ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা/সংৰক্ষণ/২০১৯

অসমীয়া ৱিকিউৎসৰ বাবে "Find and replace"সঁজুলি সম্পাদনা কৰক

অনুগ্ৰহ কৰি আৰু স্বাক্ষৰ নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিউৎসৰ বিকাশত গুগল "OCR" সঁজুলিয়ে যথেষ্ট সহায় কৰিলেও ই ১০০% শুদ্ধ নহয়। বাংলা "র"ৰ দৰে ভুল প্ৰুফৰিডিঙত শুধৰাব পাৰি, কিন্তু "র" যুক্তাক্ষৰত থাকিলে ধৰিব নোৱাৰি। OCR কৰা পৃষ্ঠাবোৰত শ শ "অ+‘া'= আ" জাতীয় ভুলো আছে। ৱিকিউৎস সম্পাদকত থকা সাধাৰণ "find and replace" সঁজুলি আৰু বাহিৰা সঁজুলিৰে ইমানবোৰ কৰা অসুবিধা। গতিকে আমাক এটা গেজেট আৰু ব'টৰ প্ৰয়োজন। সাধাৰণ সদস্যসকলে গেজেট বুটামৰ জৰিয়তে এইবোৰ শুধৰাব পাৰিব আৰু মাজে-সময়ে কাৰিকৰী জ্ঞান থকা সদস্যই ব'ট চলাব পাৰিব।

ইউনিক'ড ভুলৰ উদাহৰণ ইয়াব দেখিব। (উৎস পৃষ্ঠা: পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৪)

শুধৰাবলগীয়া আখৰবোৰ ইয়াত পাবGitartha.bordoloi (talk) ২১:১৯, ২২ জানুৱাৰী ২০১৯ (IST)[উত্তৰ দিয়ক]

হয় (yes) সম্পাদনা কৰক

নহয় (No) সম্পাদনা কৰক

মন্তব্য সম্পাদনা কৰক

ওপৰৰ আলোচনামৰ্মে Indic-TechComক এটা গেজেটৰ বাবে অনুৰোধ কৰা হৈছিল। তেওঁলোকে এটা সাজি উলিয়াইছিল যদিও পাছত উপলব্ধি কৰিলোঁ যে ৱিকি পৃষ্ঠাত য়, ড় আৰু ঢ় শুধৰাব নোৱাৰি। পৃষ্ঠা সঁচাৰ লগে লগে সেইবোৰ ফুট লগা য, ড আৰু ঢ হৈ যায়। গেজেটৰ স্ক্ৰিপ্টতো সেইকাৰণে ভুল আখৰকেইটাই থাকে। Indic-TechCom গেজেটে সেইবাবে ভালকৈ কাম কৰা নাই। অন্য OCR ভুলবোৰৰ বাবে দিব্য দত্তই গেজেট এটা প্ৰস্তুত কৰিছে। সেইটোকে পৰীক্ষামূলকভাৱে সকলো ব্যৱহাৰকাৰীৰ বাবে সংযোগ কৰা হৈছে (সম্পাদনা ক্ষেত্ৰৰ ওপৰত ৰঙাকৈ "ৰ" এটা দেখিব)। কিবা ত্ৰুটি দেখিলে ততালিকে জনাবলৈ অনুৰোধ কৰিলোঁ। Gitartha.bordoloi (talk) ২১:৫০, ১৪ ফেব্ৰুৱাৰী ২০১৯ (IST)[উত্তৰ দিয়ক]

অসমীয়া ৱিকিউৎস কৰ্মশালা সম্পাদনা কৰক

অনুগ্ৰহ কৰি আৰু মন্তব্য নকৰিব। আলোচনা সমাপ্ত হৈছে।

CIS-A2K সংস্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এখন অসমীয়া ৱিকিউৎস কৰ্মশালা পাতিবলৈ ঠিৰাং কৰা হৈছে। প্ৰথমে মাৰ্চ মাহত পতাৰ পৰিকল্পনা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ এয়া এপ্ৰিল/মে' মাহলৈ পিছুৱাই দিবলগীয়া হ'ব। এই কৰ্মশালা দুই দিনীয়া আবাসিক প্ৰশিক্ষণ অনুষ্ঠানৰ ৰূপত হ'ব। এপ্ৰিলৰ তাৰিখ ল'ব খুজিলে সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতহে ঠিক কৰিব পৰা যাব। মে' মাহত হ'লে এই সমস্যা নাথাকে। ইয়াৰ বাবে সন্মানীয় ৱিকি সদস্যসকলৰ সমৰ্থন আৰু মতামত আহ্বান কৰা হৈছে। আপোনাৰ স্বাক্ষৰৰ বাবে লগিন কৰাৰ পাছত চাৰিডাল টাইল্ড (~) ব্যৱহাৰ কৰিব। Gitartha.bordoloi (talk) ১৯:৪৭, ৪ মাৰ্চ ২০১৯ (IST)[উত্তৰ দিয়ক]

এপ্ৰিলত পতাৰ সপক্ষে সম্পাদনা কৰক

মে'ত পতাৰ সপক্ষে সম্পাদনা কৰক

মতামত সম্পাদনা কৰক

  1. সন্মত - অনামিকা(চুমু) বড়া (talk) ০০:৩৭, ৬ মাৰ্চ ২০১৯ (IST)[উত্তৰ দিয়ক]
  2. কৰ্মশালাখনৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে৷ যদি অসমত সাধাৰণ নিৰ্বাচন ২০ এপ্ৰিলৰ ভিতৰত শেষ হয়, তেন্তে এপ্ৰিলৰ শেষ সপ্তাহত কৰ্মশালাখন পাতিব পৰা যায়; অন্যথা মে'ত৷ - Babulbaishya (talk) ১৪:৩০, ৬ মাৰ্চ ২০১৯ (IST)[উত্তৰ দিয়ক]
  3. কৰ্মশালাখন অনুষ্ঠিত কৰিব লাগে। - দিব্য দত্ত (talk) ১৬:২৭, ৬ মাৰ্চ ২০১৯ (IST)[উত্তৰ দিয়ক]
  4. মোৰ সমৰ্থন আগবঢ়াইছোঁ। IKHazarika (talk) ০০:২৩, ৭ মাৰ্চ ২০১৯ (IST)[উত্তৰ দিয়ক]

প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা সম্পাদনা কৰক

অনুগ্ৰহ কৰি আৰু মন্তব্য নকৰিব। আলোচনা সমাপ্ত হৈছে।

CIS-A2K সংস্থাৰ উদ্যোগত অহা ১১ আৰু ১২ মে' তাৰিখে (শনিবাৰ, দেওবাৰ) প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালা দুই দিনীয়া আবাসিক প্ৰশিক্ষণ অনুষ্ঠানৰ ৰূপত হ'ব। কৰ্মশালাৰ সবিশেষ এই মেটা ৱিকি লিংকত পাব। যোগদান কৰিব বিচৰাসকলে অনুগ্ৰহ কৰি লগিনৰ পাছত শেষ পৰিচ্ছেদটোত চাৰিডাল টাইল্ড (~~~~) টিপি নিজৰ স্বাক্ষৰ কৰিব। Gitartha.bordoloi (talk) ২০:৫৫, ১২ এপ্ৰিল ২০১৯ (IST)[উত্তৰ দিয়ক]

ৱিকিউৎস কৰ্মশালাৰ কাৰ্যসূচী সম্পাদনা কৰক

অহা ১১ আৰু ১২ মে'ত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসমীয়া ৱিকিউৎস কৰ্মশালাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ এই আলোচনা সূত্ৰ আৰম্ভ কৰা হৈছে। CIS-এ আমাক প্ৰশিক্ষণ দিয়াৰ আগতে আমিনো কি বিচাৰোঁ সেয়া জানি ল'ব খুজিছে।

  • -তেওঁলোকে জনাইছে যে বহুদিনৰ পাছত আমাৰ স্বেচ্ছাসেৱকসকল লগ পাব বাবে দুঘণ্টা কথা-বাৰ্তাৰ বাবে ৰাখিব পাৰি। মোৰ বোধেৰে অনানুষ্ঠানিক আলোচনাৰ বাবে আমি শুকুৰবাৰে সন্ধিয়াটো বাছনি কৰিব পাৰোঁ।
  • অংশগ্ৰহণকাৰীৰ কেইবাগৰাকীও হয়তো ৱিকিউৎস প্ৰকল্পত নতুন বা বহুদিন প্ৰায় নিষ্ক্ৰিয়। গতিকে কিতাপ বাছনি আৰু আপল'ডৰ পৰা আৰম্ভ কৰি সমস্ত workflow বাবে শনিবাৰটো ৰাখিব পাৰি।
  • দেওবাৰে কিছু উচ্চস্তৰৰ সম্পাদনা, অসমীয়া ৱিকিউৎসৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয়ৰ আলোচনা আদি কাম কৰিব পাৰি। দুইদিনেই শিকোৱা বস্তুবোৰ অংশগ্ৰহণকাৰীসকলে হাতে-কামে কৰিব।

অনুগ্ৰহ কৰি আপোনালোকৰ মতামত তলত জনাব। ইয়াৰ পাছতহে আমি চূড়ান্ত কাৰ্যসূচী CIS-ৰ হাতত তুলি দিব পাৰিম। Gitartha.bordoloi (talk) ১৭:০৮, ২১ এপ্ৰিল ২০১৯ (IST)[উত্তৰ দিয়ক]


গীতাৰ্থই প্ৰস্তাৱ কৰা কাৰ্যসূচীৰ সৈতে একমত৷ বৰ্তমান অসমত নাই বাবে কৰ্মশালাত যোগ দিব নোৱাৰিম যদিও এই কাৰ্য্যসূচীৰ লগতে আৰু দুটামান কথা যোগ দিব খুঁজিছোঁ-
  • ৱিকিউৎসৰ প্ৰশিক্ষণৰ দৰকাৰী অংশবোৰৰ ভিডিঅ’ কৰি ৰাখিলে ভাল হয়৷ অলপ সম্পাদনা কৰি ইউ টিউবত আৰু ৱিকিউৎসতো আপল’ড কৰি থ’লে কৰ্মশালাত অংশ ল’ব নোৱাৰা সকলেও চাব পাৰিব আৰু ভৱিষ্যতে নতুন শিকাৰুৰ বাবে কামত আহিব৷
  • অনানুষ্ঠানিক কথা-বাৰ্তাৰ সময়ত বা কৰ্মাশালাৰ অন্য কোনো সময়ত প্ৰতিজন অংশগ্ৰহণকাৰীৰ মনৰ কথা (চিনাকি আৰু ৱিকিমিডিয়াত অভিজ্ঞতাৰ বিষয়ে) এক বা দুইমিনিটৰ একোটা চমূ ভিডিঅ’ও কৰিব পাৰিলে খুউব ভাল হয়৷ বহুদিনৰ আগতে বিষ্ণুদাই এনেকুৱা এটা বঢ়িয়া ভিডিঅ’ কৰা মনত আছে৷
  • ৱিকিউৎস আৰু সামগ্ৰিকভাৱে ৱিকিমিডিয়াৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয়ৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰচাৰৰ দিশটো আলোচনা কৰিবলৈ অনুৰোধ কৰিলো৷ লগতে কৰ্মশালা চলি থকা কেইদিনত কৰ্মশালাখনৰ বাবে বিশেষ এটা হেছ্টেগ ঠিক কৰি লৈ ছ’ছিয়েল মিডিয়াত লাইভ আপডেট দিয়াৰ কথা চিন্তা কৰিব পাৰি নেকি? Joli (talk) ১৫:১৪, ২২ এপ্ৰিল ২০১৯ (IST)[উত্তৰ দিয়ক]

গীতাৰ্থদাদাৰ সৈতে একমত। ৱিকিউৎসৰ বাবে কিতাপ বাছনি,কিতাপ আপলোড, ফটো থকা পৃষ্ঠা সম্পাদনা, অস্পষ্ট পৃষ্ঠাৰ সম্পাদনা, সাঁচসমূহৰ ব্যৱহাৰ,বৈধকৰণ কৰা আদি শিকিব বিচাৰো। Bidyut13 (talk) ১৪:৫৬, ২৬ এপ্ৰিল ২০১৯ (IST)[উত্তৰ দিয়ক]


ওপৰৰ আলোচনাৰ লগত একমত । আমি বিচাৰোঁ,কৰ্মশালাখনত সম্পাদনা সম্বন্ধীয় প্ৰাথমিক কথা দুটামানো পুনৰ শিকোৱা হওক ,লগতে সম্পাদনাৰ কিছুমান গুৰুত্বপূৰ্ণ টেকনিক,ছৰ্টকাটো শিকোৱা হওক । লগতে ৱিকিপিডিয়ানৰ সংখ্যা কিদৰে বঢ়াব পাৰি,কিদৰে প্ৰকল্পবোৰত নতুনচামক নিযুক্ত কৰিব পাৰি,সেই বিষয়েও কেতবোৰ প্ৰেক্টিকেল সিদ্ধান্ত লোৱা হওক ।

ঈশান জ্যোতি বৰা (talk) ১৫:১৪, ২৬ এপ্ৰিল ২০১৯ (IST) ঈশান জ্যোতি বৰা[উত্তৰ দিয়ক]

ওপৰৰ আলোচনাৰ বাহিৰে ৱিকিউৎসত সাধাৰণতে ব্যৱহাৰ হোৱা বিভিন্ন টুল, গেজেট টেম্প্লেট আদিৰ বিষয়ে শিকোৱা হওঁক। সেইদৰে কপিৰাইট সম্পৰ্কীয় কথা বোৰ অলপ ভালকৈ বুজাই দিলে সুবিধা হব। - অজয় দাস (talk) ২০:৩৮, ২৬ এপ্ৰিল ২০১৯ (IST)[উত্তৰ দিয়ক]
ওপৰৰ আলোচনাৰ লগত একমত। সম্পাদনাৰ সময়ত ব্যৱহাৰ কৰিব লগা বিভিন্ন চিহ্নসমূহৰ বিষয়ে জানিব বিচাৰোঁ। লগতে ৱিকিউৎসক কিদৰে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ কৰ্মশালাৰ জৰিয়তে লৈ যাব পাৰি আৰু ছাত্ৰ-ছাত্ৰীক জড়িত কৰিব পাৰি তাৰ আলোচনা হোৱাতো বিচাৰোঁ। - Anjal2019 (talk) ১৬:৩৬, ২৭ এপ্ৰিল ২০১৯ (IST)[উত্তৰ দিয়ক]

Temporary general and interface adminship সম্পাদনা কৰক

অনুগ্ৰহ কৰি একো মন্তব্য নকৰিব। আলোচনা সমাপ্ত হৈছে।

As there is no permanent sysop in Assamese wikisource I would like to nominate myself for temporary general adminship and interface adminship for 6 more months to perform some necessary administrative and technical tasks. The current tenure will expire on 4th June, 2019. Thank you.

অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী সাধাৰণ প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। বৰ্তমানৰ কাৰ্যকাল ৪ জুন, ২০১৯-ত উকলিব। ধন্যবাদ। Gitartha.bordoloi (talk) ১২:১০, ২৯ মে' ২০১৯ (IST)[উত্তৰ দিয়ক]

ফলাফল: ২০১৯ চনৰ ৪ ডিচেম্বৰলৈকে অসমীয়া ৱিকিউৎসৰ সাধাৰণ প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ দায়িত্ব লাভ কৰিছোঁ। ধন্যবাদ।

ৱিকিউৎসৰ বাবে Short URL গেজেট সম্পাদনা কৰক

অনুগ্ৰহ কৰি আৰু স্বাক্ষৰ নকৰিব। ভোটদান সমাপ্ত হৈছে।

অসমীয়া ৱিকিউৎসৰ বাবে চুটি URL প্ৰয়োজনীয়তা বহুদিনৰ পৰা অনুভৱ কৰা হৈছে। সদায় তৃতীয় পক্ষৰ (Third party) ৱেবছাইট ব্যৱহাৰ কৰি লিংক চুটি কৰাটো ভাল নহয়। ইতিমধ্যে কেইবাটাও ভাৰতীয় ভাষাৰ ৱিকি-প্ৰকল্পত এই সুবিধা উপলব্ধ। এই কামৰ অনুৰোধ Phabricator-ত দাখিল কৰিব লাগিব। অনুগ্ৰহ কৰি তলত আপোনাৰ মতামত জনাব।

হয় সম্পাদনা কৰক

  1. Gitartha.bordoloi (talk) ১৯:৫০, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  2. Bhaskarjyoti Bhuyan (talk) ২০:১০, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  3. IKHazarika (talk) ২০:১২, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  4. ঈশান জ্যোতি বৰা (talk) ২০:১৫, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  5. অনামিকা(চুমু) বড়া (talk) ২০:২৪, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  6. বিষ্ণু শইকীয়া ২০:২৬, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  7. নয়ন জ্যোতি নাথ (talk)
  8. Joli (talk) ২১:৪৫, ১৪ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  9. দিব্য দত্ত (talk) ০০:১৮, ১৫ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]
  10. Ani ttbr (talk) ০৮:১৯, ১৫ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]

নহয় সম্পাদনা কৰক

মন্তব্য সম্পাদনা কৰক

Indic Wikimedia Campaigns/Contests Survey সম্পাদনা কৰক

Hello fellow Wikimedians,

Apologies for writing in English. Please help me in translating this message to your language.

I am delighted to share a survey that will help us in the building a comprehensive list of campaigns and contests organized by the Indic communities on various Wikimedia projects like Wikimedia Commons, Wikisource, Wikipedia, Wikidata etc. We also want to learn what's working in them and what are the areas that needs more support.

If you have organized or participated in any campaign or contest (such as Wiki Loves Monuments type Commons contest, Wikisource Proofreading Contest, Wikidata labelathons, 1lib1ref campaigns etc.), we would like to hear from you.

You can read the Privacy Policy for the Survey here

Please find the link to the Survey at:

P.S. If you have been involved in multiple campaigns/contests, feel free to submit the form multiple times.

Looking forward to hearing and learning from you.

-- SGill (WMF) sent using MediaWiki message delivery (talk) ১১:৩৯, ২৫ জুন ২০১৯ (IST)[উত্তৰ দিয়ক]

Wikisource Advance Training 2019 host for Bid & Application open সম্পাদনা কৰক

Call for bids to host Wikisource Advance Training 2019 & participation of the program.

Apologies for writing in English, please consider translating the message.

Hello everyone,

It gives us great pleasure to inform that the Wikisource Advance Training 2019 programme organised by CIS-A2K is going to be held from 11 October & 13 October 2019.This year CIS-A2K is seeking expressions of interest from interested communities in India for hosting the Wikisource Advance Training 2019.Wikisource Advance Training is a 3 (three) days residential training program for which attempts to aims to groom experienced Wiki-librarians for Indic language Wikisource to proofread even better quality content on Wikisource.

If you're interested in hosting the program, Following are the per-requests to propose a bid:

  • Active local community which is willing to support conducting the event.
  • At least 4 active Wikimedian ( not specific for Wikisource contributor) community members should come together and propose the city. They should reside in the city/nearby or states.
  • Women Wiki-librarian in organizing team is highly recommended.
  • City should have at least a national airport.
  • Venue and accommodations should be available for the event dates.
  • Participants size of Wikisource Advance Training generally will be around 22.
  • Needed a venue which will have good internet connectivity and conference space for the above mentioned size of participants.
  • Discussions/announcement with the local community by mailing list/village pump.

For participation in this program, you should apply here:

  • The selection will be done by each Indic Wikisource community.
  • We may select maximum 2 (two) Wiki-librarian from each language community.
  • Eligibility criteria for supporting a candidate for a participation: He/she should have a minimum 50 proofread in their languages Wikisource before 15th August 2019.
  • The applicant for participation in this program should have a minimum 500 proofread in their languages Wikisource before 15th August 2019.
  • Self nomination can be done at with a new section.
  • We encourage for female participants.

Please learn more about the Wikisource Advance Training program please visit this page and to submit your bid please visit this page. Feel free to reach to me for more information or email jayanta@cis-india.org.

Best! Jayanta (CIS-A2K) (talk) ২২:৫১, ১৪ আগষ্ট ২০১৯ (IST)[উত্তৰ দিয়ক]

New tools and IP masking সম্পাদনা কৰক

১৯:৪৯, ২১ আগষ্ট ২০১৯ (IST)

Wikimedia Strategy Draft Recommendation Discussion Salon সম্পাদনা কৰক

Please translate this message to your language if possible.

 

Greetings,
You know Strategy Working Groups have published draft recommendations at the beginning of August. On 14–15 September we are organising a strategy salon/conference at Bangalore/Delhi (exact venue to be decided) It'll be a 2 days' residential event and it aims to provide a discussion platform for experienced Wikimedians in India to learn, discuss and comment about the draft recommendations. Feedback and discussions will be documented.

If you are a Wikipedian from India, and want to discuss the draft recommendations, or learn more about them, or share your valuable feedback you may apply to participate in the event.

Please have a look at the event page for more details The last date of application is 5 September.

It would be great if you share this information who needs this. For questions, please write on the event talk page, or email me at tito+indiasalon@cis-india.org

Regards. --MediaWiki message delivery (talk) ১৩:২০, ২৯ আগষ্ট ২০১৯ (IST)[উত্তৰ দিয়ক]

Event page can be seen for more details at Wikimedia movement strategy recommendations India salon

Wikisource Advance Training 2019 Application open সম্পাদনা কৰক

Call for application for participation in Wikisource Advanced Training 2019. Apologies for writing in English, please consider translating the message.

Hello everyone,

It gives us great pleasure to inform that the Wikisource Advance Training 2019 program organized by CIS-A2K is going to be held from 11 October & 13 October 2019 at Pune.

Wikisource Advance Training is a 3 (three) days residential training program for which attempts to aims to groom experienced Wiki-librarians for Indic language Wikisources to proofread even better quality content on Wikisource.

Interested candidates are requested to apply with the following registration link: https://docs.google.com/forms/d/1Uhab4qpMUZYMnO_VeHRfN0FinbhNiCwiooSxHFPGxpI/edit

Please learn more about the Wikisource Advance Training program and Other details will be updated from time to time on this page. Feel free to reach me for more information or email jayanta@cis-india.org.

Best! Jayanta (CIS-A2K) (talk) ২২:৫৮, ১২ ছেপ্টেম্বৰ ২০১৯ (IST)[উত্তৰ দিয়ক]

The consultation on partial and temporary Foundation bans just started সম্পাদনা কৰক

-- Kbrown (WMF) ২২:৪৪, ৩০ ছেপ্টেম্বৰ ২০১৯ (IST)[উত্তৰ দিয়ক]

Feedback wanted on Desktop Improvements project সম্পাদনা কৰক

১২:৪৫, ১৬ অক্টোবৰ ২০১৯ (IST)

 

IFried (WMF) ০১:০০, ৫ নৱেম্বৰ ২০১৯ (IST)[উত্তৰ দিয়ক]

[WikiConference India 2020] Invitation to participate in the Community Engagement Survey সম্পাদনা কৰক

This is an invitation to participate in the Community Engagement Survey, which is one of the key requirements for drafting the Conference & Event Grant application for WikiConference India 2020 to the Wikimedia Foundation. The survey will have questions regarding a few demographic details, your experience with Wikimedia, challenges and needs, and your expectations for WCI 2020. The responses will help us to form an initial idea of what is expected out of WCI 2020, and draft the grant application accordingly. Please note that this will not directly influence the specificities of the program, there will be a detailed survey to assess the program needs post-funding decision.

MediaWiki message delivery (talk) ১৪:৩৬, ১৮ ডিচেম্বৰ ২০১৯ (IST)[উত্তৰ দিয়ক]