আদিপাঠ - আগছোৱা

(আদিপাঠ- আগছোৱাৰ পৰা পুনঃনিৰ্দেশিত)
[ বকলা ]
 

আদিপাঠ।

 

আগছোৱা

 

শ্ৰীকালীনাথ হাজৰিকা

প্ৰণীত।

 

 

প্ৰথম তাঙ্গৰণ।

 

 

কলিকতা।

“কলিকতা প্ৰিণ্টিং হাউচ” যন্ত্ৰত শ্ৰীনবীন চন্দ্ৰ
চৌধুৰীৰ দ্বাৰা ছপা হল।

 

All rights reserved

 

মূল্য এক অনা মাথোন।

 
[ পৰিচয় ]
 

OPINION OF THE NOWGONG TEXT-BOOK
COMMITTEE.

 

 

 Extract from the proceedings of the Nowgong Anglo-vernacular Text-Book Committee held on 10th June, 1891.
 “Read Addipath by Kalinath Hazarika Resolved that the book may be used as a textbook, but the author must print the first and second parts separately in different volumes.”

 
[ শুদ্ধিপত্ৰ ]
শুদ্ধিপত্ৰ
শুদ্ধ।
প্ৰাণবধ নৌ
যি বিলাক মানুহে পৰিশ্ৰম
কৰে সিবিলাকে পৰিশ্ৰম
অনুসাৰে স্বচ্ছন্দে সুখ
অলসতকৈও
বিলম
উষ্মত্তৰ
পাম
নিমিত্তে
ভলিবাউ
বঞ্চিৎ
জালুক
অশুদ্ধ।
প্ৰণবইল
যিবিলাক মানুহে
পৰিশ্ৰম অনুসাৰে
স্ব*ন্দে
অন্যতকেও
***
উম্বত্তেৰ
পম
মিমিত্তে
দলি**
বঞ্চিতত
জনুক
পংক্তি।
*
**
ছেদ।
*
*
*
**
পৰিমিত**
*
*
পৃষ্ঠা।
১০
২০
২২
**
৩০
৩১
৩১
৫৭
[  ]

আদিপাঠ৷

আগছোৱা।

স্বৰ।
 ং  ঃ
স্বৰৰ সান-মিহলি।
 ং  ঃ
 
[  ]
ব্যঞ্জন।
ক্ষ
 

 ঢ, ড, য এই কেইটা আখৰৰ তলত ফুট দিলে উচ্চাৰণ স্বৰ হয়। ষেনে:- ঢ় ড় য়। শিক্ষক সকলে এই কথা দৃষ্টান্তৰে সৈতে বুজাই দিব। ত ৰ পাচত স্বৰ নেথাকিলে ৎ এই দৰে লিখে।
[  ]

ব্যঞ্জনৰ সান-মিহলি।
ক্ষ ঢ়
য় ড়
[  ]
অজ আম এই ইহ
উদ্* উট ঐত ওখ
আন্ উঠ্ ওৰ্
ওঁঠ ঔচ্ ঈশ উম্

 
কৰ কৰ খৰ খৰ
ঘৰ ঘৰ জৰ জৰ
ধৰ ধৰ বৰ বৰ
লৰ লৰ থৰ থৰ

 
কল কল খল খল
গল গল চল চল
জল জল থল থল
ধল ধল মল মল

 (  ্ ) এই চিনে স্বৰ নথকা বুজায়৷

 
[  ]
কণ কণ খন খন
গণ গণ ঘন ঘন
জন জন ধন ধন
বন বন মন মন

 
আম আন। উঠ লৰ।
ওখ ঘৰ। খৰ কৰ।

 
কল্ ঘৰ জৰ কল
বৰ বল কৰ তল

 
কণ মন ধন জন
ঘন বন ক্ষণ ৰণ

 
[  ]
ৰণ জয় ধন হয়
যত লয় গত হয়

 
নগৰ জয় জগৰ হয়
মৰম কৰ ধৰম বৰ
জনম লয় পলম হয়
সৰল জন তৰল মন

 
পৰম ধন ধৰম মন
মৰণ ভয় শৰণ লয়
যতন কৰ ৰতন ধৰ
শৰণ লয় তৰণ হয়

 
[  ]

ব্যঞ্জনে সৈতে লগ লগালে স্বৰৰ রূপ৷

 
 া  ি  ী  ু  ূ  ৃ  ে  ৈ
 ো  ৌ  ং  ঃ  ঁ

 

বাৰে মতৰা৷

 
কা কি কী কু কূ কৃ কে কৈ কো কৌ
কং কঃ কঁ।
 
খা খি খী খু খূ খৃ খে খৈ খো খৌ
খং খঃ খঁ।
 
গা গি গী গু গূ গৃ গে গৈ গো গৌ
গং গঃ গঁ।
 
ঘা ঘি ঘী ঘু ঘূ ঘৃ ঘে ঘৈ ঘো ঘৌ
ঘং ঘঃ ঘঁ।
[  ]
 
ধা ধি ধী ধু ধূ ধৃ ধে ধৈ ধো ধৌ
ধং ধঃ ধঁ।
 
না নি নী নু নূ নৃ নে নৈ নো নৌ
নং নঃ নঁ।
 
পা পি পী পু পূ পৃ পে পৈ পো পৌ
পৌ পং পঃ পঁ।
 
ফা ফি ফী ফু ফূ ফৃ ফে ফৈ ফো ফৌ
ফং ফঃ ফঁ।
 
বা বি বী বু বূ বৃ বে বৈ বো বৌ
বং বঃ বঁ।
 
ভা ভি ভী ভু ভূ ভৃ ভে ভৈ ভো ভৌ
ভং ভঃ ভঁ।
 
মা মি মী মু মূ মৃ মে মৈ মো মৌ
মং মঃ মঁ।
[ ১০ ]
 
যা যি যী যু যূ যৃ যে যৈ যো যৌ
যং যঃ যঁ।
 
ৰা ৰি ৰী ৰু ৰূ ৰৃ ৰে ৰৈ ৰো ৰৌ
ৰং ৰঃ ৰঁ।
 
লা লি লী লু লূ লৃ লে লৈ লো লৌ
লৌ লং লঃ লঁ।
 
ৱা ৱি ৱী ৱু ৱূ ৱৃ ৱে ৱৈ ৱো ৱৌ
ৱং ৱঃ ৱঁ।
 
শা শি শী শু শূ শৃ শে শৈ শো শৌ
শং শঃ শঁ।
 
ষা ষি ষী ষু ষূ ষৃ ষে ষৈ ষো ষৌ
ষং ষঃ ষঁ।
 
সা সি সী সু সূ সৃ সে সৈ সো সৌ
সং সঃ সঁ।
[ ১১ ]
 
হা হি হী হু হূ হৃ হে হৈ হো হৌ
হং হঃ হঁ।
 
ক্ষা ক্ষি ক্ষী ক্ষু ক্ষূ ক্ষৃ ক্ষে ক্ষৈ ক্ষো ক্ষৌ
ক্ষৌ ক্ষং ক্ষঃ ক্ষঁ।
 

 

ওপৰৰ বাৰেমতৰাৰ কোনো কোনো স্বৰৰ দুটা আকৃতি, যেনে;

গু গু ৰু রু
শু শু ৰূ রূ
তু ত্ত হৃ হৃ
হু হু

[ ১২ ]
লৰা কাল পঢ়া ভাল
সজ কাম ভাল নাম
ধন যাৰ বল তাৰ
এই কথা জানা সাৰ

 
পাঠ শিকা আখৰ লিখা
লৰা মতি সৰল অতি

 
ধনী যি মানী সি
হাতী জাতি বলী অতি

 
শুনা শিশু এই সাৰ
দুখ যাৰ সুখ তাৰ

 
[ ১৩ ]
ভুমি খানি ধুলি লয়
মূঢ় মতি অতি শয়

 
কৃপা ময় কৃপা কৰা
কৃশ দেহ দৃঢ় কৰা

 
দুখ কৰে মুখ ভৰে
হেলা কৰে দুখত পৰে

 
আখৈ খায় মিঠৈ নাই
আমৈ সৈতে কথা কয়

 
জোনা বাই শোভা পায়
কতো বেলি লৰি যায়
[ ১৪ ]
ভাঁটৌ বোৰে আকৌ খায়
সৌকা লৈ খেদি যায়

 
সতং জুৰি পতং হল
উদং কৰি সসাং হল

 
বয়স চৰে তপঃ কৰে
পুনঃ পাপ মনঃ তাপ

 
অমৰা চকলা জঁপৰা টকলা
নজন নকৰা ভাৱনা ফঁকৰা

 
নলনি নৰণি শলনি কৰণি
রূপতী রূপহী মালতী চুপহী
[ ১৫ ]
নকহু বহুৱা ভিকহু খহুৱা
ধনুৱা পমুৱা ধৰুৱা বনুৱা

 
ভোমোৰা গোঁজৰে চপৰা উজৰে
থোপোৰা কোমোৰা নহৰু চোকোৰা

 
কপিলা চৰিছে পখিলা উৰিছে
কঠীয়া গজিছে ৰখীয়া বহিছে
ধেমালি কৰিছে হেঁতালি খেদিছে
ভোজন কৰিছে যোজন লৰিছে
গৌৰৱ বাঢ়িছে কৌৰৱ হাৰিছে
 
ভাল বাটে তুমি যাবা
সঁচা কথা সদায় কবা
সজ কথা শিকি লবা
ভাল দৰে গমি চাবা
[ ১৬ ]
পুথি খনি তুলি থোৱাঁঁ
আরু এটি ওলগ লোৱাঁ
সরু লৰা মন কৰাঁঁ
বহি কৰাঁ লিখা পঢ়া
শিকি বুজি জনা হবাঁ
তেনে হলে সুখ পাবাঁঁ
লিখা পঢ়া জনা হলে
সক -লোৱে ভাল বোলে
পিতৃ মাতৃ গুরু জনে
সাদৰ কৰি ঘনে ঘনে
সজ বুলি শিলা- গিব
ভাল চোলা চেলেং দিব
ওজা দেৱো সুখী হব
ভাল লৰা বুলি কব
এতে -কতে শিশু গণ
লিখা পঢ়াত দিয়াঁঁ মন
[ ১৭ ]
ৰাতি পুৱা কিয় শোৱাঁ
বেয়া এলে হুয়া হোৱা
উঠি বহাঁ কাপোৰ লোৱাঁ
মুখ ধোৱাঁ উঠি যোৱাঁ
অলপ ফুৰি এলাহ এৰি
পুথি ফলি লোৱাঁ মেলি
নিজর পাঠত মন দিবা
তেহে ওজাৰ মৰম পাবা
নতুন পাঠ আগে লোৱাঁ
আগৰ পাঠ এবাৰ চোৱাঁ
লিখি পঢ়ি গা ধুবাঁ
নিকা কাপোৰ গাত লবাঁ
খাই বৈ পুথি লৈ
পঢ়া শালি যাবাঁ গৈ

 

বেলি হল। পঢ়িবলৈ ওলোৱাঁ৷ পলম নকৰিবাঁ। কাপোৰ শলোৱাঁ৷ ফলি পুথি লোৱাঁ। পঢ়াশালিলৈ বলাঁ৷ পলম হলে ওজাদেৱে খং কৰিব৷

 
[ ১৮ ]  তুমি কি পঢ়িছা? সেইখন কি কিতাপ? আদি পাঠ৷ কিমানলৈকে পঢ়িছা? বাৰে মতৰা আরু নামফলি লৈছোঁ৷ তোমাৰ নাম কি? মোৰ নাম ভোলানাথ৷ তুমি লিখিব পাৰানে? অলপ অলপ পাৰোঁ৷ বারু, লিখা৷
 

 আখৰ বোৰ গোট গোট কৈ লিখাঁ৷ চিঁয়াহি পৰিব চাবাঁ, সিমান খৰকৈ নেখেলিবা৷ টোপা নেপেলাবাঁ। শাৰী বোৰ পোণ আরু আখৰ বোৰ সমান হব লাগে৷ কাপটো ভালকৈ ধৰাঁ৷ নোমোহাৰিবাঁ৷ বেয়া হলে আঁচ মাৰি থবাঁ৷ আকৌ লিখিবা৷ কি লিখিলা চাঁও?

 

 এতিয়া পঢ়া৷ হাই নকৰিবাঁ৷ লাহে লাহে ফুটাই মাতাঁ৷ চিন বোৰলৈ মন কৰি যাবাঁ, যত চিন নাই, তত নৰবাঁ এটা চিনৰ পৰা আন এটা চিনলৈকে মাতিবাঁ থিৰ হৈ বহাঁ৷ মনে মনে থকাঁ৷
[ ১৯ ]  সদাই মন দি পঢ়িবাঁ৷ ধেমালি নকৰিবা৷ ভাল লৰাই সদাই মন দি পঢ়ে, ধেমালি কৰি নুফুৰে৷ পিতৃ মাতৃৰ কথা শুনিবা৷ তেওঁবিলাকৰ কথা মতে চলিবাঁ। নিতৌ সিবিলাকক সেৱা কৰিবাঁ৷ শিক্ষকে কোৱা কথা সদাই মনত ৰাখিবাঁ। নিতৌ পঢ়াশালিলৈ গৈয়ে তেওঁক এটি নমঃকাৰ কৰিবাঁ। এলেহুৱা মানুহ দুখত পৰে৷ অধিক কৈ নেখাবাঁ৷ সৰহকৈ খোৱা মানুহ রুগীয়া হয়৷ দুখীয়াক পুতৌ কৰিবাঁ। মৰমৰ সমান ধৰম নাই৷

 

 তুমি সদাই সঁচা কথা কবাঁ। মিছা কথা কেতিয়াও নকবাঁ। মিছা কোৱা বৰ দোষ৷ মিছা কথা কলে কেওঁৱে সঁজাত নকৰে৷ মিছলীয়া মানুহে সচা কলেও কোনেও নপতিয়ায়৷ মিছা কথা কোৱা লৰাক সকলোৱে ঘিণ কৰে৷ আরু সমনীয়া লৰাবোৰে লাজ দিয়ে৷ কাৰো একে চুৰ নকৰিবাঁ৷ চুৰ কৰা বৰ বেয়া কাম৷ চোৰক এটায়ে ঘিণ কৰে, আরু লাজ দিয়ে৷ সি আগত [ ২০ ] ওলালে সকলোৱে তাক হাই দিয়ে৷ এতেকে তুমি লোকৰ একোকে নুচুবাঁ৷


 

 কাৰেও হাই উরুমি নকৰিবাঁ৷ লগৰ লগৰীয়া আরু ভাই ভনীক ম'ম কৰিবাঁ৷ সিবিলাকেৰে মিলেৰে থাকিবাঁ৷ গুরু আরু পিতৃ মাতৃক মান কৰিবাঁ৷ বৰ মানুহৰ নাম নেকাঢ়িবাঁ৷ সকলোতে সরুহৈ ফুরিবাঁ। সকলোকে মিঠা মুখেরে মাতিবা কেটেৰা মাত নেমাতিবাঁ। কালৈকো ওপৰহাত নকরিবাঁ৷ লাজ বা ঘিণ লগা, নাইবা লোকে বেয়া পোৱা কথা নকবাঁ৷ চেলেপু মানুহৰ দৰে কথায় পতি শপত নেখাবাঁ।

 

অন্ত।

 
[ ২২ ]

শুধৰণী৷

 বিদেশত বঙ্গালী মুদ্ৰাকৰৰ হাতত ছপা হোৱা বাবে আৰু গ্ৰন্থকাৰে নিজে "প্ৰুফ" চাবলৈ নোপোৱাত ঠায়ে ঠায়ে এই পুথিত অশুদ্ধ ৰৈ গল৷ যেনে,-

পিঠি শাৰী অশুদ্ধ শুদ্ধ
১৮ মিঠে মিঠৈ
১৫ নজন নজনা
১৬ ১১ সদায় সদাই
১৭ ১১ শিলা- শলা-
১৮ -- ৰাতিগল, পুৱা হল।
,, -- পক্ষি দশোদিশি গল।
১৯ পাৰাঁনে পাৰানে
,, ১৬ থকাঁ থাকাঁ
২০ -- এলেহুৱা নহবা

 অনেক ভবিষ্যৎ অনুজ্ঞা বুজোৱা ক্ৰিয়াৰ শেষত  ঁ চন্দ্ৰবিন্দু পৰিছে৷ যেনে, পঢ়িবাঁ, মাতিবা, নকবাঁ, নেখাবাঁ ইত্যাদি৷ কিন্তু সেইবিলাক ক্ৰিয়াত  ঁ চন্দ্ৰবিন্দু বহুৱাতো সম্পূৰ্ণ ভুল৷ অৰ্থাৎ পঢ়িবা, মাতিবা, নকবা, নেখাবা হব লাগিছিল৷ পঢ়াশালীৰ গুৰুৱে ষেন এইবিলাক ভুল ছাতৰক শুধৰাই দিয়ে৷


[ ২৫ ]

জাননী৷

 

 

 তলত লিখা পঢ়াশালিত চলা পুথিবিলাক মোলৈ লেখিলে পোৱা যাব।

পুথিৰ নাম। মূল্য। ডাকমাচুল।
শুভঙ্কৰী (গণিত, মৌখিক অঙ্ক আৰু পৰিমিতি) - -
ধাৰাপাত পাঁচ পইচা -
আদিপাঠ, আগছোৱা - -
আদিপাঠ, মাজছোৱা - -
হাতৰ লেখাৰ আদৰ্শপুথি - -

 ১০ টকা বা তাতকৈ সৰহ ধনৰ পুথি নগদ দি বা ভেল্যু পেয়েব্‌ল্‌ ডাকত নিলে শতকৰা ২০ টকাকৈ কমিশ্যন দিয়া যাব।

শ্ৰীকালীনাথ হাজৰিকা,
তেজপুৰ আসাম।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )