পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদায় দে। তই বিদায় নিদিলে চাচোন এই কেনেকৈ যাও? চঞ্চ।-এই সাৰি তোমাক যোব। বুলি কব নোৱাৰে।। তোমাক নেদেখি মই কেনেকৈ থামি? ইমান দূৰত থকা সহিব নোৱাৰে। মই দিনে চাই থাকিবলৈ পাব লাগে। তোমাক নেগেখিলে মোৰ পেটত কত কি নেব। কৃষ্ণ।-তই মোক কিনে দেখা পাবি। চকুমুদিও অন্তত দেখা পাবি। যি যাক কে, সি তাৰু অনায়াসে চঞ্চ।-মই যেতিয়াই চাম তেতিয়াই দেখা দিব লাগিব। যাক, যোৱা। বল। ঘুণী ময়য় যাও। মোকতো যে আলকে নেপাৱ। থাকিবি দেই। (দুই এহান) চালপাওঁ বা নেপাও তোমাক কেলে। মোৰ হিয়াৰ হিয়াৰ ভিতৰত সোমাই চাৰ পৰা এনেছে নে। মোৰ, মোৰ সোেণাত।