কমন.জেছ

ফৰ্মেটিং

সম্পাদনা কৰক

প্ৰুফৰীডিং কৰোঁতে কিতাপৰ ফৰ্মেটিঙত কিবা বিশেষ সাঁচ, সজ্জাৰ প্ৰয়োজন হ'লে সূচীৰ আলোচনা পৃষ্ঠাত লিখি থ'ব। তেতিয়া আন লোকে বাকীবোৰ পৃষ্ঠা মিলাবলৈ সহজ হ'ব। Gitartha.bordoloi (talk) ১৪:০৮, ২৪ জানুৱাৰী ২০১৯ (IST)উত্তৰ দিয়ক

পৰিচ্ছেদৰ ব্যৱধান

সম্পাদনা কৰক

পাছৰ কিতাপৰ পৰা পেৰেগ্ৰাফ সলাওঁতে এণ্টাৰ টিপি ৱিকিপিডিয়াত কৰাৰ দৰে এশাৰীৰ ব্যৱধান ৰাখিম দেই। ষ্টেণ্ডাৰ্ড প্ৰেক্‌টিচ। লগতে কষ্ট কমে। গেপ সাঁচ দিয়াটোও ধৰাবন্ধা নহয়। কোনোবাই ইচ্ছা কৰিলে দিব পাৰে। কিন্তু তেতিয়া গোটেইবোৰ পৃষ্ঠাতে দিব লাগিব। Gitartha.bordoloi (talk) ১৮:৩৬, ৪ ফেব্ৰুৱাৰী ২০১৯ (IST)উত্তৰ দিয়ক

গদ্য-পদ্য

সম্পাদনা কৰক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২০ৰ দৰে গদ্য অংশত Blockcenter নালাগে। পাছত মূল নামস্থান পৃষ্ঠাত লে'আউট দিওঁতে এনেও মাজলৈ আহিবই। মই সেইবোৰ আঁতৰাই গৈছোঁ। Gitartha.bordoloi (talk) ২০:৩৬, ১৮ ফেব্ৰুৱাৰী ২০১৯ (IST)উত্তৰ দিয়ক

 Gitartha.bordoloi: থিক আছে।

proofreading

সম্পাদনা কৰক

আভাস কাব্যৰ পাছফালে শুধৰণি কেইপৃষ্ঠামান আছে। কৰি দিবাচোন। Gitartha.bordoloi (talk) ১৫:৫২, ১ মাৰ্চ ২০১৯ (IST)উত্তৰ দিয়ক

ফৰ্মেটিং

সম্পাদনা কৰক

"পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১"ৰ ৰজনীকান্ত বৰদলৈ নামটো সিফাল কেনেকৈ ঘূৰাম? Gitartha.bordoloi (talk) ১৮:৪৮, ৫ মাৰ্চ ২০১৯ (IST)উত্তৰ দিয়ক

 Gitartha.bordoloi:, <span style="{{Transform-rotate|90}}">ৰজনীকান্ত বৰদলৈ</span> বা {{থিয়|{{থিয়|{{থিয়|{{X-larger|ৰজনীকান্ত বৰদলৈ}}}}}}}} ইয়াৰে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। দিব্য দত্ত (talk) ১৯:০১, ৫ মাৰ্চ ২০১৯ (IST)উত্তৰ দিয়ক

ফৰ্মেটিং

সম্পাদনা কৰক

পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৫ এইটো পৃষ্ঠাৰ ফৰ্মেটিং চাবচোন। Gitartha.bordoloi (talk) ১২:৪৪, ১০ মাৰ্চ ২০১৯ (IST)উত্তৰ দিয়ক

মনোমতী

সম্পাদনা কৰক

পৃষ্ঠা:Manomati.pdf/২৭৩ এই পৃষ্ঠাটো ঠিক কৰিব পাৰে নেকি চাবচোন। Gitartha.bordoloi (talk) ১১:২১, ৪ মে' ২০১৯ (IST)উত্তৰ দিয়ক

আৰু এটা

সম্পাদনা কৰক

"পৃষ্ঠা:আশীৰ্ব্বাদ.pdf/৬২"ও ঠিক কৰি দিব। Gitartha.bordoloi (talk) ০০:১৭, ৮ মে' ২০১৯ (IST)উত্তৰ দিয়ক

Indic Wikisource Proofreadthon

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক

সম্পাদনা কৰক
  ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:০৫, ৩১ May ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020 - Collect your book

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

 

Dear দিব্য দত্ত,

Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd Online Indic Wikisource Proofreadthon 2020 II to enrich our Indian classic literature in digital format in this festive season.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline describes here. After finding the book, you should check the pages of the book and create Pagelist.
  • Participants: Kindly sign your name at Participants section if you wish to participate this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • Time : Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this year at-home lockdown.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

সংশোধন

সম্পাদনা কৰক

সংশোধনবোৰত বহুত ভুল ওলাইছে। লাহে লাহে চাই-চিতি কৰক! Gitartha.bordoloi (talk) ১৬:৪৫, ১৫ নৱেম্বৰ ২০২০ (IST)উত্তৰ দিয়ক

অহ, হয় নেকি! আগলৈ ভালকৈ কৰিম। দিব্য দত্ত (talk) ১৭:৪০, ১৫ নৱেম্বৰ ২০২০ (IST)উত্তৰ দিয়ক

Thank you for your participation and support

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

 

Dear দিব্য দত্ত,
Greetings!
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well.
However, the 15 days contest comes to end on today, 15 November 2020 at 11.59 PM IST. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!

Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

Indic Wikisource Proofreadthon 2020 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear দিব্য দত্ত, the results of the Indic Wikisource Proofreadthon 2020 have been published. Kindly visit the project page for your position. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 7 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource program officer, CIS-A2K

I have filled up the form. - দিব্য দত্ত (talk) ১৭:০৭, ৩০ নৱেম্বৰ ২০২০ (IST)উত্তৰ দিয়ক

মন্তব্যৰ বাবে অনুৰোধ-মুদ্ৰণ সংশোধন প্ৰতিযোগিতা

সম্পাদনা কৰক

প্ৰিয় বন্ধু, মই ইয়াত আলোচনা আৰু মতামত আৰম্ভ কৰিছোঁ। যোৱা বছৰ আমি দুটা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা পৰিচালনা কৰিছিলোঁ। ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু আমাৰ সম্প্ৰদায় কেনেদৰে চলাব লাগে সেই সম্পৰ্কে আপোনাৰ মতামতৰ অতি প্ৰয়োজন। মই আশা কৰোঁ আপুনি আপোনাৰ মাতৃভাষাত আপোনাৰ মন্তব্য দিব।

ভাৰতীয় ৱিকিউৎস সম্প্ৰদায়ৰ হৈ

জয়ন্ত নাথ ১৬:০২, ১৪ জানুৱাৰী ২০২১ (IST)

Wikimedia Foundation Community Board seats: Call for feedback meeting

সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), ১৬:০০, ৮ মাৰ্চ ২০২১ (IST)উত্তৰ দিয়ক

Requests for comments : Indic wikisource community 2021

সম্পাদনা কৰক

(Sorry for writing this message in English - feel free to help us translating it)

Dear Wiki-librarian,

Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.

Please write in detail, and avoid brief comments without explanations.

Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১

সম্পাদনা কৰক
 

প্রিয় দিব্য দত্ত,


সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/

সময়সূচী: ১৫ আগষ্ট ২০২১, ০০.০১ৰ পৰা ৩১ আগষ্ট ২০২১, ২৩.৫৯লৈকে (ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

নতুন ধাৰাপাত

সম্পাদনা কৰক

নতুন ধাৰাপাত এই কিতাপখনৰ কেইবাটাও পৃষ্ঠা সঠিকভাৱে সজ্জিত কৰা হোৱা নাই। ইয়াক কেনেদৰে ঠিক কৰিব চাওক। ভৱিষ্যতে এনেদৰে সজাওক। MS Sakib (বাৰ্তা) ১৩:২৫, ২৫ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

কিতাপ যোগ

সম্পাদনা কৰক

মই বৰ্তমান চলি থকা মুদ্ৰন সংশোধন প্ৰতিযোগিতাত আৰু কিছুমান কিতাপ যোগ কৰিবলৈ অনুৰোধ জনাইছো। MS Sakib (বাৰ্তা) ১৯:১৯, ২৯ আগষ্ট ২০২১ (IST)উত্তৰ দিয়ক

আয়োজক পদক

সম্পাদনা কৰক
  আয়োজক পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২১ (আগষ্ট) সম্পাদনা মেলা আয়োজন কৰাত আপোনাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ আয়োজক পদক আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Indic Wikisource Proofreadthon August 2021 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear দিব্য দত্ত, the results of the Indic Wikisource Proofreadthon August 2021 have been published. Kindly visit the project page for your position. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 10 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K) ০০:৩২, ২২ ছেপ্টেম্বৰ ২০২১ (IST)
Wikisource program officer, CIS-A2K

 Jayanta (CIS-A2K): I have filled up the form. - দিব্য দত্ত (বাৰ্তা) ০০:১০, ২৩ ছেপ্টেম্বৰ ২০২১ (IST)উত্তৰ দিয়ক

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মার্চ ২০২২

সম্পাদনা কৰক
 

প্রিয় দিব্য দত্ত,


সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/

সময়সূচী: ১লা মার্চ ২০২২-১৬ মার্চ ২০২২(ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

নমস্কাৰ!

মই ভাবো মই সকলো কিতাপৰ দাম (টকা আৰু আন্নাত) আৰু ফুটনোটবোৰ উলিয়াইছো, কিন্তু লিখনীটোৰ বিষয়ে মই আত্মবিশ্বাসী নহয়। যদি আপুনি পৰীক্ষা কৰিব বিচাৰে।

Kwamikagami (বাৰ্তা) ১১:০৫, ১ আগষ্ট ২০২২ (IST)উত্তৰ দিয়ক

অচিনাক্ত অক্ষৰৰ বাবে ইয়াত: পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৭
ইউনিক’ডত সুধিলোঁ, তেওঁলোকে ক’লে, "It is just really bad typography for U+2020 DAGGER" (†). Kwamikagami (বাৰ্তা) ২২:৫৮, ১ আগষ্ট ২০২২ (IST)উত্তৰ দিয়ক
এই পৃষ্ঠাটোত অচিনাক্ত আখৰৰ বাবে সমস্যা হোৱা নাই, আচলতে ইয়াত “প্ৰাণপণে সত্য যি পালন্ত সদাই।” বাক্যটোত এটা আখৰ চিনিব নোৱাৰা হৈ আছে। - দিব্য দত্ত (বাৰ্তা) ২৩:২১, ১ আগষ্ট ২০২২ (IST)উত্তৰ দিয়ক

Indic Wikisource proofread-a-thon November 2022

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translate it

 

Dear দিব্য দত্ত,
Thank you and congratulation to you for your participation and support last year. The CIS-A2K has been conducted again this year Online Indic Wikisource proofread-a-thon November 2022 to enrich our Indian classic literature in digital format.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available on any third-party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline described here. After finding the book, you should check the pages of the book and create <pagelist/>.
  • Participants: Kindly sign your name at Participants section if you wish to participate in this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • A way to count validated and proofread pages:Indic Wikisource Contest Tools
  • Time : Proofreadthon will run: from 14 November 2022 00.01 to 30 Novemeber 2022 23.59 (IST)
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this time.

Thanks for your attention
Jayanta (CIS-A2K)- 9 November 2022 (UTC)
Wikisource Program officer, CIS-A2K

ৱিকিউৎসৰ গৌৰৱ

সম্পাদনা কৰক
 
 
ৱিকিউৎসৰ গৌৰৱ

 হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই দহটা বছৰ গৰকিলে। এটা দশকৰ এই সুদীৰ্ঘ যাত্ৰাত আপুনি যুক্ত হোৱাৰে পৰা অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অতিশয় সক্ৰিয় সদস্য হিচাপে অসমীয়া ৱিকিউৎসলৈ অতুলনীয় বৰঙণি আগবঢ়ালে। আপোনাৰ সহযোগিতা আৰু কৰ্মশক্তিয়ে ৱিকিউৎসক এক নতুন গতি দিয়াত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ লগতে এই যাত্ৰা আমাৰ বাবেও আনন্দমধুৰ কৰি তুলিলে। সম্পাদনাৰ সংখ্যাৰ হিচাপত আজিৰ তাৰিখত অসমীয়া ৱিকিউৎসলৈ আপোনাৰ বৰঙণি তেৰ হাজাৰৰো অধিক। আপোনাৰ এই অমূল্য অৱদানৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অনাগত দিনবোৰতো আপোনাৰ এই সূৰ্যমুখী গতি অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ

আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪

সম্পাদনা কৰক
 

প্ৰিয়
দিব্য দত্ত,

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি, ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অসমীয়া ৱিকিউৎসত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ শীৰ্ষক ১০দিনীয়া এছিয়ান এডিটাথনটোত আয়োজন কৰাত আপুনি যি নিস্বাৰ্থ সহায়ৰ হাত আগবঢ়ালে তাৰ শলাগ ল'লোঁ আৰু আন্তৰিক অভিনন্দন যাচিলোঁ। এডিটাথনৰ অংশ হিচাপে একোখনকৈ কিতাপ প্ৰদানৰ কাৰ্যসূচীক সফল কৰিবৰ বাবে আপুনি তলৰ ফৰ্মখন পূৰণ কৰি পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি আশা ৰাখিলোঁ।

আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনাৰে,

JyotiPN (বাৰ্তা) ২৩:০২, ১৮ মাৰ্চ ২০২৪ (IST)উত্তৰ দিয়ক
আয়োজক
আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪