এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাননী৷
তলত লিখা পঢ়াশালিত চলা পুথিবিলাক মোলৈ লেখিলে পোৱা যাব।
পুথিৰ নাম। | মূল্য। | ডাকমাচুল। |
শুভঙ্কৰী (গণিত, মৌখিক অঙ্ক আৰু পৰিমিতি) | - | - |
ধাৰাপাত | পাঁচ পইচা | - |
আদিপাঠ, আগছোৱা | - | - |
আদিপাঠ, মাজছোৱা | - | - |
হাতৰ লেখাৰ আদৰ্শপুথি | - | - |
১০ টকা বা তাতকৈ সৰহ ধনৰ পুথি নগদ দি বা ভেল্যু পেয়েব্ল্ ডাকত নিলে শতকৰা ২০ টকাকৈ কমিশ্যন দিয়া যাব।
শ্ৰীকালীনাথ হাজৰিকা,
তেজপুৰ আসাম।