পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ - # শঙ্কৰদেৱ । ভ¥গ্যে গ েৈল আগমন ॥ ..তুমি নহি এজপ্রাণ, এ জৰ কৰ পৰি এণ, বহু কাৰ্য্যে নাভি জবকাশ । তুমি আমাৰ শ্ৰমণ, যুগ ধতে গমন, এ তোমাৰ বৈবিলাস }" -চৈ তসচৰিতামৃত । পদকস্তক পুথিত আছে, শ্ৰীশধিকাই তমাল গাছ দেৰি কৃষ্ণক্রম। কৰি –“বিজনে আলিঙ্গই তণ তমল” আক চণ্ডীদাসৰ কবিতাত আছে, মেঘ দেখি ‘চাহে মেঘপানে, সচলে নয়নেৰ তাৰা ।” চৈত্যাইও “চটক পর্বত দেখি গোবফনে ভনে, ধাএ চলে আৰ্ত্তনাদ। কৰিবা কননে।” “যাহা নদী দেখে তাহ। মানয়ে কালিন্দী । “তমালেব বৃক্ষ এক সম্মুখে দেখিয়া । কৃষ্ণ বুলি ধেয়ে গিয়ে ধৰে । জড়াইয় ॥" শ্ৰীৰাধিকাই—পুছয়ে কাবুৰ কথা ছন ছল 'র্ম।থি । কোথায় দেখিলা তাম কহ দেখি সখি ॥-- ( চণ্ডীদাস )। চৈতন্মাতও । -- গনাধৰ দেপি প্রচকয়ে জিজ্ঞাস। কোথা কৰি আছেন। -। শ্যামল পীতবাস।”- ( চৈত্যভাগবত । শবৰ ধত উপান্ত উপাদকৰ ভাব প্রবল ; শ্ৰীকৃষ্ণ তেওঁৰ উপাত, তেওঁ প্ৰকঞ্চৰ উপাদক । উপাস্তউপাসকৰ ভিতৰত যি দৃঢ ভক্তি দৃষ্ট মাকৰ্ষণ বঁট সম্বন্ধ সেই ভজি সেই 'তাকর্ষণ সেই প্ৰেম সেই সম্বন্ধহে শঙ্কৰং বস্তু ; প্রণয়ী আৰু । প্ৰণয়িনীব দত্তোগঙুস্থানিত প্ৰেম তৃপ্তি, তাৰ |াঘাতত ওপজা কষ্ট, আৰু দীৰ্ঘবিহজনিত কাতৰপৰা ওপজ৷ উদ্ভাশু প্রেম। নহয় । বেদা”ৰ অদ্বৈতবাদ পৰা জন্ম হোৱা। চৈতন্যদেৱৰ নতুন বৈষ্ণবী-অদ্বৈতবাদ শঙ্কৰদেৱত নাট। শঙ্কৰ সদার রুক্ষীৰ কিঙ্কৰ, কৃষ্ণদ দাস ; তেওঁ কৃষ্ণৰ দয়িতা বা প্রণয়িনী নহয় । উপান্ত উপাসকৰ প্ৰভেণ নথকাতে শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত