লেখক:শংকৰদেৱ
←লেখকৰ তালিকা | শংকৰদেৱ (১৪৪৯–১৫৬৮) |
![]() |
![]() | শ্ৰীমন্ত শংকৰদেৱ একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।
কাব্যসম্পাদনা কৰক
ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসম্পাদনা কৰক
- ভক্তি প্ৰদীপ
- ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত)
- নিমি-নৱসিদ্ধ সংবাদ
- অনাদি পাতন
অনুবাদমূলক গ্ৰন্থসম্পাদনা কৰক
- ভাগৱত প্ৰথম, দ্বিতীয়
- দশম স্কন্ধৰ আদিছোৱা
- দ্বাদশ স্কন্ধ
- ৰামায়ণৰ উত্তৰা কাণ্ড
অঙ্কীয়া নাটসম্পাদনা কৰক
গীতসম্পাদনা কৰক
নাম-প্ৰসঙ্গৰ গ্ৰন্থসম্পাদনা কৰক
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )