ৱিকিউৎস পদকসম্পাদনা কৰক

  সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০৪, ৩১ May ২০১৯ (IST)

ৱিকিউৎসৰ ভোটাতৰা পদকসম্পাদনা কৰক

  ৱিকিউৎসৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউৎসলৈ আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউৎসৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (talk) ২২:২৫, ২৭ জুন ২০১৯ (IST)

অক্লান্ত সম্পাদক পদকসম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
আপোনাৰ ব্যস্ত জীৱনত সময় উলিয়াই অসমীয়া ৱিকিউৎসলৈ নিৰলসভাৱে অৱদান আগবঢ়াই অহাৰ স্বীকৃতিস্বৰূপে আপোনাক এই সন্মান যাচিলোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—
অসমীয়া ৱিকিমিডিয়া সমাজ

এই মাহৰ ৱিকিপিডিয়ান:অক্টোবৰ ২০১৯সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিমিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

--Joli (talk) ০৮:২৫, ২৯ ছেপ্টেম্বৰ ২০১৯ (IST)

Indic Wikisource Proofreadthonসম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

ৰ সঁজুলিসম্পাদনা কৰক

সংশোধন কৰা কেইটামান পৃষ্ঠাত প্ৰতিস্থাপন সঁজুলিটো টিপিবলৈ থাকি গৈছে। Gitartha.bordoloi (talk) ১৭:১২, ৩ May ২০২০ (IST)

বৈধকৰণসম্পাদনা কৰক

কেইটামান পৃষ্ঠা ভালদৰে নোচোৱাকৈ বৈধ কৰা হৈছে। এবাৰ বৈধকৰণ হোৱা পৃষ্ঠা পুনৰ সম্পাদনা কৰাৰ প্ৰয়োজন থাকিব নালাগে। গতিকে এই ক্ষেত্ৰত অলপ চকু দিবলৈ অনুৰোধ জনালোঁ। Gitartha.bordoloi (talk) ২১:৪৬, ১০ May ২০২০ (IST)

ঠিক আছে। অনামিকা(চুমু) বড়া (talk) ২২:৩০, ১০ May ২০২০ (IST)

Indic Wikisource Proofreadthon first prizeসম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear অনামিকা(চুমু) বড়া, the results of the Indic Wikisource Proofreadthon have been published.You won first place in this contest from your community. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest prize to your address. We assure that this information will be kept completely confidential. Please confirm here just below this message by notifying ( "I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 7 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource Advisor, CIS-A2K

I have filled up the form অনামিকা(চুমু) বড়া (talk) ২২:১৭, ১৪ May ২০২০ (IST)

Indic Wikisource Proofreadthon National Level third prizeসম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear অনামিকা(চুমু) বড়া, the results of the Indic Wikisource Proofreadthon have been published.You won National Level third place in this contest from Indic Wikisource community. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest prize to your address. We assure that this information will be kept completely confidential. Please confirm here just below this message by notifying ( "I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 7 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource Advisor, CIS-A2K

I have filled up the form অনামিকা(চুমু) বড়া (talk) ১১:৩৮, ১৬ May ২০২০ (IST)

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদকসম্পাদনা কৰক

  ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ অমূল্য অৱদান পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অশেষ ধন্যবাদ 🙏 অনামিকা(চুমু) বড়া (talk) ০১:২৬, ৯ জুন ২০২০ (IST)

Indic Wikisource Proofreadthon eGift Voucherসম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear অনামিকা(চুমু) বড়া, As per Indic Wikisource Proofreadthon result, we have sent eGiftVoucher via E-mail provided us by you. Congratulations !!!

Please confirm here just below this message by notifying ("I have redeemed the eGift Voucher. - ~~~~") us, when you redeem the eGift Voucher.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource Advisor, CIS-A2K

Indic Wikisource Proofreadthon II 2020সম্পাদনা কৰক