এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )
নকহু | বহুৱা | ভিকহু | খহুৱা |
ধনুৱা | পমুৱা | ধৰুৱা | বনুৱা |
ভোমোৰা | গোঁজৰে | চপৰা | উজৰে |
থোপোৰা | কোমোৰা | নহৰু | চোকোৰা |
কপিলা | চৰিছে | পখিলা | উৰিছে |
কঠীয়া | গজিছে | ৰখীয়া | বহিছে |
ধেমালি | কৰিছে | হেঁতালি | খেদিছে |
ভোজন | কৰিছে | যোজন | লৰিছে |
গৌৰৱ | বাঢ়িছে | কৌৰৱ | হাৰিছে |
ভাল | বাটে | তুমি | যাবা |
সঁচা | কথা | সদায় | কবা |
সজ | কথা | শিকি | লবা |
ভাল | দৰে | গমি | চাবা |