পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ৩ ৪ শঙ্কৰদেৱ । এেস কৃলয় ভাব দেখি । আicৰিত হৈ । তেওঁলোকক সেৱ৷ কৰি তেওঁলোকৰ ভৰি ধূ'ল নিজৰ শবত তুলি লৈছিল,—“উদ্ধৱে গোপীৰ দেগ্নি ভাব । বিশ্বস্ত হয়শিৰাইলা গাৱ নন্দৰ ব্ৰজে যত গোপীজাক। শিৰে বন্দো তান পদধূলাক ।" - কীৰ্ত্তন। শঙ্কৰৰ কৃষ্ণভ৫ি দান্ত ভাব, । তেও ‘কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে কহে' কথায় পfি ক্য। এফাকি ৰচনাৰ ভfণগাতো সুবিধ। পালে । সেইষাৰ কথা তেওঁ কবলৈ নাপাহৰে । চৈতন্য কৃষ্ণ ভক্তি কাপ্ত কথাৰ প্ৰেভবত । চৈতষ্ঠাদেরে কেশৱ ভাৰতীৰ ওচৰত সন্ন্যাস ধৰ্ম্ম লৈছিল। চৈত্যাদেৰ ককাষেক বিশ্বকাপে ব অনেক দিনৰ আগেগে সন্ন্যাস গ্রহণ কৰি গৃহ পৰিত্যাগ কৰি ওচি শৈছিল । সন্ন্য{সী সম্প্রদায় বেধাস্থবিহিত অদ্বৈতবাদী বৈরাগী বুলি পেথ্য'ত। চৈতন্য- Rের যদিও সন্ন্যাসী আছিল, বেদান্ডং অথৈতবাদ তেওঁৰ আস্থা নাছিল , সেইদেখি সার্বভৌম ভট্টাচাৰ্যৰে সৈতে শ্বেৰ চিনা- পৰিচয় ইণত তেওঁৰ বিষয়ে তেওঁৰ - ত গোপীনাথ আক ও'ডায্যৰ ভিতৰত এনে কথাবাৰ্ত্তী হৈ৬িণ। 'গোপীনাথ কহে ইহাৰ ন৷ম শ্রীর স্ক চৈতন । গুৰু ইহাৰ কেশবভাবতা মহাধ । সাৰ্বভৌম কহে এই নাম পর্বোত্তম। ভাৰতীসম্প্রদায় ইচ্ছে। হয়েল । মধ্যম । গোপীনাথ কহেন ইহাৰ নাহি বাহাপেক্ষণ অতএব বড় সম্প্রদায় কৰিল উপেক্ষণ ভট্টাচাধ্য কহে ইহাৰ প্ৰেট যৌবন। কেমনে সন্ন্যাস ধৰ্ম্ম হইবে ৰক্ষণ । নিৰন্থৰ ইহাৰে আমি বেদান্ত ওমাইব। বৈৰাগ্য অদ্বৈতমার্গে প্রবেশ কৰাইৰ ৷ কহেন যরি পুনৰপি যোগপষ্ট দিয় । সংস্কাৰ কৰিয়ে উত্তম সম্প্রদায় জনিয়া ”