হানিফ আলী
১ এপ্ৰিল ২০২০ তাৰিখে যোগ দিছে
নমস্কাৰ/আচ্ছা্লামু আলাইকুম,
মোৰ সদস্য পৃষ্ঠাত আপোনাক স্বগতম জনাইছো।
ভাষা শিক্ষা জীৱনৰ এটা ডাঙৰ সমাধান, পৃথিৱীত বাহু ভাষা-ভাষি মানুহ আছে। তাৰে আমি অসমীয়া। অসমীয়া ভাষা আমাৰা মাতৃভাষা গতিকে মই অসমীয়া ভাষাত কিবা লিখিবলৈ অসমীয়া উইকিপেডিয়াত প্ৰৱেশ কৰিছোঁ। আশা ৰাখিছো আপোনালোকে মোক সহায় আৰু উৎসাহ দিব । ধন্যবাদ।