সকলোবোৰ ৰাজহুৱা সূচী
ৱিকিউৎস সকলো ল’গৰ সন্মিলিত প্ৰদৰ্শন । আপুনি ল’গৰ প্ৰকাৰ, সদস্যৰ নাম বা পৃষ্ঠাটোৰ নাম নিৰ্বাচন কৰি প্ৰদৰ্শনটোৰ আকাৰ সৰু কৰিব পাৰে ।
- ২১:৫৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "_আৰু সাৱলীল, কথাবোৰ অন্তৰৰ পৰা কৈছিল। তেওঁ ভাৰতীয় আধ্যাত্মিক চিন্তা-ধাৰাৰে প্ৰভাৱিত ব্যক্তি। “মই ভাৰত স্কাউটচ্ এণ্ড গাইডচ্ অনুষ্ঠানটোৰ ষ্টেট্ চীফ্ কমিছনাৰ আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২১:৫৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দহ বিভিন্ন জনৰ দৃষ্টিত [বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত ইন্দিৰা মিৰিৰ সংস্পৰ্শলৈ অহা কেইগৰাকীমান গুণী-জ্ঞানীলোকৰ লগতে পৰিয়ালৰ দুই এজনৰ বক্তব্য এই অধ্যায়ত স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২১:৫৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "থাকিলে শৰীৰৰ ক্লেশ-ক্লান্তিও কিছু লাঘৱ হয় নেকি? প্ৰশ্নঃ- আপোনাৰ বয়স ইতিমধ্যে নব্বৈ বছৰ পাৰ হ'ল। বয়স অনুপাতে আপোনাৰ স্বাস্থ্য বেছ ভালে আছে। দৃষ্টিশক্তি, চিন্তা-..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২১:৫১, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অন্তৰ অন্তবতম স্থলত সকলো অৰ্থলিপ্সাৰ আঁৰত এখন সুখৰ সংসাৰৰ সপোন নিশ্চয় অভিভাৱক আৰু ছোৱালীয়ে নিজেও দেখে। যাব চাকৰিব নিতান্ত প্ৰয়োজন তেনে ছোৱালীয়েহে চাকবিত ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২১:৫০, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আদি খ্ৰীষ্টিয়ান বিষয়াসকলৰ মতে ভাষাৰ শুদ্ধ উচ্চাৰণৰ বাবে ৰোমান লিপিহে অধিক গ্ৰহণযোগ্য। কিন্তু ইন্দিৰা মিৰিয়ে যুক্তি দিছিল যে উচ্চাৰণৰ শুদ্ধতাৰ বাবে দেৱনাগৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২১:৪৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৯৫৫ চনত পাঠ্যপুথি উৎপাদন শাখা এটা খোলা হৈছিল। শিক্ষা বিভাগৰ ঘাই অফিচ আগৰ বছৰতে শ্বিলঙলৈ স্থানান্তৰিত হৈছিল যদিও পাঠ্যপুথি উৎপাদন বিভাগটো নৱ নিযুক্ত উন্নয়ন আয..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২১:০৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৭ (লিখা নথকা) টেগ্: লিখা নথকা
- ২০:৫৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ককাদেউতা আৰু নাতি-ল'ৰা 398.2 BEZ-K লক্ষ্মীনাথ বেজবৰুৱা জ্যোতি প্ৰকাশন পাণবজাৰ, গুৱাহাটী-১" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৮, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "থাকে কোন? অসমক ৰাখে কোনে? অসমীয়াই ৰাখিব লাগিব অসমক জীয়াই,অসমীয়া ভাষাৰে আৰু অসমৰ মাটিতে শিৰ দোঁৱাই। গতিকে অসমৰ ইংৰাজী স্কুলত অসমীয়া ভাষা শিক্ষাৰ সুদৃঢ় ব্যৱস্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৮, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ব্যৱহাৰ হব। নেফাৰ শিক্ষা বিভাগৰ পৰা কেইজনমানক ৱাৰ্দ্ধাৰ সেৱাগ্ৰাম আৰু দিল্লীৰ জামিয়া মিলিয়াত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লবলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ল। তাহান..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৮, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "যদি নিজৰ নিকটতম জ্যেষ্ঠজনৰ কৰ্ম্মনিষ্ঠা অনুকৰণ, অনুশীলন কবে তেতিয়া হ'লে নিষ্ঠাব সাধনাই শিক্ষাৰ অধোগতিত সামান্য ভাৱে হলেও যতি পেলাব নেকি? গীতাৰ বচন - “যদ্ যদাচবতি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডাইৰেক্টৰ পদত অধিষ্ঠিত হৈছে। অলপতে তেওঁৰে কন্যা ইন্দিৰা মাল'ই আই এ এছ পাইছে। কোৱা বাহুল্য, ইন্দিৰা মিৰিৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁ নিজ কন্যাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পাহাৰ এৰি শদিয়া অঞ্চল ভৰি পৰিছিলহি। দুৰ্গতসকলক শদিয়া চৰকাৰী হাইস্কুল আৰু শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰত থকা-খোৱাব ব্যৱস্থা কৰি দিয়া হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ন উত্তৰ বিচাৰি [ অভিজ্ঞা শিক্ষাবিদ্ ইন্দিৰা মিৰিক শিক্ষা, সমাজ সম্পৰ্কীয় ও ব্যক্তিগত কেইটামান প্ৰশ্ন কৰা হৈছিল। তেওঁৰ লিখিত দীঘলীয়া উত্তৰ হুবহু প্ৰকাশ কৰা হ'ল - -..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ছয় দুৰ্যোগৰ ক'লা ছাঁ ১৯৫০ চনটো অসম তথা নেফাব বাবে এটা অভিশপ্ত বছৰ বুলিব পাৰি। সেইটো বছৰৰে ৫ আগষ্টৰ বাতি অবিভক্ত অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তেওঁৰ গোসাঁই ঘৰত নামঘোষা, কীৰ্ত্তন, গীতা, উপনিষদ, ভাগৱত, বাইবেল, ব্ৰাহ্ম সংগীত আদি বিভিন্ন পুথি আছে। নামঘোষা তেওঁৰ প্ৰিয় গ্ৰন্থ। প্ৰাৰ্থনাৰ শেষত গাখীৰ কল,জলপানেৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ইন্দিৰা মিৰিয়ে ভাগৱতী প্ৰমুখ্যে আমাক তেওঁৰ শিক্ষা অনুষ্ঠানলৈ নিমন্ত্ৰণ দি আগবাঢ়ি যায়। দুই তিনি ঘণ্টাৰ ভিতৰতে তেওঁ যিটো আয়োজন কৰি প্ৰায় দহ বছৰীয়া আদি ল'ৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সেয়া শ্ৰীমতী মিৰিৰ যুক্তিত তেওঁৰ লগত যোৱা ছয় সাত বছৰ ধৰি থকা সুখু নামৰ আদিবাসী সম্প্ৰদায়ৰ ল'ৰাজনেও এতিয়া মটৰ মেকানিকৰ কাম শিকি আছে। ইন্দিৰা মিৰি আৰু ৰজনীকান্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:২৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "নাঁৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ তিমাই নামে ঠাইত বাতিটো খপি পিছদিনা প্ৰত্যুষতে পৰশুৰাম কুণ্ডত পূত চিতা ভষ্ম বিসৰ্জ্জন দিছিল। দিহিং সত্ৰাধিকাৰে সেই অনুষ্ঠানত পৌৰোহিত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৮, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শিলপুখুৰী অঞ্চলৰ পৈত্ৰিক মাটিত সেনাপতি পৰিয়ালৰ ভাই-ভনী-ভতিজাসকলৰ অধিকাংশই ওচৰা ওচৰিকৈ বাস কৰে। ইন্দিৰা মিৰি তেওঁলোক আটাইৰে বাবে ভৰষাৰ থল – friend, philosopher and guide. কোনোবাজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তেনে ভক্তিমূলক গীত- মাত সাদৰে গ্ৰহণ কৰিছিল। কিন্তু পিছলৈ দিল্লীৰ পৰা নিৰ্দ্দেশ আহিছিল যে ‘ৰঘুপতি ৰাঘৱ' ৰ ঠাইত স্থানীয় গীত-মাত, প্ৰাৰ্থনা মন্ত্ৰ আদিহে গোৱাব লাগে।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দিছিল; ভুবনেশ্বৰ বৰুৱা স্বয়ং বৰকৰ্ত্তা আছিল”। মহীচন্দ্ৰৰ জ্ঞাতি ভাইসকলে তেওঁ অন্ত্যজাতিৰ ছোৱালী বিয়া কৰাবলৈ ওলোৱাত তেওঁলোকৰ ঘৰখনকে এঘৰীয়া কৰিবলৈ ওলাইছিল; প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভাষালৈ ৰূপান্তৰিত কবিবলৈ হ'লে লিপিৰ আৱশ্যকতা অপৰিহাৰ্য্য। ইন্দিৰা মিৰিব পৰামৰ্শক্ৰমে নেফাৰ শিক্ষা বিভাগে অসমীয়া লিপিকে গ্ৰহণ কৰিলে। শিশুসকলৰ শিক্ষা সহজসাধ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "উৎসৱ-পাৰ্ব্বনতো সেই গাঁৱৰ শিক্ষকজনে সক্ৰিয় ভাৱে যোগ দিছিল, গঞা ৰাইজৰ বিপদে আপদেও তেওঁ মাতষাৰ দিছিল। ফলস্বৰূপে, ৰাইজে শিক্ষকজনকো ৰাইজৰে এজন বুলি আকোৱালি লৈছিল আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তেওঁক তেৰতোলা সোণৰ এধাৰ বকুল ফুলৰ মালা আৰু এযোৰ দামী কাপোৰেৰে বিদায় সম্ভাষণ জনালে। পিছত বিয়াৰ সময়তো ইন্দিৰালৈ মূল্যবান উপহাৰ পঠোৱাত বাদেও শ্বিলঙৰ পৰা গুৱাহা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভয়ত গা মূৰ ঢাকি যাবলগীয়া হৈছিল। কেতিয়াবা দুই তিনিদিনৰ মূৰতহে তেওঁলোকে গন্তব্য স্থান পায়গৈ। পূৰ্ব্বতে শিক্ষা-বিষয়াই খবৰ দি থোৱা মতে গাঁৱৰ লোকসকল এঠাইত গোট খ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তিনি জীৱনৰ কক্ষটি শিলত প্ৰাচীন ভাৰতৰ ছাত্ৰ সকলে জ্ঞান আহৰণৰ স্বাৰ্থত গুৰু গৃহত বাৰ বছৰ কটোৱাৰ দৰে ইন্দিৰা সেনাপতিয়েও পঢ়া শুনাৰ বাবে কলিকতা মহানগৰীত এটা দশকৰো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ইন্টামিডিয়েট শ্ৰেণীত তেওঁৰ বিষয় আছিল অঙ্ক, সংস্কৃত আৰু লজিক, স্নাতক শ্ৰেণীত আছিল দৰ্শন আৰু সংস্কৃত। ইংৰাজীত অনাৰ্চ লৈছিল যদিও পৰীক্ষা দিয়া নহ'ল। স্কুলত মাতৃভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:১২, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "স্কুলত ইন্দিৰাৰ সবাতোকৈ প্ৰিয় বিষয় আছিল অঙ্ক। মাতৃভাষা হিচাপে বঙলাকে পঢ়িছিল। সেইকালৰ শিক্ষা ব্যৱস্থাত গৃহ-শিক্ষকতাৰ কোনো ধাৰণাই সোমোৱা নাছিল; বিদ্যালয়ৰ শি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৮, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আৰু পৰবৰ্ত্তী জীৱনত বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল। ব্ৰাহ্ম গাৰ্লচ স্কুলৰ পোনে পোনে ৰাস্তাটোৰ সিফালে আছিল ছায়েঞ্চ কলেজ আৰু বিশিষ্ট বিজ্ঞানী চাৰ জগদীশ বসুৰ ঘৰ। তাল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এবছৰ পিছত আমাৰ পৰিয়াললৈ এক কাল দুৰ্যোগৰ অন্ধকাৰ নামি আহিল। ---- - ১৯৩৯ চনৰ জুলাই মাহত দাদাৰ আকস্মিক মৃত্যুৰ পিছত শোকাকুল দিশহাবা বৌদেৱে তেওঁৰ তিনিবছৰীয়া পুত্ৰ, এব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৭, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পাঁচ পোহৰৰ অভিযান ১৯৪৮ চনৰ শেষৰ পিনে শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰৰ দহজনীয়া প্ৰথম দলটোৰ প্ৰশিক্ষণ সমাপ্ত হয়। তাৰ পিছতে আৰম্ভ হ'ল পোহৰৰ অভিযান— পাহাৰত স্কুল স্থাপনৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৬, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অপূৰ্ব্ব প্ৰাকৃতিক শোভা দেখুৱাবলৈ উলিয়াই লৈ গৈছিল। সেইকালত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠা নাছিল। সেইখন স্কুলৰ শিক্ষা সাং হোৱাত তেওঁক জেইলৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ধাৰণ কৰিলে আজিলৈকে তাৰ পৰা তিলমাত্ৰও ইফাল সিফাল নহ'ল। অ’লৈ তলৈ গলে কাচিৎ উকা পাটৰ মেখেলা এখন পিন্ধে যদিও তেওঁৰ সৰ্ব্বকালৰ সাজ হ'ল বগা পলিন কাপোৰৰ মেখেলা, উকা পাৰিৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। ৰাজ্যপালৰ উপদেষ্টা এন কে কস্তম্জীৰ সভাপতিত্বত বহা সেই সন্মিলনত পোন প্ৰথমবাৰৰ বাবে নেফাৰ ৰাইজক নেফাৰ বাবে হাতত লোৱা শিক্ষা আঁচনি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কাম কৰা শিক্ষক আৰু অফিচ ষ্টাফকো খুব ভাল ব্যৱহাৰ কৰা দেখিছিলোঁ। সেই দৰে তেওঁলোকেও বাইদেউক খুব ভাল পাইছিল। পেলায়। আজিও অৰুণাচলৰ ৰাইজে বাইদেউক পাহৰা নাই। আই মিৰি ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৫, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শ্বিলং গুৱাহাটীৰ দুয়োখন ঘৰৰ মাজতে ইন্দিৰাৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল। তেওঁলোকৰ তেৰটা ভাই-ভনীৰ উপৰিও বিধৱা জেঠায়েকৰ ল'ৰা ছোৱালীও সেইখন গৃহস্থীতে ডাঙৰ দীঘল হ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "স্বাভাবিক গুণ।” নাৰীৰ সামাজিক, শৈক্ষিক উন্নয়ন আৰু সনাতন ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ- দুয়োটা দিশত সমতা ৰক্ষা কৰি মহিলাসকল আগবঢ়াব সপক্ষে তেওঁ মত পোষণ কৰে। ইন্দিৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(P.T.) প্ৰশিক্ষণ দিবলৈ ‘আসাম ৰাইফল্চ’ৰ অভিজ্ঞ সৈনিক এজনকে দায়িত্ব দিয়া হৈছিল। জনজাতীয় দোৱান শিকোৱাৰ বাবে লোৱা হৈছিল কেইজনমান স্থানীয় জনজাতীয় লোক। কোনজন প্ৰশ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দুই শৈশৱৰ আঁত ধৰি যৌৱনলৈ গুৱাহাটীৰ পূৱ প্ৰান্তত অৱস্থিত শিলপুখুৰী অঞ্চল নগৰখনৰ অতি পুৰণি অঞ্চল সমূহৰ অন্যতম। আজিৰ পৰা প্ৰায় আঢ়ৈ শ বছৰ পূৰ্ব্বে ১৭৫২ চনত আহোম ৰজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০৩, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৰা, পাঠটোকা সময় মতে প্ৰস্তুত কৰা, শিক্ষাৰ আহিলা পাতি নিজে প্ৰস্তুত কৰি বিষয়- শিক্ষকক সময় মতে দেখুওৱা আদি কথাত গুৰুত্ব দিছিল। তেখেতৰ সুদক্ষ পৰিচালনাত সচাকৈয়ে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০২, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমত দুৰ্লভ। পৰিস্কাৰ-পৰিচ্ছন্নতা, নম্ৰ-ব্যৱহাৰ, বিবিধ গছ-ফুলেৰে ঘৰ-বাৰী চকুত লগাকৈ ৰখা, ভাল সঁচৰ গৰু-গাই পোহা, সংগীত-চৰ্চা – সকলো সেনাপতি পৰিয়ালৰ আকষৰ্ণীয় লক্ষণ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০২, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আঠ সৰু সৰু কথাৰে বাগ্মিতা ইন্দিৰা মিৰিৰ এক ঈশ্বৰ প্ৰদত্ত গুণ বুলিব পাৰি। স্কুল আৰু কলেজীয়া জীৱনত সংস্কৃতৰ ছাত্ৰী এই মহিলা গৰাকীৰ সংস্কৃততো দখল আছে। গীতা, উপনিষদ,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০২, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "টি ৰ পাঠ্যক্ৰম পৰিবৰ্ত্তন সম্পৰ্কে পতা এখন সভাত বাইদেউক প্ৰথম লগ পাইছিলো। ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সভাপতিত্বত বহা সেই সভাখনত বাইদেৱে আগবঢ়োৱা পৰামৰ্শ ড° বৰুৱা চ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০২, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সেই মূল্যবান প্ৰৱন্ধকেইটিয়ে বিগত শতিকাৰ চতুৰ্থ দশকত নেফাত প্ৰৱৰ্ত্তিত শিক্ষা পদ্ধতিৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰিছে। তেনে এটি প্ৰৱন্ধৰে এঠাইত শিক্ষক-প্ৰশিক্ষ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ২০:০১, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "একেলগে খোৱা-লোৱা কৰাৰ নিয়ম সেইকালত নাছিল। গতিকে তেনে ছাত্ৰসকলে খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলবোৰত থকা খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। সেনাপতি ডাঙৰীয়াই মিছ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৯:৫৯, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু অৱশেষত অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকৰ পদৰ পৰা অৱসৰ লয়। দ্বিতীয় সন্তান শান্তি নিকেতনৰ স্নাতক শ্ৰীমতী চপলা মিৰিয়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৯:৫৯, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আটাইকেইটা পৰামৰ্শ মানি লৈছিল। - শিক্ষাৰ আঁচনি সম্পৰ্কে প্ৰতিবেদনত কোৱা হৈছিল যে - (১) শিক্ষাৰ মূল লক্ষ্য হব লাগিব জীৱন আৰু জীৱিকা। আৰ্থ-সামাজিক দিশত অতি পিছ পৰা জনজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৯:৫৯, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ইন্দিৰা বাইদেউক মনোনীত কৰি থৈছে। স্থানৰ সমস্যাটো বাইদেউৰ লগত আলোচনা কৰোঁতে বাইদেৱে তেখেতৰ থকা ঘৰৰ আহল-বহল ডাঙৰ কোঠাটোতেই নাম ভৰ্ত্তি আৰু প্ৰথম শ্ৰেণী কেইটা আৰম্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৯:৫৯, ১০ জুন ২০২৪ অনামিকা(চুমু) বড়া আলোচনা বৰঙণি created page পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তলত সমবেত কৰিলে। এইসকলক সংগঠিত কৰি অসমত যি Depressed Class Association গঢ় দিয়া হৈছিল সেই সংগঠনৰ তেওঁ সভাপতি আছিল। ভাৰতীয় শাসন-তন্ত্ৰত বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব বিবেচন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই