[ ১৩৪ ] ১৩৪ শঙ্কৰদেৱ মাৰ ভিতৰে । যাত বায়ু পশিলে অমৰ হোৱে নৰে॥ তাহাৰ মুখত ঢাকি আছে কুণ্ডলিনী । মায়াৰ শকতি যেন দেখিয়া সপিণী ॥ শঙ্কৰদেৱ যোগশাস্ত্ৰত কেনে পাৰদৰ্শী আছিল, আমি এই গ্ৰন্তৰ মাগডেথৰত কৈ আহিছে । ওপৰৰ এ সংক্ষেপ বর্ণনাতে। । তাৰ প্রমাণ পোৱা যায় । = ০ , + B০ -•e— — নবম তাধ্য। । । বলিছলন । শ্ৰীমদ্ভাগৱত অষ্টম স্বৰ্ষৰ অস্বৰ্গত । বলিছলন অষ্টম স্কন্ধৰ সাৰ বুলিব লাগে। । শঙ্কৰদেৱে ও কৈছে “অষ্টম স্কন্ধৰ সাৰ বলিক ছলন " শঙ্কৰদেৱে তেওঁৰ বলিছলন পুথিত ভাগৱতৰ কথাৰে ৰাঘল-পুৰাণৰ পৰা কিছু কথা মানি মিছলা ৰচনা কৰিছে বুলি কৈছে, —-“ভাগৱ: কথা ইটে। অমৃত সাক্ষাত। বামন পুৰাণ কচু, মিশ্র দিলে। তাত ॥” শস্কনদেৱৰ প্ৰচিত। ভাগৱতৰ আনবোৰ স্কন্ধৰ ৰচনা আদিৰ সম্পৰ্কে থি কোর গৈছে, এই পুথিৰ সম্পৰ্কেও সেই কথাই খাটে। এই পুথিৰপৰা । আমি দুই চাৰি ডোখৰ ইয়াত তুলি দিওঁ,—-বলিৰ ভয়ত ইদ্রাদি দেৱতাসকল পলাই বিজুবনত আছিলগৈ। , তাতে তেওঁলোক কেনে ভয়ভীত হৈ আছিল, সেই বর্ণন৷ চোৱ! —"আলোচি পশিল, গৈয়া বজুবন মাজে । কটক শারটে আবে বেক বেতৰয় । । চেন [ ১৩৫ ] নবম আধ্যা । ১৩ অৰণ্যত থাকি মুগুচয় ভয় ॥ মাত জানো পায় অ্যাসি লনৱ অশিষ্ট । একো থানে মুলুকায় দেৱতাৰ পিাথ আচম্বিতে যদিবা দেথয় মূঢ৷ গছ। দৈত্য বুলি পলাৱে নচ। হে আগ পাছ । পক্ষী যেবে উৰয় তাহাতে প্র।ণ তৰৈ । সপে'নতো সুখ নাহি দৈত্য আনি ধৰৈ ॥ না মাতন্ত ডৰে কথা কহ ঠৰে ঠাৰে। ৷ ৰাত্ৰি ভৈলে বজাই ফুৰন্ত যেন চোৰে ॥হস্ত ব্রগYি ! কতে৷ সন্ন্যাসী তপদী। ভিক্ষ। মাগি ফুপ্ত নগৰ গ্ৰাস পশি ॥ তৈত সখ । নেদেখত নাথাকয় থিৰে । কোন তুমি বোলৎস্ত শৱৰ দেও লিৰে । চোৰ চোৰ বুলি নগৰীয়া পাৰৈ গেৰি। পশই ত্ৰিদশে ফুলি বোকণ্ডিক এৰি ও হৰি হৰি আশে পলাইবাৰ পুৰা নাই । খাৰতো পয় যেন দেৱৰ বিলায় ॥ মাসেকতো কাৰে। তার এৰে নাহি ভে°ট। শুখাই গৈল শৰীৰ শঙত লগে পেট ॥ জঙ্কা মাত্ৰ আছে । কথমপি জীৱৈ প্ৰাণ । দিনগোট যায় এক যুগৰ সমান। ধূলি। ধূসৰিত তস্থ প্ৰেতৰ আকাৰ । কহন নযায় আৰ দেৱৰ বিকাৰ । পুতেকহঁতৰ দুখৰ কথা শুনি । অদিতিয়ে বিলাপ কবিছে: "পুপ্ৰশোকে ঝমক দেখন্ত দেৱ মাৱ। । কৰন্ত ক্ৰন্দন দেবী অতি দখ ৰাৱ ৷ হা পুস্ত্ৰগণ ভৈল হেনসে অৱস্থ। । প্ৰাণ ফুটে তোমাসাৰ শুনি জ:থ কথা ॥। উপজিলি পুতাট এন্থি নিকাৰক লাগি । কতনো ফুৰিবি পৃথিবীত ভিক্ষা মাগি । মই পাপিনীৰ । কিনো অভাগ্য কপাল । ত্ৰদশ দেৱৰ আৰ । নেদেখিলে । ভাল । দশ দিগপাল একেবাৰে অন্ত গৈল । । তবে দিতি সতিনীৰ। মন ৰঙ্গ ভৈল ॥ হৰি হৰি ইজ হাৰিয়াসৰ পূ তাষ্ট । কোন বিধি তোৰ হেন কৰিল বিলাই । যাৰ নিদ্ৰা নাগে তুলী সুবর্ণ খাটত । [ ১৩৬ ] ১৩৬ শঙ্কৰদেৱ । কেনে নিদ্ৰ। আসে অবে কেৱলে যা টত ॥ অসংখ্যত অ৷ সৰীগণে। ধৰে জালে । .. তাম্ৰাৱতী ৰঞ্জি বসি থাকা সি•হাসনে আবে লগ ভৈল অৰণ্যৰ পশুণে ॥ যাহাৰ মুখত আতি অমৃত মু'চে। । আবে ফল মূলে কেন মতে মুদ্ৰ। 'চে । ভিক্ষা মাগি ফুনা সবে তস্মীৰ পেশে। কতনো লিখিলে বিধি তোতোৰ লোটে । কত তাৰ বিপন্থি সঠিব শচী মই। জানি5ে1 জগতে তোৰ দ'ও । আগ ঘাই ॥ সৰ্ব সৌভাগিণ বাসৱং পটেশ্বৰী। পুতাইৰ লগতে তয়ো ভৈলি দেশাত্মণ। যাৰ নে ত gীত ফুল’ ভুথায় ভৰি । ভাবে ধোন বন ত ফুৰস কেন কৰি । ৷৷ ন.. তোমাৰ এতে ক থৈ । দেখি কেনে জ । । হেন মনে কনৌ কালকূট বিষ পি ৷” অদিতিয়ে নিজৰ স্বামী কণ্ঠ্যপক পুতেক হ তৰ দুখৰ কথা কৈ কাক্ষি উপ{স সোধাত কহুপ উভয় শঙ্কটত পৰিল ; কাৰণ দেৱতা- সকল ও তেওঁৰ সন্ধান অসুৰবিলংক ও তেওঁৰ স স্তান। । 'হে শুভূমি মত ঋষি, খাf তলন্ত বিমৰিষি, কিনো বিষ্ণু মাগ'ৰ প্রভাৱ । কৈব । দত কৈৰ জা, কৈত পাইল’ পুস্থ জায ॥। কণক কোনে বোলে। বাপ মাৱ ॥ সৱে সকলে । মি , তথাপি তাছাত ইsা, মোকে মৰি । বান্ধি আছে টান। কোন বুদ্ধি কৰেষ্ঠ। জ'ব, দেন দৈত্য যত সবে ভদ আছে মোহোৰ সস্থান । একদিকে হস্তা যাট, সাৰ দিকে গলে গাই', 'আবে মই ই ন কোন ভিতি ” বটৰে যেতিয়৷ বলিক তিনি পদব জেগায ভূমি দান পুজিলে ব'লয়ে তেওঁৰ 'অকিঞ্চিৎকৰ ভিক্ষ। লেখি ৈ তেওঁক তেতিযা ক’লে- — “যেন ভাগ্যৰতি দৰিদ্ৰ কোন জন।। কুবেৰক পায়া সিটে। । খোনে পুনৰণ। ৰত্নগাপ্যে পায়া যেন পাইলেক বিবুদ্ধি। বালিক । [ ১৩৭ ] নবম আধ্য ৩৭ নাৰত তোলে ৰত্নক স্মুথি " তেতিয় টুৱে বলিক কেন সুন্দৰ। উত্তৰ দিলে - “তিনিধেণ লোকত যত আছে ধান্য ধন । যত দিব্য নাথা আছে সুন্দৰী প্রেধান। স্বত শিষ্য ঘৰ বৰণ বহু অলঙ্কাৰ । সবেও সুপূৰে মন এক লুভিয়াব ॥ পৃপ গয় আদি কৰি ৰ'জ।। অপৰ্য্যন্ত । অর্থৰ তৃষ্ণাৰ কেহে ন'পাইলেক তম্ভ {। সপ্তদ্বীপা । পৃথিবা কৰিল৷ "অধিকাৰ । তথাপি তাৰ কেছো নাপহাসাক । পাণব । চান্দ্ৰয়ক দমি যিটো নকৰে আপোশ! সি পি মই তথা । যিটে। অল্পতে সন্তোধ । অসন্তুষ্ট প্রাণী নখণ্ডে সম । ত্ৰৈলোক্যৰ লক্ষ্মী পাইলে ন!'হ তাৰ ক্স }। বেহি পাৱে তাতে ই। তুষ্ট হোৱে । মন । তো দাস বি প্ৰধ তেজ বাটে অনুক্ষণ । সন্তোষে সমস্ত তে ণ ক থৰে প্ৰায় । মে জল পৰি ‘অ’গ্ন নি ফ্রা কহ • পায় । - কেনে দন কৰ উ"5 এ বিষয়ে শুক্রন লিক উপদেশ দিছে । “"rrট দান কৰন্তে বুণি হোৱে ছেদ কিছু পুণ্য নাতি “ছ। মা র পারে খেদ । জাfবক1 থাকিলে পাই সবে কৰ্ম্ম । প্রপাত দিনে সিজে দান তপ যজ্ঞ ধৰ্ম্ম ৬ শুনিয়োক বলি যেন শাস্ত্ৰৰ বহিত। প 2ট কৰি বিভেিব মঙ বিত্ত ॥ ধৰ্ম্ম অৰ্থ কাম শ পুত্ৰৰ নিদানে । তেবেসে থাকিবে পাত সুখে সরু স্থানে ॥” কেতিয়া নিছা । মাতিবে শপ নইর এ বিষযে দৈত্যগুৰু শুক্র উপদেশ হৈছে--“স্পতি বিবাহ প্রাণ শঙ্কটৰ বাদে । গো ব্ৰাহ্মণৰ । । আণে সম্মস্ব বিনাশে ।। এতেকতে মিছা মাতিলেও নাহি পাপ-.. কপটাক কপট কৰিলে নাঠি হানি চ তৎণ যেবে কীব লাশে উপায় হেন গুণ । আত্মাঘাত নকৰ মোহোৰ বুদ্ধি ওন ॥" [ ১৩৮ ] ১৩৮ শঙ্কৰদেৱ । গুকৰ এই উপদেশ । বলিয়ে মুগুনিলে ; আৰু মুঙনি তেওঁ তজু ৰ জোখেৰে সত্যৰ মান কহি কেনে উয়ৰ দিলে চোৱা— কিন্তু দান দিবো বুলি, তিল কুশ লৈলো হাত তুলি, সভাত কৰিলে। অঙ্গীকার । বিত্তৰ লোভত থাকি, বিমুথে পাঠাইবে। ডাকি, ব্ৰাহ্মণক কোন ব্যৱহাৰ । মই প্ৰহলাদৰ নাতি, ইয়া জীবে৷ মিছা মাতি, তেবে েন 'উচিত হবে মোৰ। অনাহবো বংশৰ নাম, কৰি গৰিহিত কাম, ঢেটন জুৰ; যেন চোৰ ॥ অসতাত পৰে পা , নাহি নাহি জানা বাপ, আপুনি কহিলা বস্নমতাঁ সবাকে । সহিবে পাৰে, "মসত্যবাদাত হানে। তাৰ ভৰে যাওঁ অধোগতি। নৰকত হোক বাপ, মৃতৃকো নকৰে ণ , ৰাজ। শ্ৰ সবে হোক নষ্ট । ইসে মে'গ্ৰ হৃদি খেদ, যেন দেৰি আশ ছেদ, ব্ৰ'ঙ্কণৰ হয় মনকষ্ট ॥" কি সুন্দৰ তেজস্থা স্বচন। কি 'আমণ । সতা 1 এই পুথিৰ ভণিতা ¢ আমাৰ শঙ্কৰদেৱে উপদেশ দিছে। “হেন জ।নি নৰলোক, পৰ হিংসা এবয়োক, অবিলম্বে মপোনাতে পায় ॥ যত দেখ ! তৃত প্রাণী, সবে বিষ্ণু হেন জামি, হিংসা এৰি কৰ। উপকাৰ !” কি উমাৰ জ্ঞালোপনে । বামনে তিনি পদ ভূমি দান লৈ তপদ থবলে মা পাহ, তৃতায় পদলৈ ঠাই নাপাষ্ট বণিক নাগপাশেৰে বন্ধাত কদৰ্থনা কৰিলে - “মাগ দিবে। বুলি ঘিটে। পাছে নেদে দান । ছঘোৰ ৰৌৰৱ নৰকত হোৰে স্থ'ন ॥ আগে দিবো বুলি কেনে কৈণি মঙ্গাকাৰ ॥ অসত্যধাদাৰ তোৰ জীবন নিস্ফল।” ইয়াৰ উঘৰত বলিৰ 'ক অতি ওখ খাপৰ তেজা উত্তৰ :-–“ত্ৰৈলোকৰ লক্ষ্মা । [ ১৩৯ ] নবম অধন ৩৯ প্রেছ কাটি লৈলা ছলে ॥৷ গৰুড়ৰ হা ে পুত্ৰ বন্ধাই আছ বলে ॥ শশণো৷ে ইসব উখক গাৱে সতে । বুলিলা অসত্যাবাদী ইসে । দেহা দহে ॥" বামন তৃতীয়। পদ থবলৈ ঠাহ নাই দে{থ বলিযে কলে ‘মাৰাপাতি দেও হেন নাথ নাৰাযণ ॥ rথার । পাব শিৰ। মাষ লে'। অঙ্গীকাৰ ॥ • "ভাল ভৈল গ্ৰ' গষ্য মতবিষ । নিঃকিঞ্চন ভৈলে। তাত অধিক হৰিধ ॥ এ , দূৰ কৰি ‘কনে । কৰিলা আলাদ বান্ধ নোহে ইটো মোৰ পদ্ম প্ৰসাৰ "’তক বুলিল। মোৰ নলবে মতিক তোমাৰ ক্ৰোধক দেখো পাতা অধিক / .. যন্তাপি অভ্রানী মই নাজানে ভকতি। •থাপি তোমাৰ প্ৰ ; তাৰ গুনি ॥" ধন বলি । ধন্য তোমাৰ 5’গ্ৰ ত্র। ককাক প্রলাদে বলিব দুৰ্গতি দেখি “মহামান্য চক্ষুৰ। পথাৰ খোজে শনী ॥ জ্ঞ।ন-ঘৈঘা-তাম্বুশে ধৰন্ত চিত্ত টানি । বলিক নুবলি কিছু বচন আশ্বাস। । ধাৰে ধীৰে চলিলন্ত মাধৱৰ। পাশ । প্ৰভুক প্রত্যক্ষ দেখি বৈষর প্রাধ ( শিহৰিল লোম ব। শৰীৰ আহলাদ ॥ নযনৰ পৰাপৰে হৰিষে লোতক। দণ্ডৱতে পৰি প্ৰণামিলা মাধৱক ৫.. ...তুমি দিলা বলিক ত্ৰৈলোক বা জ। ভাৰ তুমি কাঢ়ি লৈলা আত হৰিষ মামাৰ { গন্ধৰ গুচাওঁ বলিক কৰিলা বৰ দয। { আতি এন্ধ কৰে পুৰুষক শ্ৰী মায। ॥ শ্ৰী যাক পাইলে সিটো জীবস্ততে মৰা । মাতন্তে নামাতে যেন আতুৰ নপৰা | শুনিয়ো মুগুনে যেন বসি থাকে । কল। । দেখিয়ো নেদেখে যেন দিনতে অন্ধলা । কোন নো [ ১৪০ ] ১৪ • শঙ্কৰদেৱ অৱস্থা নকৰয় ক্ৰ) চাদে । শ্ৰীপাহলে পাৰে তাক পৰম আপদে ॥ তুমি হেন স্বামীক পশৰে হতবুদ্ধি । গাজি বলি পাগলে অৱ বাাধিৰ ঔষধি ॥* হ বলিৰ কককৰ নচিন। কথা ॥ ন “লৰ ঘৈণায়েক বিন্ধা পলী ও বলি - উপযুক্ত স্বা॥! তেত। বামনৰ আগত স্বামীৰ হকে কাকৃতি ক“মোৰ স্বামী । দৈত্যপ' , দেখ কেন মূঢ়মও “ভা দ্ভ নাহিক একে জ্ঞান । বৈষ্ণৱৰ নাতি হুই বেংলে ত ে কোন খুন, ৰঘুক ত্ৰৈলোক্য কবে। । তুমিসে জগত-গু), এrহাগ দিবাৰ কৰ্ত্তাঅ্যান। দা: বা ধরন ত্ৰৈলোক্য হচে তাহষ্কা"যে• মাথ। মূল গান , ধাৰে, মতশয় পীড়। কাক লেখক । । জ'মহামুখ জানি, গণ কব 1 ১ ঐ প্লে« Fত্যু "" ? ক1ে সে । 'স•ৈ < বাপু স্ ্য ফলত, দান্তে তৃণ তুলি () হ'ব মে ঘেললো গামারু ত্বোয় , যার প্রাণ ব'+ মন, ভেদ না , দেন। মহ শন: জ্য ও “ । ক ॥ . ভ মণি মাছকোপ, গন্ধ এএf 1 । বন্ধ। মেচত মাহ প্র - স্ক'বশ । , পদ শ্ব বলিক বাম’ন বমোপা দি ংে তয়। সভা পা বহল, তেতিয়া ে তে% কম ব‘মাক ভযান নওগ কছিল, তাৰ কাৰণ। কবলৈ শ ধৰিলে । —“মে ' সন্ধু প্রা¢ সে যার প্রতি ॥ পিনৰ হবে। মন দুখ্য সম্পা। প্রথম প্রজন ভিাtৱ ধনব গত । কেকে। ন 'মানে, মোক ন লবে মন । কিশো সত্যবাদী zলি দেগি প্রত্যক্ষ । ৭ৈ তাৰ মধাত ১ টে মট) পুৰুষেক ॥ সবাতে) অধিক মাত মেত মোৰ মাক ॥ জিনিলেক বলি মোৰ তযু মায়াক।। ত্ৰৈলোক্য কাটিৰে ভণে লৈলে। ফন বিত । [ ১৪১ ] নাম আধা । ১৪১ } . হাতে গলে লন্দি ওখ দিবে1 বিপৰা ত! একেশ্বৰ ভৈল সবে। জ্ঞাতিয়ে এৰিল। । শুক্রৰ বাক্যত ইটো সত্যক মেৰিল । | শঙ্কৰ গান্তত পৰি নিশঙ্ক হৃদঘ । অনেক ৩ৎ সি'ল। দৰ*শ? পৃেৎ মততিয় । ছল বাদে শিক্ষিয়া জ্বালিলে। নহাস । থ-পতে! বৰি নেৰিগ্য সাধয় ॥. ...তাহোৰ ভকতি মে। কফিনে তদীন মোকে সব fw ৩.") ৭ 1 গুগ নামঘ সৃণ ॥ সাত শৰে তোৰ কৰে । বিf :ণ। ॥। ব মোৰ এৰা এৰি না'হ (ডি ধ ন । ক আকৌ ন হৰি বুলি বামনে ক’লত ব"( বামনক কৈ - ‘ঈন:ষ্ট ইত্ৰ হুইবি হেন বাললা বচন হাতধে গতি উদল্পিত । ব" মন । সটে। প্র/ ম + অ ল কপি ক মন খে ন উব ৰ পদত "হি গ । নৈ প{ শশিখ •োমাত ভকতি। নুবু'জলে। প্রভৃহে টে। কোন নন' । বান্ধ গুচাই দু• াই যেন দবে পোঙ্গা কু । ॥ .. ম'গ থা fি, পিবোহে। তোমাৰ চৰণ ॥ ৱা ন কয়। উযে । তোমাৰ লৈবো নাম । গাউৰ ইন্দ্ৰ পৰ,ে ত৷ যেহেৰি ম{হি কাম ?” এ কথা শুনি বামনৰাপী বিষ্ণুরে কলে –“কি কৰিবে আউৰ তোক ইন্দ্ৰ পদ পায় ॥ মোৰ চণত ভৈল মতি চমতি । স্বৰ্গভো" ভুঞ্জোt৩ও লভিবি । মুকুতি । যিটো পুণ্য কৰি আছ ভূঞ্জিলেদে ক্ষয় । কৈত শুনি আছ ভকতৰ ভয় আছে । কৰে গদা ধৰি ৰাখি ফুৰে। পাচে পাছৈ ॥ একে। কালে নেৰে যেন শৰীৰক ছায়া ।” কীৰ্ত্তনঘোষাত যি ছোৱা৷ বলিছলন দিয়া হৈছে, সি এই বলিছলন পুথিৰ শেহৰ পাঁচ আধ্যা ॥ ~~ ~ তে

দিব্য দত্ত (talk) ১৪:৩২, ২৯ জানুৱাৰী ২০১৮ (IST)