সূচী আলোচনা:চিত্ৰ-ভাগৱত.pdf

Latest comment: ১ বছৰৰ পূৰ্বে by হানিফ আলী in topic OCR আৰু শৈলী

OCR আৰু শৈলী সম্পাদনা কৰক

সাধাৰণ OCR বুটামটোৱে হিন্দী আখৰখিনি কৰিব নোৱাৰে। ইয়াৰ বাবে Indic OCR বুটামটো (আতচী কাঁচৰ দৰে আইকন) টিপিব লাগিব।

প্ৰতি পৃষ্ঠাৰ অসমীয়া আৰু হিন্দী পাঠ্যৰ দুটা কলাম আছে। OCRৰ পাচত Table কৰি কথাবোৰ সুমুৱাব লাগিব। Gitartha.bordoloi (talk) ১৯:১৬, ১৫ May ২০২০ (IST)

 Gitartha.bordoloi: দাদা, টেবলৰ সলনি {{multicol}} ব্যৱহাৰ কৰিলে বেছি সুবিধাজনক হ'ব। - -chanakyakdas (talk) ০৯:০৬, ১৬ May ২০২০ (IST)

 -chanakyakdas: {{Head2Columns}}{{TwoColumns}}{{Foot2Columns}} এই সাঁচ ব্যৱহাৰ কৰিলে ভাল। ইয়াৰ বিষয়ে হৈযোৱা কৰ্মশালাত জয়ন্ত ছাৰে শিকাইছে । হানিফ আলী (বাৰ্তা) ১৮:০৫, ২৮ জুন ২০২২ (IST)উত্তৰ দিয়ক

মুদ্ৰণ সংশোধন সম্পাদনা কৰক

মাজতে কোনো পৃষ্ঠাত হিন্দী আখৰখিনি নাথাকিলে মুদ্ৰণ সংশোধনৰ আগত Indic OCR বুটামটো (আতচী কাঁচৰ দৰে আইকন) এবাৰ পুনৰাই টিপি ল'ব। অনামিকা(চুমু) বড়া (talk) ১৬:৫১, ২০ May ২০২০ (IST)

মুদ্ৰণ সংশোধন কৰোঁতে হিন্দী আখৰ বিলাকো চাব লাগিব। হিন্দী আখৰত বহুত ভুলকৈ অচিআৰ হৈছে। বিশেষকৈ (হিন্দী ি আৰু ী ) দুটা চিন। হানিফ আলী (বাৰ্তা) ১৭:৫৭, ২৮ জুন ২০২২ (IST)উত্তৰ দিয়ক

"চিত্ৰ-ভাগৱত.pdf" পৃষ্ঠালৈ উভতি যাওক।