লেখক:ৰত্নকান্ত বৰকাকতী

ৰত্নকান্ত বৰকাকতী
(১৮৯৭–১৯৬৩)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ আন এজন জনপ্ৰিয় কবি। তেওঁক ‘শেৱালি কবি’ উপনামেৰে জনা যায়।।

গ্ৰন্থসমূহ

সম্পাদনা কৰক
কবিতা পুথি
  1. শেৱালি (১৯৩২)
  2. তৰ্পণ (১৯৫৩)
  3. চন্দ্ৰহাৰ (১৯৬৩)
অন্যান্য
  1. অন্যান্য- আলাপ (১৯১৯)
  2. হিন্দু স্বৰাজ (১৯২৩)
  3. Our Script Question (১৯৫৬)
  4. লিপি প্ৰশ্ন (১৯৫৬)
  5. ৰুবায়েতৰ অসমীয়া ভাঙনি
নাটক
  1. অলকা
  2. চিত্ৰলেখা
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )