পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ; ৪ শঙ্কৰদেৱ ধৰ । ধৰ । কৰন্ত শঙ্কৰদেৱে চাই ] মাধৱে মন্দিৰ থৈল) হাতৰ খসাই ॥ ভালেখিনি ভৈল সুগনিত পৰিছহ । কতোক্ষণে মাধৱে । ধৰিষা তুলিলন্ত ॥" আৰু এদিন, - “আনন্দে শঙ্কৰদেৱ থাকন্ত সাক্ষাত । মিলে জানা আনন্দ অপৰিমিত তাত ॥ প্রেমানন্দ | সাগৰত মজি থাকৈ লোক । একদিন যেন ভৈল তাক । শুনিয়োক। ॥া কংসবধ ঘোষ ' গ্ৰামৰাম গু গাম্ভ । সেহি সময়ত প্ৰেম উপজিল তান্ত ॥অম্বষ্ঠ সহিতে কুবলয় হাতী মাৰি ॥ ভৈলা বঙ্গশালাত প্ৰবেশ ৰাম হৰি ৷ কান্ধত হস্তীৰ দান্ত শিশুগণ সঙ্গে ।। ওহি পদ ৰামৰাম গুৰু গম্ভ ৰঙ্গে ॥ সমস্ত লোকক প্ৰেম পৰশি আছয় । তান গাৱে চেতম গিয়ান নাহিকয ॥ প্রেমানন্দ সমুদ্ৰত মজিল খুলি । কান্ধত লৈলন্ত এক গোট স্তম্ভ তুলি । ॥ স্বভাৱে বকিৰে জঠ মুনিষে পাৰয় । আৰো গোৰ পুতি ঘৰে লগায়া আছয়॥ এক ঠেলা মাৰি তাক জুই হাতে ধৰি { কৌতুকে কান্ধত লৈয়। যাৎ লীলা কৰি ॥ যেন হস্তী দাস্ত কান্ধে লৈয়৷ ৰাম হৰি । বঙ্গ শালা। বঙ্গশালা প্রবেশ ভৈলন্ত লীলা কৰি । সেহিমতে ৰামৰাম গুৰু চলি যান্ত । সব লোক ভয় উ\নো গাৱত পেংলাত্ত ॥ আথেবেথে । মাধৱদেৱে গৈ ধৰিলয। কান্ধৰ নমায়া কতো দূৰত থৈলন্ত ॥" দৈত্যাৰি । দুইৰে ধৰ্ম্মৰ এই বিভিন্নতাৰ মানে, - *স্কৰদেৱ স্বভাৱতে ধীৰ আৰু গম্ভীৰ ; চৈতন্যদেৱ স্বভাৱতে চঞ্চল আক Excitable অর্থাৎ অলপতে উত্তেজিত হৈ উঠা স্বভাৱৰ । কাৰণ, চেঙেলীয়া। ডেকা অস্থিৰ চঞ্চল নিমায়েই তো আদহীয়া চৈতন্যদেৱ। শখৰদেৱ ।