিাই ৈ ওলাই গৈছে। এই এৰি নাই বুলিবলৈ ৫ে পালে। লোকে ওলালেই। নাঃগণি-ই! ৰাষা নিৰেপ কানে-গেয়ে চাগৈ গেছি! একেবাৰে চেপেটা লাগিল। এক -বলৰাৰ নিচেই মুখীয়। ৰয়! হাবিবেনিয়ে চালৈ কত দুখ পাইছে। সি ই নেকি সাঃ তৈমোৰ কালি গলিৰে গাটো চা ৈ ছে। এই নিয়ে। সে সময়ে [ ৫৬ ] শুন ৰ গান দিৰ। আজি দুদিনিয়াকৈ হাবিত লঘোনে-তোকে আহৰি হল দেহি ঐ! সাপণি-বলৰাম হয় পৰমৰ নাৰায়ণ, দুই অংশে পৃথিবীত এ লৈছে। তেনে সনাতন পুঃ তুশি সামা খৰি আনিবলৈ পঠাল, তা হে মই বৰ গুৰিত হৈছো। আহা! কত কষ্ট পাই চাগৈ। সাঃ খৈনা! মোৰ বৰ অপৰা হৈছে। মোৰ আৰু এই এত নিৰ নাই। মই বৰ অন্যায় কম কৰিলে। যুগ-যুগান্তৰে তপা কৰি ফিনিসকলে যাৰ পাপ দেখিবলৈ নেপায়, তেনে এ হলে আমাৰ গা পাত আবিৰ্ভাব। এই লিশীতে হতে না পাই যা কৰিব নোনিলো। (লোন)। সপণিপ্ৰিয়সী, তোমাৰ পোৰু পৰিহাৰ।। ৰানৰ পাৰ লীলা মই তেওঁবিলাক বিচাৰি যাও। তুমি যদি মনেৰে কিৰ লৈ আহাৰৰ সা -ৈনাৰ আলৈ এই নে। যা বেয়ে এ এ বিলে যে পা পাতি [ ৫৭ ] নাই। মোক কি নিয়ে লগ ললে, মোৰ এক খৰি ফণা কলোগৈ। { কালোন)। সাপণি–তুমি বেজাৰ নকৰিৰ।। শীলাময় লীলাৰ মাজু নেলাগে দেৱতাই একে অন্ত নেয়। এতেকে আমাৰ বৃথা শোক বা অন্যায়। এই বিচাৰি যাওঁ। তুমি ঠিলৈ যোৱ।। | (সান্দীপণিৰ প্ৰান ) সাঃ ঘৈঃ -- নিচিনি তোমাক প্ৰভু। কাকা কৰিলে। মই, মৰষি দাসীৰ দোষ, গুচোৱা মনৰ ক্ষয়। তুমি নোৰিলে মোক, তবে কোনে দয়াময়? আজলা হিমীৰ মতি, সদায় পাপত।তি, কেবল তুমিহে গতি, জানিটো কণাময়। তবু পাদপয়ে যেন সা মোৰ মন নয়। (সাঃ কৈ এখান • :[ ৫৮ ] দ্বিতীয় দৰ্শন অৱন্তীনগৰৰ ৰাজ-কালি (সকলোৱে ৰ একো টি আনি খাটতে ) ১৪া-ফলিয়া, তুইমানবোৰ বনৰীয়া টি কেনেকৈ চিনি পোবা? আহা! খাবলৈ এনে সোৱাদ! কালিপৰা তাত খোৱা নাই যেনকে লগা নাই। ২য় --তকৈ ফলমূল খাবলৈ ভাল। যি খুনি সকলে ই ই ব তৃপ্তি লকে। দেখা নাই? আমাৰ দেৱে নিতে নিয়ে। এ ছা-মেয়ে নিয়ে , এনে ফল নয় গই। আৰু লিৰেপৰা বিমানবৰ বলিয়াই আনি খুলে সিনখো গেৱে গৰু মাৰি নামকে নোয়ৰে। -মাৰি চকু আগতে ফিলে নেমেখে, গায়ে | কলিয়াই লেখেন গেট আই মানি দিয়ে। -তে সায় বাহিৰ হোৰ নাই। না ভেকুলি নাতে। আমি বোলোতে যৰিত সৰেপৰা আৰু গৰখীয়াৰ লগত সি ই যায় [ ৫৯ ] () বাই গৰু চৰই ফুৰিছিলো। আমি কেষ্টপিনে সানি। -দ, অহঙ্কাৰ কৰিব নেপায়। ফেও মাফ পেটতে জানি নাহে। সাংসাৰিক বিষয় কমে সংসাৰত শিকি নয়। এবিলাক বা দুখীয়া, যা বাহি নোহোৱা- বাবে অলপ দুকে ৰ দুখ বুলি ভাবে। ১ চা-কালি যে আমি ধুমুহা বণতীয়াই থাকি, এনে আশাই নাছিল। ২য় ছাল কৈ খোপাই। গম পোলা সেই কেটী সালটোৰ ফোন কৰোতেই চুলি আগে নয় গৈছিল। আ -এইবাৰ এই সটপ আমাক লাখেলায় হে ৰাখিলে। মই আৰু কেতিয়াও হৰিলৈ নাহে। ঘ-ই ফিতাহিখন বোপাইত। বলাই ঠা খৰিৰ দৰে গৰৰ গৰি নহ। মোৰ ঠাই তে আইনত ০ৈ শত, তেলি ই এটা সমান ১০ হা-চৰাইৰে সৰু লং গত ৰাই। দেখা নাই কালিৰে পৰা ইংৰ শৰি? ই না এলে, আমি এ যিনি নেই। [ ৬০ ] ( সান্দীপনি প্ৰবেশ) সাপণি- কফ ও বলৰাম চুমা খাই গত ফুৰাই অতি মৰমেৰে। মোৰ বোপাইত। তোমালোকে কালিৰে পৰা কেলৈ ইমান দুখ পাই ফুৰিছিল? উঠা, বাম- শয়ে কালিৰেপৰা কালি-কাটি ব্যাকুল হৈছে। - গে, মাতৃয়ে জাত ৰাজোতে বৰ দুখ পায়। ঘৰত ধৰি নাই, যি আছে সিও চো। সেইগুণে আমি খৰি আমিবলৈ গৈ মহা বিপদত পৰিলে।। সাপণি-কি বিপৰুত পৰিছিল যোব সোণাই? ফলি আমাক বাৰিত পৰুৱাই পাই বাট হেৰাই দাবি গুৰি ৰিছিলো। কোত আটাইবোৰ ফল এল এল ধৰিলে; পিচে দা আৰু মই দুয়ো হাবিত ফলমূল বিচাৰি নগৰীসকলৰ প্ৰাণ ৰক্ষা কৰিলে। ১ম -যুমুহা বতাহ বধূ আৰু ফেটা সাপৰ কথা নোকাৱা ফেলে? -এতিয়া কলেননা কি? গল কথা ছিল। এ মোৰ লে মনত পৰিলে এতিয়াও গাটো কিনি ৫। তেতিয়া দেখেন অই মূহ খাই আছিলি, এতিয়াও তো খুশি নো নে? [ ৬১ ] ওথ ছা-ট। মই বৰলে।কিহে পালে? ফুৰাতে ফুৰে। (তে খো, ও শাট-পুঠ নেপাওঁ। সাপপি-এতিয়া বলা বেপাইত। মুখ শুকাই আছে, কালিৰে পৰা পেটলৈ ফল এটি যোৱা নাই। উহ মোৰ বেপাইত। ( সকলেৰ প্ৰধান। তৃতীয় দৰ্শন সান্দীপণিৰ চোতাল সালীপণিৰ ঘৈণীয়েক সাঃ -ৈ বি মনেৰে) নোম সমান কাঠী জগতত কেও নাই। মই কান ধৰিৰ গই সুখী নহত আমি তিনি সামাকৈ ঘেনত মাৰি। মোঝ মনত একৰিও মগ নেলি। সোণৰ কোল [ ৬২ ] (২) আলসুৱা না চাগৈ খাবলৈ নেই তাই চিল যেন হল। মইনো সিতে এতিয়াই আছে। নেই, আপনিই নোখোৱ-নোৰোৱাকৈ সিতকে বি গল, এতিয়াও ওভতি নোলালহি। দেহি! ওৰে-ৰাতি ছটকুটকৈ নিয়ালে। এতিয়াও চাগৈ সিহঁতকে বিচাৰি ফুৰিছে। কালি ধুমু। যা মূলত বা মোৰ সোণাই কি বিলাই হল। (চকুৰ লো টোকে) (পুনৰ প্ৰদেশ) পুল-আই, কি হল? নিৰেপ এবাৰ ভিতৰলৈ | এবাৰ বাহিৰলৈ অহা-যোৱাকৈ আছে কি? সাঃ -ৈকি নো বোলাই ঐ। লইত কালিয়েই এৰি বিচাশিলৈ গৈ গধূলি নেপালেহি। দেৱে- হয়ে দুধো বাতিগেই পাহি বুলি সহ-পানী ৰাৰি ৰে ৰাতি গলৈ পাৰ্কোতেই গল। না দেখি ৰাতি পাই টে উঠি সিই বিচাৰি গল। এইখিনি পয়েও দেখোন আহি নেপালে। কত বা কি গতি হল বি চিয়ি শিচু হৈছে। -কি? চালিৰেণ যাই। আমি এলোয়ৰি নাই। যোক নিয়ে নলে ঝি?। বি, [ ৬৩ ] ছবি! লা মানু বাট-পুষ্ট চিনি নেই কৰাত যবিতে খালি চাগৈ। বিতো চাপ সিহঁতৰ এখৰ আৰু নাই। চাৰাৰাতি বতাহ বা কোবত নো কেনেকৈ আছে? সাঃ বৈ—কতিয়াবা কথা এটালৈ পাচিবলৈ হলে হাততে বোপাই তোকেহে পাওঁ। মই পাগলীয়ে আকৌ ফানি পাহৰিলে। নেপতি ফায় কথায় আহুকাল কৰিবলৈকো মোনই তো বেয়া লাগে। পু-মাই, কিহৰ বেয়া? আমাক নকৈ নো কাক? একো আহুকাল নেপাও। (বাটা পিনে চাই) সৌ-ওলালহিয়েই দেখেন। | (ছাতৰসফ বেশ) সাঃ খৈঃ—ং মনেৰে কৃষ্ণ-বলৰামৰ গাত ফুৰাই চুমা খায়। আই ঐ! মোৰ লহৰাইতে দে!ি তে নিৰে পৰা লাল-ঝাল। -আই, আমি একো দু পোৰ নাই। আমি কালি সকলোৱে মগ ফাহাৰ কৰিলে। বন-ই, ফলিয়াৰ লগত খালি আমাৰ একো চিতা নাই। আমি নিয়াৰ খাতে অতি মুখে নি। লল হাৰ কৰি পৰা বৰ পৰিলে।। [ ৬৪ ] সাঃ ঃৈ -খী সই নেহি! গত লৈ নেপাই গছ বনৰীয়া ৩টি, বিচাৰি খাই তাৰে শলাগ লৈছে। মোৰ সোণাইইত, তহঁতেনো ায়নি এইৰে বিয়ে বননিয়ে গছৰ গুটি বিচাৰি পাইছিলি? ১ম ছাই, নাম হে বনীয়া ৩টি, হত তাৰ লগত অমৃতে বি নোৱাৰি। গত সোৱা বা আমোনে একে। তাৰ সমান মিঠা নহয়। সদাই যেন তাকে খাই আমি। -মা! আমি পেয়ে গোকুলত গৰখীয়া লৰাৰ লগত বিত গৰু চৰাই ফুৰোতে কত যে বনৰীয়া ফলমূল বিচাৰি আনি খাইছিলো, তা একো সীমা নাই। এই খত প চিনি পা। -আই, ফলিয়া বৰ টেব, ফলিয়াই চিনি নোপাৰ যাবিত নাই। আমি যৰিত ৰা আগৰেপৰা vাস আছে। আমি এলে এ পোৱা নাই। মনত বোৰ নবি। ২ -আই আৰু পৰাই নোপালে নিয়েই আহি ৰ পালোেেেেন। পিটে, পাই নাই বাট হেই একাই-শাই মাতি ৰাতি। ই এনে!ি কি ই চাই [ ৬৫ ] তেই বতাহে বৰষুণে গুলোই আনি তত হেৰুৱাই দিলে। আন্ধাৰ নিশা তো থাকিবলৈ ঠাই নাই। পিচে, কলিয়াই এজোপা ডাঙৰ গছৰ খেত আমাক সুমুৱাই ৰা কৰিলে। ৩ ঃ—সেই ফেটি সাপৰ কথাতো বলা এবিলি? উ। ইমান ডাঙৰ সাপ মই আৰু ইয়াৰ পূৰে কেতিয়াও দেখা নাছিলো; ঈশ্বৰৰ কৃপাতহে মৰা নপৰিলে।। ৪ৰ্থ ছবি হ হল; এতিয়া গৰি বেমাৰ ৰা আয় কৰিলে কি হয়? বল-আমি গৰু চৰাওতে এবাৰ পিছত তাহানিখন এখন যমুনাৰ পানী খাই আটাইবোৰ গৰখীয়া মৰি আছিলো; কলিয়া গৈ যমুনাত নামি বুৰ মাৰি এটা বৰমৰ সাপৰ ফেনাৰ ওপৰতে উঠি নাহি আলি। অন্য সাপে তে যতিয়াই তা-খা দেখি। নাগপত্ৰীৰ লোনত গোটেইখন এলকি লাগিছিল। এতিয়া নো এইটা কি শুৰ সাপ।। ১ম গলি খাটাও কম নয় গই! টি কৈ সাঃ কৈশোৰ সোণাই ।ৈ গা , এই তিন নাতি , মই গতকাল। [ ৬৬ ] (সাশীপণিৰ অৰেশ) সাপণি-ইয়াত থিয় হৈনো কি যেন পাতিছ? লৰাহঁতৰ মুখ দেখা নাই। যোত, বেগেতে গৈ জাত-পানী দি শাত্বনা।। দেহি মোৰ সোণাইহঁতে বৰ দুখ পালে। সাঃ খৈ , মই ভিতৰলৈ যাওঁ। তোমালোকে খোব।। বোপাইত গা পা ধুই আহাগৈ মই ত বাঢ়োগৈ। কালিৰেপৰা মোৰ সোণাইহঁতৰ পেটলৈ এটি কশো যোৱা নাই। (স্থান) সপণি-সফললাৰে আমি নৈত গাধুই আহি আহাৰ কৰে, ক. বল বা হবো- পিত পালে। মাতৃ পালো, যেনে নিজা ঘৰ, চোৱাচোন কেনেকৈ কৰিছে সাল। আইতাৰ সলনি আই, মৰমতে পৰি যায়, দেউতাৰ সলনি কেউ, চেনেহতে কেউ-সেই, গোল সলনি ছাৰ আতি মম। মাৰ লগতে চোয়, ৰেতে কেনেকু, [ ৬৭ ] (৬) ভাত পানী নাই খোবা, শোকত নামুৱা, গোটেইখন হোৱা-দোৱা, এ অব। | (সকলোৰে এখান ) চতুৰ্থ দৰ্শন 9k সান্দীপণিৰ ঘৰ সাপণি - আপোনা-আপুনি) আহা! মোৰ সমান ভাগ্য- বান কোন আছে? সনাতন পূৱ আহি ঘৰ হাতৰ হৈছেহি। লাহে-লাহে শিলিয়া সকলো বিকে শিকিল। আমাৰ ঘটো এ মানতে উং হৈ আহিল। অইনে এবছৰত যিমান শিকিৰ নোৱাৰে, এবিলাকে এদিনতে তাৰৰ বেছিয়ে দিতে। যত এ আহি ১১২ বছৰে যি শিকিব পৰা নাই, এও- বিলাকে এই সামা বিনৰ ভিতৰতে শিৰি আকৌ সিহঁতক শিক্ষা দিছে। এৰেলত গং গান ৰে [ ৬৮ ] ফোন? যিগিনাৰেপৰা মোৰ গা পাত কৰি হিছেহি সেই দিনৰেপৰা মোৰ ঘৰ শান্তি ও সমীৰ আগাৰ হৈ উঠিছে। সিদিনা পঢ়াশালিত দেবৰ্ষি নাৰ আহি কত গতি প্ৰাৰ্থনা কৰি গৈছে। আহা! মই মহা সুখী। ভগৱান গাময়ে নিয়ে কৃপা বিতৰণ কৰি মোক কাৰ্থ কৰিছেহি। মই মহা ভাগ্যবান। (কফ বণৰাম আহি সেৱা কৰে) কল্যাশস্থ। মোৰ লাবিত, আজি অসময়ত সেখোন আহিই, কি ল? ( বহিবলৈ আসন দেখুৱাই) সেই ফুশাসনতে বছাইক। আজি যিস বদনে দেখিছো কি? কি ল-কোৱা মোৰ সোণাইহঁত! --- লে, গা ৰাখিৰেপৰা মন য ব্যাকুল হৈ উঠছে। আমি মথুৰা এৰি আহিবৰ আজি কালে- মান দিন হল। নি ত দেখিলে, দৈৱা মাতৃ আমাৰ নেদেৰি কান্দি-কাট আউলি-বাউলি হৈছে সেছি। আমি অতি কম বলে একটি নাম বুলি আৰ কৰি আহিছিলো। আমি বাইয়াত পা কৰিব নোৱা হলোক। আমি শিকিবলগীয়া এ সঙ্গে বিকে পিকি অত কৰিলো। আপুনি এতিয়া আৰু আনৰ মনেৰে ৰাি যি বিত [ ৬৯ ] বল-এ,আজি ৰাতি সপোন দেখি শাৰ পাৰৰেপৰা কলি- আই লি-কাটি ব্যাকুল হৈছে। এতেকে আমাক নেৰাখি বিদায় দিয়ক। (সালীপণিৰ বৈণয়ে বাহিত হয়ে সেৱা কৰে) সাঃ কৈকুশলে থাকাই। ৰাতিপুৱাই শাহতি, মন মাৰি আহা কি-কি হল? ক—আই, আমি পিতৃ মাতৃ এৰি আহিবৰ ভালেমান দিন হল। আমাৰ পঢ়া-শুনাও প্ৰায় শেষ হল। লৈ বাবলৈ বিদায় লবলৈ আহিছে। ৰাতি বেয়া এটা সপোন দেখিলো। সাঃ —ৈকি মোৰ সোণাইত! এনে নিজ বা শুনালা? মই তোমালোক কি মতে বিদায় দিন। ( কালি ফালি) মোৰ ভাল পাশোক আমি এত পলি। মই কেনেকৈ তোমালোক এ অৰ কৰে। মোৰ মল নামে এই অভি চেনে পুত্ৰ ছিল। মোৰ বোলাই পানীই নাৰি এলি বলৈ সমুদ্ৰলৈ গৈছিল। এ নামে অন্য এটাই মোৰ নাইকি মাৰি ৰং কোণ কৰিলে। মাই তাৰ শোফতে আমি আছে ৰা হৈ আছে। [ ৭০ ] সাপ—িসিনি। কপিল না আমি মুনিৰ মুৰে তোমা- লোকৰ কথা শুনিছে, মোৰ সোণাইইত, তোমালোক ক পুৰুষ নোহোৰ। আমাৰ দুখৰ কথা কি কম? তোমালোক অবামী সকলো নাই দেখোন। এই ফালত আমিও যৰি যোৱা হলে তালেই ছিল। কেৱল শোৰু দুখৰ গৰ ববলৈ হে জীয়াই আছে। | (লোন) -এই শোক পৰিহাৰ কৰক। আপোনালোক দুইকে। বেজাৰ কৰা দেখি মনত বৰ দুখ পাইছে। আপো- নাৰ পুত্ৰ আমি এতিয়াই লৈ বিচাৰি আনি দিন। মনত একো শা নকৰি আনন্দ অনেৰে বহি থক। ওগে, আপোনাসকলৰ শৰপৰা মুক্ত হবপৰা আমাৰ গত এক ধন নাই। আৰু দয়া কৰি নিতে মুক্ত নকৰিলে আমাৰ ইয়াৰপৰা কৰি দাঙি বৰ শক্তি নাই। বউ, আমাৰ গাত বিশ্বাস কৰি নোক এক আমি আপোনাৰ পুৰ যতে আহ অলৈকে লৈ বিচাৰি আনি। আপোনাসকলৰ ৰে লেখি আমাৰ মনত ৰজা লাগিহে। যে আৰু মাতৃ নবী! আপোনাসকলে একে চিনবিৰ। [ ৭১ ] ( বলৰাম দেৱ কৰি উঠে। কমাতৃ! আমাফ পুত্ৰ আনিৰলৈ আনন্দ চিত্তে বিদায় দিক। আৰু দেৱ! আপুনি মনৰ বোৰ এ মাতৃদেবীকে সানা , আমি বাইক। | (দুইব্যে এস্থান) সাপণি—বাণী, তুমি চিন্তা নকৰিবা। ভগবানে নিয়ে তোৰ পুত্ৰ বিচাৰি আনিবলৈ গৈছে। এওঁবিলাক সামান্য পু নহয়। আহ! পাত্ৰ কে আমি হতে হতে পাইছে। আমি বৰ সৌগগ্য- সাঃ -ৈমই নিতান্ত নানা নহলেনে মোৰ সত এনে হৰ কি? এগৰ কৰা অনাদি অনন্ত সনাতন পুঃ খৰি আনিবলৈ পঠাম কি? সাঃ -ৈ মোৰ সৰ পাতকিনী নাই গতত; নাই পৃথিবীত ৫ না। নাট সংসাৰত। নেতানি লগালো হয়, এনেহে ভাৰ গায়, গালীৰ নিস্তাৰ নাই, এইখনমত। কৰি অপৰাধ থোৰ, অনুতাপ ছুৰি যে, উঠিছে হিয়াত , হেলো হত। [ ৭২ ] চতুৰ্থ আৰু প্ৰথম দৰ্শন Sok কৈলাস পুৰী শিৱ আৰু গৌৰী গৌঃ—একু, আজি আপোনাৰ মনটো বৰ অথিৰ যেন | দেখিছো ফেলে। শিলাশি। তুমি এইবোৰ কাৰণ সুখি কি অন্ত পাব? গৌখনি নিয়েই অনাদি আৰু অনন্ত কাষেই আপো- নাৰ মন বৰ অনাদি আৰু অৰু। কবি বুই মিলে যদিও সমুদায় বুজিব নোৱাৰে; তথাপি অলপ আগ শাৰ পাৰে।। শি—তুমি জান মই কাকতৰ আজ্ঞাবহ। অতৰ দুখত এখী আৰু ৰুতৰ মুখত সুখী। গৌগাসীয়ে তাৰু ৰেহকৈ জানে। আলিন কাৰ কি [ ৭৩ ] (৩) শি-বৈকুৰপৰা বিৰুপূৰ্ণ অংশ পৃথিবীৰ তাৰ হৰণ কৰি বলৈ নবদেহত কষ্ণ-বলৰামৰূপে অৱতাৰ ধৰিছে। তেওঁবিলাক দুয়ো সান্দীপণি মুনিৰ বৰ বিশি। কৰি কৰাি দি লৈ যাবলৈ বিদায় খেয়েতে মুনিপী আৰু নিয়ে কান্দি কাটি বিতৰ অতি-ভক্তি কৰি পুত্ৰদান মত, দিবলৈ মাতি হৈ মোক অৰণ কৰি গৈ শৰক বধি, এতিয়া মালয়লৈ গৈছে। গৌঃ-নাৎ, মুনিৰ আনো পুত্ৰ নাই? শি-মুনিৰ এটি পুত্ৰ আছিল সাগৰত কীড়া কৰিবলৈ যাওঁতে শষাৰে বধ কৰিলে। আমি বাৰ বচৰৰেপৰা যমালয়ত আছে। গৌঃ-এতিয়া বাৰ বচৰৰ মূৰত ভাৰু কেনেকৈ নিৰ —মে বা দিব কি? এ, এনে ডাঙৰ কাম কৰিবলৈ মাতি এল কি? শি-তেৰো ভক্তকৰত। ময়ো তে এক অংশ মাখেন। তেওঁ কৰিব নোৱাৰা নাম , মৰ্ত্য, পাতালত নাই। তেওঁ সকলোৰে। তে বিশাল গণৰাৰা মুক্তি ৰেনি। নিৰ পুৰক নি আনি দিন। গৌতেওঁ যদি সকলোৰে এৰু, তেন্তে আলোনা ণ কৰিব কি? [ ৭৪ ] (৭৪) শি-প্ৰিয়, তুমি মোৰু সাধু প্ৰশ্ন কবি।। বুজাও কেতে মন দিয়া। পৃথিবীত জীৱ আহেমানে সকালে এক পৰম ব্ৰহ্মৰ অংশৰ বাহিৰে আন একো নহয়। , মা, পাতাল এই বিলোক স, , তম এই তিনি গুণেৰে সৃষ্টি কৰি, সেই অনুসৰি প্ৰত্যেক লোকত এ এ দি পৰমেশ্বৰৰ মহিমা ঘোষণা কৰিছে। প্ৰত্যেক শোত বিবে বিধে কাৰ্য্য বিভাগ কৰি একোন হাতত শাসনৰ ভাৰ দি থৈছে। স্বৰ্গ, মৰ্ত্য, পাতাল আৰু স, তম আদি ও সহ যত যি পদাৰ্থ আছে সকলে তেওঁৰে অংশ মাখেন। ও অংশ আৰু অৰ তাৰতম্য অনুসাৰে উ আৰু নিষ্টলি বুলি ধৰা যায়। এতিয়া তেওঁ নৰ-দেহ ধাৰণ কৰবাৰে মোৰু অৰণ কৰা আয় গৌঃমই আনিছিলে। আপোনাতকৈ ডাঙৰ দেৱতা | নাই। এতিয়া আনিলে। কিন্তু আপোনাত। শি-এশাখিকে, তুমি আল। বুগি। তা বা স কোনো নয়; সালে গান। যেতিয়া বি এত বি কে সেই সৰি ভাৰ সৰু [ ৭৫ ] (৭৫) বুলি নি কৰা যায়। এই ফিৰিঙতি এটা জানে। একুৰা ডাঙৰ দুইতকৈ সৰু বুলিব পাৰ।? সেই ফিৰি তি সময়ত প্ৰকাণ্ড একুৰা জুইৰ অৱস্থালৈ যাব পাৰে। তাকে বুলি ফিৰিঙতিটোক এই বুলি কোৱা নেয়। এতিয়াও ঠিক তেনে আনি। মোক শৰণ নকৰি কাৰ্য্য সমাধা কৰিবলৈ টান গতিকে এই সময়ত মোৰ সহায় লৈছে। গৌ:-মুঠতে কবলৈ গলে যদি সকলো সমান তেন্তে | পনীয় হয় কোন অত। শি-শৰ অংশ বাৰে বাতকৈ বেছি, সেয়ে তাৰ পূজনীয়। সময় তুমি মোৰ পানীয়। এই বিষয়ে পিচে তোৰু মই বিৰিতৰূপে বুই গৌনা, আমি মই আপোনাৰ কথা শুনি বৰ মধ্যে লজিলে। এতিয়া তে েযাবে। হব নে কি? বি-কি বাবেন কম। যা ৰে। গৌনি পুত্ৰ যমালয়ত ৰখাৰবাৰে কিয় গণীয় শিৰ কাৰ্য মৃত্যু সংঘটন। যাৰ কেনে [ ৭৬ ] সেইদৰে তাৰু বিচাৰ কৰি ধই ৰাখে। সেই নিমিত্তে যমৰ অপৰাধ কি? শৌ-মুনিৰ পুত্ৰই অনুসাৰে যদি পাপত পৰি | আছে, তেৰে উৰ কৰি অনাৰ উপায় কি? শিবিৰ নাম ভক্তিৰে এবাৰ ললে যিমানখিনি পাণ কৰ হয়, সিমানখিনি পাপ পাণীতে এখুগতে ঋৰিব নোৱাৰে। এনেহলত নিল চকুৰে তেওঁক দেখা পালে যে, মা পাতও তৎক্ষণাৎ উৰ ব; তাৰ এক ধনিয়ামানো শঙ্কা নাই। এতিয়া যালয়ৰ পাপীবোৰ তেওঁক দেখি উদ্ধাৰ হৈ যায় বুলিৰে মোৰ মন বৰ ব্যাকুল হৈছে। গৌঃ- এ উপায়? শি-উপায় ৰ হাতত। এই চাওঁতে, তেওঁ যোৱা যাত্ৰকে বিদায় দিব। যদি যমে মোনকালে বিদায় নিখিয়ে, ময়ে যাব লাগিব। এতেকে ই আমি নিলগৰপৰা চাই থাকে। (মনে এন)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )