পাৰিছে!

সম্পাদনা কৰক

আনে কৰা পৃষ্ঠা চাই ক'ডবোৰ কপী-পে'ষ্ট কৰি থাকিব পাৰি। "পছন্দসমূহ">গেজেটলৈ গৈ "CharInsert" সক্ৰিয় কৰি ল'লে সম্পাদনা ক্ষেত্ৰৰ ওপৰত সংকেতৰ তালিকা দেখিব। তাৰ পৰা লগা মতে সাধাৰণ সংকেত, ৱিকিচিহ্ন, ৱিকিউৎস আদি বাছনি কৰি নিৰ্দিষ্ট সংকেতত ক্লিক কৰিলেই হ'ল।

OCR কৰাৰ পাছত বঙালী ৰ-কে ধৰি আন কেতবোৰ ভুল আহে। সেইবোৰ শুধৰাবলৈ http://lachitpad.mridulkumar.com/index.php ব্যৱহাৰ কৰিব পাৰে। দুই-এদিনতে আন এটা গেজেট তাৰ বাবে সাজু হ'ব।

সদ্যহতে প্ৰত্যেক পৃষ্ঠাৰ শিৰোনাম আৰু পৃষ্ঠা সংখ্যা দিব নালাগে। সেয়া ক'ত দিব লাগে পাছত দেখুৱাই দিম। ধন্যবাদ। Gitartha.bordoloi (talk) ০০:২১, ১৪ ফেব্ৰুৱাৰী ২০১৯ (IST)উত্তৰ দিয়ক

CropImage

সম্পাদনা কৰক

"পৃষ্ঠা:লাহৰী.pdf/৪০"ত কৰাৰ দৰে প্ৰতিটো পৃষ্ঠাৰ ওপৰত থকা বেঁকাবেঁকি ৰেখাবোৰৰ ছবি ভৰাব নালাগে। ট্ৰান্সক্লুড কৰাৰ পাছত মূল "লাহৰী" পৃষ্ঠাত বেয়া দেখি! Gitartha.bordoloi (talk) ০০:১০, ১৫ মে' ২০১৯ (IST)উত্তৰ দিয়ক

লাহৰী বুলি লিখি পৃষ্ঠা সংখ্যা দিব লাগিবনে? JyotiPN (talk) ০৮:৪২, ১৬ মে' ২০১৯ (IST)JyotiPNউত্তৰ দিয়ক

ৱিকিউৎস পদক

সম্পাদনা কৰক
  সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০৪, ৩১ May ২০১৯ (IST)

ৱিকিউৎসৰ ভোটাতৰা পদক

সম্পাদনা কৰক
  ৱিকিউৎসৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউৎসলৈ আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউৎসৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (talk) ২২:২৯, ২৭ জুন ২০১৯ (IST)উত্তৰ দিয়ক

Community Insights Survey

সম্পাদনা কৰক

RMaung (WMF) ২০:০৪, ৯ ছেপ্টেম্বৰ ২০১৯ (IST)উত্তৰ দিয়ক

Reminder: Community Insights Survey

সম্পাদনা কৰক

RMaung (WMF) ০০:৪৩, ২১ ছেপ্টেম্বৰ ২০১৯ (IST)উত্তৰ দিয়ক

Reminder: Community Insights Survey

সম্পাদনা কৰক

RMaung (WMF) ২২:৩৪, ৪ অক্টোবৰ ২০১৯ (IST)উত্তৰ দিয়ক

Indic Wikisource Proofreadthon

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক

সম্পাদনা কৰক
  ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:০৯, ৩১ May ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020 - Collect your book

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Dear JyotiPN,

Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd Online Indic Wikisource Proofreadthon 2020 II to enrich our Indian classic literature in digital format in this festive season.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline describes here. After finding the book, you should check the pages of the book and create Pagelist.
  • Participants: Kindly sign your name at Participants section if you wish to participate this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • Time : Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this year at-home lockdown.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

সম্পাদনা দ্বন্দ

সম্পাদনা কৰক

বব্ৰুবাহ পৰ্ব্বৰ ১৭ ৰ পৰা ৪৯ পৃষ্ঠালৈ মই লৈছোঁ বুলি লিখি থৈছোঁ আলোচনা পৃষ্ঠাত। অনুগ্ৰহ কৰি যিকোনো কিতাপ কৰাৰ আগতে সূচীৰ আলোচনা পৃষ্ঠা চাই ল'ব। ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) ১৫:৫৬, ৫ নৱেম্বৰ ২০২০ (IST)উত্তৰ দিয়ক

মই নাজাজিছিলোঁ। খেয়াল ৰাখিম। ধন্যবাদ আপোনাক। আশাকৰোঁ বৈধকৰণত আপুনিও সাৱধান হ'ব।

  1. JyotiPN (talk) ১৬:০২, ৫ নৱেম্বৰ ২০২০ (IST)JyotiPNউত্তৰ দিয়ক

Thank you for your participation and support

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Dear JyotiPN,
Greetings!
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well.
However, the 15 days contest comes to end on today, 15 November 2020 at 11.59 PM IST. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!

Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

SIC

সম্পাদনা কৰক

{{SIC|লি}} বুলি লিখি থোৱাটো ভুল। শব্দটো পঢ়িব নোৱাৰিলে পৃষ্ঠাটো সমস্যা থকা বুলি সাঁচিব লাগিব। {{SIC|তওঁলোকৰ|তেওঁলোকৰ}} এনেকৈ লিখিলেহে সাঁচটোৰ ব্যৱহাৰ শুদ্ধ হ'ব। Gitartha.bordoloi (talk) ১৯:৪৮, ১৫ নৱেম্বৰ ২০২০ (IST)উত্তৰ দিয়ক

বাৰু। JyotiPN (talk) ২১:৪১, ১৫ নৱেম্বৰ ২০২০ (IST)JyotiPNউত্তৰ দিয়ক

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক (নৱেম্বৰ)

সম্পাদনা কৰক
  ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ অমূল্য অৱদান পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

Indic Wikisource Proofreadthon 2020 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear JyotiPN, the results of the Indic Wikisource Proofreadthon 2020 have been published. Kindly visit the project page for your position. Congratulations!!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 7 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource program officer, CIS-A2K

"I have filled up the form. - JyotiPN (talk) ০৯:২০, ৩০ নৱেম্বৰ ২০২০ (IST)JyotiPN"উত্তৰ দিয়ক

অক্লান্ত সম্পাদক পদক

সম্পাদনা কৰক
  অক্লান্ত কৰ্মী পদক
আপোনাৰ ব্যস্ত জীৱনত সময় উলিয়াই অসমীয়া ৱিকিউৎসলৈ নিৰলসভাৱে অৱদান আগবঢ়াই অহাৰ স্বীকৃতিস্বৰূপে আপোনাক এই সন্মান যাচিলোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—
অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ২১:০৬, ২৯ ডিচেম্বৰ ২০২০ (IST)উত্তৰ দিয়ক

 অনামিকা(চুমু) বড়া: আপোনাৰ আগ্ৰহৰ বাবে আন্তৰিক ধন্যবাদ। কিন্তু স-সন্মানেৰে এই পদকটি প্ৰত্যাখান কৰিছোঁ। JyotiPN (talk) ২১:১১, ২৯ ডিচেম্বৰ ২০২০ (IST)JyotiPNউত্তৰ দিয়ক

মন্তব্যৰ বাবে অনুৰোধ-মুদ্ৰণ সংশোধন প্ৰতিযোগিতা

সম্পাদনা কৰক

প্ৰিয় বন্ধু, মই ইয়াত আলোচনা আৰু মতামত আৰম্ভ কৰিছোঁ। যোৱা বছৰ আমি দুটা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা পৰিচালনা কৰিছিলোঁ। ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু আমাৰ সম্প্ৰদায় কেনেদৰে চলাব লাগে সেই সম্পৰ্কে আপোনাৰ মতামতৰ অতি প্ৰয়োজন। মই আশা কৰোঁ আপুনি আপোনাৰ মাতৃভাষাত আপোনাৰ মন্তব্য দিব।

ভাৰতীয় ৱিকিউৎস সম্প্ৰদায়ৰ হৈ

জয়ন্ত নাথ ১৬:০২, ১৪ জানুৱাৰী ২০২১ (IST)

Requests for comments : Indic wikisource community 2021

সম্পাদনা কৰক

(Sorry for writing this message in English - feel free to help us translating it)

Dear Wiki-librarian,

Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.

Please write in detail, and avoid brief comments without explanations.

Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities

সম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), ১২:০৩, ২৩ জুলাই ২০২১ (IST)উত্তৰ দিয়ক

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১

সম্পাদনা কৰক
 
প্ৰিয় JyotiPN,

সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ। ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/

সময়সূচী: ১৫ আগষ্ট ২০২১, ০০.০১ৰ পৰা ৩১ আগষ্ট ২০২১, ২৩.৫৯লৈকে (ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মাৰ্চ ২০২২

সময়সূচী: ১লা মাৰ্চ ২০২২-১৬ মাৰ্চ ২০২২(ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

ৱিকিউৎসৰ ভোটাতৰা পদক

সম্পাদনা কৰক
  ৱিকিউৎসৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউৎসলৈ আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউৎসৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

চাণক্য (বাৰ্তা) ২২:৩৭, ২৮ ফেব্ৰুৱাৰী ২০২২ (IST)উত্তৰ দিয়ক

Indic Wikisource Proofread-a-thon March 2022 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear JyotiPN, the results of the Indic Wikisource Proofreadthon March 2022 have been published. Kindly visit the project page for your position. Congratulations!!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 7 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K) ১১:২৯, ১৮ মাৰ্চ ২০২২ (IST)
Wikisource program officer, CIS-A2K

I have filled up the form. Regards, JyotiPN (বাৰ্তা) ১৩:২৫, ১৮ মাৰ্চ ২০২২ (IST)JyotiPNউত্তৰ দিয়ক

Feedback - Indic Wikisource Proofread-thon March 2022

সম্পাদনা কৰক

Dear JyotiPN,

Thanks for participating in the Indic Wikisource Proofread-thon March 2022. Please share your experience, obstacles and give your feedback in this below form about the same for improvements in future.

Google form for Your Feedback- Ckick here

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K) ১১:৪৯, ১৮ মাৰ্চ ২০২২ (IST)
Wikisource program officer, CIS-A2K

Submitted.Regards, JyotiPN (বাৰ্তা) ১৩:২৬, ১৮ মাৰ্চ ২০২২ (IST)JyotiPNউত্তৰ দিয়ক

উপপৃষ্ঠা

সম্পাদনা কৰক

উপপৃষ্ঠাৰ শিৰোনামত মূল কিতাপৰ নাম থাকিব লাগিব৷ যেনে- ওভতনি যাত্ৰা আৰু অন্যান্য/এটা ভাগ্য সম্পৰ্কীয় গল্প৷ পৃষ্ঠা সংখ্যা লিখাৰ প্ৰয়োজন নাই৷ Gitartha.bordoloi (বাৰ্তা) ০১:০৮, ২৮ জুন ২০২২ (IST)উত্তৰ দিয়ক

 Gitartha.bordoloi:বাৰু। JyotiPN (বাৰ্তা) ২৩:৫৯, ২৮ জুন ২০২২ (IST)JyotiPNউত্তৰ দিয়ক

Indic Wikisource proofread-a-thon November 2022

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translate it

Dear JyotiPN,
Thank you and congratulation to you for your participation and support last year. The CIS-A2K has been conducted again this year Online Indic Wikisource proofread-a-thon November 2022 to enrich our Indian classic literature in digital format.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available on any third-party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline described here. After finding the book, you should check the pages of the book and create <pagelist/>.
  • Participants: Kindly sign your name at Participants section if you wish to participate in this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • A way to count validated and proofread pages:Indic Wikisource Contest Tools
  • Time : Proofreadthon will run: from 14 November 2022 00.01 to 30 Novemeber 2022 23.59 (IST)
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this time.

Thanks for your attention
Jayanta (CIS-A2K)- 9 November 2022 (UTC)
Wikisource Program officer, CIS-A2K

WikiConference India 2023: Program submissions and Scholarships form are now open

সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) ১৬:৫৪, ১৬ নৱেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Help us organize!

সম্পাদনা কৰক

Dear Wikimedian,

You may already know that the third iteration of WikiConference India is happening in March 2023. We have recently opened scholarship applications and session submissions for the program. As it is a huge conference, we will definitely need help with organizing. As you have been significantly involved in contributing to Wikimedia projects related to Indic languages, we wanted to reach out to you and see if you are interested in helping us. We have different teams that might interest you, such as communications, scholarships, programs, event management etc.

If you are interested, please fill in this form. Let us know if you have any questions on the event talk page. Thank you MediaWiki message delivery (বাৰ্তা) ২০:৫১, ১৮ নৱেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline

সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) ২১:৫০, ২ ডিচেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.

Indic Wikisource proofread-a-thon November 2022 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear JyotiPN, the results of the Indic Wikisource proofread-a-thon November 2022 have been published. Kindly visit the project page for your position. Congratulations!!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 10 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource program officer, CIS-A2K

Thanking you, I have filled up the form. - JyotiPN (বাৰ্তা) ১৪:৩২, ৫ ডিচেম্বৰ ২০২২ (IST)JyotiPNউত্তৰ দিয়ক

WikiConference India 2023:WCI2023 Open Community call on 18 December 2022

সম্পাদনা কৰক

Dear Wikimedian,

As you may know, we are hosting regular calls with the communities for WikiConference India 2023. This message is for the second Open Community Call which is scheduled on the 18th of December, 2022 (Today) from 7:00 to 8:00 pm to answer any questions, concerns, or clarifications, take inputs from the communities, and give a few updates related to the conference from our end. Please add the following to your respective calendars and we look forward to seeing you on the call.

Furthermore, we are pleased to share the telegram group created for the community members who are interested to be a part of WikiConference India 2023 and share any thoughts, inputs, suggestions, or questions. Link to join the telegram group: https://t.me/+X9RLByiOxpAyNDZl. Alternatively, you can also leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) ১৩:৪১, ১৮ ডিচেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Organizing team

Indic Wikisource Proofread-a-thon April 2023 - Result

সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear JyotiPN, the results of the Indic Wikisource Proofreadthon April 2023 have been published. You have stood first in this contest. Congratulations!!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

There will be a delay in sending the prizes until further notice due to regulatory concerns and ongoing organizational challenges. Because it is difficult to commit at this time, the community will have to wait until further notice. When the situation improves, I will get back to you right away.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 30 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource program officer, CIS-A2K

Thank you, Sir. I have filled up the form. - JyotiPN (বাৰ্তা) ১২:২০, ১৬ মে' ২০২৩ (IST)JyotiPNউত্তৰ দিয়ক

ৱিকিউৎসৰ গৌৰৱ

সম্পাদনা কৰক
 
ৱিকিউৎসৰ গৌৰৱ

 হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই দহটা বছৰ গৰকিলে। এটা দশকৰ এই সুদীৰ্ঘ যাত্ৰাত আপুনি যুক্ত হোৱাৰে পৰা অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অতিশয় সক্ৰিয় সদস্য হিচাপে অসমীয়া ৱিকিউৎসলৈ অতুলনীয় বৰঙণি আগবঢ়ালে। আপোনাৰ সহযোগিতা আৰু কৰ্মশক্তিয়ে ৱিকিউৎসক এক নতুন গতি দিয়াত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ লগতে এই যাত্ৰা আমাৰ বাবেও আনন্দমধুৰ কৰি তুলিলে। সম্পাদনাৰ সংখ্যাৰ হিচাপত আজিৰ তাৰিখত অসমীয়া ৱিকিউৎসলৈ আপোনাৰ বৰঙণি ষোল্ল হাজাৰৰো অধিক। আপোনাৰ এই অমূল্য অৱদানৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অনাগত দিনবোৰতো আপোনাৰ এই সূৰ্যমুখী গতি অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ

আয়োজক পদক

সম্পাদনা কৰক
  আয়োজক পদক
হে ৱিকিসতীৰ্থ, ২০২৪ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ শীৰ্ষক ১০দিনীয়া এডিটাথনখন সুচলভাৱে চলাই নিয়াত আপুনি আয়োজক হিচাপে যি ভূমিকা পালন কৰিলে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে-
অসমীয়া ৱিকিমিডিয়া সমাজ
ধন্যবাদ নয়ন।JyotiPN (বাৰ্তা) ২০:১৬, ৩১ মাৰ্চ ২০২৪ (IST)JyotiPNউত্তৰ দিয়ক

নীতি-শিক্ষা

সম্পাদনা কৰক

কিতাপখন বৰ দীঘল নহয় বাবে এটা পৃষ্ঠাতে ট্ৰান্সক্লুড কৰা হ'ল। নহ'লে সৰু সৰু উপ-পৃষ্ঠা বহুত হ'ব। Gitartha.bordoloi (বাৰ্তা) ২০:১৮, ৩ নৱেম্বৰ ২০২৪ (IST)উত্তৰ দিয়ক

ধন্যবাদ। JyotiPN (বাৰ্তা) ১১:৪১, ৬ নৱেম্বৰ ২০২৪ (IST)উত্তৰ দিয়ক