পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১ )

ওলালে সকলোৱে তাক হাই দিয়ে৷ এতেকে তুমি লোকৰ একোকে নুচুবাঁ৷


 

 কাৰেও হাই উরুমি নকৰিবাঁ৷ লগৰ লগৰীয়া আরু ভাই ভনীক ম'ম কৰিবাঁ৷ সিবিলাকেৰে মিলেৰে থাকিবাঁ৷ গুরু আরু পিতৃ মাতৃক মান কৰিবাঁ৷ বৰ মানুহৰ নাম নেকাঢ়িবাঁ৷ সকলোতে সরুহৈ ফুরিবাঁ। সকলোকে মিঠা মুখেরে মাতিবা কেটেৰা মাত নেমাতিবাঁ। কালৈকো ওপৰহাত নকরিবাঁ৷ লাজ বা ঘিণ লগা, নাইবা লোকে বেয়া পোৱা কথা নকবাঁ৷ চেলেপু মানুহৰ দৰে কথায় পতি শপত নেখাবাঁ।

 

অন্ত।