[ নাম পৃষ্ঠা ]

ময়না

[ গল্প-সংকলন ]

 

শৰৎচন্দ্ৰ গোস্বামী

 

অসম সাহিত্য সভা

চন্দ্ৰকান্ত সন্দিকৈ ভৱন

যোৰহাট-৭৮৫০০১

[ প্ৰকাশন ]

MOINA : a collection of short stories on written by Saratchandra
Goswami (1887-1944 ), edited by Prof, Jatindranath
Goswami, M. A., B. T. and published by Prof. Amal
Rajkhowa, General Secy., Asam Sahitya Sabha, Chandra
kanta Handiqui Bhavan, Jorhat 785001 on the occasion of
the birth-centenary of Saratchardra Goswami, May 1987,
Price : Rs. 12.00 ( rupees twelve only )
 
প্ৰথম প্ৰকাশ : ১৯২০ খ্ৰী°
দ্বিতীয় প্ৰকাশ : ১৯৮৭ খ্ৰী°
প্ৰকাশক : শ্ৰীঅমল ৰাজখোৱা, প্ৰধান সম্পাদক
অসম সাহিত্য সভা, যোৰহাট-১
মুদ্ৰক : শ্ৰীআৰ. বেনাৰ্জী
ইন্দু-নাৰায়ণ প্ৰিন্টিং ওৱাৰ্কচ্
১৫বি, ৰায় বাগান ষ্ট্ৰীট
কলিকতা-৬
বেটুপাত : দি ছেটাৰ্ছ, যোৰহাট
মূল্য : ১২′০০ টকা ( বাৰ টকা মাত্ৰ )

[ ভূমিকা ]

নিবেদন

 “গল্পাঞ্জলি” লিখি ৰাইজৰ পৰা আশাতীত অনুগ্ৰহ পাই “ময়না” ছপাবৰ সাহ কৰিলোঁ।

 ইয়াত দিয়া কেইটামান গল্প আগেয়ে মাহিলি কাকতত প্ৰকাশ হৈছিল।কেইটামান বহুদিন পূৰ্বে লিখা, এতিয়া নকৈ লিখি দিয়া হল।

 স্কুলত পঢ়া দিনত আমি কেইজনমান ছাত্ৰই ‘অঙ্কুৰ’ নামেৰে হাতে-লিখা মাহিলি এখন উলিয়াইছিলোঁ। ‘যাত্ৰী’ নামক গল্পটো তাৰ পৰা তুলি দিয়া হল। ইয়াত মহাকবি টেনিচনৰ ‘ইনক আৰ্ডেন’ গল্পৰ অলপ আভাস আছে। ইয়াকো সম্প্ৰতি নতুনকৈ লিখা হল।

 ৰাইজৰ সন্তোষত হে লিখকৰ শ্ৰমৰ সফলতা। এই বিষয়ত বিচাৰৰ ভাৰ সাধুসকলৰ।

যোৰহাট নৰ্মাল স্কুল,
চেপ্তেম্বৰ ১৯২২
গ্ৰন্থকাৰ।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )