পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুধৰণী৷

 বিদেশত বঙ্গালী মুদ্ৰাকৰৰ হাতত ছপা হোৱা বাবে আৰু গ্ৰন্থকাৰে নিজে "প্ৰুফ" চাবলৈ নোপোৱাত ঠায়ে ঠায়ে এই পুথিত অশুদ্ধ ৰৈ গল৷ যেনে,-

পিঠি শাৰী অশুদ্ধ শুদ্ধ
১৮ মিঠে মিঠৈ
১৫ নজন নজনা
১৬ ১১ সদায় সদাই
১৭ ১১ শিলা- শলা-
১৮ -- ৰাতিগল, পুৱা হল।
,, -- পক্ষি দশোদিশি গল।
১৯ পাৰাঁনে পাৰানে
,, ১৬ থকাঁ থাকাঁ
২০ -- এলেহুৱা নহবা

 অনেক ভবিষ্যৎ অনুজ্ঞা বুজোৱা ক্ৰিয়াৰ শেষত  ঁ চন্দ্ৰবিন্দু পৰিছে৷ যেনে, পঢ়িবাঁ, মাতিবা, নকবাঁ, নেখাবাঁ ইত্যাদি৷ কিন্তু সেইবিলাক ক্ৰিয়াত  ঁ চন্দ্ৰবিন্দু বহুৱাতো সম্পূৰ্ণ ভুল৷ অৰ্থাৎ পঢ়িবা, মাতিবা, নকবা, নেখাবা হব লাগিছিল৷ পঢ়াশালীৰ গুৰুৱে ষেন এইবিলাক ভুল ছাতৰক শুধৰাই দিয়ে৷