ৱিকিউৎস:আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪

মহিলা ৱিকিউৎস এডিটাথন, ২০২৪ উদ্‌যাপন
সাঁচ:Px
৮ মাৰ্চ ২০২৪ৰ পৰা ১৭ মাৰ্চ ২০২৪লৈ অনুষ্ঠিত এক সম্পাদনা মেলা
আৰম্ভ ৮ মাৰ্চ ২০২৪
শেষ ১৭ মাৰ্চ ২০২৪
ঠাই অনলাইন

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিউৎসত এটি এডিটাথন আয়োজন কৰা হৈছে। ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ এই এডিটাথন অনুষ্ঠিত কৰা হৈছে। এই ১০ দিনত অসমীয়া ৱিকিমিডিয়ানসকলে এডিটাথনত অন্তৰ্ভুক্ত নিৰ্বাচিত গ্ৰন্থসমূহৰ পৃষ্ঠাসমূহ মুদ্ৰণ সংশোধন আৰু বৈধ কৰিব পাৰিব। লগতে সদস্যসকলে ইতিমধ্যে ৱিকিউৎসত যোগ কৰা অসম্পূৰ্ণ কিতাপৰ তালিকাৰ পৰা মুক্তভাবে নিজৰ প্ৰিয় কিতাপ যোগ কৰিব পাৰিব।

লক্ষ্য আৰু উদ্দেশ্য সম্পাদনা কৰক

এই এডিটাথনৰ উদ্দেশ্য হৈছে ৱিকিমিডিয়াৰ Celebrate Women অভিযানত অংশগ্ৰহণ কৰি নাৰীক উৎসাহিত কৰা।

  • অসমীয়া ৱিকিমিডিয়ানসকলৰ জৰিয়তে সন্মিলিত কাৰ্য্যকলাপ কৰা।

সময় সম্পাদনা কৰক

  • এই প্ৰতিযোগিতাৰ সময়সীমা: ৮ মাৰ্চ ২০২৪ ০০:০১ বজাৰ পৰা ১৭ মাৰ্চ ২০২৪ ২৩:৫৯ বজা পৰ্যন্ত।

নিয়মাৱলী সম্পাদনা কৰক

  • নিৰ্বাচিত কিতাপৰ পৃষ্ঠাসমূহ মুদ্ৰণ সংশোধন আৰু বৈধ কৰা।
  • উচ্চমানৰ সম্পাদনাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
  • কেৱল নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰা সম্পাদনাসমূহহে গণ্য কৰা হ'ব।
  • নিৰ্দিষ্ট কিতাপৰ তালিকাত অন্তৰ্ভুক্ত গ্ৰন্থসমূহহে বিবেচনা কৰা হয়।
  • একে সময়তে একেটা পৃষ্ঠাকে কেইবাজনো সম্পাদকে সম্পাদনা কৰিব নোৱাৰিব। সম্পাদকসকলে কমেও ৫/১০ পৃষ্ঠাৰ ব্যৱধান ৰাখিবলৈ চেষ্টা কৰিব।

পুৰস্কাৰ সম্পাদনা কৰক

  • অৱদানকাৰীক বাৰ্নষ্টাৰক প্ৰদান কৰা হ’ব।
  • প্ৰতিজন অংশগ্ৰহণকাৰীক User:JyotiPNৰ তৰফৰ পৰা এখনকৈ গ্ৰন্থ প্ৰদান কৰা হ'ব।

কিতাপৰ তালিকা সম্পাদনা কৰক

  1. যুদ্ধক্ষেত্ৰত আহোম ৰমণী
  2. নীতি কথা
  3. মহাসতী জয়মতী

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

অংশগ্ৰহণ কৰক সম্পাদনা কৰক

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত এই এডিটাথনটো আয়োজনত অসমীয়া ৱিকিমিডিয়ান সদস্য:দিব্য দত্তই বিশেষ সহায় আগবঢ়োৱাৰ লগতে উড়িয়া ৱিকিমিডিয়ান চিন্ময়ী মিশ্ৰই ইয়াক এছিয়ান এডিটাথন তালিকাত অন্তৰ্ভুক্ত কৰি আন্তৰিক সমৰ্থন আগবঢ়ায়। যোৱা ১৭ মাৰ্চ তাৰিখে সফল সমাপ্তি ঘটা এই এডিটাথনটোত মুঠ আঠগৰাকী ৱিকিমিডিয়ানে অংশগ্ৰহণ কৰি তিনিখন কিতাপৰ কাম সম্পূৰ্ণ কৰে। সদস্য:Jyoti Chiring য়ে সৰ্ব্বশ্ৰেষ্ঠ অৱদান আগবঢ়াই শ্ৰেষ্ঠ অৱদানকাৰীৰ ডিজিটেল বাৰ্ণষ্টাৰ লাভ কৰে আৰু সদস্য:JyotiPNয়ে গুগুল ফৰ্ম পূৰ কৰা ৫ গৰাকী অংশগ্ৰহণকাৰীক একোখনকৈ কিতাপ প্ৰদানেৰে কাম কৰি যাবলৈ উৎসাহিত কৰে।

অধিক জানিবলৈ প্ৰাণজ্যোতি নাথ আৰু দিব্য দত্তৰ আলোচনা পৃষ্ঠাত যোগাযোগ কৰক।