বাঁহী আলোচনীৰ মুদ্ৰন সংশোধন সম্পাদনা কৰক

মন কৰিব, প্ৰকাশৰ চনৰ ভিত্তিত বাঁহী আলোচনীৰ মুদ্ৰন সংশোধন প্ৰশাসকৰ দ্বাৰা বন্ধ কৰি থোৱা হৈছে। আলোচনা পৃষ্ঠাত উল্লেখ কৰা আছে ।JyotiPN (বাৰ্তা) ১১:০৫, ২১ May ২০২২ (IST)JyotiPN

উপপৃষ্ঠা সম্পাদনা কৰক

কিতাপৰ উপপৃষ্ঠাবোৰৰ শিৰোনাম “পঞ্চম দিনৰ অধিৱেশন’’ ৰখাৰ সলনি “শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা/পঞ্চম দিনৰ অধিৱেশন’’ এনেকৈ ৰাখিব লাগে৷ স্থানান্তৰ কৰি দিয়া৷ Gitartha.bordoloi (বাৰ্তা) ১৩:১৫, ২৩ জুন ২০২২ (IST)উত্তৰ দিয়ক

ঠিক আছে বাৰু Baruah ranuj (বাৰ্তা) ১৬:৪৫, ২৩ জুন ২০২২ (IST)উত্তৰ দিয়ক