ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা/সংৰক্ষণ/২০১২-১৮

ৱিকিউৎস-ৰ বাবে প্ৰস্তাৱিত দুটা ল'গ' সম্পাদনা কৰক

অসমীয়াত ৱিকিউৎস (ৱিকিছোৰ্ছ) মুকলি কৰাৰ বাবে যোজা চলোৱা হৈছে। সেই উপলক্ষে অসমীয়া ৱিকিউৎসৰ বাবে লোগো (ইংৰাজী ৱিকিছোৰ্ছৰ ভিত্তিত) প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হ'ল।

 
প্ৰতীক ১ মূল ল’গোৰ তলৰ আখৰখিনি আধুনিক আখৰৰ ঠাচত

....

 
প্ৰতীক ২ মূল ল’গোৰ তলৰ আখৰখিনি প্ৰাচীন অসমীয়া আখৰৰ ঠাঁচত

উদ্দীপতালুকদাৰ (talk) 20:18, 14 আগষ্ট 2012 (UTC)

প্রতীক নিৰ্বাচনৰ বাবে মতামত সম্পাদনা কৰক

মতামতৰ লগতে সমান্তৰালভাৱে প্ৰতীক নিৰ্বাচনৰ বাবে ভোট সংগহ কৰাটোৱেই ভাল হ’ব যেন পাইছো| নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেয়ে| সকলোৱে ভোট দিয়ক| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)

প্ৰতীক ১) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)
  2. বিৰাজ কুমাৰ কাকতি (talk) 20:34, 17 আগষ্ট 2012 (UTC)
  3. প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 18 আগষ্ট 2012 (UTC)
  4. অনিমেষ বৰা (talk) 02:43, 18 আগষ্ট 2012 (UTC)
  5. নেকিব আহমেদ 04:35, 18 আগষ্ট 2012 (UTC)
  6. দীপাংকৰ চেতিয়া বাৰ্তা 05:09, 18 আগষ্ট 2012 (UTC)
  7. Manjil Konwar (talk) 09:54, 18 আগষ্ট 2012 (UTC)
  8. — গীতাৰ্থ বৰদলৈ (talk) 14:22, 18 আগষ্ট 2012 (UTC)
প্ৰতীক ২) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
ফলাফল :
৮ জন সদস্যৰ মতামতক সন্মান জনাই প্ৰতীক ১) টোকেই গৃহীত ক’ৰা হ’ল। বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:40, 10 ছেপ্টেম্বৰ 2012 (UTC)
  • Operator: Avocato
  • Programming Language(s): Python (pywikipedia)
  • Function Summary: Interwiki & Fixing double redirects
  • Contributions: see here
  • Already has bot flag on: +230 wikis

Test edits will be made very soon. Thank you.--Avocato (talk) ০৬:০৬, ১৪ ফেব্ৰুৱাৰী ২০১৩ (IST)[উত্তৰ দিয়ক]

Gadget -Template Preloader সম্পাদনা কৰক

With help of this Gadget anyone can edit new pages easily with preloading header template. On my request, Jyothis imported the script while Shiju Alex submitted a bug to enable this feature. But the developers are asking for a community consensus for this. For this purpose, I raised the proposal here. If members supports it then the developers will enable this soon. Please vote on this. Thanks. -- বিষ্ণু শইকীয়া ১৯:৩২, ১৬ ফেব্ৰুৱাৰী ২০১৩ (IST)[উত্তৰ দিয়ক]

Yes সম্পাদনা কৰক

  1. বিষ্ণু শইকীয়া ১৯:৩২, ১৬ ফেব্ৰুৱাৰী ২০১৩ (IST)[উত্তৰ দিয়ক]
  2. Boranitul (talk) ১৯:৪৯, ১৬ ফেব্ৰুৱাৰী ২০১৩ (IST)[উত্তৰ দিয়ক]

No সম্পাদনা কৰক

Comments সম্পাদনা কৰক

Universal Language Selector to replace Narayam and WebFonts extensions সম্পাদনা কৰক

On June 11, 2013, the Universal Language Selector (ULS) will replace the features of Mediawiki extensions Narayam and WebFonts. The ULS provides a flexible way of configuring and delivering language settings like interface language, fonts, and input methods (keyboard mappings).

Please read the announcement on Meta-Wiki for more information. Runab ১৯:৩৬, ৫ জুন ২০১৩ (IST) (posted via Global message delivery)[উত্তৰ দিয়ক]

One year Assamese Wikisource সম্পাদনা কৰক

Hello Wikisource editors,
congratulations, today it is now 1 year since the as.wikisource.org subdomain was created. From the Wikimedia Incubator & Language Committee, we would like to get some feedback from newer wikis about their situation.

We prepared some questions about what we would like to know. Feel free to answer as many of them as you like.

  1. How has activity developed after the subdomain's creation? (in comparision with the situation on www.wikisource.org)
  2. Is it now easier to be found by new users?
  3. Would you have done something in a better/different way in hindsight?
  4. Is there anything where you say 'This should have been better during the testing phase (OldWikisource, Langcom)'?

Best regards, --MF-Warburg (talk) ০৭:২৩, ৪ জানুৱাৰী ২০১৪ (IST)[উত্তৰ দিয়ক]

ৱিকিউৎসৰ প্ৰশাসক সম্পাদনা কৰক

অসমীয়া ৱিকিউৎস মুকলি হোৱা এবছৰৰো বেছি হ'ল যদিও আমাৰ মাজৰ পৰা এতিয়ালৈকে এজনো প্ৰশাসক হোৱা নাই। বিভিন্ন প্ৰশাসনিক আৰু কাৰিকৰী কামৰ বাবে বৰ্তমান প্ৰশাসক এজনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে। ম‌ই এই পদৰ বাবে অনিমেষ বৰা-ৰ নাম প্ৰস্তাৱ কৰিলোঁ। আপুনি চাৰিডাল টাইল্ড চিহ্নৰে (~~~~) তলত নিজৰ স্বাক্ষৰ কৰিব পাৰিব। এই আলোচনা ২৪ মাৰ্চত বন্ধ কৰা হ'ব।

I hereby niminate Animesh Bora as the sysop of Assamese wikisource. He has been an avid contributor of Assamese wikimedia projects and he is capable of handling administrative and technical tasks. Gitartha.bordoloi (talk) ০১:১৫, ১৭ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]

I accept the nomination. Ani ttbr (talk) ২১:৪৩, ১৮ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
Voting closed. Gitartha.bordoloi (talk) ২০:৩২, ২৬ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
Request placed on Metawiki (https://meta.wikimedia.org/wiki/Steward_requests/Permissions#Ani_ttbr.40aswikisource) by User:Ani ttbr. Gitartha.bordoloi (talk) ২৩:৩৪, ২৮ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
Request granted at meta. Congratulations Animesh! অনিমেষ বৰাক অহা চাৰি মাহৰ বাবে অসমীয়া ৱিকিউৎসৰ প্ৰশাসক হিচাপে নিৰ্বাচন কৰা হৈছে। অভিনন্দন! Gitartha.bordoloi (talk) ১৪:১৩, ২৯ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]

হয় (yes) সম্পাদনা কৰক

  1. Gitartha.bordoloi (talk) ২০:৩২, ১৭ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  2. Dipankar Chetia (talk) ২০:৫৪, ১৭ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  3. Boranitul (talk) ২১:০০, ১৭ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  4. Psneog (talk) ১১:১৫, ১৮ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  5. বিষ্ণু শইকীয়া ১৬:১৪, ১৮ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  6. Pankaj Jyoti Mahanta (talk) ২১:৪০, ১৮ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  7. জ্যোতি প্ৰকাশ নাথ (talk) ১৪:১৯, ১৯ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  8. 117.201.160.196 ১৮:৩৬, ১৯ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  9. Chiring chandan (talk) ২২:৪৫, ১৯ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]
  10. উদ্দীপতালুকদাৰ (talk) ১৩:০১, ২২ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]

নহয় (No) সম্পাদনা কৰক

মন্তব্য (Comments) সম্পাদনা কৰক

I'd like to re-apply for an adminship. So, please grant me administrator right for 6 months in assamese wikisource. Ani ttbr (talk) ২২:০৩, ২৬ আগষ্ট ২০১৪ (IST)[উত্তৰ দিয়ক]

Author নামস্থান সৃষ্টি সম্পাদনা কৰক

অসমীয়া ৱিকিউৎসত পৃষ্ঠা সংখ্যা বাঢ়ি অহাৰ লগে লগে Author namespace-ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে, যেনে- Author:লক্ষ্মীনাথ বেজবৰুৱা। এই ইংৰাজী শব্দটোৰ সমাৰ্থক শব্দৰূপে লেখক আৰু লিখক দুয়োটাৰে প্ৰয়োগ হয়। কিন্তু অসমীয়া ৱিকিউৎসৰ বাবে মই 'লেখক' শব্দটো প্ৰধান শব্দ হিচাপে ৰাখি 'লিখক' শব্দটো তালৈ পুনঃনিৰ্দেশ কৰাৰ পক্ষপাতী। আগতে 'লিখক' শব্দটোৰ প্ৰয়োগ বেছি হৈছিল যদিও আজিকালি কাগজে-পত্ৰই 'লেখক'ৰ প্ৰয়োগহে বেছি আৰু অভিধানতো এইটো শব্দই থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন সমিতিয়েও খেলিমেলি আঁতৰ কৰিবলৈ 'লেখক' শব্দটো সমৰ্থন কৰিছিল। এই বিষয়ে বহুদিন আগতে ফে'চবুকৰ গোটত এটা আলোচনা হৈছিল যদিও বিচাৰি পোৱা নাই। Gitartha.bordoloi (talk) ১৯:৫৬, ৮ ছেপ্টেম্বৰ ২০১৪ (IST)[উত্তৰ দিয়ক]

আলোচনাৰ ফলাফল সম্পাদনা কৰক

সদস্যসকলে তলত দিয়া ধৰণে নামস্থানটো সৃষ্টি কৰা সমৰ্থন কৰিছে। Author→লেখক , লিখক→লেখক

Gitartha.bordoloi (talk) ০১:০৬, ১৩ ছেপ্টেম্বৰ ২০১৪ (IST)[উত্তৰ দিয়ক]


ৱিকিউৎসৰ প্ৰশাসক সম্পাদনা কৰক

অসমীয়া ৱিকিউত্সত থকা কাৰিকৰী আসোঁৱাহ কিছুমান দূৰ কৰিবৰ হেতু মোক প্ৰশাসনিক ক্ষমতাৰ প্ৰয়োজন হৈছে, অনিমেষে লাগি আছে যদিও সফল হোৱা নাই| আচলতে এনেবোৰ কাম কৰিবৰ বাবে অলপ স্বাধীনতাৰ প্ৰয়োজন| আপোনালোকে যদি অনুমতি দিয়ে তেনে মই এবাৰ চেষ্টা কৰি চাব পাৰো | মোক এই ক্ষমতাৰ অধিকাৰী কৰিবৰ বাবে আপোনালোকৰ ভোটৰ প্ৰয়োজন হৈছে| ভোট দিবৰ বাবে চাৰিডাল টাইল্ড চিহ্নৰে (~~~~) তলত নিজৰ স্বাক্ষৰ কৰিব পাৰিব। এই আলোচনা ২২ অক্টোবৰ, ২০১৪ ত বন্ধ কৰা হ'ব। বিষ্ণু শইকীয়া ১৬:৩৩, ১৪ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]

I hereby nominate myself as a sysop of Assamese wikisource to do some needful administrative tasks. I am an active contributor of different wiki projects and have the sysop right in my home wiki, i.e. Assamese wikipedia. You are requested to put your signature under 'yes' if you support my nomination. Voting will be closed on 22nd October, 2014. Thank you. বিষ্ণু শইকীয়া ১৬:৩৩, ১৪ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]

হয় (yes) সম্পাদনা কৰক

  1. দিব্য দত্ত (talk) ১৭:২৭, ১৪ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]
  2. Ani ttbr (talk) ১৮:২৭, ১৪ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]
  3. Gitartha.bordoloi (talk) ১৮:৫২, ১৪ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]
  4. উদ্দীপতালুকদাৰ (talk) ১৮:৫৪, ১৪ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]
  5. Boranitul (talk) ২৩:৩৯, ১৫ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]
  6. Psneog (talk) ১৪:৫৩, ১৮ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]
  7. Dipankar Chetia (talk) ১৭:৫৭, ১৯ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]

নহয় (No) সম্পাদনা কৰক

মন্তব্য (Comments) সম্পাদনা কৰক

ফলাফল (Result) সম্পাদনা কৰক

Hello,

AbuseFilter is a MediaWiki extension used to detect likely abusive behavior patterns, like pattern vandalism and spam. In 2013, Global AbuseFilters were enabled on a limited set of wikis including Meta-Wiki, MediaWiki.org, Wikispecies and (in early 2014) all the "small wikis". Recently, global abuse filters were enabled on "medium sized wikis" as well. These filters are currently managed by stewards on Meta-Wiki and have shown to be very effective in preventing mass spam attacks across Wikimedia projects. However, there is currently no policy on how the global AbuseFilters will be managed although there are proposals. There is an ongoing request for comment on policy governing the use of the global AbuseFilters. In the meantime, specific wikis can opt out of using the global AbuseFilter. These wikis can simply add a request to this list on Meta-Wiki. More details can be found on this page at Meta-Wiki. If you have any questions, feel free to ask on m:Talk:Global AbuseFilter.

Thanks,

PiRSquared17, Glaisher

— ২৩:০৬, ১৪ নৱেম্বৰ ২০১৪ (IST)

ৱিকিউৎসৰ প্ৰশাসক সম্পাদনা কৰক

অসমীয়া ৱিকিউৎসৰ কাৰিকৰী আসোঁৱাহ কিছুমান আঁতৰাবলৈ মই ৬ মাহৰ অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন জনাইছোঁ। ধন্যবাদ। I hereby nominate myself for sysop right in Assamese wikisource for a period of 6 months to perform some necessary administrative and technical tasks. I am active in various wikimedia projects and I am one of the sysops in my native Assamese wikipedia. Thank you. Gitartha.bordoloi (talk) ০০:৩৯, ১৭ ছেপ্টেম্বৰ ২০১৫ (IST)[উত্তৰ দিয়ক]

Discussion সম্পাদনা কৰক

ৱিকিউৎসৰ প্ৰশাসক পদৰ নবীকৰণ সম্পাদনা কৰক

মোৰ প্ৰশাসনিক অধিকাৰ অহা ২৩ ডিচেম্বৰত উকলিব। মই ইয়াৰ দ্বাৰাই আৰু তিনি মাহৰ প্ৰশাসক পদৰ আবেদন জনাইছোঁ। My sysop right in as.wikisource is expiring on 23rd December. I hereby request the stewards to grant me the right for 3 more months. Thanks. Gitartha.bordoloi (talk) ২৩:৪২, ৮ ডিচেম্বৰ ২০১৫ (IST)[উত্তৰ দিয়ক]

Discussion সম্পাদনা কৰক

ৱিকিউৎসৰ প্ৰশাসক সম্পাদনা কৰক

অসমীয়া ৱিকিউৎসৰ কিছুমান কাৰিকৰী আসোঁৱাহ কিছুমান আঁতৰাবলৈ মই ৬ মাহৰ অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন জনাইছোঁ। ধন্যবাদ। I hereby nominate myself for sysop right in Assamese wikisource for a period of 6 months to perform some necessary administrative and technical tasks. I am active in various wikimedia projects and I am one of the sysops in my native Assamese wikipedia. Thank you. Gitartha.bordoloi (talk) ০০:২৮, ১০ মে' ২০১৬ (IST)[উত্তৰ দিয়ক]

WikiConference India 2016 Survey সম্পাদনা কৰক

 

Hi,

Greetings from Wiki Conference India 2016 Team. Sorry for writing in English. Please feel free to translate the message in your language to help other community members.

Everyone is requested to participate in this short survey to help us learn more about WikiConference India 2016 participants' capabilities, needs, interests and expectations regarding conference programs.

How we’ll use this data: We will collect responses to assess whether and what type of conference programs would be most beneficial for the Wikimedia community in India. Individual responses or comments will not be made publicly available unless in anonymized or aggregate form.

In legalese: Your privacy is important to us. As allowed by law, we will only share your responses with WCI 2016 helping on this survey. We may, however, publicly share anonymous statistics about the responses in aggregate form. Wikimedia is a worldwide organization. By answering these questions, you permit us to record and transfer your responses to the United States and other places as may be necessary to carry out the objectives of this project. You also agree to refrain from incorporating your personal information in response to a question that doesn’t ask for it and to donate your responses to the public domain. For terms and privacy considerations related to Google Forms, consult the Privacy Policy (https://www.google.com/policies/privacy/) and Terms of Use (http://www.google.com/intl/en/policies/terms/) of Google.

Survey link - https://docs.google.com/forms/d/1Tn5TCFE4DkrAhIVmXk_Hx--upllCRU5pQlz6G_7Qb5M/edit?ts=575ad1a7

Regards,

WikiConference India Team

OCR tool now available for Assamese Wikisource সম্পাদনা কৰক

Per phabricator:T120788, the Wikimedia Foundation has developed an OCR tool that supports Assamese and we have deployed it to this project. If you go into the proofreading interface for a page, you will now see a colorful "OCR" button that you can click to automatically convert the image into text. If you only see a black "OCR" button, you will need to clear your browser cache to get the latest JavaScript code to load. There is one part that we need your assistance with. The tool has some interface messages that need to be created in Assamese by an administrator:

Once that is done, you should see the proper Assamese text in the interface for the tool. If you have any problems or questions, let me know! Kaldari (talk) ০৭:০৪, ১৩ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]

According to the UserList there are no administrators on as.wikisource. If someone could translate the following strings into Assamese, I'll create the interface messages:
  • "Get text via Google OCR"
  • "Loading text from Google OCR"
  • "No text retrieved from Google OCR"
  • "No image found on this page"
Kaldari (talk) ০৫:২৪, ১৪ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
Pinging some active users: দিব্য দত্ত, ‎Boranitul. Kaldari (talk) ০৫:২৭, ১৪ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
কেইটামান আৰ্হি দিছোঁ:


ৱিকিউৎসৰ স্থায়ী প্ৰশাসক সম্পাদনা কৰক

অসমীয়া ৱিকিউত্সত স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান সময়ত কাৰিকৰী দিশসমূহ চোৱামেলা কৰা বাবে সদস্য দিব্য দত্তক স্থায়ীভাৱে প্ৰশাসনিক ক্ষমতা দিয়াৰ বাবে প্ৰস্থাৱ উত্থাপিত কৰিলো, অসমীয়া ৱিকি সমাজে সমৰ্থন কৰিব বুলি আশা প্ৰকাশ কৰিলো। দিব্য দত্তক প্ৰশাসক পদত নিয়োজিত কৰিব বাবে আপোনালোকৰ ভোটৰ প্ৰয়োজন হৈছে। ভোট দিবৰ বাবে চাৰিডাল টাইল্ড চিহ্নৰে (~~~~) তলত নিজৰ স্বাক্ষৰ কৰিব পাৰিব। এই আলোচনা ১০ অক্টোবৰ, ২০১৬ ত বন্ধ কৰা হ'ব। বিষ্ণু শইকীয়া ১৭:৩৩, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]

I hereby nominate user Dibya Dutta as a permanent sysop of Assamese wikisource to maintain technical matters. Hope the members of Assamese Wiki Society will support this proposal. You are requested to put your signature under 'yes' if you support this. Voting will be closed on 10th October, 2016. Thank you. বিষ্ণু শইকীয়া ১৭:৩৩, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]

I accept the nomination. দিব্য দত্ত (talk) ১৮:৪৪, ২৪ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]

হয় (yes) সম্পাদনা কৰক

  1. বিষ্ণু শইকীয়া ১৭:৩৩, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  2. Psneog (talk) ২১:১০, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  3. Gitartha.bordoloi (talk) ০১:৩৫, ৬ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  4. অজয় দাস (talk) ০২:৪৮, ৬ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  5. চাণক্য কুমাৰ দাস (talk) ০৫:৫১, ৬ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  6. Saidul776 (talk) ০৮:২৪, ৬ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  7. IKHazarika (talk) ১৪:৪৬, ৬ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  8. Parikhit phukan (talk) ১৪:২৪, ৭ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]
  9. Boranitul (talk) ০১:২৭, ২৫ অক্টোবৰ ২০১৬ (IST)[উত্তৰ দিয়ক]

নহয় (No) সম্পাদনা কৰক


মন্তব্য (Comments) সম্পাদনা কৰক

"প্ৰশাসক" শব্দটোৰ স্থানত "কাৰিকৰী সহায়ক" ব্যৱহাৰ কৰিলে কামটোৰ লগত বেছি খাপ খায় Psneog (talk) ২১:১২, ২৩ ছেপ্টেম্বৰ ২০১৬ (IST)[উত্তৰ দিয়ক]


As there is no permanent sysop in Assamese wikisouce I would like to nominate myself for temporary adminship for 6 months to perform some necessary administrative and technical tasks. Thank you.

অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। Gitartha.bordoloi (talk) ২০:২১, ২৭ এপ্ৰিল ২০১৭ (IST)[উত্তৰ দিয়ক]

হয় (yes) সম্পাদনা কৰক

  1. দিব্য দত্ত (talk) ২১:৫৩, ২৭ এপ্ৰিল ২০১৭ (IST)[উত্তৰ দিয়ক]
  2. Babulbaishya (talk) ২৩:৫৭, ২৭ এপ্ৰিল ২০১৭ (IST)[উত্তৰ দিয়ক]
  3. উদ্দীপতালুকদাৰ (talk) ০০:১৮, ২৮ এপ্ৰিল ২০১৭ (IST)[উত্তৰ দিয়ক]
  4. Manjil Konwar (talk) ০১:০০, ২৮ এপ্ৰিল ২০১৭ (IST)[উত্তৰ দিয়ক]
  5. Boranitul (talk) ২২:৫৬, ২৮ এপ্ৰিল ২০১৭ (IST)[উত্তৰ দিয়ক]

Adding content namespaces to search results সম্পাদনা কৰক

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Hello,

Currently, when you search on this wiki, the search results only return certain namespaces. It has recently been noticed that the "main content namespaces" list doesn't match the "default search namespaces" list on this wiki. (phab:T170473)

Currently this wiki's search returns the main namespace, পৃষ্ঠা, and সূচী. The content namespace লেখক is also available if the community thinks that adding this namespace is appropriate.

Would this community like to discuss adding লেখক to the search results? I am more than happy to help make the change however the community decides.

ধন্যবাদ! CKoerner (WMF) (talk) ০৩:২২, ৩০ আগষ্ট ২০১৭ (IST)[উত্তৰ দিয়ক]


As there is no permanent sysop in Assamese wikisource I would like to nominate myself for temporary adminship for 6 months to perform some necessary administrative and technical tasks. Thank you.

অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। Gitartha.bordoloi (talk) ১৫:৪৩, ২৯ মে' ২০১৮ (IST)[উত্তৰ দিয়ক]

Update on page issues on mobile web সম্পাদনা কৰক

CKoerner (WMF) (talk) ০২:২৮, ১৩ জুন ২০১৮ (IST)[উত্তৰ দিয়ক]

Words hyphenated across pages in Wikisource are now joined সম্পাদনা কৰক

Hi, this is a message by Can da Lua as discussed here for wikisource communities

The ProofreadPage extension can now join together a word that is split between a page and the next.

In the past, when a page was ending with "concat-" and the next page was beginning with "enation", the resulting transclusion would have been "concat- enation", and a special template like d:Q15630535 had to be used to obtain the word "concatenation".

Now the default behavior has changed: the hyphen at the end of a page is suppressed and in this case no space is inserted, so the result of the transclusion will be: "concatenation", without the need of a template. The "joiner" character is defined by default as "-" (the regular hyphen), but it is possible to change this. A template may still be needed to deal with particular cases when the hyphen needs to be preserved.

Please share this information with your community.

MediaWiki message delivery (talk) ১৫:৫৮, ৩০ ছেপ্টেম্বৰ ২০১৮ (IST)[উত্তৰ দিয়ক]

Temporary adminship (Dec. 2018) সম্পাদনা কৰক

As there is no permanent sysop in Assamese wikisource I would like to nominate myself for temporary general adminship and interface adminship for 6 months to perform some necessary administrative and technical tasks. The current tenure will expire on 4th December. Thank you.

অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকাৰ বাবে কিছুমান কাৰিকৰী আসোঁৱাহ আঁতৰাবলৈ মই ৬ মাহৰ বাবে অস্থায়ী সাধাৰণ প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। Gitartha.bordoloi (talk) ২৩:৩৪, ২৭ নৱেম্বৰ ২০১৮ (IST)[উত্তৰ দিয়ক]


Granted for 6 months to expire on 2019-06-04. --MarcoAurelio (talk) ১৫:৫৫, ৪ ডিচেম্বৰ ২০১৮ (IST)[উত্তৰ দিয়ক]

Selection of the Wikisource Community User Group representative to the Wikimedia Summit সম্পাদনা কৰক

Dear all,

Sorry for writing in English and cross-posting this message.

The Wikisource Community User Group could send one representative to the Wikimedia Summit 2019 (formerly "Wikimedia Conference"). The Wikimedia Summit is a yearly conference of all organizations affiliated to the Wikimedia Movement (including our Wikisource Community User Group). It is a great place to talk about Wikisource needs to the chapters and other user groups that compose the Wikimedia movement. For context, there is a short report on what happened last year. The deadline is short and to avoid the confusing vote on the Wikisource-I mailing list of last year, we created a page on meta to decide who will be the representative of the user group to the Wikimedia Summit.

The vote will be in two parts:

  1. until December 7th, people can add their name and a short explanation on who they are and why they want to go to the summit. Nomination of other people is allowed, the nominated person should accept their nomination.
  2. starting December 7th, and for a week, the community vote to designate the representative.

Please feel free to ask any question on the wikisource-I mailing list or on the talk page.

For the Wikisource Community User Group, Tpt (talk) 15:15, 5 December 2018 (UTC)

নমস্কাৰ:

To facilitate steward granting of bot access, I suggest implementing the standard bot policy on this wiki. In particular, this policy allows stewards to automatically flag known interlanguage linking bots (if this page says that is acceptable), which form the vast majority of such requests. The policy also enables global bots on this wiki (if this page says that is acceptable), which are trusted bots that will be given bot access on every wiki that allows global bots.

This policy makes bot access requesting much easier for local users, operators, and stewards. To implement it we only need to create a redirect to this page from Project:Bot policy, and add a line at the top noting that it is used here. Please read the text at m:Bot policy before commenting. If you object, please say so; I hope to implement it soon if there is no objection, since it is particularly written to streamline bot requests on wikis with little or no community interested in bot access requests.

ধন্যবাদ।
--MarcoAurelio (talk) ১৭:২৯, ৬ ডিচেম্বৰ ২০১৮ (IST)[উত্তৰ দিয়ক]