সদস্য:Bishnu Saikia/বেটুপাত
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ২,৮৭১ টা লেখা আৰু ৬১৯ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
|
জানুৱাৰী মাহৰ নিৰ্বাচিত লেখা
বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
লেখক : হিৰণ্ময়ী দেৱী(২০২০)
১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল।
নতুন লেখাসমূহ
- ভটিমা (লেখক: শংকৰদেৱ)
- কুৰুক্ষেত্ৰ কাব্য (লেখক: শংকৰদেৱ)
- ভক্তি-ৰত্নাৱলী (লেখক: মাধৱদেৱ)
- নীতি-শিক্ষা (লেখক: পদ্মনাথ গোহাঞি বৰুৱা, ১৮৯৭)
- দীপ্তি (লেখক: দণ্ডিনাথ কলিতা, ১৯৩৯)
- বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি (লেখক: হিৰন্ময়ী দেৱী, ২০০১)
- কাব্য-কলি (লেখক: তুলসীচন্দ্ৰ হাতীবৰুৱা, ১৯১৬)
- তৰ্পণ (লেখক: ৰত্নকান্ত বৰকাকতী, ১৯৪৭)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
মেটা-ৱিকি ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
ৱিকিপিডিয়া মুক্ত বিশ্বকোষ |
ৱিকি-অভিধান অভিধান আৰু সমাৰ্থক শব্দকোষ |
ৱিকিগ্ৰন্থ মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
কমন্স অংশীদাৰী মিডিয়া ভঁৰাল |
ৱিকিউদ্ধৃতি উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
ৱিকিপ্ৰজাতি জীৱপ্ৰজাতি নিৰ্দেশিকা |
ৱিকিসংবাদ মুক্ত উৎসৰ বাতৰি |
ৱিকিবিশ্ববিদ্যালয় মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |