Indic Wikisource Proofreadthon II 2020 সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020 সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

সহযোগিতা পদক সম্পাদনা কৰক

  সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২১ (আগষ্ট) সম্পাদনা মেলা উপলক্ষে অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক এই পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

 -chanakyakdas: ধন্যবাদ। --চন্দন চিৰিং ফুকন বাৰ্তা ২১:১৬, ১ ছেপ্টেম্বৰ ২০২১ (IST)উত্তৰ দিয়ক

Indic Wikisource proofread-a-thon November 2022 - Result সম্পাদনা কৰক

Sorry for writing this message in English - feel free to help us translating it

  Congratulations!!!
Dear Chiring chandan, the results of the Indic Wikisource proofread-a-thon November 2022 have been published. Kindly visit the project page for your position. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 10 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource program officer, CIS-A2K

I have filled up the form. -Chandan Chiring Phukon Chat ১০:০০, ৫ ডিচেম্বৰ ২০২২ (IST)উত্তৰ দিয়ক

আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ সম্পাদনা কৰক

 

প্ৰিয়
Chandan Chiring Phukon,

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি, ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অসমীয়া ৱিকিউৎসত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ শীৰ্ষক ১০দিনীয়া এছিয়ান এডিটাথনটোত অংশগ্ৰহণ কৰি আপুনি যি নিস্বাৰ্থ অৱদান আগবঢ়ালে তাৰ শলাগ ল'লোঁ আৰু আন্তৰিক অভিনন্দন যাচিলোঁ। এডিটাথনৰ অংশ হিচাপে একোখনকৈ কিতাপ প্ৰদানৰ কাৰ্যসূচীক সফল কৰিবৰ বাবে আপুনি তলৰ ফৰ্মখন পূৰণ কৰি সহায়ৰ হাত আগবঢ়াব বুলি আশা ৰাখিলোঁ।

আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনাৰে,

JyotiPN (বাৰ্তা) ২৩:০২, ১৮ মাৰ্চ ২০২৪ (IST)উত্তৰ দিয়ক
আয়োজক
আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪