[ ১৯৭ ] সেইদেখি তাৰ পিছত ২০ বছৰ কালত , চৈতন্য ধৰ্ম্ম নামনি-আসামত অলপ-অচৰপ প্ৰচাৰিত হোৱাটো একো অসম্ভৱ নহয় । শঙ্কৰদেৱৰ পিছত মাধদেৱৰ সময়তো চৈতন্যপন্থী দুই চাৰিজনক মহাপুৰুষীয়া ধৰ্ম্ম দি মহাপুৰুষীয়া কৰা কথ মাধবদেৱৰ চৰিত্ৰত উল্লেখ আছে ; তেওঁলোকৰ ভিতৰত বৰপেটা সত্ৰৰ ঘাই পুৰুষ মথুৰাদাস আতাই প্রধান ।

⸺⸺


ষোড়শ আধ্যা।

 শঙ্কৰদেৱেও কৃঞ্চভক্তি আৰু হৰিনায়কীৰ্ত্তনমূলক বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰিছিল, চৈতন্যদেৱেও তাকে কৰিছিল। শঙ্কৰদেৱে শিক্ষা দিছিল, --‘হৰি নাম বিনা পাপ-সাগবত, কাহাৰো ন!হি নিস্তাৰ ॥ মহা যোগীজনো, ব্ৰহ্ম চিন্তে যদি, হৰিৰ নাম নলৱে । সিও ভ্ৰষ্ট হুয়া, সংসাৰত পৰে, চাৰি বেদে হেন কৱে ॥ ধৰ্ম্ম অৰ্থ কাম, যিতো অভিলাষে, যি চাৱে মোক্ষৰ পথ সিও হৰিনাম, কীৰ্ত্তন কৰিলে, পাৱে সৱে মনোৰথ ॥ নামৰ মহিমা নাজানি ঋষিয়ে, আন প্ৰায়শ্চিত্ত বিহে । মৃত্যুসঞ্জীবনী নাজানিয়া বৈদ্যে, আন ঔষধক দিয়ে ” “শ্ৰৱণ কীৰ্ত্তনে যাৰ অভ্যাস। নাছাড়ে হৰি তাৰ আমি পাস। ” “সকল ধৰ্ম্মত কৰি বিশিষ্ট । হৰি-কীৰ্ত্ত নেসে ধৰ্ম্ম গৰিষ্ঠ ॥ অনাদৰি আন ধৰ্ম্ম সম্প্রতি । দিওঁ উপদেশ [ ১৯৮ ] হৰি ভকতি॥’’ “কলিৰ ধৰ্ম্ম হৰিনাম জান। পাপীৰ নিন্দাত। নিদিবা কাণ॥” “নাম বিনে নাহি কলিত গতি। কলিৰ লোক হৈব পাপমতি। অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ। জানিবা কলিত নামেসে সাৰ॥” “মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ॥’’ চৈতন্যদেৱেও বৃহন্নৰাদীয় পুৰাণে কোৱা “হৰেনাম হৰেনাম হৰেনামৈব কেবলং। কলৌ নাস্ত্যেব নাস্ত্যেব নাস্ত্যেব গতিৰন্যথা।’’ এই কথাকে প্ৰচাৰ কৰিছিল।। চৈতন্যদেৱে শ্ৰীমদ্ভাগবতোক্ত “শ্ৰৱণং কীত্তনং বিষ্ণোঃ স্মৰণং পাদসেবনম্। অৰ্চ্চনং বন্দনং দাস্যং সধ্যমাত্মনিবেদনম্। ইতি পুংসাৰ্পিতা৷ বিষ্ণৌ শক্তিশ্চেন্নবলক্ষণা। ক্ৰিয়তে ভগবত্যদ্ধা। তন্মন্যেহধীতমুত্তমম্; ” এই ন বিধ উক্তি বৈষ্ণৱৰ সাৰ কাৰ্য্য বুলি প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱে ও —“শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, বিষ্ণুৰ অচ্চন. পদসেৱন। দাস্ত, সখিৰ, বন্ধন, বিষ্ণুত কৰিব দেহ৷ অৰ্চ্চন॥ নৱ বিধ ভক্তি বিষ্ণুত আচৰে সোহসে পাঠ উত্তম’’। এই ন বিধ ভক্তি বৈষ্ণৱৰ সাৰ কাম বুলি প্ৰচাৰ কৰিছিল। দিনে ৰাতিয়ে শঙ্কৰদেৱে সত্ৰ সভা পাতি ভকতসকলেৰে সৈতে হৰিনাম শ্ৰবণ কীৰ্ত্তন কৰি থকাটো আৰু হৰিমন্দিৰ মাৰ্জ্জন আদি কাৰ্যা কৰাটো জীৱনৰ প্ৰধান কাম বুলি ভাবিছিল। চৈতন্য দেৱেও ‘যুগ ধৰ্ম্ম প্ৰবৰ্ত্তাইমু নাম সংকীৰ্ত্তন। চাৰি ভাব ভক্তি দিয়া নাচাইমু ভুবন॥” কৈ দিনে-ৰাতিয়ে সংকীৰ্ত্তনত মতলীয়া হৈ নাচি সঙ্কীৰ্ত্তন কৰি ফুৰিছিল— অৱশ্যে সত্ৰ সভা পাতি নহয় - আৰু পুৰীত গুণ্ডিচা মন্দিৰ মাৰ্জ্জন কৰিছিল। “আৰ দিন প্ৰভাতে প্ৰভু লইয়া নিজগুণ। শ্ৰীহন্তে সভাৰে অঙ্গে লেপল [ ১৯৯ ] ষোড়শ আাধন । ১৯৯ চন্দন ॥। শ্রীহন্তে সভাৰে দিল একেক যানী । সবগণ লৈয়া প্ৰভু চলিলা জাপনি । গুণ্ডিচা মন্দিৰে গেলা কৰিতে মার্জন। প্রথমে মার্জনী লএ' কৰিল শোধন।”~-(চৈতনা- চৰিতামৃত")। তেওঁলোক ভযে প্রশ্ন । ত ভাবক প্রাধান্য দিছিল । কি দুইৰে। প্রেমভক্তিভাবৰ পাৰ্থক্য আছিল । চৈত্যদেৱব প্রেমভক্তিভাব গোপীৰ প্ৰেমভস্কি ভাব, ঘাইকৈ ৰাধিকাৰ প্রেমভক্তিভাব । ; শঙ্কৰদেৱৰ মেউক্তিাব কৃষ্ণৰ দাসৰ । প্ৰেম ভক্তিভাব। অধিক ক, চৈত্যাৱতাৰৰ মুখ্য উদ্দেষ্ট ৰাধিকাৰ প্রেমভক্তিভাব প্রকাশ কৰাহে । ‘অষ্টাবিংশ চড়যু গে। দ্বাপৰেৰ শেষ ।। ব্ৰজেৰ সহিেৈন হয় কুঞ্চেৰ প্ৰকাশে । দাস্তা সখ্য বাৎসল্য শুঙ্গাৰ চাৰি ৰস । চাৰি ভাবে ভক্ত ঘত কৃষ্ণ তাৰ। বশ ॥ দাস সপা পিতা মাত! কান্তাগণ লএা । ব্রজে ক্রীড়া কৰে কৃষ্ণ প্ৰেম।বিষ্ট হৈয়া ॥ যথেষ্ট বিহৰি কৃষ্ণ কৰে অস্তদ্ধান । অস্তদ্ধন কৰি মনে কৰে অনুমান । চিৰকাল নাহি কfৰ প্ৰেম- ভক্তিদান। ভক্তি বিনা জগতেৰ নাহি অবস্থান ॥..। যুগধৰ্ম্ম প্ৰবৰ্ত্তাইমু নাম সংকীৰ্ত্তন । চাৰি ভাব ভক্তি দিয়া নাচাইযু ভুবন ॥ আপনি কৰিব ভক্রভাব অঙ্গীকাৰে। । আপনি আচৰি ভক্তি শিখাইমু সবাৰে ॥”– চৈত্য চৰিতামৃত । শঙ্কৰদেৱৰ প্ৰেমতক্তি উদ্ধৱৰ ভক্তি। উদ্ধৱক যেতিয়া ত্রীরুই "বিবহে আকুল । গোপীক জানি । উদ্ধৱক মাতি বুলিল! বাণী । আমাৰ পৰম তুমি ভকত। বায়ো । গোকুলক চৰি ৰথত ৭ বচন-সন্দেশ গোপীক কই । প্ৰবোধ দিবা কতো দিন ৰই ৷" ( কীৰ্ত্তন )। এই বুলি গোকুললৈ পঠিয়ালে, গোকুলত উদ্ধৱে গোপীৰ কৃষ্ণ [ ২০০ ] ২ ৩ ৪ শঙ্কৰদেৱ । এেস কৃলয় ভাব দেখি । আicৰিত হৈ । তেওঁলোকক সেৱ৷ কৰি তেওঁলোকৰ ভৰি ধূ'ল নিজৰ শবত তুলি লৈছিল,—“উদ্ধৱে গোপীৰ দেগ্নি ভাব । বিশ্বস্ত হয়শিৰাইলা গাৱ নন্দৰ ব্ৰজে যত গোপীজাক। শিৰে বন্দো তান পদধূলাক ।" - কীৰ্ত্তন। শঙ্কৰৰ কৃষ্ণভ৫ি দান্ত ভাব, । তেও ‘কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে কহে' কথায় পfি ক্য। এফাকি ৰচনাৰ ভfণগাতো সুবিধ। পালে । সেইষাৰ কথা তেওঁ কবলৈ নাপাহৰে । চৈতন্য কৃষ্ণ ভক্তি কাপ্ত কথাৰ প্ৰেভবত । চৈতষ্ঠাদেরে কেশৱ ভাৰতীৰ ওচৰত সন্ন্যাস ধৰ্ম্ম লৈছিল। চৈত্যাদেৰ ককাষেক বিশ্বকাপে ব অনেক দিনৰ আগেগে সন্ন্যাস গ্রহণ কৰি গৃহ পৰিত্যাগ কৰি ওচি শৈছিল । সন্ন্য{সী সম্প্রদায় বেধাস্থবিহিত অদ্বৈতবাদী বৈরাগী বুলি পেথ্য'ত। চৈতন্য- Rের যদিও সন্ন্যাসী আছিল, বেদান্ডং অথৈতবাদ তেওঁৰ আস্থা নাছিল , সেইদেখি সার্বভৌম ভট্টাচাৰ্যৰে সৈতে শ্বেৰ চিনা- পৰিচয় ইণত তেওঁৰ বিষয়ে তেওঁৰ - ত গোপীনাথ আক ও'ডায্যৰ ভিতৰত এনে কথাবাৰ্ত্তী হৈ৬িণ। 'গোপীনাথ কহে ইহাৰ ন৷ম শ্রীর স্ক চৈতন । গুৰু ইহাৰ কেশবভাবতা মহাধ । সাৰ্বভৌম কহে এই নাম পর্বোত্তম। ভাৰতীসম্প্রদায় ইচ্ছে। হয়েল । মধ্যম । গোপীনাথ কহেন ইহাৰ নাহি বাহাপেক্ষণ অতএব বড় সম্প্রদায় কৰিল উপেক্ষণ ভট্টাচাধ্য কহে ইহাৰ প্ৰেট যৌবন। কেমনে সন্ন্যাস ধৰ্ম্ম হইবে ৰক্ষণ । নিৰন্থৰ ইহাৰে আমি বেদান্ত ওমাইব। বৈৰাগ্য অদ্বৈতমার্গে প্রবেশ কৰাইৰ ৷ কহেন যরি পুনৰপি যোগপষ্ট দিয় । সংস্কাৰ কৰিয়ে উত্তম সম্প্রদায় জনিয়া ” [ ২০১ ] ষোড়শ সাধা} । ২ ১১ ইয়াৰ পিছত সাৰ ঢৌম ভট্টাচাৰে সৈতে চৈতন্তদেৰ তক । হওঁতে অদ্বৈতবাধৰ বিকান্ধে চৈতষ্ঠাধে ’ এনে দৰে কৈছিল-

  • সচ্চিদানন্দ জয় ঈশ্বৰ স্বৰূপ { "িনি *৭ে অতি জঘ তিন কাপ ॥

গলন্দাশে হল।দিনা সদ•শে সন্ধন। । ১৭ শ দ•fবং য' ৰে জ্ঞান কৰি মানি ॥ অস্তুৰঙ্গ f wচ্ছপি ন তস্থা উী শ' ৰু বহিৰঙ্গ। মায় তিনে কৰে প্রেমভকি| মড়বধ , ঐণন্য প্রত্ৰ পচচ্ছঞি- বিলাস । তেন শকি নাছি মান পৰম সাংস। মাযাধা মায়াংশ । ঈশ্বৰে জাবে ভেদ । হেন জীব ঈশ্বৰ সনে কৰহ হ ভেদ ॥ গীশ । শাস্ত জীবশ্বৰূপ শপি কৰি সনে eেন খাrদ আভেদ কৰ ঈশ্বৰৰ । সনে ।" ইয়াৰ পিছতো তেওঁ তখন ঠাইত ম মায়াবাদী সন্ন্যাসী । মোক বৈষ্ণৱতৰত । উপদেশ দি থক, বুলি বিনয় কৰি আনৰপধা বৈষ্ণৱ ধৰ্মৰ তত্ব ওনিছিল । মহাবৈঞ্চব ৰামাননন্দ বায়ু ৰ সৈতে দেখা হওতে ৰাণক চৈত? ই কৈছিল "প্র, কহে তুমি মহা ভাগ বতোত্তম । তোমাৰ দৰ্শনে ‘ভাৰ দিব হৈল মন ॥ আনেৰ । ক-কথা মায়াবাগা সন্ন্যাসী । আমিই তোমাৰ স্পর্শে কৃষ্ণপ্রেমে উপসি ।” তয়াৰ দ্বাৰাই যদিও স্পষ্টকৈ দেখা যায় যে তেওঁ সন্ন্যাসী - সুলভ বিশ্বাস অধৈতবাদৰ বিপক্ষ আছিল, তথাপি তেওঁৰ বংশগত শিক্ষাগত অৰুক সম্প্রদায়গত অদ্বৈতবাদৰ ছা তেওঁ তেওঁৰ গাত নপৰাকৈ ৰাখিব নোৱাৰিছিল । কাৰণ তেওঁৰ অদ্বৈতবাদ শ্রীমতী বাধাৰে সৈতে একত্ব অভেদতাত পৰিণত হৈছিণ। । তেওঁ নিজক ৰাধাভাবৰ দ্বাৰাই অনুপ্রাণিত কৰি সম্পূৰ্ণৰূপে ৰাধা সাঙ্গি ব্ৰজভাব । অস্তৱ কৰি । কৃষ্ণপ্রেম সম্ভোগ কৰাটোকেই তেওঁৰ ধৰ্মজীৱনৰ প্রধান উদ্দেশ্য কৰিছিল। [ ২০২ ]  (১) “ৰাধা কৃষ্ণ প্ৰণয় বিকৃতিৰ্হ্লাদিনী শক্তিৰস্বমাদেকাত্মা- নাবপি ডুবি পুৰা দেহভেদং গতৌ তৌ। চৈতন্যাখং প্ৰকটমধুনা তদ্বয়ং চৈক্যমাপ্তং। ৰাধাভাবদ্যুতি সুবলিতং নৌমি কৃষ্ণ স্বৰূপং॥” (২) “শ্ৰীৰাধায়াঃ প্ৰণয়মহিমা কীদৃশোবানয়ৈবাস্বাদ্যো যেনদ্ভুতমধুৰিমা কীদৃশো বা মদীযা। সৌখ্যং চাস্যা মদনুভবতঃ কীদৃশং বেতি লোভাত্তদ্ভাবাচ্য সমজনি শচীগৰ্ভসিন্ধৌ হৰীন্দুঃ॥” — শ্ৰৰূপগোস্বামী।

 (১) অৰ্থাৎ শ্ৰীমতী ৰাধিকাই কৃষ্ণপ্ৰেমৰ বিলাসৰূপিণী হ্লাদিনী শক্তি, সেইদেখি ৰাধ কৃষ্ণ একাত্মা হৈও অনাদিকালৰপৰা বিলাস বাসনা কৰি সুগতত দেহভেদ স্বীকাৰ কৰিছিল।৷ সম্প্ৰতি দুয়ো একত্ব প্ৰাপ্ত হৈ চৈতন্যৰূপে আবিভুত হৈছে। এইবাৰে ৰাধাভাব আৰু ৰাধাকান্তিবিশিষ্ট কৃষ্ণস্বৰূপ কৃষ্ণ চৈতন্যদৱক নমস্কাৰ কৰোঁ।

 ২) অৰ্থাৎ শ্ৰীমতী ৰাধিকাৰ প্ৰেমমহিমা কেনেকুৱা, শ্ৰীমতীযে প্ৰেমেৰে সৈতে যি আস্বাদন কৰে মোৰ সেই বিচিত্ৰ মধুৰিমাই বা কেনেকুৱা, আৰু মোৰ অনুভৱৰপৰা শ্ৰীমতীয়ে যি আনন্দ লাভ কৰে সেই আনন্দই বা কেনেকুৱা, এই তিনটি বিষয় লোভৰ বশবৰ্ত্তী হৈ শচীগৰ্ভৰূপ সমুদ্ৰত ৰাধাভাবযুক্ত হৈ কৃষ্ণৰূপ চন্দ্ৰ আবিৰ্ভাব হল।

 কৃষ্ণমুখ স্বাদে প্ৰেম নাম সঙ্কীৰ্ত্তন॥ “নিজভাবে কৰে কৃঞ্চমুখ আস্বাদনে॥” “আপনা আস্থাদিতে কৃষ্ণ কবেন যতন॥” “ৰাধাকৃষ্ণ এক আত্মা দুই দেই ধৰি। অন্যোন্যে বিলসয়ে ৰস আস্বাদন কৰি॥ সেই দুই এক এবে চৈতন্য গোসই। ৰস আস্বাদিত দোহে হৈল এক ঠাই॥”—চৈতন্য চৰিতামৃত। [ ২০৩ ] যোডশ আধ্য । ২ a ৩ সস্তবিক চৈততাই নিজকে ৰাধা বুলি ভাপি কৃষ্ণপ্ৰেযত মত্ত হৈ । ফুৰা দেখা যায় , আৰু তেওঁৰ প্ৰচাৰি ত প্রেমভক্তিৰ বিশেষত্বও তাতোভ। চৈতগুচৰিতামৃত গ্র’ , আছে । “শেষ যে ৰহিল । প্রভু দ্বাদশ বৎসৰ । কৃষ্ণেৰ বিরত ধূৰ্ত্তি কখ . হৎ । শ্ৰীৰাধিকাৰ চেষ্টা যৈছে উৰৱ দর্শান । এত মত দশ প্ৰস্থৰ হয় ৰাশি । দিনে ॥৷ নিৰস্তৰ তয় প্ৰভুৰ বিৰহ উন্মাদ । সমময় চেষ্টা সদ। প্রলাপমধ বাদ ॥। চটক পর্বত দেখি শোবন্ধন না ন! ধাহযা চলে আৰ্ত্তনাদে কৰিয়া ক্রণ ন । উপবানান দে বৃন্দাবন জ্ঞান। তাহ1 7* ন'rে শ ায় ক্ষণে মাউ৷ ধান ॥ কাহ কৰে। 2 । কাহ। প্ৰাণনাথ কাণ পাও .মক্রনশনমোব। । মুৰলাসন ! । উপঞ্জিল প্রেমাঙুৰ, ভাঙ্গিল ষে দুঃখ-পূৰ, রঞ্চ তাছা নাহি কৰ পান । বাহিৰ নগিৰব।জ, ভিতৰে শাঠৰ কাজ, পৰনবী বধে সাৰান ॥ সখি তে না । বুঝিয়ে বিধিৰ । বি ন। সুখ লাগি কৈলা প্ৰীত, ভৈল দুঃখে বিপৰীত, এবে যায় নাৰহে পৰাণ ।... নাৰীৰ যৌবনধম. যাবে রঞ্চ কৰে মন, সে যৌবন দিন ছুত চাৰি ॥ ও দ্মি যৈছে নিজাম, দেথায়া অডিৰ।ম, পতঙ্গেৰে আকৰ্ষিয৷ মাৰে। * ঐছ নিজ গুণ, দেখাইয়া হবে মন, পাছে হুঃৰ-সমুদ্রেতে ডাৰে ॥ এতেক বিলাপ কৰি, বিষাদে আীশেৰহৰি, উঘাডিযা সুঃখেৰ কবাট ।... যে কালে বা স্বপনে, দেখিন্ত , ব বদনে, সেইকালে আইলা জুই বৈৰী অনন আৰ মদন, হৰি নিল মোব মন, দেখিতে না পাইডু নেত্ৰ ভৰি। “তুমি দেখব কীড়াৰত, বনেৰ নাৰী যত, তাছে কৰ অভীষ্ট, ক্ৰীড়ন । তুমি আমাৰ দয়িত, মোতে বৈসে তোমাৰ চিত, মোৰ [ ২০৪ ] ২ - # শঙ্কৰদেৱ । ভ¥গ্যে গ েৈল আগমন ॥ ..তুমি নহি এজপ্রাণ, এ জৰ কৰ পৰি এণ, বহু কাৰ্য্যে নাভি জবকাশ । তুমি আমাৰ শ্ৰমণ, যুগ ধতে গমন, এ তোমাৰ বৈবিলাস }" -চৈ তসচৰিতামৃত । পদকস্তক পুথিত আছে, শ্ৰীশধিকাই তমাল গাছ দেৰি কৃষ্ণক্রম। কৰি –“বিজনে আলিঙ্গই তণ তমল” আক চণ্ডীদাসৰ কবিতাত আছে, মেঘ দেখি ‘চাহে মেঘপানে, সচলে নয়নেৰ তাৰা ।” চৈত্যাইও “চটক পর্বত দেখি গোবফনে ভনে, ধাএ চলে আৰ্ত্তনাদ। কৰিবা কননে।” “যাহা নদী দেখে তাহ। মানয়ে কালিন্দী । “তমালেব বৃক্ষ এক সম্মুখে দেখিয়া । কৃষ্ণ বুলি ধেয়ে গিয়ে ধৰে । জড়াইয় ॥" শ্ৰীৰাধিকাই—পুছয়ে কাবুৰ কথা ছন ছল 'র্ম।থি । কোথায় দেখিলা তাম কহ দেখি সখি ॥-- ( চণ্ডীদাস )। চৈতন্মাতও । -- গনাধৰ দেপি প্রচকয়ে জিজ্ঞাস। কোথা কৰি আছেন। -। শ্যামল পীতবাস।”- ( চৈত্যভাগবত । শবৰ ধত উপান্ত উপাদকৰ ভাব প্রবল ; শ্ৰীকৃষ্ণ তেওঁৰ উপাত, তেওঁ প্ৰকঞ্চৰ উপাদক । উপাস্তউপাসকৰ ভিতৰত যি দৃঢ ভক্তি দৃষ্ট মাকৰ্ষণ বঁট সম্বন্ধ সেই ভজি সেই 'তাকর্ষণ সেই প্ৰেম সেই সম্বন্ধহে শঙ্কৰং বস্তু ; প্রণয়ী আৰু । প্ৰণয়িনীব দত্তোগঙুস্থানিত প্ৰেম তৃপ্তি, তাৰ |াঘাতত ওপজা কষ্ট, আৰু দীৰ্ঘবিহজনিত কাতৰপৰা ওপজ৷ উদ্ভাশু প্রেম। নহয় । বেদা”ৰ অদ্বৈতবাদ পৰা জন্ম হোৱা। চৈতন্যদেৱৰ নতুন বৈষ্ণবী-অদ্বৈতবাদ শঙ্কৰদেৱত নাট। শঙ্কৰ সদার রুক্ষীৰ কিঙ্কৰ, কৃষ্ণদ দাস ; তেওঁ কৃষ্ণৰ দয়িতা বা প্রণয়িনী নহয় । উপান্ত উপাসকৰ প্ৰভেণ নথকাতে শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত [ ২০৫ ] যোড়শ আধা । ২ - ৫ বর্ণিত গোপীৰ ভাব,- "কতোজনী কৃষ্ণ হুয়া বাৱে বংশী তুলি । ন কৃষ্ণময় হুয়া কতো আননন্দতে চলে ॥ ৯ নকৰিবা ভয় বুলি কতো গোপী মাতে। মই প্ৰাঞ্চ আইো কি ক'ব বৃষ্টি বাতে ॥...... ধৰিলে। মনন্দৰ হেৰ চাপ নিৰন্তৰ । ' ইত্যাদি। । চৈতনাৰ এই সোহং ভাব, “বুঞি সেই মু' ৫ সেঃ কহি ক ও হাসে ”-চৈত্য ভাগৱত । বিদ্যাপতি গৗ ততো এহ কথ! ‘অসুখন মাধৱ মাধৱ। দোঙৰিতে সুন্দৰ ভেল মাধাই ॥” জয়দেৱৰ আনাতো এট,- “মুহুৰবলোকিতমগুনলীলা। মুৰিপুৰত শি। ত 'ভাবনশীল।। ' কিন্তু শঙ্কৰে উপস্তা উপাসকৰ প্ৰভেদ সাৱধানে বাধিছিল ; কাৰণ তেওঁ জানিছিল, যে কান্ত আক প্রণয়িণীৰ প্রেম যদিও খুৰ ওখ তথাপি সাধাৰণ লোকৰ হাতত পৰি সি নিশ্চয় অধোগতি প্রাপ্ত হব। সংসাৰীৰ সংসাৰ ধৰ্ম্মত দেইভাব কাৰ্য্যকৰ নহয় বৰং বি ।দজনক । সন্ন্যাসধর্ষ৬প্ৰতিভাশালী ধর্মংিস্থাপকে গুৰিতে সেই ভাব ভালে। ৰাপিলেও পিছত শিষ্যসকলৰ দ্বাৰাই যে । তাৰ দুৰ্দশ ঘটিব, সেইটে বদলী শঙ্কৰদেৱে ভালকৈ জানিছিল। সঁচাকৈ চৈত প্ৰচাৰিত ধৰ্ম্মত তেন ঘটিলোআক সেই ধৰ্মৰ অৱনতিৰ লিয়েই এটা ঘাই কাণ । ‘ষ্ঠামমেব পৰংপ । পুৰীমাধুপুৰী বৰ। বয়ঃ কৈশোৰকং ধ্যেয়মাস্তএব পৰে। ৰসং ৷”—-পদাবলী । অর্থাং ৰূপৰ ভিতৰত তামৰূপ, পুৰীৰ ভিতৰত মথুৰাপুৰী, বৰ্ষসৰ ভিতৰত কৈশোৰ আাক ৰসৰ ভিতৰত আদিৰস শ্রেষ্ঠ ; এইটো চৈতন্ত্য প্ৰচাৰিত ধৰ্ম্মৰ মূলমন্ত্র । শব্দৰ প্ৰচাৰিত ধৰ্ম্মত, বাঘজৰী ছিগিলেই ভয়ানক বিপদজনক উদ্দাম আদিৰসৰ এনে প্রধাই নাই তাক দেই । [ ২০৬ ] ২ ৩ ৬ শঙ্কৰদেৱ । বাবে শব্দৰ প্ৰচাৰিত ধৰ্ম্মৰ আন চৈত্য প্ৰচাৰিত ধর্মতকৈ ওখ । শঙ্কৰদেৱৰ প্রৱাৰিত বৈষ্ণৱধৰ্ম্ম নিৰিহনিপানাকৈ শ্ৰীমদ্ভাগৱতৰ পৰা অনা ধৰ্ম্ম । চৈত্যৰ প্ৰচাৰিত বৈঞ্চরধয় তাকল যে শ্ৰীমদ্ভাগৱতাসুমোদিত এনে নহয়, সি ব্ৰহ্মবৈবৰ্ত পুৰাণ, বৃহন্নাৰ দীয় পুৰাণ, আৰু ঘাইকৈ অঘদেহৰ ীেতগোফি, বিছাপতি অক চ ঔীদাসৰ কবিত , ৰামান” ৰায় ৩াদিৰ নাটক , কপ সনাতনব সংস্কৃত কৃষ্ণলালাব হন্থ তাষিণ ভরবেগে সানমিহলি । তেওঁ তেওঁৰ ৰাধ-ভাবৰ নিমিত্তে ঘ’ৰপৰা যি সেই ভাবৰ পবি পোষক পাছিল তাৰেই তেওঁৰ বৈষ্ণবধ ডাঙৰ-দীঘল কৰিছিল । বাস্তবিকতে কবলৈ গলে, বিষ্ঠাপ'ত, চণ্ডীদাস আর জযদেৱৰ কবিতা ;ে তেওঁখ প্রচাৰিত ধৰ্ম্মৰ শাক ঘাইকৈ তেওঁৰ মত কৃষ্ণ-প্রেমৰ উৎপধিক বুলিব লাশে । চৈত্যৰ অতিৰিক্ত ভাব প্রবণ মনত বিষ্ঠাপতি চও।দাস । আ ক জগদেৱৰ প্ৰচি কবিতা অস্তুবিত বদ্ধিত আৰু পুপিত হৈ উছিঠিল । তেওলোকে কবিতা কৰি প্ৰাধাকৃষ্ণব প্ৰেমৰ বিষয়ে, স্বাধাব কৃষ্ণবিবহৰ বিষয়ে ঘি লেখিছিল, চৈতশৃঙ্গ সেইবোৰ তেওঁৰ জীৱনত তাভিনয় কৰি প্রক ত যেনকৈ দেখুৱাবলৈ চেষ্টা কৰিছিল। একেই চৈতন্ত্যৰ অতিৰিক্ত ভাবপ্রবণতা (Sentimentalism), প্রতিতাসুলভ বুদ্ধিৰ প্রখৰত। আক প্রগাটি পাণ্ডিত্য, তাব ওপৰত তেওঁৰ “জিনিয় য়চ” (Genius) মূলত অর্থাৎ নবনবোন্মেষশালিনী বুদ্ধিমূলও ‘একচেটি চিটি” { eccentricity) কেন্দ্রশ্ৰষ্ট বৈষম্য, এই এটাই বোৰে মিলি তেওঁক জয়দেৱ বিষ্ঠাপতি আক চণ্ডীদাসৰ কবিতাময় [ ২০৭ ] যোড়শ আধ্য। ২ - ৭ ভাববোৰ নিজৰ জীৱনত সাকাৰ কৰি লবলৈ সুবিধা দিছিল। আমাৰ বিশ্বাস, জয়দেৱ বিস্থাপতি আৰু চণ্ডীদাসৰ জন্ম আগেয়ে নোহোৱাহেঁতেন নিমাই বিশ্বম্ভৰ প্ৰকট চৈত্য হোৱাটো অসম্ভৱ হলহেঁতেন । চণ্ডীদাসৰ বৰ্ণিত পৃন্দবাগ, ৰাধিকাৰ ব্যাকুল বিৰহ, মধুৰ প্ৰেম আৰু দ্বিাথ্যাম্মাদ চৈত"কল কৰি। ‘নজৰ কৰি নিজৰ জীৱনত দেখুৰ’লে । Tধা: bণ্ডৗদাসৰ কৰিলন্ত “জলদ নেহাৰি নয়নে ঝক (পাৰ, রঞ্চ ত দশম কৰি ব মুসল তা আলিষন আক একদৃষ্ট মগধ মযুগীৰ কণ্ঠ নিইপক্ষণ বৰিছিল, চৈতণ্ডাই ও তেওৰ জীৱনত অনেকবাৰ তেনেক। কৰিছিল। চণ্ডীদাস রঞ্চৰিখত ৰাধাৰ অঙ্গান অৱস্থা বৰ্ণনা কৰি লেখিছে । —‘তুলাখানি দিল নাসিব। মাঝে । তবে সে । রবিল শোয়{স ‘গণসে ॥ চৈতন্তঃৰামৃত গ্রন্থত আছে "আবেশে চলিগ প্ৰভু জগন্নাথ মন্দিৰে । জগন্নাথ দেরি প্রেমে শলা তস্থিৰ ॥ জগন্নাথ লিপিতে চলিল৷ ধাইয়া। মন্দিৰে। পৰিল প্রেমে আবিষ্ট হয়৷ ॥। শ্বাস প্রশ্বাস নাহি উদৰ । ম্পদন। দেখিয়া চিহিত লৈ ভট্টাচায্যৰ মন ৯ স্বল্প তুলা আনি নাসা-আগ্ৰেতে ধৰিল । ঈষৎ চলয়ে তুলা দেখি ধৈর্য্য হৈল ॥” চণ্ডীদাসে লেখিছে - ৰাধাই কৃষ্ণ নাম গুনিলে কৃতজ্ঞ হৈ প্রেষত সেই নাম উচ্চাৰণ কৰোতাজনৰ ভৰিত ধৰিছিলি,— “অকথন বেয়াধি এ কহা নাহি যায় । যে কৰে কামুৰ নাম। ধৰে তাৰ পায় ॥ পায় ধৰি কাদে সে চিকুৰ গড়ি যায় । সোণাৰ পুতলী যেন ভূতলে লোটায় ॥” গোবিন্দ দালৰ ফচাত আছে, চৈতন্তৰ *কৃঞ্চ অফুৰাগে সদ আকুল হৃদয়। শুনিলে কৃষ্ণৰ। [ ২০৮ ] নাম অশ্ৰুধাৰা বয়॥ প্ৰাণ কৃষ্ণ বুলি ধৰি। দৈবে কেহ ডাকে। ধেয়ে গিয়ে আলিঙ্গন কৰে৷ তাহাকে॥” চণ্ডীদাসৰ কবিতাত আছে,—ৰাধাই “পুছয়ে কানুব কথা ছল ছল আঁখি। কোথায় দেখিল শ্যাম কহ দেখি সখি।” চৈতন্য ভগৱতত আছে,— চৈতন্যহও “গদাধৰে দেখি প্ৰভু কৰয় জিজ্ঞাস। কোথা হৰি আছেন শ্যামল পীতবাস॥” চণ্ডীদাসে লেখিছে, মাটিত ৰাধাই নগেৰে কৃষ্ণ নাম লেখি সুখী হৈছিল—‘ভৰমে তোমাৰ নাম ক্ষিতি তলে লিখি॥” “চৈতন্য-ভাগৱতত ” আছে—চৈতন্যই “ক্ষণে পৃথিবীতে লেখে ত্ৰিভঙ্গ আকৃতি। চাহিয়া ৰোদন কৰে ভাসে সব ক্ষিতি॥”

 শ্ৰীমদ্ভাগৱতত আছে, গোপীসকলে ৰাসক্ৰীড়াৰ মাজতে কৃষ্ণক হেৰুৱাহ কৃষ্ণ বিৰহত কাতৰ হৈ কৃষ্ণক বিচাৰি বিচাৰি নেপাই কৃষ্ণলীলাৰ অভিনয় কৰিছিল, —‘পুতনাৰ বেশে কতোজনী দেয় স্তন। কতো হুয়া কৃষ্ণশিও শোধয় জীৱন॥ কতো গোপী থাকে যেন শকত আকাৰে। কৃষ্ণ হুয়া ওভতাৱে চৰণ-প্ৰহাৰে॥ কতো গোপী বসে শিশুকৃষ্ণ ৰূপ ধৰি॥ তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেয় হৰি॥ কৃষ্ণ হুয়া কেহোজনী ফুৰে আঠু কাঢি। কঙ্কালত বাঘৰ ঘুঙুৰা কৰে সাৰি॥” ইত্যাদি। ( শঙ্কৰদেৱ প্ৰণীত কীৰ্ত্তন )। কিন্তু কৃঞ্চবিৰহত কাতৰ ৰাধিকাৰ ভাবাপন্ন চৈতন্যদেৱে ঘাইকৈ বিদ্যাপতি, চণ্ডীদাস, আদি কৱিসকলৰ বৰ্ণিত ৰাধিকাৰ অভিনয় হে কৰিছিল, শ্ৰীমদ্ভাগৱতৰ গোপীপকলে কৰা কৃঞ্চৰ অভিনয় সিমান নহয়। শ্ৰীমদ্ভাগৱতত ৰাধিকাৰ নাম একেবাৰেই নাই॥ তাত কৃষ্ণৰ এজন [ ২০৯ ] বিশেষ সুৱাগৰ পাত্ৰ গোপী যাক কৃষ্ণই লৈ আনবিলাক গোপীক এৰি এবাৰ অন্তৰ্দ্ধান হৈ গৈছিল, এনে গোপী এজনাৰ যৎকিঞ্চিত আভাষ দেখিবলৈ পোৱা যায় মাথোন। বাধা নামৰ গোপীৰ উল্লেখ আন আন গোপীৰ লগত এবাৰ মাথোন পোৱা যায়। সেই ৰাধাও দহৰ লগৰ এজন আৰু বিশেষত্ববৰ্জ্জিত। শ্ৰীমদ্ভাগৱতৰ ৰাধা ৰাই ৰাধা নহয়, প্ৰধানা গোপী নহয়। —“অনেক সহস্ৰ গোপীৰূপে অনুপাম! শুনা তাসম্বাৰ মুখ্য মুখ্য কিছু নাম॥ হন্দুমতী , মদনমঞ্জৰী, ৰত্নমালা। পদ্মাৱতী, কুন্তী, কুমুদিনী, চন্দ্ৰকলা॥ ৰোহিণী, হৰিণী , স্বয়ম্বৰী, বিদ্যাধৰী। মাধবী, ৰাধিকা, মধুমতী, মন্দোদৰী॥ ইত্যাদি,—দশম স্কন্ধ । ইয়াৰ দ্বাৰাই স্পষ্টকৈ বুজা যায়, যে চৈতন্যৰ ৰাধা শ্ৰীমদ্ভাগৱতৰ পিছৰ ব্ৰহ্মবৈবৰ্ত্ত পুৰাণৰ ৰাধা; আৰু তাৰো অনেক কালৰ পিছৰ জয়দেৱ, বিদ্যাপতি, চণ্ডীদাস আদি কবিসকলৰ ৰাধা। ভাগৱতী বৈষ্ণৱধৰ্ম্ম প্ৰচাৰক শ্ৰীশঙ্কৰদেৱৰ দশম কীৰ্ত্তন আদি কোনো পুথিত, তেওঁৰ গীত ভটিমা আদি কতো সেইদেখি ৰাধাৰ নাম নাই, ৰাধাৰ প্ৰেমৰ বিশেষত্ব নাই; কাৰণ তেওঁৰ প্ৰচাৰিত ধৰ্ম্মৰ গুৰি শ্ৰীমদ্ভাগৱত। তেওঁৰ নাট গীত পদ ভটিমা চপয় আদিত ৰুক্মিণী, সত্যভামা আদি কৃষ্ণৰ মহিষীৰ গুণ নাম আছে, মুঠতে গোকুলৰ গোপীসকলৰ কৃষ্ণভকতি কৃষ্ণপ্ৰেমৰ কথা আছে, কিন্তু চৈতন্যৰ ৰাধাৰ প্ৰেম, ৰাধাৰ নাম লাই। মুঠতে শ্ৰীমদ্ভাগৱতত যি নাই, শঙ্কৰদেৱৰ পুথিত, শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মত সি নাই। শঙ্কৰ চৈত্যৰ শিষ্য হোৱাহেঁতেন ধৰ্ম্ম বিষয়ত তেওঁলোকৰ ভিতৰত এনে Fundamental difference মৌলিক প্ৰভেদ হব পাৰিলেহেঁতেন নে? গোকুলৰ গোপীসকল শঙ্কৰৰ মানত কৃষ্ণৰ [ ২১০ ] ই 2 ০ শঙ্কৰদেৱ । মহাভক্ত, মহাপ্ৰেমিকা ; উদ্ধৱৰ দৰে শঙ্কৰে তেওঁলোকৰ ভৰিৰ ধূলি নিজৰ শিৰত লব, কিন্তু তেওঁলোকে কৃষ্ণৰে সৈতে আৰু কৃষ্ণৰ। বিৰকত কৰা কেলিৰ অভিনয় নকৰে । অকল দিয়েই নহয়, তেওঁ তেওঁৰ দশম কীৰ্ত্তনত কৈছে--"কৈৰ কামাতুৰা অনাচাৰী গোপ নাৰী। কৰিলে অধীন দেখা ঈশ্বৰ মুৰাৰী ॥ ভকতি কৰিলে কৃঞ্চে একে। নবাছও। হেন জানি সংজনে ভজা ভগৱন্ত ॥" “এঞ্চে স্বী। বমচাৰী আৰো ব্যভিচাৰী। তাহাৰো অধীন ভৈল ঈশ্বৰ মুৰাৰি। নাবাছে অজাতি জাতি পাপা পুণ্যৱন্ত । ভকতিসে বত্য কিন্তু প্ৰভু ভগৱন্ত ॥"- দশম । এইয়েই শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মৰে সৈতে চৈতষ্ঠাদেৱৰ প্ৰচাৰিত ধৰ্ম্মৰ ঘাই প্ৰভেদ । চৈত্য প্ৰচাৰিত । ধৰ্ম্মৰে সৈতে শব্দৰ প্ৰচাৰিত ধৰ্ম্মৰ এনে মৌলিক প্রভেদ । থকাতো শঙ্কৰে চৈতথ্যৰ পৰা ধৰ্ম্ম পোৱা বুলি কোৱা কথা । অতি মাচৰিত নহয় নে ? এই বাবেই শঙ্কৰদেৱে তেওঁৰ শেষ বয়সত চৈত্যাৰ প্ৰচাৰিত ধৰ্ম্মৰ বিষয়ে ভালকৈ জানিও আক । মহাপ্ৰভাৱেৰে সি চাৰিউ ফালে প্ৰচাৰিত হোৱা দেখিও তাৰ প্রতি মলপো আস্তুষ্ট নহৈছিল । তেওঁ কবীব, ৰামানন্দ, ৰাপ । সনাতন আদিৰ দ্বাৰাই প্ৰচাৰিত বৈষ্ণৱধৰ্ম্ম কৃষ্ণভক্তি কৃঞ্চপ্রেম আদিৰ প্ৰতি বৰং শ্ৰদ্ধাবান হোৱা দেখা যায়, তথাপি চৈতনাৰ প্রতি নহয় । বৰং অনেক সময়ত তেওঁ বৰপেট। পাটবাউসী। আদি ঠাইত থাকোতে চৈতন্যপন্থীয়া লোকক বা চৈতন্য। পস্থীয়া ধৰ্ম্মত শৰণ লবলৈ যোৱা লোকক সেই পথ একৱাই নিজৰ প্ৰচাৰিত ধর্মমতে শৰণ দিয়া দেখা যায়। চৈত্যৰ প্রতি শঙ্কৰৰ অনুৰাগ নথকাৰ আৰু এট। কাৰণ, চৈতন্যৰ সন্ন্যাস গ্রহণ। [ ২১১ ] ষোড়শ আধ্য । ২১১ শঙ্কৰ কলিত সন্নাস আশ্ৰমৰ বিপক্ষ সাছিল । ৷ শঙ্কৰ আদৰ্শ গৃহস্থ, ভক্ত বৈষ্ণৱ । গৃহস্থই গৃহকাৰ্য্যক সকলে ক উব্য সাধন কৰি, সকলো দায়িত্ব গাও ৰাখিও ঈশ্বৰৰ নাম কীৰ্ত্তন কৰি শুদ্ধ সত্বৰূপে থাকি ধৰ্মানুষ্ঠান কৰি থকাটো তে ও শেষঃ বুলি জ্ঞান কৰিছিল। জনক তেওঁৰ আৰ্থি গাড়িল, শঙ্কৰাচাৰ্য্য নকয়। তেওঁৰ মতে । বৈষ্ণৱ হবলৈ সন্ন্যাসী হবৰ কোনো প্রযোজ। নাই তেওঁৰ তেনেকুৱা মত থকাৰ নিমিত্তে তে কণ্ঠভূষণে বাবাণনীৰ পৰা যেতিঙ্গা সংস্কৃত ৰত্নাৱণী পুথি মানি তেওঁক দিয়ে, তাৰ এগকাৰ বিষ্ণুপুৰী সন্ন্যাসী বুলি শুনি তেওঁ প্ৰথমতে সেই পুথিৰ ওপৰত শ্ৰদ্ধা প্রকাশ কৰা নাছিল , পিছত কণ্ঠভূষণৰ অনুৰোধত পুথিখন আগৰপৰা গুৰিলৈকে পঢ়িহে তেওঁ তাৰ গুণত । মুঠ হৈ পুথিখন মূৰত লৈ 'মানন্দত নাচিবলৈ ধৰিলে । ।--*প্লাৱনী প্রন্ত বাৰাণসী হন্তে আনি। শঙ্কৰদেৱক দিয়! বুলিলন্ত । বাণী ॥ বিষ্ণুপুৰী নামে এক সন্ন্যাসী মাছিল । ইতো গ্রন্থগান বাপু তেহেঁ। বিৰচিল । • * * শুনিয়া শঙ্কৰদেৱে হেলা কৰিলন্ত । সন্নাসীৰ কৃত জ্ঞান কৰ্ম্ম কহিলত । কিবা কাম ইহাত ব{ মাছ আমাৰ । * * * পাছে একশৰণ শঙ্কৰে দেখিলন্ত ॥ কিনো মহা দিব্য গ্রন্থ মানিয়া মনত। উঠিলপ্ত গ্রন্থথান ধৰিয়া শিৰত। নাচন্ত হৰিষে আতি মনে মহ ৰঙ্গ। বোলন্ত জানিবা বিষ্ণুপুৰী মোৰ সঙ্গ । ' — দৈত্যাৰি । শঙ্কৰদেৱে “একাদশত” লেপিছে,- কৃষ্ণই অৰ্জ্জুনক গীতাত কৈছে, "তপ জপ সন্ন্যাস পৰম মহাদানে নপাৱে আমাক সখি যোগ মহাজ্ঞানে । ” কৃষ্ণই উদ্ধৱক কৈছে, “ নপাৱে আমাক একাদশী উপবাসে । নকৰয় বৰ্ণমোক পৰম সন্ন্যালে ॥” [ ২১২ ] ১১২ শঙ্কৰদেৱ । মহাপুৰুষীয়া ধৰ্ম্ম আৰু চৈতন্তপন্থীয়া ধৰ্ম্মত শৰণ বা দীক্ষাৰ প্রণালীতও অনেক প্রভের আছে, যিবোৰৰ বিষয়ে ইহাত কৈ আমি মহাপুৰুধীয়া আৰু চৈতন্যপন্থীয়৷ লোকৰ মন ফু৷ । কৰিব নোখোজে ; কাৰণ সেইবোৰ গোপনীয় কথা । মুঠতে কওঁ চৈতন্থাৰ দীক্ষাত ষোল নাম, শঙ্কৰৰ শৰত চাৰি নাম । শঙ্কৰদেৱে ভাটাত থাকোতে জনক চৈতন্যপন্থীয়। ধোলনামৰ দীক্ষা লোৱা লোকক দেহ পথ এৱাত শৰণ দি মহাপুৰুষীয়া কবিছিল । চৈতন্যদেৱৰ । ধৰ্মপ্ৰচাৰত কৃষ্ণপ্রেমত উন্মত্ততা, কৃষ্ণভাবত আৰু ৰাস্বিকাৰ ভাবত বিভোৰতানাচি নাচি সংকীৰ্ত্তন, ভাবত মাটিত বাগৰি বাগৰি ফুৰালেন্তি লোৱা ভাববিলভাৰ। আIধক্যত স্মা, অজ্ঞানতা, ইত্যাদি । শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰত তাবপ্রবণতা গাম্ভীৰ্যৰে সৈতে মিহলি , সন্ধাত্তনত প্ৰেমৰ আাবেগ। আছেকিন্তু উচ্ছলৈতা নাই , সি মিঃমিত, মুগঠিত আৰু সুশৃঙ্গলিত। চৈতন্নাই কৃষ্ণনাম শুনিলেই বিহবল বাতুল হয়, লঙ্কাত্তন কৰি কৰি প্ৰলাপ বকে, আৰু শেহত তেওঁ অজ্ঞান। অৱস্থা প্ৰাপ্ত হয় । শঙ্কৰদেৱে কৃষ্ণনাম শুনি । ভক্তিত গদগদ হয়, গভীৰ ভাবত নিমগন হৈ স্কৃতি, প্ৰাৰ্থনা, অন্ধুতাপ কৰি নিজক ধ্য মানে। চৈত্যও কৃষ্ণপ্রেমিক, শঙ্কৰও কৃঞ্চপ্রেমিক ; কিন্ধ চৈতহ্যৰ প্ৰেমত চঞ্চলতা, শঙ্কৰ প্ৰেমত ধীতা ; চৈতহ্যৰ প্ৰেমত ধুমুহাবতাহ আৰু প্ৰবল ঢোৰ হেন্দোলনি, শঙ্কৰৰ প্ৰেমত প্রশাশ্বতা আৰু মুগভীৰ স্থিৰতা । চৈতন্যদেৱে জগন্নাথৰ ৰথৰ আগত সঙ্কীৰ্ত্তম কৰেতে কৰোঁতে-– উলও নৃত্যে প্রস্তু কৰিয়া হমাৰ। চক্রক্রমি অমে যৈছে অলাত আকাৰ ॥ । কস্ত স্বেদ পুলকাশ কম্প বৈৰণ । [ ২১৩ ] ষোড়শ আধ্যা ২১৬ নানা ভাবে বিবশত ভক্ত ইর্ষ দৈন্ত ॥ আছাড় খাষ্টজা পডি ভুমে গড়ি যায। সুবৰ্ণ পৰ্ব্বত যেন । ভুমেতে লোটায় । কড় স্তম্ভ কম্ভ প্রভু ভূমেতে পড়ঘ। শুফ কাষ্ঠ সম হস্ত পদ লাচলয় । কড় ভূমি পডে কভু ভষ শ্বাসচীন। যাহা দেখি, ভক্তগণেৰ হয প্রাণ ক্ষীণ । কতু নেত্রে মালাজল মুথে পড়ে সেন । অ ধাণা চন্দ্ৰবিন্ধে। বহে যেন ॥” এনেকুৱা অৱস্থ} স পৗত্তনত চে ন্যা দেৱীৰ সদায়। শহণৱেৰ সঙ্কীৰ্ত্তন প্ৰগাঢ ভক্ষিপণ অধচ উদাস নহয় এবাৰ ‘ক ছবাৰ তেওঁৰ সঙ্কীৰ্ত্তনত তেওঁৰ ভকতসকলৰ মতৰত এন এজনৰ। অতিৰিক্ত ভাব প্রবণতাত ক্ষণব বৰ মিমিদ জ্ঞানশূন্ম হোৱা দেখা গৈছিল, কিন্ধ তে স্থত্ব হয় যেনে,-"দিনেক শঙ্কৰদেৱ সভাত আছন্ত। মহাৰঙ্গে ৰামদাস কৗকা কৰন্ত ॥ আমৃত বৰিষে যেন শুনিয়া লোকৰ প্রলাদ চৰিত্ৰ পদ ঘোষ কাত্তনৰ 'আনন্দৰ সীম। নাত প্ৰেম উপজিণ । কীৰ্ত্তন স্থত মল সবাৰে মজিল H ঘনে ঘনে আনন্দে কৰয হৰিধ্বনি । মাজনিশ ভা মাজে জ্বালিল। অনি। দপদপ কৰি । তগ্নি জলন্তে আছয় । ৰামদাস আতৈ প্রেমমুক্ত অতিশয় ৷ শৰীৰত নাহি অক্ষুসন্ধান তাহান । মুখে । 'Iাত্ত কৗত্তন কৰন্ত মনে ধ্যান | খে ন পইলাদ ব হস্তাদন্তে ভিড়িলেক। জলে বুৰাইলেক যেন সৰ্পে দংশিলেক ও যেন মতে তাক গাত খানি পুতিলেক । আৰো যেন মতে বিষ পান । কৰাইলেক ৫ হাতে গলে বান্ধি অগনিত পেহলাইলেক । কীৰ্ত্তন কহে এহি প্রস্তারে প্রত্যেক ॥ প্রেমে পৰশিছে নাহি গাৱত চেতন। অগনিত গৈয়া পৰিলেক তেতিক্ষণ। ॥ তাতে পাৰি । মানন্দতে পদক বোলন্ত । সমস্ত সমাজে ছাৰি হৰি উচ্চৰম্ভ .॥ [ ২১৪ ] ২ ; ৪ শঙ্কৰদেৱ ধৰ । ধৰ । কৰন্ত শঙ্কৰদেৱে চাই ] মাধৱে মন্দিৰ থৈল) হাতৰ খসাই ॥ ভালেখিনি ভৈল সুগনিত পৰিছহ । কতোক্ষণে মাধৱে । ধৰিষা তুলিলন্ত ॥" আৰু এদিন, - “আনন্দে শঙ্কৰদেৱ থাকন্ত সাক্ষাত । মিলে জানা আনন্দ অপৰিমিত তাত ॥ প্রেমানন্দ | সাগৰত মজি থাকৈ লোক । একদিন যেন ভৈল তাক । শুনিয়োক। ॥া কংসবধ ঘোষ ' গ্ৰামৰাম গু গাম্ভ । সেহি সময়ত প্ৰেম উপজিল তান্ত ॥অম্বষ্ঠ সহিতে কুবলয় হাতী মাৰি ॥ ভৈলা বঙ্গশালাত প্ৰবেশ ৰাম হৰি ৷ কান্ধত হস্তীৰ দান্ত শিশুগণ সঙ্গে ।। ওহি পদ ৰামৰাম গুৰু গম্ভ ৰঙ্গে ॥ সমস্ত লোকক প্ৰেম পৰশি আছয় । তান গাৱে চেতম গিয়ান নাহিকয ॥ প্রেমানন্দ সমুদ্ৰত মজিল খুলি । কান্ধত লৈলন্ত এক গোট স্তম্ভ তুলি । ॥ স্বভাৱে বকিৰে জঠ মুনিষে পাৰয় । আৰো গোৰ পুতি ঘৰে লগায়া আছয়॥ এক ঠেলা মাৰি তাক জুই হাতে ধৰি { কৌতুকে কান্ধত লৈয়। যাৎ লীলা কৰি ॥ যেন হস্তী দাস্ত কান্ধে লৈয়৷ ৰাম হৰি । বঙ্গ শালা। বঙ্গশালা প্রবেশ ভৈলন্ত লীলা কৰি । সেহিমতে ৰামৰাম গুৰু চলি যান্ত । সব লোক ভয় উ\নো গাৱত পেংলাত্ত ॥ আথেবেথে । মাধৱদেৱে গৈ ধৰিলয। কান্ধৰ নমায়া কতো দূৰত থৈলন্ত ॥" দৈত্যাৰি । দুইৰে ধৰ্ম্মৰ এই বিভিন্নতাৰ মানে, - *স্কৰদেৱ স্বভাৱতে ধীৰ আৰু গম্ভীৰ ; চৈতন্যদেৱ স্বভাৱতে চঞ্চল আক Excitable অর্থাৎ অলপতে উত্তেজিত হৈ উঠা স্বভাৱৰ । কাৰণ, চেঙেলীয়া। ডেকা অস্থিৰ চঞ্চল নিমায়েই তো আদহীয়া চৈতন্যদেৱ। শখৰদেৱ । [ ২১৫ ] ষোড়শ , আধ্যা। ২ ১ ¢ মাধৱদেৱে বৰ্ণোৱাৰ নিচিনা –সদায় “গহীন গম্ভীৰ ধীৰ ধীৰমতি । এই কথাৰপৰা কোনেও যেন নাভাবে, শঙ্কৰৰ কৃঞ্চপ্রেম কম আক চৈতন্যৰ বেছি । ও গ্ৰত কৈ আছিঙে যে শঙ্কৰৰ প্রেম মুশূন্ধক, চৈত্যৰ প্ৰেম উচ্ছ স্থল । উই ন ন স্বভাৱ অমুসৰি এই প্ৰভেদ। তাক এটা কথা, শধৰ দাসীগ্না, 25 বাদ। । অসমীয়াৰ চানেকী শঙ্কৰ, বঙ্গালৰ চানেকী ৮ৈত্য। সমী) জাতি স্বভ ব্লতে “চেন্টিমেণ্টল” (Sentimental অর্থাৎ অনিৰিক্ত ভাবপ্রবণ। নতম্ব আৰু | excitable) উত্তেজনীয় নয় , অসমীয৷ ‘বিজর্ড" (reserveঅর্থাৎ সংযত , বঙ্গালীজাতি স্বভাৱতে উত্তেজ্ঞনীয় স্থা অতিৰিক্ত ভাবপ্রবণ । 'অল ও বঙ্গালীৰ চকুৰপৰা পানী ওলাখ। অলপতে তেওঁ কৃতজ্ঞ হয়, অল । ত নচামচি কাৰ, অলপতে খঙত উতলে, অমত গদ Yদ হয়, পুণাত জৰ্জৰিত হয়, আত্মসংযম পাহৰি যায়। যি বস্তু বেগেতে তপত হয়, সেই বস্তু। বেগেতে চেঞ্চাও যু । সেইদেখি । এষাৰ মিঠা মাতত, এটা মৰমৰ কায্যতেই বঙ্গালী পমি পানী হয়। ভাবপ্রবণ (Sentimental৷ মানুহৰ স্বভাৱেই এনে। বঙ্গালীজাতিৰ স্বভাৱ বঙ্গালীৰ প্ৰতিনিধি বঙ্গাব্দী ধৰ্মপ্ৰচাৰ ক চৈতষ্ঠ দেৱৰ গাত যে সম্পূৰ্ণৰূপে থাকিব আৰু তেওঁৰ প্ৰচাৰিত ধৰ্ম্মত তাৰ। আতিশয্য প্রকাশ পাব তাত আশ্চৰ্য্য কি ? চৈতন্যদেৱৰ । প্লাত শঙ্কৰদেৱ আকৃষ্ট নোহোৱাৰ ইও এটা ঘাই কাৰণ । চৈত্যৰ ধৰ্মগ্রটাৰত অতিৰিক্ত ভাবপ্রবণল, অসংযত আৰু “অনুপ্রেকাটিকেল” অর্থাং কল্পনাভূমিষ্ঠ, কিদ্ব ফলোপধায়ক নোহোৱা কাৰ্য্য, দেশ কাল পাত্ৰৰ প্ৰতি তাকৰ দৃষ্টি, অদূৰশিতাইত্যাদিয়ে [ ২১৬ ] ২১৬ শঙ্কৰদের । শঙ্কৰদেৱক তাৰপৰা জাতৰাই থৈছিল ; কাৰণ, তেনেকুৱা অতিৰিক্ত ভাবপ্রবণতাউন্মত্ততাবিহুৰলত শঙ্কৰদেৱৰ স্বভাৱৰ বিকদ্ধ । ভগৱতী বৈষ্ণৱধৰ্ম্ম সৰ্বসাধাৰণৰ ভিতৰত প্ৰচাৰ কৰি। তাক স্থায়ী কৰিবৰ নিমিত্তে তেনে প্ৰণালী আৱশ্যক বুলি শঙ্কৰদেৱে । নাভাবিছিল । । শবিধেৱে সদাচাৰ সুনীতি ধৰ্ম্মৰ প্ৰধান অঙ্গ কৰি ৰাখিছিল। মুঠতে ঈশ্বৰত অচলা ভক্তি, নিজৰ জীৱনত পবিত্রত , সদাচাৰ । আৰু সংযম, পৰৰে সৈতে ব্যৱহাৰত সত্য ফায়ণতা, এইবোৰেখে তেওঁ তে A শিষ্য হৰিভকতৰ জীৱন গঠন কৰিছিল। সামাজিক ৰীতি নীতি ৰক্ষ। কৰি চলিও তেওঁৰ প্ৰচাবত ধৰ্ম পালন কৰিবলৈ। তেওঁ শিক্ষ্যসকলক সুবিধা দিছিল। । তেওঁ বুsিছিল যে তেওঁৰ শিষ্যসকল সমাজত প্ৰচলিত ৰীতি নাধিপত্য একেবাৰে বিছিন্ন ভলে সমাজৰপৰা এৰ'ই ধৰি কৈকুল হব। , সেইদেখি যদিও তেওঁ প্রতিমা পূজগ না, তার্থকষা, শ্রাদ্ধ কৰআদি কাৰ্য্য তসাব বিবেচনা কৰিছিল, তথাপি সেইবোৰ উপস্থিত সমাজ-বান্ধনীৰ 'ত’জ প্রত্যক্ষ দে°ি তেওঁ একেবাৰেট দলিয়াই নেপেলাইছিল । ‘তীৰ্থ বুকি কৰে। স্থত শুদ্ধি । প্রতিমাত কৰে দেৱতা বুদ্ধি । বৈঞ্চৱত নাই ইসব । মতি । গৰুতো অধম কৃষ্ণ বদতি ॥ ” কীৰ্ত্তন । মাধবৰ বৈনায়েক গয়ডপাণিয়ে ( পিছত নাম—ৰামদাস) তীৰ্থলৈ যাবলৈ বৰ ইচ্ছ৷ কৰি আছিল ; এনেতে তেওঁ শঙ্কৰদেৱক লগ । পালে। শঙ্কৰদেৱে "তত্ৰৈব গঙ্গা যমুনাচ তত্ৰ গোদাবৰী সিন্ধু সৰস্বতী । সৰ্বানি তীৰ্থানি এসত্তি তত্র| ঘরাচাতোদ্যৰ কথা প্রসঙ্গ ॥ শ্লোক পঢ়ি তাৰ অৰ্থ কৰি গয়াপাণিৰ মনৰপব। তীর্থ [ ২১৭ ] যোড়শ অধ্য ১ ৭ কৰিবলৈ যোৱা সফল্ম এৱাই তেওঁক বৈধৰ্ম্মত শৰণ দিলে,- "সমস্তে তীৰ্থৰ আশ এৰি সেঠিক্ষণে । কৃষ্ণৰ অভয় পদে পশিল শৰণে ॥ শঙ্কৰদেৱক গুক কৰিয়া নিশ্চয় । তান সঙ্গে আনন্দে । ৰহিলা মহাশয় ॥ গয়াপাণি নাম , লন দুৰ কৰিলন্ত । ৰামদাস না দেৱ শঙ্কৰে দিলন্ত ॥" শঙ্কৰনেৰ দশম লেখিছে. —“যাহাৰ। মুখত থাকে হৰি হেন ন'ম। গঙ্গ’ শয়া কাশী । পৃদ্ধনা.েত নাহি কাম । ॥” যদিও তীর্থ কৰা সম্পর্কে শঙ্কৰদেৱৰ হেনেরা মত সছিল, তথাপি যি তীৰ্থ কৰিবলৈ যায় তেওঁক তেওঁ }ধা নিদি ছিল, বৰং নিজে ও ডনাৰ তীৰ্থ কৰিবলৈ ৈচিল : কাৰণ, সেসটে। দেশাচাৰ ; স্মক দীৰ্থ ভ্ৰমণ যে শিক্ষা আছে সেইটেতেওঁ নিজৰ জীৱণত ভালকৈ উপলদ্ধি বৰিছিল । জাতিভেদ প্রথাত যদিও তেওঁৰ মাপ মাডিল, অভ ভকতীয । * ওথ জাতৰ মীমু তকৈ ভকতীয়া চণ্ডালকে যদিও । তেওঁ শ্ৰেষ্ট অসন দিড়িল + থোপি বিকর্ষণ।

  • •zনি। ব্রাহ্মণ সম্ম, হইবেক নলাগে তাৰ যিটে৷ ফুকথাত বসি ।

যৈতে তৈাত হৌক সি সি "ন সৰ্ব্বোত্বম যাৰ প্ৰদ্ধ৷ fৰ ভকতিত ॥ জাতি কুলাচাৰ ধর্মে কোন কাৰ্য সাধিবেক, জান কোন কাৰ্য শত । জানা আপতি পাপী, ককাক দণক মাছ, তাৰে হৈবে পৰম মহত । ........কৃগৰ উ কতি আতি নচাবে আIচাৰ পাতি , ও গতৰ মহা হিতৰুণ । যেন অমৃতক পাইলেন, যেই সেই মতে খাইলে, বৰে হোৱে অজৰ অমৰ ॥" শঙ্কৰদেখৰচি ত দশম। “মচ(ৱে আচাৰ ধৰ্ম্ম হৰিৰ ভকতি । হেন শুনি ককৰ চৰণে শিয। মতি৷ বাভিচাৰী ছুট৷ যত গোপৰ যুবতী। তথাপি কৃষ্ণক পাইলে সাপ্ৰেম ভকতি । শুনিয়ো বৃত্তা ও অভকত মনুষাৰ বান্ধে গৰ মাংগ চণ্ডগিনী সুৰ দিয়া । [ ২১৮ ] তেওঁ তাত বেচিকৈ হেচা দি ৰজা প্ৰজা সকলোৰে খং-জুই জ্বালাই, তেওঁৰ জীৱনৰ মহাব্ৰত বৈষ্ণবধৰ্ম্ম প্ৰচাৰৰ বাটত দুৰ্ঘোৰ বিঘিনি জন্মোৱাটো উচিত ভবা নাছিল। প্ৰতিমা-পূজাতো যদিৰ তেওঁ বিশ্বাস নকৰিছিল, তথাপি দেশীয় ৰজাৰ ক্ৰোধ উদ্ৰেক, আৰু বন্ধু বান্ধৱ জ্ঞাতি কুটুম্বসকলৰ আৰু ব্ৰাহ্মণসকলকে আদি কৰি সৰ্ব্বসাধা ৰণৰ বিদ্বেষ-বহ্নি উদ্ৰেক নকৰিবলৈ জগন্নাথৰ মুৰ্ত্তি, আৰু তেওঁৰ মতাৱলম্বী আন সত্ৰবোৰতো কৃষ্ণৰ আন আন মূৰ্ত্তি আন্ত- ৰিক অনিচ্ছাস্বত্ত্বেও স্থাপনা কৰি ৰখা হৈছিল। শঙ্কৰদেৱে জানি- ছিল যে দেশীয় ৰজাৰ আৰু লোকৰ বিদ্বেধ-অনল প্ৰজ্বলিত কৰিলে আৰু দেশ কাল পাত্ৰ বুজি নচলিলে আচল উদ্দেশ্য ঈশ্বৰৰ উপাসনা আৰু ভক্তিমূলক বৈষ্ণবধৰ্ম্ম প্ৰচাৰত ভয়ানক ব্যাঘাত ঘটিব। সেইদেখি নৰনাৰায়ণ ৰজাৰ সভাত ব্ৰহ্মণসকলে গঙ্গা তুলসী ইত্যাদি তেওঁ নামানে বুলি তেওঁৰ ওপৰত অভিযোগে উপস্থিত কৰিলত তেওঁ নিজৰ মূৰৰ শিখাৰ ভিতৰৰ পৰা তুলসীৰ নিৰ্ম্মালি উলিয়াই দেখুৱাইহিল আৰু নিজে গঙ্গাস্নান কৰিবলৈ যোৱাৰ কথা কৈ তেওঁলোকৰ কথাৰ খণ্ডন কৰিছিল। বাস্ত- বিকতে তেওঁ এবাৰ শ্ৰাদ্ধ, মূৰ্ত্তিপূজা আৰু ব্ৰাহ্মণৰ দ্বাৰাই

মনুষ্যৰ মুণ্ডে আছা তাহাক ঢাকিয়া৷ পুছিলন্ত ইন্দ্ৰে আতি দেখি বিপৰীত॥
আতো কৰি কোন বস্তু আছে বিপৰীত। চণ্ডালিনী বোলে ইন্দ্ৰ কথা নতু ৰজা॥
হৰি বিনে যিটো কৰে আন দেৱপূজা। তাৰ চৰণৰ ধূলি পৰিবাৰ ডৰে॥
জানি আনি দিলোঁ আমি ঢাকন ওপৰে। হেন শুনি ইন্দ্ৰে তাইক বচনে সাদৰি॥
ৰথে চৰি লৰি গৈলা৷ আপোন নগৰী॥”—-শঙ্কৰদেবৰ দশম, [ ২১৯ ] প্ৰচাৰিত কৰ্ম্মকাণ্ড একেবাৰে উঠাই দিবৰ মনেৰে নানাশাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি এখন শাস্ত্ৰ ৰচনা কৰিছিল, মাধবদেৱৰ অনুৰোধত হে তেওঁ সেই পুথি নষ্ট কৰিলে।

 শঙ্কৰদেৱৰ ধৰ্ম্ম প্ৰচাৰৰ প্ৰণালী সুগঠিত আৰু সুশৃঙ্খলিত আৰু ভক্তজীৱনৰ নিয়ম নীতি সদাচাৰেৰে নিয়মিত বুলি আমি ওপৰত কৈছোঁ তেওঁ গুৰিৰেপৰা নামঘৰ, মণিকূট আৰু ভকতৰ হাটী সজাই সত্ৰ-সভা পাতি তিনি-প্ৰসঙ্গৰ নিয়ম বান্ধি দি ধৰ্ম্ম প্ৰচাৰ কৰিছিল। তেওঁ উজনি ভাটী যলৈকে গৈছিল. যতে আছিল, ততে এই নিয়মৰ কটকটীয়া বান্ধেৰে কাৰ্য্য কৰিছিল। ভকতসকলৰ ভিতৰত কাৰো, তেওঁ বান্ধি দিয়া নিয়ম আক ধৰ্ম্ম প্ৰণালীৰ অলপ লৰচৰ দেখিলে সেইজনক তেওঁ কথোৰ শাসনলৈ আনিছিল। গুণী ব্যাসকলাই শঙ্কৰদেৱৰে সৈতে গুৰিৰেপৰা থাকি তেওঁৰ ধৰ্ম্ম আশ্ৰয় কৰি আছিল, আৰু শঙ্কৰদেৱৰ প্ৰিয়পাত্ৰ আছিল; কিন্তু এবাৰ তেওঁ শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্মৰপৰা অলপ ভৰিপিছলি পৰি নৰীয়া পুতেকৰ অৰ্থে শিৱৰ মন্দিৰত পূজা দিয়াত শঙ্কৰদেৱে তেওঁক একেবাৰেই পৰিত্যাগ কৰিলে। দ্বিতীয়বাৰ শঙ্কৰদেৱে তীৰ্থ কৰিবলৈ যাবলৈ ওলাওঁতে এজন ভকতৰ হাতত এটকা ৰূপ থাকিও, শঙ্কৰদেৱে "তীৰ্থৰ খৰচৰ বাবে জানো তোমাৰ হাতত ধন আছে?” বুলি শোধাত তেওঁ নাই বুলি কলত শঙ্কৰদেৱে সেই কথা বিশ্বাস কৰি তেওঁক নিজৰ খৰচত খুৱাই লৈ যাবলৈ স্বীকাৰ কৰি লগত লৈ গৈছিল; পিছত শঙ্কৰদেৱে ভকতজনৰ হাতত ৰূপ এটকি থকা জানি, আগেয়ে তেওঁ মিছা কথা কৈছিল, এই অপৰাধত তেওঁৰে সৈতে প্ৰায় এমাহ কথা নোকোৱাকৈ [ ২২০ ] আছিল; পিছত ভকতজনৰ হৈ আনে অনেক কাকূতি মিনতি কৰি ক্ষমা প্ৰাৰ্থনা কৰিলত হে শঙ্কৰে তেওঁৰ দোষ ক্ষমা কৰিছিল। এনেকুৱা অনেক উদাহৰণ আছে।। শঙ্কৰদেৱৰ ধৰ্ম্মৰ এনেবোৰ কটকটীয়া বান্ধ, আৰু সি সুগঠিত দেখি মহাপুৰুষীয়া ধৰ্ম্ম আজি লৈকে আসামত সতেজ সবল হৈ আছে, তাৰ কোনো বিশেষ অৱনতি ঘটা নাই। চৈতন্যৰ ধৰ্ম্ম প্ৰচাৰৰ প্ৰণালীত সত্ৰ সভা পাতি সদাচাৰৰ কটকটীয়া নিয়ম প্ৰচলিত নাই দেখি তেওঁৰ পিছৰেপৰাই তাৰ লাহে লাহে অবনতি ঘটি সি ঘাইকৈ “নেড়া নেড়ীৰ দলৰ" আৰু জাত হেৰুৱা৷ "বোষ্টম” ইতৰ লোকৰ ধৰ্ম্ম হৈ পৰিল। চৈতন্য নিজৰ ভাবতে বিভোৰ; তেওঁ কল্পনাত কৃষ্ণাসঙ্গজনিত প্ৰেম- সুখৰ সোৱাদ লৈয়েই আৰু লোকৰ আৰু শিষ্যৰ মুখত কৃঞ্চনাম শুনিয়েই সময় কটাইছিল; ভবিষ্যতৰ চিন্তা অৰ্থাৎ ভৱিষ্যতত তেওঁৰ ধৰ্ম্ম আৰু সম্প্ৰদায় টি কবৰ চিন্তাই তেওঁৰ মন অধিকাৰ নকৰিছিল। সেইদেখি তেওঁ প্ৰচাৰ কৰা ধৰ্ম্মৰ এনে দুৰ্দ্দশা৷ ধৰ্ম্ম প্ৰচাৰক শঙ্কৰদেৱ "ৰিফৰ্মাৰ " (Reformer) ধৰ্ম্মসংস্কাৰক কিন্তু প্ৰেক্টি কেল ৰিফৰ্ম্মাৰ’Practical reformer অৰ্থাৎ দেশ কাল পাত্ৰ আৰু ভবিষ্যত ভাবি চলা ধৰ্ম্মসংস্কাৰক৷ ধৰ্ম্ম প্ৰচাৰক চৈতন্যদেৱ “ৰিফৰ্ম্মকৰ” কিন্তু ‘অনপ্ৰেকটিকেল” তথাৎ ওপৰত কোৱাটোৰ ওলোটো; আক ঘাইকৈ তেওঁ "ড্ৰিমৰ” (dreamer) অৰ্থাৎ ভাবাবেশৰপৰা হোৱ সপোনত কাল কটোৱা লোক আছিল। উন্মাদ বাতুল নিজেহে উন্মাদ বাতুল হয়, তেওঁ লোকক উন্মাদ বাতুল কৰিব নোৱাৰে; আৰু কৰিলেও লোকৰ সেই বাতুলতা চিৰস্থায়ী নহয়। কৃষ্ণপ্ৰেমত উন্মাদ বাতুল চৈতন্যদেৱৰ ধৰ্ম্ম [ ২২১ ] বিহ্বলতাত বাতুলতাৰ আধিক্য, সেইবাবে তেওঁৰ লগে লগে সেই ধৰ্ম্মবিহ্বলতাৰ শাহ গৈ তেওঁৰ পিছত তাৰ বাহটো মাথোন ৰ'ল, সেইদেখি চৈত্যন্য প্ৰচাৰিত ধৰ্ম্মৰ আজি এনে দুৰ্গতি দুৰদৰ্শী জ্ঞানী শঙ্কৰদেৱে তেওঁৰ জীবদ্দশাতে চৈতন্যৰ ধৰ্ম্মৰ এই দোষ (defect) ভালকৈ বুজিব পাৰিছিল, সেইদেখি তাৰ প্ৰতি অলপো তেওঁ আকৃষ্ট নহৈছিল। শঙ্কৰদেৱে নিজ কীৰ্ত্তন দশম আদি অলেখ ধৰ্ম্মশাস্ত্ৰ ৰচনা কৰি তেওঁৰ ধৰ্ম্মৰ সুন্দৰ সুদৃঢ় আকৃতি গঠন কৰি দি গল৷ চৈতন্যদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্ম বিবৃত কৰি এখন পুথি লেখা নাছিল যি তেওঁৰ ধৰ্ম্মমত সুদৃঢ় কৰি ৰাখে। তেওঁৰ পিছত তেওঁৰ শিষ্য সকলে হে তেওঁৰ ধৰ্ম্ম ব্যাখ্যা কৰিছে। নিজে নিজৰ মত আৰু বিশ্বাসৰ কথা লেখা এক, লোকে লেখা এক। চৈতন্যই তেওঁৰ জীৱনত মাথোন এখন গ্ৰন্থ ৰচনা কৰিছিল, সিও তেওঁৰ জাৱনৰ আগ ছোৱাত অৰ্থাৎ নিমাই অধ্যাপক অবস্থাত, আৰু, সিও গীতাৰ টাকা, আৰু সংস্কৃতত। শঙ্কৰদেৱে ভূৰি ভূৰি অমূল্য গ্ৰন্থ ৰচনা কৰি অসমক ওখ পৰ ধৰ্ম্ম দিলে, অতুল সাহিত্য দিলে, নিৰ্ম্মল চৰিত্ৰ দিলে, সাধু আচাৰ ব্যৱহাৰ দিলে; অসমীয়াক গীত দিলে, বাজনা দিলে, নাট দিলে, ভাৱনা দিলে, মহৎ আদৰ্শ দিলে; মুঠতে অসমক সকলোপিনে ধনী কৰিলে। এইজন পুৰুষে আসামক যি দিলে তাৰ ধাৰ আসামে কেতিয়াও শুজিব নোৱাৰে। এইজন পুৰুষে অসমীয়াক যি দি গল, ঘি উপকাৰ কৰি গল, তাৰ তুলনা পৃথিবাৰ কোনো দেশতে নাই। এইজন পুৰুষক অসমীয়াই মহা পুৰুষ বুলি এক ধনিষ্টামানো অতিৰঙ্গন কৰা নাই। ভাই অসমীয়! তুমি মহাপুৰুষ শঙ্কৰদেৱক পাই ধন্য হৈছা। তোমাৰ অনেক কালৰ [ ২২২ ] পুণ্যৰ ফলত তুমি শঙ্কৰৰত্ন লাভ কৰিছা; চাঁবা যেন তুমি এই মানিকক কাঁচৰ মোলত নেবেচা !

চৈত্যন্য ধৰ্ম্মৰ শীঘ্ৰে অৱনতিৰ আৰু এটা কাৰণ তেওঁ সেই ধৰ্ম অতি সস্তা কৰিছিল। দুই হাত মেলি তেওঁ যাকে তাকে ধৰ্ম্ম বিলাইছিল, তেহেলৈ সেইজনৰ মনত সেই ধৰ্ম্মৰ প্ৰতি আস্থা থাকক বা নাথাকক। ফলত, তাৰ মূল্য কমি গৈছিল। “বিনা মূল্যে বিতৰণ" কৰা বস্তু সোনকালে অধোগতি প্ৰাপ্ত হয়। বহু মুলীয়া বস্তুকে এনেই বিলাই দিলে সি পাওঁতাজনৰ শ্রদ্ধা আকৰ্ষণ নকৰে। খ্ৰীষ্টধৰ্ম প্ৰচাৰকসকলে চাৰি-আলিৰ মুৰত বিলোৱা বাই-বোল কিতাপ আৰু উপদেশ এশজনৰ ভিতৰত এজনেও পঢ়ে আৰু শ্ৰদ্ধা কৰি শুনে বুলি আমাৰ বিশ্বাস নহয়। “মাৰিলে মাৰিলে কলসীৰ কাণা, তা বলিয়ে কি প্রেম দিব না" এই বুলি চৈতন্যদেৱে জগাই মাধাইক প্রেম দিয়াটো অতি ওখ খাপৰ উদাৰতা আৰু প্ৰেম যে তাব ভুল নাই; কিন্তু তাৰ আৰু এটা পিঠি তাছে, যত, এনে ধৰ্ম্ম এনে প্ৰেম, এই বিষয় বিষে জৰ্জৰিত matter of fact সংসাৰত নিৰ্ম্মলভাৱে সৰহ দিন নিটিকে,” এই বুলি অস্পষ্ট আখৰেৰে লেখা আছে। শঙ্কৰদেৱে যদিও সকলোৰ মাজত তেওঁৰ ধৰ্ম্ম প্ৰচাৰ কৰিছিল, আৰু সকলোৱে তাক ঢুকি পোৱা, বুজিপোৱা কৰিছিল, তথাপি তাক অতি সস্তা নকৰিছিল; নিয়ম-কানুন সদাচাৰ সাধুজীৱনৰ বান্ধেৰে তাক ভালকৈ বান্ধিহে তেওঁ বিলাইছিল। আৰু যত তাৰ আগ্ৰহ নাই, যত তাৰ মোল বুজিবপৰা ক্ষমতা নাই তেনে অঞ্চলত তাক তেওঁ কেতিয়াও নেপেলাইছিল।

চৈতন্যদেৱে সাৰোগত কৰি লোৱা উদাৰ দানৰ ভাব যে তেওঁৰ