Gitartha.bordoloi
সংৰক্ষিত পাঠ |
---|
ৱিকিউৎসৰ গৌৰৱ
সম্পাদনা কৰকহে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই দহটা বছৰ গৰকিলে। ৱিকিউৎসৰ জন্মলগ্নৰে পৰা এই সুদীৰ্ঘ যাত্ৰাত আপুনি অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অতিশয় সক্ৰিয় সদস্য হিচাপে অসমীয়া ৱিকিউৎসলৈ অতুলনীয় বৰঙণি আগবঢ়ালে। আপোনাৰ সহযোগিতা আৰু কৰ্মশক্তিয়ে ৱিকিউৎসক এক নতুন গতি দিয়াত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ লগতে এই যাত্ৰা আমাৰ বাবেও আনন্দমধুৰ কৰি তুলিলে। সম্পাদনাৰ সংখ্যাৰ হিচাপত আজিৰ তাৰিখত অসমীয়া ৱিকিউৎসলৈ আপোনাৰ বৰঙণি এঘাৰ হাজাৰৰো অধিক। আপোনাৰ এই অমূল্য অৱদানৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অনাগত দিনবোৰতো আপোনাৰ এই সূৰ্যমুখী গতি অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ
Need your input on a policy impacting gadgets and UserJS
সম্পাদনা কৰকDear interface administrator,
This is Samuel from the Security team and I hope my message finds you well.
There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.
As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.
Have a great day!Samuel (WMF), on behalf of the Foundation's Security team ০৪:৩২, ৮ জুলাই ২০২৩ (IST)
গ্ৰন্থস্ৰোতৰ ভগীৰথ
সম্পাদনা কৰক-Nayan j Nath (বাৰ্তা) ২০:২৭, ১০ অক্টোবৰ ২০২৩ (IST)
- ৰজাজনৰ নাম ভগীৰথ আছিল, যি গংগাক জঁটাত বান্ধি আনিছিল। JyotiPN (বাৰ্তা) ২০:৩৮, ১৫ অক্টোবৰ ২০২৩ (IST)
- ধন্যবাদ। Gitartha.bordoloi (বাৰ্তা) ২৩:৫০, ১৮ অক্টোবৰ ২০২৩ (IST)
Test
সম্পাদনা কৰক
প্ৰিয় সতীৰ্থ Gitartha.bordoloi, অসমীয়া ৱিকিউৎসলৈ আপোনাৰ মূল্যবান বৰঙণিৰ বাবে ধন্যবাদ জনাইছোঁ৷ |
request
সম্পাদনা কৰকplease take a look at শ্ৰেণী:ক্ষিপ্ৰ_বিলোপনৰ_প্ৰাৰ্থী. Thanks! TenWhile6 (বাৰ্তা) ১৯:৩০, ২২ অক্টোবৰ ২০২৪ (IST)